| FaceBook Channel | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
Q. Mining the area of Assam - অসমৰ মাটিকালি কিমান
Q. BTAD in Assam, When was it formed - অসমত বি টি এ ডি- কেতিয়া গঠন হৈছিল
Q. What is the percentage of Assam in India in terms of area - আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ
Q. Which of the following is the highest peak in Karbi Plateau - তলৰ কোনটো কাৰ্বি মালভূমিৰ সর্বোচ্চ শৃংগ
Q. What is the total Area of Assam - অসমৰ মুঠ এলেকা কিমান
Q. In Tibet the river Brahmaputra is known as - তিব্বতত ব্রহ্মপুত্র নদীক কি নামেৰে জনা যায
Q. When was the capital of Assam known as Dispur -কেতিয়াৰ পৰা অসমৰ ৰাজধানী দিছপুৰ বুলি জনাজাত হয়
CTET (Study Materials)
| CTET Paper I | CTET Paper II |
Q. What is the name of the axis that crosses the southern border of Assam - অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাৰ নাম কি
Q. What is the name of the largest city in the North East - উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ নগৰখনৰ নাম কি
Q. What are the main components of the natural environment - প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি
Q. The National Park of Assam where the rare white winged duck (deohanh) is found is - অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা দেওহাঁহ পোৱা যায়
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
Q. Sangai Festival is a cultural festival celebrated in which state - ছাংগাই মহোৎসব কোনখন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসৱ
Q. The Gorsam Kora festival is popularly known as the friendship festival between India and which country - গোর্সাম কোৰা উৎসৱক ভাৰত আৰু কোনখন দেশৰ বন্ধুত্বৰ উৎসৱ বুলি জনপ্রিয়ভাবে জনা যায়
Q. Basohli Painting is a famous painting based in which state of India - বসোহলী পেইন্টিং ভাৰতৰ কোনখন ৰাজ্যৰ আধাৰত নির্মিত এখন বিখ্যাত চিত্র
Q. Deepor Beel wetland was listed as a Ramsar Site in the year - কোন বৰ্ষত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল
Q. What is the name of the capital of Assam - অসমৰ ৰাজধানীৰ নাম কি
Assam TET (Study Materials)
| Assam TET - LP | Assam TET - UP |
Q. Which is the main river of Assam - অসমৰ প্ৰধান নৈ কোনখন
Q. How many major tributaries of the Brahmaputra are there in the Brahmaputra plain - ব্ৰহ্মপুত্ৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমানখন ডাঙৰ উপনৈ আছে
Q. Sub - division of Kachar district - কাছাৰ জিলাৰ মহকুমা
Q. In which Bihu festival do people light lamps and prayed to God for good harvest - কোনটো বিহু উৎসবত মানুহে চাকি জ্বলাই ভগবানৰ ওচৰত শস্যৰ খেতি ভাল হ'বৰ বাবে প্রার্থনা কৰে
ADRE (Study Materials)
| Grade III | Grade IV |
Q. Which festival in Arunachal Pradesh marks the new year - অৰুণাচল প্রদেশৰ কোনটো উৎসব নতুন বছৰ হিচাপে পালন কৰা হয়
Q. Geographically, what is the climate of Assam - ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত
Q. The pre-monsoon season in Assam is known as - অসমত বাৰিষাৰ পূৰ্বৰ বতৰক বুলি জনা যায়
Q. Which mineral resource is used in the chemical and cement industries - ৰাসায়নিক আৰু চিমেন্ট উদ্যোগত কোনটো খনিজ সম্পদ ব্যৱহাৰ কৰা হয়
Class 10 (Study Materials)
| English | Assamese | Maths |
| Science | Social | Adv. Maths |
Q. There are several National Parks in Assam - অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে
Q. Manah National Park is located in which district - মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত
Q. What is the name of the highest peak in the Karbi Plateau - কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি
Q. What is the proportion of the total population of Assam living in the Barak Valley - বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে
Q. As of 2011, the population density in the Barak Valley of Assam is ---------------population per sq km - ২০১১ চনৰ তথ্যমতে অসমৰ বৰাক উপত্যকাত জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত --------------- জন
Q. Which festival of Nagaland is named after a bird of the state - নাগালেণ্ডৰ কোনটো উৎসৱৰ নাম ৰাজ্যখনৰ এটা চৰাইৰ নামেৰে ৰখা হৈছে
| Previous | 1 2 3 4 5 | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved