CTET Assamese TLM, শিক্ষণ শিকণ সজুঁলি, Assamese Language I & II CTET, CTET TLM materials, CTET Assamese Notes, CTET Paper 1 Assamese, CTET Paper 2 Assamese, CTET Pedagogy in Assamese, Teaching Learning Material CTET Assamese
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
শিক্ষণ শিকণ সজুঁলি(TLM)
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. এগৰাকী শিক্ষকে দ্বিতীয় শ্রেণীৰ শিক্ষার্থীসকলৰ বাবে শিক্ষণ শিকন সঁজুলি সংগ্রহ কৰাৰ পৰিকল্পনা কৰিলে । তলৰ কোনটো শিক্ষণ শিকন সঁজুলি সংগ্ৰহৰ সঠিক প্রক্রিয়া নহয় [Jan 2024]
1. নির্বাচিত সঁজুলিসমূহ শিক্ষার্থীৰ বয়স অনুপাতে আকর্ষণীয় আৰু নিৰাপদ হ'ব লাগে
2. নির্বাচিত সঁজুলিবোৰ শিশুৱে উৎসুক্যসহ পৰীক্ষণ আৰু উদ্ভাৱন কৰাৰ উপযোগী হ'ব লাগে
3. নির্বাচিত সঁজুলিবোৰ স্থানীয়ভাৱে নির্মিত বা থিতাতে পাব পৰা হ'ব লাগে যাতে সেইবোৰ ততালিকে সলাই ল'ব পাৰি
4. নির্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্রস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিচলতা আঁতৰাবলৈ সামান্য খহতা হ'ব লাগে
Answer : নির্বাচিত সঁজুলিবোৰ কেৱল শিশুৰ দ্বাৰা প্রস্তুত কৰা হ'ব লাগে আৰু সেইবোৰৰ পিচলতা আঁতৰাবলৈ সামান্য খহতা হ'ব লাগে
2. শিক্ষার্থীৰ কাৰণে শিকন-শিক্ষণ সামগ্রী (Teaching-Learning Material) বাচি লওঁতে কোনটো দিশত গুৰুত্ব দিব লাগে [Jan 2021]
1. সামগ্রীখিনি ওচৰৰ বজাৰত উপলব্ধ হোৱা উচিত
2. সামগ্রীখিনি বেছি খৰচী হ'ব নালাগে
3. সামগ্রীবোৰ ছাত্র-ছাত্রীয়ে নিজেই তৈয়াৰ কৰা উচিত
4. সামগ্রীখিনি প্রসংগ সংগত আৰু সংগঠিত ধৰণৰ হোৱা উচিত
Asnwer : সামগ্রীখিনি প্রসংগ সংগত আৰু সংগঠিত ধৰণৰ হোৱা উচিত
3. এগৰাকী শিক্ষকে প্রতিবেদন লিখিবলৈ শিকাঁওতে ছাত্র-ছাত্রীৰ মাজত বাতৰি কাকতৰ কাটি ৰখা টুকুৰা কিছুমান বিলাই দিছে। শিক্ষক গৰাকীয়ে ছাত্র-ছাত্রীক প্রতিবেদন পঢ়িবলৈ দিছে আৰু সেই বিষয়ে সিহঁতৰ বক্তব্য বা বিশ্লেষণ লিখিবলৈ দিছে। এই পৰিস্থিতিত শিক্ষকজনে ব্যৱহাৰ কৰা বাতৰি কাকতৰ কাটি ৰখা টুকুৰাবোৰ হৈছে [July 2019]
1. এবিধ শিক্ষণ সঁজুলি
2. এবিধ শিকন সঁজুলি
3. TLM (Teaching Learning Material)
4. শিক্ষণ পদ্ধতি
Answer : TLM (Teaching Learning Material)
4. ভাষা শিক্ষণত শ্রব্য-দৃশ্য সামগ্রীসমূহ কিহৰ কাৰণে ব্যবহৃত হয় [Dec 2018]
1. উচ্চাৰণ শুধৰাবলৈ
2. লেখা শুধৰাবলৈ
3. পঠন শুধৰাবলৈ
4. ওপৰৰ এটাও নহয়
Answer : উচ্চাৰণ শুধৰাবলৈ
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved