Explore important CTET Assamese Language I & II notes on শিক্ষণৰ সূত্ৰ (Principles of Learning). Free PDF, explanations, MCQs, pedagogy tips, and Assam TET preparation resources in Assamese. Download now for CTET 2025 success!
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
শিক্ষণৰ সূত্ৰ (Principles of Learning)
শিক্ষণৰ সূত্ৰ (Principles of Learning) বুলিলে আমি বুজো — সেই মূল ধাৰণা বা নিয়মবোৰ, যিবোৰ শিক্ষাৰ প্ৰক্ৰিয়াটোক সহজ, ফলপ্ৰসু আৰু দীৰ্ঘস্থায়ী কৰি তোলে। এই সূত্ৰবোৰ মনোবিজ্ঞানৰ ভিত্তিত গঢ় লোৱা হয়, আৰু যিকোনো বয়সৰ শিক্ষাৰ্থীৰ বাবে প্ৰযোজ্য।
শিক্ষণৰ মুখ্য সূত্ৰবোৰ (Main Principles of Learning) :
1. প্ৰস্তুতিৰ সূত্ৰ (Law of Readiness) – Edward Thorndike
শিক্ষাৰ্থী মানসিক/শাৰীৰিকভাৱে শিকাৰ বাবে প্ৰস্তুত হ’লে, শিক্ষা সহজ হয়।
উদাহৰণ - ছাত্র/ছাত্ৰীয়ে যদি আগ্ৰহৰ সৈতে মন দিব পাৰে, তেন্তে ফল ভাল হয়।
2. অভ্যাসৰ সূত্ৰ (Law of Exercise/Practice) – Thorndike
এটা বস্তু বেছিকৈ অভ্যাস কৰিলে, ই মনত দৃঢ় হয়।
উদাহৰণ - বেছিকৈ গাণিতিক সমস্যাৰ অনুশীলন কৰিলে ফলাফল উন্নত হয়।
3. প্ৰভাৱৰ সূত্ৰ (Law of Effect) – Thorndike
যিবোৰ কাৰ্যই সুখদায়ক ফল দিয়ে, সেয়া পুনৰাবৃত্তি হয়।
উদাহৰণ - শিক্ষকে কোনো উত্তৰ প্ৰশংসা কৰিলে, ছাত্ৰ-ছাত্ৰীয়ে আকৌ চেষ্টা কৰে।
4. প্ৰেৰণাৰ সূত্ৰ (Principle of Motivation)
শিক্ষাৰ্থীৰ ভিতৰত আগ্ৰহ আৰু অভ্যন্তৰীণ ইচ্ছা থাকিলে, শিক্ষণ অধিক ফলদায়ক হয়।
উদাহৰণ - খেল-ধেমালি, পৰিশ্ৰমিক (reward), প্ৰশংসা আদিয়ে সহায় কৰে।
5. সক্রিয় অংশগ্ৰহণৰ সূত্ৰ (Learning by Doing) – John Dewey
শিক্ষাৰ্থীয়ে নিজে কৰি শিকিলে, সেয়া দীৰ্ঘস্থায়ী হয়।
উদাহৰণ - বিজ্ঞানৰ প্ৰয়োগ শ্ৰেণীত প্ৰায়ে ব্যৱহাৰ কৰা হয়।
6. পুনৰাবৃত্তি আৰু অনুশীলনৰ সূত্ৰ (Repetition & Reinforcement)
শিক্ষা মজবুত কৰিবলৈ পুনৰাবৃত্তি অতিপ্ৰয়োজনীয়।
উদাহৰণ - নিয়মিত revision কৰা।
7. অন্তৰ্দৃষ্টি (Insightful Learning) – Gestalt Theory
শিকিবলৈ কেৱল স্মৰণ নহয়, বুজা (insight) বেছি জৰুৰী।
উদাহৰণ - একেটা সমস্যাৰ বহু দিশৰ পৰা বিশ্লেষণ।
8. ব্যক্তিগত পাৰ্থক্য (Individual Differences)
প্ৰতিজন শিক্ষাৰ্থীৰ শিকাৰ গতি, বুদ্ধিমত্তা, আগ্ৰহ একে নহয়।
উদাহৰণ - ফলত, পঢ়োৱাৰ ধৰণতো ভিন্নতা আনি সহায় কৰা উচিত।
9. Transfer of Learning
আগতে শিকাৰ বিষয় বা অভিজ্ঞতা নতুন প্ৰসংগত প্ৰয়োগ কৰিব পৰা ক্ষমতা।
উদাহৰণ - গাণিতিক যুক্তি বিজ্ঞানত ব্যৱহাৰ কৰা।
Note :
i. জনাৰ পৰা নজনালৈ বা জ্ঞাতৰ পৰা অজ্ঞাতলৈ
ii. মূৰ্তৰ পৰা বিমূৰ্তলৈ
iii. সৰলৰ পৰা জটিললৈ
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved