CTET Language I & II Assamese: Understand the ত্ৰি-ভাষিক সূত্ৰ (Three Language Formula) with detailed pedagogy, Assamese language teaching methods, and CTET exam-focused notes. Perfect for Assamese medium aspirants preparing for CTET.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ত্ৰি - ভাষিক সূত্ৰ (Three Language Formula)
ত্ৰি-ভাষিক সূত্ৰ (Tri-Lingual Formula) হৈছে ভাৰতৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব অনুসৰি স্কুল স্তৰত গঠন কৰিব গঠন কৰিব গঠন কৰিব শিক্ষাৰ অন্তর্ভুক্তি গঠন কৰিব গঠন কৰিব গঠন কৰিব এক নীতি। ই প্ৰথমবাৰ 1965 চনৰ ৰাষ্ট্ৰীয় গঠন কৰিব গঠন কৰিব গঠন কৰিবনীতি (National গঠন কৰিব গঠন কৰিব গঠন কৰিব on Education) ত প্ৰস্তাৱ কৰা হৈছিল।
মূল উদ্দেশ্যসমূহ (Objectives) :
1. ভাষাগত গঠন কৰিব গঠন কৰিব গঠন কৰিব – ভাৰতৰ বহু-গঠন কৰিব গঠন কৰিব গঠন কৰিব সমাজত ঐক্যতা স্থাপন।
2. মাতৃভাষাৰ সংৰক্ষণ – গঠন কৰিব গঠন কৰিব গঠন কৰিব মাধ্যম হিচাপে মাতৃভাষাৰ ব্যৱহাৰ।
3. ভাৰতীয় আৰু গঠন কৰিব গঠন কৰিব গঠন কৰিব ভাষাৰ জ্ঞান – ৰাষ্ট্ৰীয় ভাষা (হিন্দী), গঠন কৰিব গঠন কৰিব গঠন কৰিব, আৰু ইংৰাজী শিকিবলৈ উৎসাহ।
4. ভাষা শিকাৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব বিকাশ – গঠন কৰিব গঠন কৰিব গঠন কৰিব, চিন্তা শক্তি আৰু সাংস্কৃতিক বোধ বিকাশ।
ত্ৰি-ভাষিক সূত্ৰৰ গঠন (Structure) :
|
ভাষা |
বিৱৰণ |
|
১ম ভাষা |
গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিব ভাষা |
|
২য় ভাষা |
গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিব (হিন্দী অঞ্চলৰ বাহিৰত) |
|
৩য় ভাষা |
গঠন কৰিব গঠন কৰিব গঠন কৰিব বা অন্য এক ভাৰতীয় ভাষা |
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
উদাহৰণ (Examples) :
অসমত :
১ম ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব
২য় ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব
৩য় ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
হিন্দী অঞ্চলত :
১ম ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব
২য় ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব
৩য় ভাষা : গঠন কৰিব গঠন কৰিব গঠন কৰিব / গঠন কৰিব গঠন কৰিব গঠন কৰিব / গঠন কৰিব গঠন কৰিব গঠন কৰিব / অন্য ভাৰতীয় ভাষা
Note :
সাম্প্ৰতিক পৰিৱর্তন (NEP 2020 অনুসৰি) :
1. NEP 220 - ত ত্ৰি-ভাষিক সূত্ৰক গঠন কৰিব গঠন কৰিব গঠন কৰিব উৎসাহিত কৰা হৈছে।
2. চৰকাৰী আৰু ব্যক্তিগত বিদ্যালয়ত গঠন কৰিব গঠন কৰিব গঠন কৰিব শিক্ষাক বাধ্যতামূলক কৰা হ’ব, য'ত গঠন কৰিব গঠন কৰিব গঠন কৰিব দুটা ভাৰতীয় ভাষা হ’ব লাগে।
3. মাতৃভাষা বা গঠন কৰিব গঠন কৰিব গঠন কৰিব ভাষাত শিক্ষাৰ প্ৰাথমিক গঠন কৰিব গঠন কৰিব গঠন কৰিব দিয়া হৈছে।
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

1. বিদ্যালয়ত ভাষা শিক্ষনৰ নীতিক কোৱা হয় [Dec 2019]
1. বহুভাষিক শিক্ষা
2. শিক্ষাৰ ভাষা
3. মাতৃভাষাকেন্দ্রিক বহুভাষিকতা
4. ত্রিভাষা সূত্র
Answer : ত্রিভাষা সূত্র
2. ত্রিভাষা সূত্র অনুসৰি তৃতীয় ভাষা [Jan 2021]
1. গোটেই দেশতে একেই
2. কেৱল সংস্কৃত
3. হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ
4. কেৱল বিদেশী ভাষা
Answer : হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ
3. ভাৰতীয় শিশু এটাই কি ভাষা শিকাটো প্রয়োজনীয় [Dec 2018]
1. মাতৃভাষা
2. মাতৃভাষা আৰু এটা আঞ্চলিক ভাষা
3. মাতৃভাষা আৰু ইংৰাজী
4. যি কোনো তিনিটা ভাষা
Answer : যি কোনো তিনিটা ভাষা
4. তলৰ কোনটো ত্রি-ভাষা সুত্রৰ ক্ষেত্ৰত সত্য [Jan 2024]
1. শিশু এটাই ইংৰাজী বা ঘৰুৱা ভাষাত স্কুলীয়া শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তৰ সমাপ্ত কৰালৈকে দুটা বা অধিক ভাষা শিকিব
2. প্রত্যেক শিশুৱেই ৰাজ্য ভাষাত প্রাথমিক শিক্ষা আৰম্ভ কৰি উচ্চ মাধ্যমিক স্তৰৰ শিক্ষা শেষ কৰালৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
3. প্রত্যেক শিশুৱেই ৰাজভাযা হিন্দীত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰলৈকে অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
4. প্রত্যেক শিশুৱেই মাতৃভাষা বা ঘৰুৱা ভাষাত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰ পর্যন্ত অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
Answer : প্রত্যেক শিশুৱেই মাতৃভাষা বা ঘৰুৱা ভাষাত প্রাথমিক শিক্ষা গ্রহণ কৰি উচ্চ মাধ্যমিক স্তৰ পর্যন্ত অন্ততঃ দুটা অতিৰিক্ত ভাষা শিকিব
5. ভাষা শিক্ষণৰ ক্ষেত্ৰত তলৰ কোনটো বক্তব্য শুদ্ধ [Jan 2024]
1. নিজাভাষা/প্রথম ভাষাৰ জ্ঞানে দ্বিতীয় ভাষা আহৰণত প্রভাৱ বিস্তাৰ কৰে
2. নিজাভাষা/প্রথম ভাষাৰ দ্বিতীয় ভাষা শিকনৰ ক্ষেত্ৰত কোনো ভূমিকা নাই
3. নিজাভাষা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
4. প্রথম ভাষা শিকন আৰু দ্বিতীয় ভাষা সম্পূর্ণ সুকীয়া
Answer : নিজাভাষা/প্রথম ভাষাৰ শিক্ষণে দ্বিতীয় ভাষা শিকনত সহায় কৰে
6. ষষ্ঠ শ্রেণীৰ ছাত্রী শ্রেয়াই দেউতাকৰ চাকৰিৰ স্থান সলনি হোৱা বাবে পাঞ্জাৱৰ জলন্ধৰৰ পৰা তামিলনাড়ুৰ মাডুৰাইলৈ যাব লগা হ'ল। তেওঁ মাতৃভাষা পাঞ্জাৱী আৰু বিদ্যালয়ৰ ভাষা ইংৰাজী জানিছিল। পাছত তেওঁ চুবুৰীয়াসকলৰ পৰা তামিল ক'বলৈ আৰু পঢ়িবলৈ শিকিছে। তেওঁ বর্তমান জনা ভাষা কেইটাৰ আধাৰত তলৰ কোনটো উক্তি শুদ্ধ [Jan 2024]
1. তেওঁ পাঞ্জাৱী আৰু ইংৰাজী ভাষা-আহৰণৰ যোগেদি আৰু তামিল ভাষা - শিক্ষণৰ যোগেদি আহৰণ কৰিছে
2. তেওঁৰ তামিল ভাষা ভাষা-আহৰণৰ ভিতৰত পৰে আৰু ইংৰাজী আৰু পাঞ্জাৱী ভাষা ভাষা - শিক্ষণৰ ভিতৰত পৰে
3. তিনিওটা ভাষা পাঞ্জাৱী, তামিল আৰু ইংৰাজী তেওঁ ভাষা - শিক্ষণৰ যোগেদি শিকে
4. তেওঁৰ বাবে ইংৰাজী ভাষা-আহৰণ, পাঞ্জাৱী আৰু তামিল ভাষা - শিক্ষণ
Answer : তেওঁ পাঞ্জাৱী আৰু ইংৰাজী ভাষা-আহৰণৰ যোগেদি আৰু তামিল ভাষা - শিক্ষণৰ যোগেদি আহৰণ কৰিছে
7. ত্রিভাষা - সূত্রৰ ক্ষেত্রত তলৰ কোনটো শুদ্ধ [Jan 2024]
1. মাতৃভাষা/ঘৰুৱা ভাষা/প্রথম ভাষা হিচাপে অঞ্চলিক ভাষা
2. ইংৰাজী/হিন্দী/ঘৰুৱা ভাষা/প্রথম ভাষা হিচাপে আঞ্চলিক ভাষা
3. মাতৃভাষা/ঘৰুৱা ভাষা/প্রথম ভাষা হিচাপে হিন্দী
4. মাতৃভাষা/ঘৰুৱা ভাষা/প্রথম ভাষা হিচাপে ইংৰাজী
Answer : মাতৃভাষা/ঘৰুৱা ভাষা/প্রথম ভাষা হিচাপে অঞ্চলিক ভাষা
8. শিক্ষানীতিত ভাৰতৰ ভাষা (Three Language Formula বা ত্রিভাষা নীতি) হৈছে [July 2024]
(1) মাতৃভাষাভিত্তিক বহুভাষিকতা
(2) বহুভাষা শিক্ষা
(3) একভাষিক শিক্ষা
(4) হিন্দীত গুৰুত্ব আৰোপ কৰি দ্বিভাষিক শিক্ষা
Answer : মাতৃভাষাভিত্তিক বহুভাষিকতা
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved