Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assam Geography MCQ with Answer, Part - 2

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

 

Q. Saga dawa is a festival of - সাগা দোবা ৰ উৎসৱ

  • Nagaland - নাগালেও
  • Sikkim - ছিকিম
  • Manipur- মণিপুৰ
  • Meghalaya - মেঘালয়

 

Q. Which of the following clans of Rajputs is the Khajuraho temple associated with - ৰাজপুতসকলৰ তলৰ কোনটো ফৈদৰ সৈতে খাজুৰাহো মন্দিন জড়িত

  • Parmara - পৰমাৰ
  • Baghel - বাঘেলা
  • Chandela - চান্ডেলা
  • Tomar - টোমৰ

 

Q. As of 2011, Kamrup (Metro) district is considered to be the most densely populated district in Assam - ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত কামৰূপ (মেট্ৰো) জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে

  • 1010 people per square kilometre - প্রতি বৰ্গ কিলোমিটাৰত ১০১০ জন
  • 2011 people per square kilometre - প্ৰতি বৰ্গ কিলোমিটাৰত ২০১১ জন
  • 2021 persons per square kilometre - প্রতি বৰ্গ কিলোমিটাৰত ২০২১ জন
  • 2030 persons per sq km - প্রতি বৰ্গ কিলোমিটাৰত ২০৩০ জন

 

Q. Which coal field is the oldest in Assam - অসমৰ কোনখন কয়লা ক্ষেত্র আটাইতকৈ পুৰণি

  • Makum Coal fields - মাকুম কয়লা ক্ষেত্র
  • DiliJaipur Coal field - ডিলিজয়পুৰ কয়লা ক্ষেত্র
  • Naginimara field - নাগিনিমাৰা পথাৰ
  • Kailajan field - কৈলাজান পথাৰ

 

Q. Which among the following river of Assam is famous for Tor putitora, the national fish of Pakistan অসমৰ তলৰ কোনখন নদী পাকিস্তানৰ জাতীয় মাছ টোৰ পুটিতৰাৰ বাবে বিখ্যাত

  • Kapili - কপিলী
  • Burhi Dihing - বুঢ়ী দিহিং
  • Dhansiri - ধনশিৰি
  • Jia Bhoroli - জিয়া ভৰলী

 

Q. Which of the following is the name of the Glacier Source of the river Brahmaputra - তলৰ কোনটো ব্ৰহ্মপুত্র নদীৰ হিমবাহ

  • Zemu Glacier - জেমু হিমবাহ
  • Kailash Glacier - কৈলাশ হিমবাহ
  • Angsi Glacier - আংচি হিমবাহ
  • Khumbu Glacier - খুঘু হিমবাহ

 

CTET (Study Materials)

CTET Paper I CTET Paper II

 

Q. As of 2011, Dima Hasao district is considered to be the least populated district in Assam - ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে সবাতোকৈ সেৰেঙা বসতিপূৰ্ণ জিলা বুলি বিবেচিত ডিমা হাছাও জিলাখনৰ জনসংখ্যাৰ ঘনত্ব হৈছে

  • Only 44 people per square kilometre - প্রতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৪৪ জন
  • Only 34 people per square kilometre - প্রতি বৰ্গ কিলোমিটাৰত মাত্ৰ ৩৪ জন
  • Only 28 people per square kilometre - প্ৰতি বৰ্গ কিলোমিটাৰত মাত্ৰ ২৮ জন
  • Only 24 people per square kilometre - প্রতি বৰ্গ কিলোমিটাৰত মাত্ৰ ২৪ জন

 

Q. Literacy rate in Assam according to 2011 census - ২০১১ চনৰ লোকপিয়ল মতে অসমত শিক্ষিতৰ হাৰ

  • 72.19 per cent - ৭২.১৯ শতাংশ
  • 72.25 per cent - ৭২.২৫ শতাংশ
  • 73.21 per cent - ৭৩.২১ শতাংশ
  • 74.10 per cent - ৭৪.১০ শতাংশ

 

Q. According to the 2011 census, the sex ratio in Assam is ------------- people - ২০১১ চনৰ লোকপিয়ল মতে অসমত লিংগ অনুপাত হ’ল ------------- জন

  • 855 - ৮৫৫
  • 958 - ৯৫৮
  • 932 -৯৩২
  • 890 -৮৯০

 

Q. Umachal rock cave is located in which of the following place of Assam - উমাচলৰ শিলৰ গুহা অসমৰ কোন স্থানত অৱস্থিত

  • Guwahati - গুৱাহাটী
  • Nagaon - নগাও
  • Tezpur - তেজপুৰ
  • Golaghat - গোলাঘাট

 

Q. Chaklang is a marriage ritual followed by which of the following community of Assam - চকলং হৈছে অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে পালন কৰা বিবাহ বীতি

  • Ahom - আহোম
  • Karbi - কার্বি
  • Bodo - বড়ো
  • Rabha - ৰাভা

 

Q. According to the 2011 census, the number of people living in urban areas of Assam is - ২০১১ চনৰ লোকপিয়ল মতে অসমৰ নগৰত বাস কৰা লোকৰ সংখ্যা

  • 14.09 per cent - ১৪.০৯ শতাংশ
  • 16.10 per cent - ১৬.১০ শতাংশ
  • 20.20 per cent - ২০.২০ শতাংশ
  • 14.85 per cent - ১৪.৮৫ শতাংশ

 

Q. According to the 2011 census, the population density in the Barak Valley of Assam - ২০১১ চনৰ লোক পিয়ল মতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব হ’ল

  • 545 people - ৫৪৫ জন
  • 600 people - ৬০০ জন
  • 510 people - ৫১০ জন
  • 545 people - ৫৪৫ জন

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

Q. The Khasias and the Jaintias - খাছিয়া আৰু জয়ন্তীয়াসকল

  • Ostic - অষ্টিক
  • Aryans - আৰ্য্য
  • Dravidians - দ্ৰাবিড়
  • Mongolian ethnic groups - মংগোলীয় জনগোষ্ঠীয় লোক

 

Q. The tropical rainforests in Assam is - অসমৰ গ্রীষ্মমণ্ডলীয় বর্ষাৰণ্য

  • Buriburi rainforest - বুৰিবুৰি বৰ্ষাৰণ্য
  • Bogibeel rainforest - বগীবিল বর্ষাবণ্য
  • Dehing Patkal rainforest - দিহিং পাটকাই
  • None of the above - এটাও নহয়

 

Q. Which of the following river is known as Kameng in Arunachal Pradesh - তলৰ কোনখন নদী অৰুণাচল প্রদেশত কামেং নামেৰে জনাজাত

  • Jia Dhal - জিয়া ধল
  • Jaji - জাজী
  • Subansiri - সুৱনশিৰি
  • Jia Bharali - জিয়া ভৰালী

 

Q. There are several districts in the Brahmaputra plain - ব্ৰহ্মপুত্ৰ সমতলত কেইখন জিলা আছে

  • 10 - ১০
  • 15 - ১৫
  • 20 - ২০
  • 32 - ৩২

 

Q. Which is the largest district in Assam by area -অসমৰ মাটিকালি হিচাপে আটাইতকৈ ডাঙৰ জিলা কোনখন

  • Kamrup - কামৰূপ
  • Karbi Anglong - কাৰ্বি আংলং
  • Nagaon - নগাঁও
  • Dhubri - ধুবুৰী

 

Q. Which is the smallest district in Assam by area - অসমৰ মাটিকালি হিচাপে আটাইতকৈ সৰু জিলা কোনখন

  • Kamrup - কামৰূপ
  • Dhubri - ধুবুৰী
  • Tezpur - তেজপুৰ
  • Nagaon - নগাঁও

 

Assam TET (Study Materials)

Assam TET - LP Assam TET - UP

 

Q. The proposed Tipaimukh Dam is to be constructed over which river - কোনখন নদীৰ ওপৰত প্রস্তাবিত তিপাইমুখ বান্ধ নির্মাণ হ'ব

  • Brahmaputra River - ব্রহ্মাপুত্র নদী
  • Dibang River - দিবাং নদী
  • Surma River - সুৰমা নদী
  • Barak River - বৰাক নদী

 

Q. There are many ethnic groups in the country - বড়ো, মিছিং, ৰাভা, তিৱা ইত্যাদি জনগোষ্ঠীয়সকল

  • Austic - অষ্টিক
  • Aryans - আৰ্য্য
  • Dravidians - দ্ৰাবিড়
  • Mongolian ethnic people - মংগোলীয় জনগোষ্ঠীয় লোক

 

Q. The Ahom people of Assam are ------------ ethnic groups - অসমৰ আহোম লোকসকল ------------ জনগোষ্ঠীৰ লোক

  • Catcasean - কটকেছীয়
  • Dravidians - দ্ৰাবিড়
  • Mongolian - মংগোলীয়
  • Aryans - আৰ্য্য

 

Q. The Ahoms ruled Assam about ------------------ - আহোমসকলে অসমত প্রায় ------------------ ৰাজত্ব কৰিছিল

  • 500 years - ৫০০ বছৰ
  • 600 years - ৬০০ বছৰ
  • 620 years - ৬২০ বছৰ
  • 650 years - ৬৫০ বছৰ

 

ADRE (Study Materials)

Grade III Grade IV

 

Q. Which of the following district of Assam has the highest sex ratio - অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সর্বাধিক

  • Jorhat - যোৰহাট
  • Barpeta - বৰপেটা
  • Majuli - মাজুলী
  • Baksa - বাক্সা

 

Q. Gumrag is a folk dance of which of the following communities - গুমৰাগ তলৰ কোনটো সম্প্রদায়ৰ লোকনৃত্য

  • Rabha - ৰাভা
  • Khasi - খাছি
  • Mishing - মিছিং
  • Kuki - কুকি

 

Q. Auniati Satra is located in which of the following districts of Assam - আউনীআটী সত্ৰ অসমৰ তলৰ কোনখন জিলাত অবস্থিত

  • Majuli - মাজুলী
  • Barpeta - বৰপেটা
  • Jorhat - যোৰহাট
  • Nagaon - নগাঁও

 

Class 10 (Study Materials)

English Assamese Maths
Science Social Adv. Maths

 

Q. Assam produces ------------- of the total natural gas production in India - ভাৰতবৰ্ষৰ মুঠ প্রাকৃতিক গেছ উৎপাদনৰ ------------- অসমে উৎপাদন কৰে

  • 25 per cent - ২৫ শতাংশ
  • 20 per cent - ২০ শতাংশ
  • 30 per cent - ৩০ শতাংশ
  • 40 per cent - ৪০ শতাংশ

 

Q. The number of people engaged in agriculture in Assam is - অসমত কৃষিকাৰ্যত জড়িত লোকৰ সংখ্যা হ’ল

  • 75 per cent - ৭৫ শতাংশ
  • 80 per cent - ৮০ শতাংশ
  • 79 per cent - ৭৯ শতাংশ
  • 77 per cent - ৭৭ শতাংশ

 

Q. The Chandubi lake was formed in which year due to earthquake - কোন চনত হোৱা ভূমিকম্পৰ ফলত চানডুবি হ্ৰদৰ গঠন হৈছিল

  • 12th June 1897 - 12 জুন, 1897
  • 3rd July 1930 - 3 জুলাই, 1930
  • 9th September 1923 - 9 ছেপ্টেম্বৰ, 1923
  • 12th June 1997 - 12 জুন, 1997

 

Q. Deodhani is a folk dance of which of the following community - দেওধনী তলৰ কোনটো সম্প্রদায়ৰ লোকনৃত্য

  • Ahom - আহোম
  • Karbi - কার্বি
  • Bodo - বড়ো
  • Rabha - ৰাভা
Previous 1   2   3   4   5 Next

 

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved