Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

বহুভাষিকতা (Multilingualism)

Explore CTET Language I & II Assamese notes on বহুভাষিকতা (Multilingualism) with key concepts, pedagogy strategies, sample questions, and expert guidance. Ideal for CTET exam preparation in Assamese language.

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET language - Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and  Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

 

 

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 EVS Click
3 Mathematics Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

বহুভাষিকতা (Multilingualism)

বহুভাষিকতা (Multilingualism) বুলিলে এজন ব্যক্তি বা গঠন কৰিব গঠন কৰিব গঠন কৰিব ভাষা কথা পাতিবলৈ বা গঠন কৰিব গঠন কৰিব গঠন কৰিব হোৱাটো বুজায়

 

সংজ্ঞা :

বহুভাষিকতা হৈছে এনে এক গঠন কৰিব গঠন কৰিব গঠন কৰিব, ত এজন ব্যক্তি, গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিব দুটা বা গঠন কৰিব গঠন কৰিব গঠন কৰিব ব্যৱহাৰ কৰে বা বুজে। ই ব্যক্তিগত, সামাজিক, গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু গঠন কৰিব গঠন কৰিব গঠন কৰিব ক্ষেত্ৰত এক গুৰুত্বপূর্ণ দিশ।

 

অসমীয়া Marathon

YouTube : Assam TET Academy

 

বহুভাষিকতাৰ ধৰণ

1.    ব্যক্তিগত বহুভাষিকতা যেতিয়া এজন ব্যক্তিয়ে গঠন কৰিব গঠন কৰিব গঠন কৰিব ভাষা কথা পাতে (যেনে: গঠন কৰিব গঠন কৰিব গঠন কৰিব, বাংলা, গঠন কৰিব গঠন কৰিব গঠন কৰিব)।

2.    সামাজিক বা ৰাষ্ট্ৰীয় বহুভাষিকতা যেতিয়া এখন গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিবত বহু ভাষা ব্যৱহৃত হয় (যেনে: ভাৰত)

 

বহুভাষিকতাৰ সুফল

1.    জ্ঞান বৃদ্ধি : একাধিক ভাষা জানিলে গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু গঠন কৰিব গঠন কৰিব গঠন কৰিব বঢ়ে।

2.    সাংস্কৃতিক সংযোগ : বিভিন্ন ভাষা জানিলে বিভিন্ন গঠন কৰিব গঠন কৰিব গঠন কৰিব সম্পৰ্ক গঢ়ি তোলা যায়।

3.    কৰ্মক্ষেত্ৰত সুবিধা : বহু ভাষা জানিলে বেলেগ গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ সৈতে যোগাযোগ সহজ হয়।

4.    মগজুৰ বিকাশ : গৱেষণাৰে দেখুৱাইছে যে বগঠন কৰিব গঠন কৰিব গঠন কৰিব ব্যক্তিৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব অধিক সক্ৰিয় আৰু অনুকূলনক্ষম।

 

CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 Mathematics and Science Click
3 Social Studies Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

চেলেঞ্জ বা সমস্যাবোৰ

1.    ভাষাগত দ্বন্দ্ব : বহু ভাষা থকা দেশত ভাষা গঠন কৰিব গঠন কৰিব গঠন কৰিব বা গঠন কৰিব গঠন কৰিব গঠন কৰিব ভেদাভেদৰ সমস্যা দেখা দিব পাৰে।

2.    শিক্ষাৰ সমস্যাসমূহ : সকলো ভাষাত গঠন কৰিব গঠন কৰিব গঠন কৰিব পাঠ্যপুস্তক বা শিক্ষক নাথাকিব পাৰে।

 

Note :

1.    গঠন কৰিব গঠন কৰিব গঠন কৰিব য়ে বহুভাষিকতাক সম্পদ হিচাপে গণ্য কৰে |

2.    বহুভাষিকতাৰ অৰ্থ হৈছে এখন গঠন কৰিব গঠন কৰিব গঠন কৰিব একাধিক ভাষা কোৱা শিশু থকা |

3.    বহুভাষিক গঠন কৰিব গঠন কৰিব গঠন কৰিব শিশুৰ মাতৃভাষাক সম্পদ হিচাপে গণ্য কৰা হয় |

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

1. বহুভাষিকতা আৰু বহু সংস্কৃতিক উৎসাহিত কৰিবলৈ তলত দিয়াকেইটাৰ ভিতৰত কোনটো আটাইতকৈ প্রাসংগিক হ'ব। [Dec 2024]

1.  কল্পবিজ্ঞান

2.  দীঘল কাহিনী

3.  লোক কথা বা সাধু

4.  আত্মজীৱনী

Answer : লোক কথা বা সাধু

 

2. এগৰাকী শিক্ষক হিন্দীভাষী ছাত্র  -ছাত্রীক দ্বিতীয় ভাষা হিচাপে ইংৰাজী শিকাইছে। তেওঁ বিশদভাৱে নিয়মবোৰ বা সূত্রবোৰ নিশিকোৱাকৈয়ে সিহঁতক প্রসংগ অনুসৰি ইংৰাজীতে সৰু কথোপকথন কৰাৰ সুযোগ দিছে। আৰু তাৰ কাৰণে কিছুমান উদাহৰণো দাঙি ধৰিছে। লাহে লাহে শিক্ষকগৰাকীৰ সহায় লৈ ছাত্র-ছাত্রীবোৰে ভাষাটোৰ নিয়মবোৰ নিজেই বিচাৰি পাব পাইছে। শিক্ষকগৰাকীয়ে প্রয়োগ কৰা পদ্ধতিটো হ' [Dec 2024]

1.  যোগাযোগমূলক পদ্ধতি

2.  ব্যাকৰণ অনুবাদ পদ্ধতি

3.  প্রত্যক্ষ পদ্ধতি

4.  শ্রব্য ভাষিক পদ্ধতি

Answer : যোগাযোগমূলক পদ্ধতি

 

3. আপুনি এগৰাকী হিন্দীভাষী শিক্ষক আৰু আপোনাক পাঞ্জাৱৰ এখন প্রাথমিক বিদ্যালয়ত নিযুক্তি দিয়া হ'ল। আপুনি যিহেতু সেই স্থানৰ স্থানীয় ভাষাটো নাজানে, গতিকে আপুনি [July 2024]

1.  সকলোকে হিন্দী শিকিবলৈ অনুপ্রেৰিত কৰিব

2.  হিন্দীভাষী প্রধান এলেকালৈ বদলি বিচাৰি তৎকালীনভাবে আবেদন কৰিব

3.  শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে গ্রহণ কৰিব আৰু পঢ়াবলৈ আৰম্ভ কৰিব

4.  ইংৰাজীত যোগাযোগ কৰিব।

Answer : শিশুৰ মুখৰ ভাষাটোকে সমল ভাষা ৰূপে গ্রহণ কৰিব আৰু পঢ়াবলৈ আৰম্ভ কৰিব

 

4. একেটা বাক্ গোষ্ঠী (speech community) ৰ অন্তর্গত ভিন ভিন আর্থ সামাজিক পটভূমিৰ দুটা ভাষা-ভাষীৰ গোটে /s/ বা '' ধ্বনিটো ভিন ভিন ধৰণে উচ্চাৰণ কৰা পৰিলক্ষিত হয়। এইটো হৈছে এটা .............. পৰিবর্তনশীল কাৰক (Variable) [Dec 2024]

1.  সামাজিক-সাংস্কৃতিক

2.  সমাজ-ভাষাবিজ্ঞানৰ

3.  সমাজ-মনোবিজ্ঞানৰ

4.  বাস্তৱবাদী (pragmatic)

Answer : সমাজ-ভাষাবিজ্ঞানৰ

 

5. বহুভাষিকতা হৈছে [Dec 2018]

1.  ভাষা শিক্ষণৰ ক্ষেত্রত বাধা বা হেঙাৰ

2.  ভাষা উৎসৰ কাৰণে ক্ষতিকাৰক

3.  ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূর্ণ উৎস

4.  ভাষা শিকনৰ অসুবিধাৰ সৃষ্টিকাৰক

Answer : ভাষা শিকনৰ কাৰণে এক গুৰুত্বপূর্ণ উৎস

 

6. মাতৃভাষাকেন্দ্রিক বহুভাষিকতা মানে হৈছে [Dec 2019]

1.  কেৱল মাতৃভাষাৰ শিকন

2.  মাতৃভাষাৰ মাধ্যমেদি শিকন

3.  প্রথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পর্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়

4.  একাধিক ভাষা আৰু বিদেশী ভাষা মাতৃভাষা ৰূপে শিকন

Answer : প্রথমতে মাতৃভাষা শিকন আৰু পৰৱৰ্তী পর্যায়ত অধিক ভাষাৰ সৈতে পৰিচয়

 

7. তলত উল্লেখ কৰা প্রশ্নবোৰৰ ভিতৰত শিক্ষকে সোধা কোনটো প্রশ্নই বা কার্যই শ্রেণীত বহুভাষিকতা উৎসাহিত কৰে [Jan 2021]

1.  বেলুন কিমান ওপৰলৈ উৰিব পাৰে

2.  শাক-পাচলিবোৰ নাম তোমাৰ নিজৰ ভাষাত লিখা

3.  তোমাৰ পোহনীয়া জীৱ-জন্তু আছেনে

4.  তুমি আখৰবোৰ লিখিলানে

Asnwer : শাক-পাচলিবোৰ নাম তোমাৰ নিজৰ ভাষাত লিখা

 

8. "সমল হিচাপে বহুভাষিকতা" ৰ অৰ্থ হৈছে [Jan 2021]

1.  কেইবাটাও ভাষা শিকা

2.  শিশুৰ ভাষাটোত প্রতিটো শব্দৰে সমার্থসূচক শব্দ শিকোৱা

3.  পাঠ্যতালিকা অতিক্রমি ভাষা শিকোৱা

4.  শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা

Answer : শিকাৰুৰ ভাষাবোৰ কৌশল হিচাপে ব্যৱহাৰ কৰা

 

To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

 

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Full Courses, Ebooks and PYQ Mock Test

CTET Assam TET ADRE 3.0
D.El.Ed B.Ed Class - 9
Class - 10 Class - 12 NEET

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved