Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Geography MCQ with Answer, Part - 3

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Garh Doul is located in which of the following place of Assam - গড় দৌল অসমৰ তলৰ কোনটো স্থানত অৱস্থিত

  • Sivsagar - শিৱসাগৰ
  • Guwahati - গুৱাহাটী
  • Tezpur - তেজপুৰ
  • Nalbari - নলবাৰী

 

Q. According to the 2010-2011 Agricultural Survey, the total area under cultivation in Assam is ------------- hectares - ২০১০-২০১১ চনৰ কৃষি জৰীপ মতে অসমত মুঠ ------------- হেক্টৰ মাটিত খেতি কৰা হয়

  • 28.11 lakhs - ২৮.১১ লাখ
  • 29.11 lakhs - ২৯.১১ লাখ
  • 30.11 lakhs - ৩০.১১ লাখ
  • 31.11 lakhs - ৩১.১১ লাখ

 

Q. There are almost all the small and marginal farmers in Assam ------------ people - অসমত প্ৰায় ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক ------------ লোক

  • 85 per cent - ৮৫ শতাংশ
  • 90 per cent - ৯০ শতাংশ
  • 86 per cent - ৮৬ শতাংশ
  • 88 percent - ৮৮ শতাংশ

 

Q. Assam is divided into total --------------- agro-hydrological zones - অসমক মুঠ --------------- কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে

  • Five - পাঁচটা
  • Six - ছয়টা
  • Seven - সাতটা
  • Eight - আঠটা

 

Q. The main food crop of Assam is - অসমৰ প্ৰধান খাদ্য শস্য হ’ল

  • Wheat - গম
  • Rice - ধান
  • Wheat - ঘেঁহু
  • Barley - বাৰ্লি

 

Q. Assam Tea Industry Park is located - অসমৰ চাহ উদ্যোগ পাৰ্ক অৱস্থিত

  • In Tezpur - তেজপুৰত
  • In Barpeta - বৰপেটাত
  • In Shaigaon - ছয়গাঁওত
  • In Shivsagar - শিৱসাগৰত

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. The Border Trade Center of Assam ------------ is located - অসমৰ সীমান্ত বাণিজ্য কেন্দ্ৰ ------------ অৱস্থিত

  • In Mankachar - মানকাছাৰত
  • In Nalbari - নলবাৰীত
  • In Rangia - ৰঙিয়াত
  • In Tezpur - তেজপুৰত

 

Q. ---------------- district is the first among the districts of Assam in fish production - মাছ উৎপাদনত অসমৰ জিলাসমূহৰ ভিতৰত - - - - - - - - - - - - - - - জিলা প্রথম

  • Lakhimpur - লক্ষিমপুৰ
  • Kamrup - কামৰূপ
  • Nagaon - নগাঁও
  • Nalbari - নলবাৰী

 

Q. The Wangala is known as - বাংগালাক বুলি জনা যায়

  • Music festival - সংগীত উৎসৱ
  • Spring festival - বসন্ত উৎসৱ
  • Hundred drum festival - এশ ঢোলৰ উৎসৱ
  • Dance festival - নৃত্য উৎসৱ

 

Q. They were the first tribe to arrive in Assam - অসমলৈ আগমন ঘটা প্রথমটো জনগোষ্ঠী আছিল

  • The Ostics - অষ্টিকসকল
  • The Mongols - মংগোলীয়সকল
  • The Missing - মিছিংসকল
  • The Boros - বড়োসকল

 

Q. It is the second largest tribe in Assam by population - জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল

  • Boro - বড়ো
  • Missing - মিছিং
  • Karbi - কাৰ্বি
  • Ravana - ৰাভা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. They are the largest tribe in Assam in terms of population - জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে

  • The Boros - বড়োসকল
  • The Missing - মিছিংসকল
  • The Ravas - ৰাভাসকল
  • The Karbi people - কাৰ্বিসকল

 

Q. The major reserves of limestone in assam are in ................. and ......................... districts - অসমত চুণশিলৰ প্রধান খনি .................... আৰু ..................... জিলাত আছে

  • Dima Hasao and Karbi Anglong - ডিমা হাচাও আৰু কার্বি আংলং
  • Hojai and Barpeta - হোজাই আৰু বৰপেটা
  • Nagaon and Morigaon - নগাঁও আৰু মৰিগাঁও
  • Kukrajhar and Golaghat - কোকৰাঝাৰ আৰু গোলাঘাট

 

Q. What is the name of the axis that crosses the southern border of Assam - অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি

  • The Capricorn Line - মকৰক্ৰান্তি ৰেখা
  • Cancer Eclipse Line - কৰ্কটক্ৰান্তি ৰেখা
  • Longitude line - দ্ৰাঘিমা ৰেখা
  • The equator - বিষুৱ ৰেখা

 

Q. Which of the following rivers is not a tributary of the Brahmaputra - তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয়

  • Dhaleshwari - ধলেশ্বৰী
  • The Suwansiri - সোৱণশিৰি
  • Kapili - কপিলী
  • Gold cells - সোণকোষ

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. What is the size of the state of Assam in India - আয়তনৰ ফালৰপৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ

  • 2.39 per cent - ২.৩৯ শতাংশ
  • 3.39 per cent - ৩.৩৯ শতাংশ
  • 4.57 per cent - ৪.৫৭ শতাংশ
  • 5.72 per cent - ৫.৭২ শতাংশ

 

Q. To which State does the folk art form of Madhubani belong - মধুবনী লোকশিল্প কোনখন ৰাজ্যৰ অন্তর্গত

  • West Bengal - পশ্চিম বংগ
  • Orissa - উৰিষ্যা
  • Bihar - বিহাৰ
  • Rajasthan - ৰাজস্থান

 

Q. Bihu is the folk dance of which of the following States - বিহু তলৰ কোনখন ৰাজ্যৰ লোকনৃত্য

  • Assam - অসম
  • Uttar Pradesh - উত্তৰ প্ৰদেশ
  • Maharashtra - মহাৰাষ্ট্র
  • West Bengal - পশ্চিম বংগ

 

Q. Which of the following geographical lines passes through the state of Assam - তলৰ কোনটো ভৌগোলিক ৰেখা অসম ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে

  • Tropic of cancer - কর্কট ক্রান্তীয় ৰেখা
  • Equator - বিষুৱৰেখা
  • Tropic of Capricorn - মকৰক্রান্তীয় ৰেখা
  • None of the above - এটাও নহয়

 

Q. The Zeme Nagas (Zeme Naga) are found settled in which part of Assam - জেমি নগাসকলে(Zeme Naga) অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়-

  • In Dima Hasao district - ডিমা হাছাও জিলাত
  • In the district of Kokrajhar - কোকৰাঝাৰ জিলাত
  • In the district of Karbi Anglong - কাৰ্বিআংলং জিলাত
  • In Karimganj district - কৰিমগঞ্জ জিলাত

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. The non-tribal people like Kalita, Kaystha, Brahmin etc, presently living in Assam belong to------------- ethnic group - অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল------------- জনগোষ্ঠীৰ

  • The Ostic tribe - অষ্টিক জনগোষ্ঠীৰ
  • Caucasian ethnicity - ক’কেছীয় জনগোষ্ঠীৰ
  • The Mongolian people - মংগোলীয় জনগোষ্ঠীৰ
  • Not one - এটাও নহয়

 

Q. They are the people who settled in the Brahmaputra and Barak valleys of Assam and laid the foundation of Vedic civilization and culture - অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰা জনগোষ্ঠীটো

  • The Ostic tribe - অষ্টিক জনগোষ্ঠী
  • Caucasian people - ক’কেছীয় জনগোষ্ঠী
  • Mongolian peoples - মংগোলীয় জনগোষ্ঠী
  • The Ahoms - আহোমসকল

 

Q. The iconic outdoor musical festival of Arunachal Pradesh is - অৰুণাচল প্ৰদেশৰ আইকনিক আউটড'ৰ মিউজিকেল ফেষ্টিভেল হৈছে

  • Mopin festival - মপিন উৎসৱ
  • Ziro festival - জিৰো উৎসৱ
  • Losar festival লোছাৰ উৎসৱ
  • Wangala festival - বাংগালা উৎসৱ

 

Q. The people of Manipur celebrate festival in April - এপ্রিল মাহত মণিপুৰৰ লোকসকলে উৎসৱ পালন কৰে

  • Chapchar Kut - চাপচৰ কুট
  • Cheiraoba - চেইৰাওবা
  • Chakouba - চকৌবা
  • Ningol Chakouba - নিংগল চাকৌবা

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. What is the origin of the Muslims who entered Assam in the early 13th century under the leadership of Muhammad bin Bakhtiar Khiliji (Commander of Qutbuddin) - প্ৰায় ১৩ শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখ্তিয়াৰ খিলীজি (কুটুবুদ্দিনৰ সেনাপতি) ৰ নেতৃত্বত অসমত প্রবেশ কৰা ইছলাম ধৰ্মাবলম্বী লোকসকল কোন মূলৰ

  • Indus-Aryan origin - সিন্ধু-আৰ্য্যমূলৰ
  • Indus-dabir root - সিন্ধু-দাবিড়মূলৰ
  • Anglo-Aryan origin - ইংগ-আৰ্যমূলৰ
  • Not one - এটাও নহয়

 

Q. In 1228 AD, the Ahom crossed the Patkai Mountains from the Chan Plateau in northern Myanmar to Assam under Kar's leadership - ১২২৮ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে

  • Led by Landon - লেংদনৰ নেতৃত্বত
  • led by Chu-ka-pha - চ্যু-কা-ফাৰ নেতৃত্বত
  • Under the leadership of Lachit - লাচিতৰ নেতৃত্বত
  • Not one - এটাও নহয়

 

Q. The Gal, a tributary to the Brahmaputra is situated between - ব্ৰহ্মপুত্ৰৰ উপনৈ গাই কাৰ কাৰ মাজত অবস্থিত

  • Subansiri and Bharali - সুকনশিৰি আৰু ভৰালী
  • Dibang and Dihang - দিবাং আক দিহাং
  • Dihang and Subansiri - দিহাং আক সুৱনশিৰি
  • Bharali and Dibang - ভৰালী আৰু দিবাং

 

Q. Which two places have been connected by Bhupen Hazarika Bridge - ভূপেন হাজৰিকা সেঁতুৱে কোন দুখন ঠাই সংযোগ কৰে

  • A Sadiya - Bokakhat
  • Dhola - Sadiya
  • Sadiya - Krisnapur
  • None of the Above

 

Q. Which religion has the largest population in Assam - জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি

  • Muslims - মুছলমান ধৰ্মাৱলম্বী
  • Hindu - হিন্দু ধৰ্মাৱলম্বী
  • Christians - খ্ৰীষ্টান ধৰ্মাৱলম্বী
  • Not one - এটাও নহয়

 

Q. Which among the following is correct about the Murung festival - মুৰুং উৎসৱৰ বিষয়ে তলৰ কোনটো উক্তি সত্য

  • It is a festival of property celebrated by Apatani people - আপতনি লোকসকলে পালন কৰা সম্পত্তিৰ উৎসৱ
  • It is a music & dance festival celebrated by Ahom community - আহোম সম্প্রদায়ৰ দ্বাৰা উদ্যাপন কৰা সংগীত আৰু নৃত্যৰ উৎসৱ
  • It is a harvest festival celebrated by Karbi People - কাৰি মানুহে পালন কৰা শস্য চপোৱা উৎসৱ
  • None of these - এটাও নহয়

 

Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved