Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

বিস্তৃত পঠন (Extensive Reading)

CTET Assamese ভাষা I আৰু IIৰ বিস্তৃত পঠন (Extensive Reading)ৰ সম্পূৰ্ণ টপিক, প্ৰশ্নোত্তৰ, কৌশল আৰু বিনামূলীয়া নোট ডাউনলোড কৰক।

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET language - Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and  Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

 

 

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 EVS Click
3 Mathematics Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

বিস্তৃত পঠন (Extensive Reading)

বিস্তৃত পঠন হৈছে এনে গঠন কৰিব গঠন কৰিব গঠন কৰিব আনন্দ আৰু মনোৰঞ্জনৰ সৈতে গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ মাধ্যমে বিষয়বস্তুৰ মূল ধাৰণাটো বুজিবলৈ চেষ্টা কৰে। ই গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ বাহিৰত আৰু ব্যক্তিগত উৎসাহৰ বাবে কৰা হয়।

 

অসমীয়া Marathon

YouTube : Assam TET Academy

 

i. এনে পঠনৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব মূল ধাৰণা এটা ল'বলৈ চেষ্টা কৰা হয়

ii. বিস্তৃত পঠনত গঠন কৰিব গঠন কৰিব গঠন কৰিব কাৰ্য আনন্দৰ লগত জড়িত হয়

iii. ইয়াত গঠন কৰিব গঠন কৰিব গঠন কৰিব কিন্তু বিস্তৃত ভাৱে পঢ়া হয়

iv. এনে পঠনৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব বাহিৰত মনোৰঞ্জনৰ বাবে পঢ়া হয়

 

CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 Mathematics and Science Click
3 Social Studies Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

i. এনে পঠনৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব এটা ল'বলৈ চেষ্টা কৰা হয়

Ø শিক্ষাৰ্থীয়ে বুজিবলৈ গঠন কৰিব গঠন কৰিব গঠন কৰিব কি কৈছে গঠন কৰিব গঠন কৰিব গঠন কৰিব বুজ লবলৈ চেষ্টা কৰে।

   

ii. বিস্তৃত পঠনত গঠন কৰিব গঠন কৰিব গঠন কৰিব কাৰ্য আনন্দৰ লগত জড়িত হয়

Ø পঢ়া কোনো গঠন কৰিব গঠন কৰিব গঠন কৰিব নহয় গঠন কৰিব গঠন কৰিব গঠন কৰিবউপন্যাস পঢ়ি আনন্দ উপভোগ কৰে।

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

iii. ইয়াত গঠন কৰিব গঠন কৰিব গঠন কৰিব বিস্তৃতভাৱে পঢ়া হয়

Ø শব্দৰ অৰ্থ, গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ ওপৰত মনোযোগ নিদিয়া হয় মূল উদ্দেশ্য হৈছে মূখ্য কথা বুজা।

 

iv. এনে পঠনৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব বাহিৰত মনোৰঞ্জনৰ বাবে পঢ়া হয়

Ø পাঠ্যপুথিৰ বাহিৰত গঠন কৰিব গঠন কৰিব গঠন কৰিব অনলাইন ব্লগ ইত্যাদি পঢ়া হয়।

 

To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ Assam TET Academy app টো download কৰক)
    

 

1. বিস্তৃত অধ্যয়নে ছাত্র - ছাত্রীৰ আগ্রহ ধাৱিত কৰে [Dec 2019]

1.  অচিনাকি শব্দৰ অৰ্থ উদ্ধাৰ কৰাৰ প্রতি

2.  পাঠত থকা ব্যাকৰণগত উপকৰণসমূহৰ ব্যৱহাৰৰ প্রতি

3.  কবিতা আবৃত্তিৰ প্রতি

4.  পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্রতি

Answer : পাঠ এটা পঢ়াৰ আনন্দ লাভৰ প্রতি

 

2. সামগ্ৰিকভাবে পঠন দক্ষতা বৃদ্ধিৰ কাৰণে আৰু লগতে মনোৰঞ্জনৰ কাৰণে পাঠ পঢ়া কার্যটো হৈছে [July 2019]

1.  সঘন তথা পুংখানুপুংখ পঠন

2.  বিস্তৃত পঠন

3.  পূর্ব পঠন

4.  উত্তৰ পঠন

Answer : বিস্তৃত পঠন

 

3. তলৰ কোনটো বিস্তৃত অধ্যয়নৰ (Extensive reading) সৈতে জড়িত নহয় [Dec 2019]

1.  ই পঠনৰ আনন্দ ব্যাপকৰূপত প্রদান কৰে

2.  ই গভীৰ অর্থবোধৰ বাবে সুক্ষ্মতম সবিশেষসহ অধ্যয়নৰ সুবিধা দিয়ে

3.  ই ভাষা শিকনৰ উত্তৰণ ঘটায়

4.  ই পাঠৰ সামগ্রিক বোধৰ বাবে কৰা পঠন

Answer : ই গভীৰ অর্থবোধৰ বাবে সুক্ষ্মতম সবিশেষসহ অধ্যয়নৰ সুবিধা দিয়ে

 

4. তলৰ কোনটো বিস্তৃত পঠন (Extensive Reading) ৰ উদ্দেশ্য নহয় [Jan 2024]

1.   সমীক্ষাৰ বাবে পঠন (Reading for Appreciation)

2.   উদ্‌ঘাটনৰ বাবে পঠন (Reading for extrapolation)

3.   ব্যাকৰণ শিকিবৰ বাবে পঢ়া

4.   আনন্দৰ বাবে পঠন

Answer : ব্যাকৰণ শিকিবৰ বাবে পঢ়া

 

5. সপ্তম মানৰ এগৰাকী শিক্ষকে পাঠ্যপুথিৰ পৰিৱৰ্তে ও অন্যান্য কিতাপ পঢ়াত গুৰুত্ব দিছে। এইক্ষেত্রত শিক্ষকগৰাকীয়ে কেনে ধৰণৰ পঠনক উৎসাহিত কৰিছে [Aug 2023]

1.  পুংখানপুংখ (Intensive) পঠন

2.  ভাগ - বটোৱাৰা বা অমিল - মিল পঠন

3.  ব্যাপক বা বিস্তৃত (Extensive) পঠন

4.  নির্দেশিত পঠন

Answer : ব্যাপক বা বিস্তৃত (Extensive) পঠন

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Full Courses, Ebooks and PYQ Mock Test

CTET Assam TET ADRE 3.0
D.El.Ed B.Ed Class - 9
Class - 10 Class - 12 NEET

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved