Prepare for CTET Language I & II Assamese with a complete guide on মূল্যায়ন (Assessment). Get important concepts, question patterns, MCQs, pedagogy strategies & previous year solutions. Perfect for Assamese medium CTET aspirants!
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
মূল্যায়ন(Assessment)
মূল্যায়ন হৈছে এক অবিৰত প্ৰক্ৰিয়া গঠন কৰিব গঠন কৰিব গঠন কৰিব ছাত্ৰৰ জ্ঞান আৰু শিক্ষণ গঠন কৰিব গঠন কৰিব গঠন কৰিব কৰে |
মূল্যায়ন (Assessment) বুলিলে গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ এটা অতি গুৰুত্বপূর্ণ অংগ বুজোৱা হয়, যাৰ জৰিয়তে গঠন কৰিব গঠন কৰিব গঠন কৰিব শিক্ষাৰ্থীৰ জ্ঞান, দক্ষতা, গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ বিকাশৰ পৰিমাণ জানিব পাৰে। মূল্যায়নৰ উদ্দেশ্য কেৱল নম্বৰ দিয়াই নহয়, শিক্ষাৰ্থী গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু ক'ত উন্নতিৰ প্ৰয়োজন আছে, সেইটো বুজি উঠা।
অসমীয়া Marathon
YouTube : Assam TET Academy
মূল্যায়নৰ প্ৰকাৰসমূহ
1. প্ৰাথমিক মূল্যায়ন (Diagnostic/Pre-assessment)
§ পাঠ গঠন কৰিব গঠন কৰিব গঠন কৰিব আগতে কৰা হয়
§ উদ্দেশ্য : গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ জ্ঞান বা গঠন কৰিব গঠন কৰিব গঠন কৰিব জানিবলৈ
§ উদাহৰণ : গঠন কৰিব গঠন কৰিব গঠন কৰিবৰ, গঠন কৰিব গঠন কৰিব গঠন কৰিব, কুইজ
2. গঠনমূলক মূল্যায়ন (Formative Assessment)
§ শিকন চলি গঠন কৰিব গঠন কৰিব গঠন কৰিব কৰা হয়
§ উদ্দেশ্য : শিকনৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব আৰু সহায় কৰা
§ উদাহৰণ : কৰ্মপত্ৰ, গঠন কৰিব গঠন কৰিব গঠন কৰিব পৰ্যালোচনা, চুটি প্ৰকল্প, মৌখিক প্ৰশ্ন
3. সাৰাংশমূলক মূল্যায়ন (Summative Assessment)
§ পাঠ বা অধ্যায় গঠন কৰিব গঠন কৰিব গঠন কৰিব কৰা হয়
§ উদ্দেশ্য : শিক্ষাৰ্থীয়ে কেনেকৈ গঠন কৰিব গঠন কৰিব গঠন কৰিব মূল্যায়ন
§ উদাহৰণ : গঠন কৰিব গঠন কৰিব গঠন কৰিব, টেষ্ট, গঠন কৰিব গঠন কৰিব গঠন কৰিব, প্ৰকল্প
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
4. আচৰণিক মূল্যায়ন (Behavioral Assessment)
§ শিক্ষাৰ্থীৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব, অংশগ্ৰহণ, সহপাঠীৰ সৈতে গঠন কৰিব গঠন কৰিব গঠন কৰিব আচৰণ কৰে, সেইবোৰ লক্ষ্য কৰা
§ উদাহৰণ : পর্যবেক্ষণ গঠন কৰিব গঠন কৰিব গঠন কৰিব, গঠন কৰিব গঠন কৰিব গঠন কৰিব মন্তব্য
মূল্যায়নৰ উদ্দেশ্য
i. শিক্ষাৰ্থীৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব বুজা
ii. পাঠ গঠন কৰিব গঠন কৰিব গঠন কৰিব উন্নয়ন
iii. শিক্ষাৰ্থীৰ গঠন কৰিব গঠন কৰিব গঠন কৰিব কৰা
iv. গঠন কৰিব গঠন কৰিব গঠন কৰিব সহায় আৰু গঠন কৰিব গঠন কৰিব গঠন কৰিব প্ৰদান
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. শুদ্ধ উক্তিটো বাছি উলিওৱী [Dec 2024]
1. পর্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন (Formative assessment) শিকনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে।
2. শিকনৰ সময়ছোৱাৰ আগতে আৰু চলি থকা অৱস্থাত কৰা হয়।
3. গঠনাত্মক মূল্যায়নে শিকনৰ কার্য বা ব্যৱহাৰিকতাতকৈ গঠন বা ৰূপত বেছি গুৰুত্ব দিয়ে।
4. সাৰাংশিত মূল্যায়ন (Summative assessment) হৈছে গোটেই বছৰটোৰ সকলো মূল্যায়নৰ সৰ্বমুঠ।
Answer : পর্যায়ভিত্তিক বা গঠনাত্মক মূল্যায়ন (Formative assessment) শিকনৰ গোটেই সময়ছোৱাত নিৰন্তৰ চলি থাকে।
2. তলত দিয়া কোনটো পর্যায়ভিত্তিক বা গঠনমূলক মূল্যায়ন (Formative assessment)- ৰ উদাহৰণ নহয় ? [Dec 2024]
1. নির্দিষ্ট সময়ছোৱাত বোধজনিত লিখিত আৰু মৌখিত পৰীক্ষাত মিশ্রণৰ লগতে অন্যান্য কার্য কিছুমান
2. চুটি পৰীক্ষাৰপৰা আৰম্ভ কৰি সংপাঠীয় মূল্যায়নলৈকে শিকনৰ গোটেই সময়ছোৱাত কৰা মূল্যায়ন কৌশল
3. শিকনৰ গোটেই কালছোৱা জুৰি মৌখিক আৰু লিখিত কার্য কিছুমান, চৰিত্র ৰূপায়ণ আদি
4. শিকন পর্যায়ৰ শেষত লোৱা লিখিত পৰীক্ষা
Answer : শিকন পর্যায়ৰ শেষত লোৱা লিখিত পৰীক্ষা
3. মূল্যায়ন (assessment)-ৰ বিষয়ে অশুদ্ধ উক্তিটো বাছি উলিওৱা। [Dec 2024]
1. ছাত্র-ছাত্রীৰ অগ্রগতিৰ বেগ নির্ণয়ত ই সহায় কৰে
2. মূল্যায়ন কেবল শিক্ষকেহে কৰিব পাৰে
3. ই ছাত্র-ছাত্রীৰ অগ্রগতিৰ এক সামগ্রিক ৰূপ দাঙি ধৰে
4. ছাত্র-ছাত্রীৰ প্রদর্শনৰ ই এক মূর্ত প্রমাণ
Answer : মূল্যায়ন কেবল শিক্ষকেহে কৰিব পাৰে
4. ............... হৈছে যথার্থতাক অতিক্রমি কৰা মূল্যায়ন বা অনুমান। [July 2024]
1. বহির্বেশন (Extrapolation)
2. বিশ্লেষণ
3. ব্যাখ্যা
4. আনুমানিকতা (inference)
Answer : বহির্বেশন (Extrapolation)
5. প্রাথমিক স্তৰত মূল্যায়নৰ আহিলা আৰু প্রক্রিয়াসমূহ এনেদৰে প্ৰস্তুত কৰিব লাগে যাতে [Jan 2024]
1. বিতং পৰীক্ষণ (Explicit Tests) আৰু পৰীক্ষাবোৰ শিক্ষার্থীৰ বাবে যথার্থ হয়
2. ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্রসাৰণত পৰিণত হয়
3. শ্রেণীকোঠাৰ সামগ্রিক প্রদর্শনৰ আধাৰত শিক্ষার্থীৰ অগ্রগতি ব্যাখ্যা আৰু পৰীক্ষা কৰিব পৰা যায়
4. শিক্ষকে যাতে সকলো শিক্ষার্থীক মূল্যায়ন কৰিবলৈ একেটাই পদ্ধতি ব্যবহাৰ কৰিব পাৰে
Answer : ই শিশুৰ অভিজ্ঞতাৰ এক স্বাভাৱিক সম্প্রসাৰণত পৰিণত হয়
6. শিক্ষকে ছাত্র - ছাত্রীসকলক কিছুমান গোটত ভাগ কৰি দিছে। এটা গোটে তেঁওলোকে আগদিনা শিকা পাঠ এটাত পোৱা শব্দ ভাণ্ডাৰৰ পাঁচোটাকৈ প্রশ্নোত্তৰ কৰিছে আৰু একেধৰনে আন এটা গোটৰ সৈতে প্রশ্নোত্তৰবোৰ সালসলনি কৰিছে। এই কার্যটো তলত দিয়া কোনটোৰ উদাহৰণ [Aug 2023]
1. সহপাঠী মূল্যায়ন
2. স্ব-মূল্যায়ন
3. গঠন মূল্যায়ন
4. ফীডবেক
Asnwer : সহপাঠী মূল্যায়ন
7. তলত দিয়া কোনটো শিশু এটাৰ ভাষা দক্ষতাৰ মূল্যায়নৰ ক্ষেত্ৰত কম ফলপ্রসূ [Jan 2021]
1. সাধু কথন
2. সাধু লিখন
3. ঘটনা এটাৰ বিৱৰণ দিয়া/কৰা
4. শ্রুতলিপি
Asnwer : শ্রুতলিপি
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved