Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

নিদানমূলক পৰীক্ষণ (Diagnostic Test)

Practice CTET Language I & II Assamese নিদানমূলক পৰীক্ষণ (Diagnostic Test) online. Get topic-wise CTET Assamese diagnostic tests with solutions, improve weak areas, and boost your CTET score. Ideal for Paper 1 & 2. Updated as per latest syllabus.

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET language - Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and  Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

 

 

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 EVS Click
3 Mathematics Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

নিদানমূলক পৰীক্ষণ (Diagnostic Test)

শিক্ষকে যেতিয়া কোনো বিষয়ত গঠন কৰিব গঠন কৰিব গঠন কৰিব কাম/কাৰ্য কৰিবলৈ দিয়ে আৰু ছাত্ৰ-ছাত্ৰীজনে তাত গঠন কৰিব গঠন কৰিব গঠন কৰিব বা অসুবিধাৰ সন্মুখীন হয়, তেতিয়া গঠন কৰিব গঠন কৰিব গঠন কৰিব বিফলতা বা অসুবিধাৰ মূল কাৰণ বুজিবলৈ বিশেষ পৰীক্ষা কৰে, তাক "গঠন কৰিব গঠন কৰিব গঠন কৰিব" বোলা হয়। এই পৰীক্ষাৰ মূল উদ্দেশ্য হগঠন কৰিব গঠন কৰিব গঠন কৰিবৰ শিক্ষাগত দুৰ্বলতা আৰু সমস্যা চিনাক্ত কৰা।

 

অসমীয়া Marathon

YouTube : Assam TET Academy

 

CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 Mathematics and Science Click
3 Social Studies Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

নিদানমূলক পৰীক্ষণৰ পিছতে গঠন কৰিব গঠন কৰিব গঠন কৰিব শিক্ষা (Remedial Teaching) প্ৰদান কৰা হয়, যাৰ দ্বাৰা সেই গঠন কৰিব গঠন কৰিব গঠন কৰিব সমাধানৰ বাবে বিশেষ সহায় আৰু পাঠদান প্ৰদান কৰা হয়।

 

Note : গঠন কৰিব গঠন কৰিব গঠন কৰিব Test ৰ পিছত গঠন কৰিব গঠন কৰিব গঠন কৰিব Teaching আহে

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

1. ভাষা অধ্যয়নত নিদানমূলক পৰীক্ষা (diagnostic test) ৰ উদ্দেশ্য হৈছে[July 2024]

1.  শিক্ষার্থীৰ ফলাফল টোকাত প্রাপ্ত তথ্যবোৰ লিপিবদ্ধ কৰা।

2.  সামগ্রিক মূল্যায়ন (Summative Assessment) ৰ বাবে প্রশ্ন প্রস্তুত কৰা।

3.  অভিভাৱকক PTM ৰ যোগেদি খবৰ দিয়া আৰু তেওঁলোকক মনোযোগ দিবলৈ অনুৰোধ কৰা।

4.  শিক্ষার্থীৰ বোধজনিত সীমাবদ্ধতা সম্পর্কে জ্ঞাত হোৱা আৰু নিদানমূলক পদক্ষেপ লোৱা।

Answer : শিক্ষার্থীৰ বোধজনিত সীমাবদ্ধতা সম্পর্কে জ্ঞাত হোৱা আৰু নিদানমূলক পদক্ষেপ লোৱা।

 

2. নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে [Dec 2018]

1.  এক আদেশাত্মক কার্য

2.  এক নির্দেশমূলক কার্য

3.  এক নঞর্থক কার্য

4.  এক সৈদ্ধান্তিক কার্য

Answer : এক নির্দেশমূলক কার্য

 

3. ভাষা এটা শিকোঁতে শিশু এটিয়ে সম্মুখীন হোৱা কোনো এক নির্দিষ্ট অসুবিধাক বুজি পাবলৈ তলৰ কোনটো পৰীক্ষাই সহায় কৰে [July 2019]

1.  ডিছ্ক্রীট পইন্ট পৰীক্ষা

2.  ডাইগ'ষ্টিক পৰীক্ষা

3.  যোগাযোগমূলক পৰীক্ষা

4.  সমস্যা সমাধান কৰা পৰীক্ষা

Answer : ডাইগ'ষ্টিক পৰীক্ষা

 

4. তলত দিয়া কোনটো উপচাৰাত্মক বা নিদানমূলক শিক্ষণৰ ক্ষেত্ৰত শুদ্ধ [Aug 2023]

1.  প্রদর্শন বা ফলাফল উন্নীত কৰিবলৈ সহায় কৰা

2.  পিছপৰা শিক্ষার্থীৰ প্রতি অনুকম্পা ৰখা

3.  ফলাফল ভাল হ'বলৈ অতিৰিক্ত নম্বৰ দিয়া

4.  বিশেষ শিশুক বিশেষ গুৰুত্ব দিয়া

Answer : প্রদর্শন বা ফলাফল উন্নীত কৰিবলৈ সহায় কৰা

 

5. তলত দিয়া কোনটোৰ মূল্যায়ন কৰিবৰ কাৰণে উপচাৰাত্মক বা নিদানমূলক পৰীক্ষা (diagnostic test) ব্যৱহাৰ কৰা হয় [Aug 2023]

1.  শিকাৰৱে পাঠ এটাৰ সাৰৰ্মম উলিয়াব পৰা ক্ষমতাৰ

2.  শিকাৰুৰে নিজে কৰা ভুলবোৰ নিজে চিহ্নিত কৰিব পৰা ক্ষমতাৰ

3.  সাফল্যৰ ক্ৰম অনুসৰি স্থানপ্রাপ্তসকলৰ মূল্যায়ন কৰাৰ কাৰণে

4.  ভাষাৰ ক্ষেত্ৰত থকা শিকাৰুৰ সবল আৰু দুৰ্বল দিশবোৰৰ

Answer : ভাষাৰ ক্ষেত্ৰত থকা শিকাৰুৰ সবল আৰু দুৰ্বল দিশবোৰৰ

 

6. নৈদানিক শিক্ষা প্রযোজ্য হয় [Jan 2024]

1.   যিসকলৰ ভাষা শিক্ষণৰ ক্ষেত্ৰত বিশেষ মনোযোগৰ প্রয়োজন

2.   শিক্ষকে একাংশ বিশেষ শিক্ষার্থীন বাবে নিজৰ শিক্ষণ সলনি কৰিব বিচাৰে

3.   শিক্ষার্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ/শিকন কৌশল সলনি বা উন্নত কৰিব বিচাৰে

4.   ভাষাৰ কাকতত শিক্ষার্থী আক শিক্ষকে বেছিনম্বৰ পাব বিচাৰে

Answer : শিক্ষার্থী আৰু শিক্ষকে বুজিবৰ বাবে আৰু শিক্ষণ/শিকন কৌশল সলনি বা উন্নত কৰিব বিচাৰে

 

7. এগৰাকী শিক্ষার্থীৰ সৱলতা আৰু দুর্বলতাবোৰ পৰীক্ষা কৰা পদ্ধতিক কোৱা হয় [Dec 2024]

1.  বৈধতা পৰীক্ষা (Validity Test)

2.  হেতু পৰীক্ষা (Diagnostic Test)

3.  গঠনধর্মী পৰীক্ষা (Formative Test)

4.  বস্তুনিষ্ঠ পৰীক্ষা (Objective Test)

Answer : হেতু পৰীক্ষা (Diagnostic Test)

 

To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

 

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Full Courses, Ebooks and PYQ Mock Test

CTET Assam TET ADRE 3.0
D.El.Ed B.Ed Class - 9
Class - 10 Class - 12 NEET

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved