Top-Down and Bottom-Up Approaches in CTET Assamese Language Pedagogy explained. Download notes, practice questions, and expert strategies for Language I & II.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
Top-Down and Bottom-Up Approaches
উৰ্দ্ধগামী পদ্ধতি (Bottom-Up Approach)
উৰ্দ্ধগামী পদ্ধতি হৈছে এনে এক গঠন কৰিব গঠন কৰিব গঠন কৰিব , য'ত সৰু - সৰু অংশৰ পৰা গঠন কৰিব গঠন কৰিব গঠন কৰিব পৰ্যায়লৈ গতি কৰে। অৰ্থাৎ উৰ্দ্ধগামী পদ্ধতি হৈছে গঠন কৰিব গঠন কৰিব গঠন কৰিব, য'ত শিক্ষাৰ্থীয়ে শিক্ষাৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব, শব্দ আদিৰ দৰে সৰু উপাদানৰ পৰা আৰম্ভ গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু অৰ্থপূর্ণ পাঠৰ সৈতে পৰিচিত হয়। এই পদ্ধতিত গঠন কৰিব গঠন কৰিব গঠন কৰিব যান্ত্ৰিক দিশত গুৰুত্ব আৰোপ কৰা হয়।
Ø তলৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব যোৱা
Ø সৰুৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব যোৱা
অসমীয়া Marathon
YouTube : Assam TET Academy
আখৰৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব - ধ্বনিতাত্ত্বিক বিশ্লেষণ - গঠন কৰিব গঠন কৰিব গঠন কৰিব - বাক্যাংশ - গঠন কৰিব গঠন কৰিব গঠন কৰিব
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
নিম্নগামী পদ্ধতি (Top-Down Approach)
নিম্নগামী পদ্ধতি হ'ল এনে এক গঠন কৰিব গঠন কৰিব গঠন কৰিব য'ত সামগ্ৰিক গঠনৰ পৰা আৰম্ভ কৰি গঠন কৰিব গঠন কৰিব গঠন কৰিব অংশত বিভক্ত কৰে। অৰ্থাৎ নিম্নগামী পদ্ধতি হৈছে এক গঠন কৰিব গঠন কৰিব গঠন কৰিব, য'ত শিক্ষাৰ্থীয়ে সম্পূৰ্ণ পাঠ, গল্প, বা পৰিস্থিতিৰ পৰা আৰম্ভ কৰি বুজাৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব তলৰ গঠনবোৰ উপলব্ধি কৰে। এই পদ্ধতিত ভাষা আয়ত্ত কৰিবলৈ গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু অভিজ্ঞতা ব্যৱহাৰ কৰা হয়।
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
গঠন কৰিব গঠন কৰিব গঠন কৰিব - বাক্য - গঠন কৰিব গঠন কৰিব গঠন কৰিব - শব্দ - গঠন কৰিব গঠন কৰিব গঠন কৰিব - আখৰ

1. এটা বিশেষ পাঠ প্রসংগ বুজি পাবলৈ ন পঢ়ুৱৈ এজনে পাঠটোৰ মূল বিষয় বা থীমটোৰ বিষয়ে থকা তেওঁৰ সাধাৰণ জ্ঞান ব্যৱহাৰ কৰিছে। ই হৈছে - [Dec 2024]
1. নিম্ন-উর্দ্ধ (Bottom-up) পদ্ধতি
2. নিম্নগামী বা অধোমুখী (Bottom-down) পদ্ধতি
3. ঊর্য-নিম্ন বা অবৰোহী (Top-down) পদ্ধতি বা অভিগম
4. উর্ধমুখী (Top-up) পদ্ধতি
Answer : ঊর্য-নিম্ন বা অবৰোহী (Top-down) পদ্ধতি বা অভিগম
2. তুমি পঢ়াবলৈ গৈ দেখিলা যে পাঠ্যপুথিখন ছবি আৰু পদ্যৰে আৰম্ভ হৈ বর্ণত শেষ হৈছে। ভাষা শিক্ষণৰ ক্ষেত্রত এনেধৰণৰ অনুক্রমক কি অভিগমনে সমর্থন কৰে [July 2024]
1. নান্দনিক অভিগম (Aesthetic approach)
2. উর্দ্ধমুখী অভিগম (Bottom-up approach)
3. অধোমুখী অভিগম (Top down approach)
4. সাৰক্সাহী অভিগম (Eclectic approach)
Answer : অধোমুখী অভিগম (Top down approach)
3. আখৰ আৰু বর্ণমালাৰ পৰিবৰ্তে শব্দ আৰু চুটি কাহিনীৰে পঠন দক্ষতা আৰম্ভ কৰাটো তলত দিয়া কোনটোৱে স্বীকাৰ নকৰে। [Dec 2024]
1. শব্দ আৰু পাঠবোৰ বেছি আকর্ষণীয়, কিন্তু আখৰবোৰ নহয়।
2. শব্দ মনত ৰখাতকৈ সুকীয়া সুকীয়া আখৰ মনত ৰাখিবলৈ কঠিন।
3. ন-পঢ়ুৱৈয়ে ক্ষুদ্রতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে।
4. আখৰে কৰিব নোৱাৰা অর্থৱহ সংযোগ শব্দ আৰু পাঠে সৃষ্টি কৰিব পাৰে।
Answer : ন-পঢ়ুৱৈয়ে ক্ষুদ্রতৰ গোটতকৈ বৃহত্তৰ গোটত বেছি মনোযোগ দিব পাৰে।
4. পঠন শিকাবৰ কাৰণে বৰ্ণ আৰু ধ্বনিৰ দৰে। প্ৰাৰম্ভিক বা মৌলিক বিষয়েৰে আৰম্ভ কৰা এক শিকনৰ অধিগম বা পদ্ধতি (approach) টোক কি বুলি জনা যায়, য'ত শিশুক ধ্বনি লগ লগাই শব্দ গঠন কৰিবলৈ শিকোৱা হয় [Aug 2023]
1. গঠনাত্মক পদ্ধতি
2. অধোমুখী বা নিম্নগামী পদ্ধতি
3. উর্দ্ধমুখী পদ্ধতি
4. সামগ্রিক ভাষা পদ্ধতি
Asnwer : উর্দ্ধমুখী পদ্ধতি
5. তলত দিয়া কোনধৰণৰ নৈপুণ্য বা দক্ষতা শিশুৱে আনুষ্ঠানিক পঠন নির্দেশ আৰম্ভ কৰাৰ আগতেই বিকশিত হয় আৰু পৰৱৰ্তী বৌদ্ধিক দক্ষতাৰ ভেটি নির্মাণ কৰে [Aug 2023]
1. উদ্দামী সাক্ষৰতা
2. উদ্যামী (Emergent) সমাধান
3. উদ্দামী পাঠ্যক্রম
4. উদ্দামী গুণ বা ধর্ম
Asnwer : উদ্দামী সাক্ষৰতা
6. অধোমুখী (Top-down) অভিগমৰ অৰ্থ হৈছে। 'সামগ্রিক অর্থ সামৰি লোৱা । এতিয়া, উর্দ্ধমুখী (Bottom-up) অভিগমৰ অৰ্থ হৈছে [Aug 2023]
1. চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়া
2. পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু ধাৰণৰ আহৰণ কৰাত গুৰুত্ব দিয়া
3. পূর্ব - পঠনত গুৰুত্ব দিয়া
4. পাঠটোৰ শব্দ আৰু বাক্যাংশবোৰত গুৰুত্ব দিয়া
Asnwer : পাঠটোৰ শব্দ আৰু বাক্যাংশবোৰত গুৰুত্ব দিয়া
7. বিষয়বস্তুৰ জ্ঞান আৰু পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি ছাত্র - ছাত্রীয়ে শুনা দফা এটাৰ বিশেষ অর্থ উদ্ধাৰ কৰিছে আৰু বার্তাটো গঠন কৰা বাক্য, বাক্যাংশ আৰু শব্দবোৰৰ অৰ্থ উদ্ধাৰ কৰিছে। শুনা দফাটোৰ অর্থোদ্ধাৰ বা অর্থানুমান কৰাৰ এই ধৰণ বা প্রক্রিয়াটো হৈছে [Jan 2021]
1. ঊর্ধ্বগামী (Bottom up) উপদক্ষতা
2. অধোগামী বা উর্দ্ধ-নিম্ন (Top down) উপদক্ষতা
3. সমগ্র ভাষা পদ্ধতি বা অভিগম (approach)
4. সংহত পদ্ধতি বা অভিগম
Answer : অধোগামী বা উর্দ্ধ-নিম্ন (Top down) উপদক্ষতা
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved