Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

According to NCF 2005

Prepare for CTET Language I & II Assamese with expert notes based on NCF 2005. Get free PDF study materials, pedagogy strategies, solved papers & practice questions designed for CTET success in Assamese medium.

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

CTET language - Assamese : Paper 1

     Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and  Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

 

 

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 EVS Click
3 Mathematics Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

According to NCF 2005

       প্ৰাথমিক পৰ্যায়ত শিশুসকলক মাতৃভাষাৰ প্ৰয়োগৰ ফলত বা ব্যৱহাৰ কৰিব দিব লাগে যাতে শিশুৱে স্বাভাৱিক তথা সহজ সৰল প্ৰক্ৰিয়াৰে মাতৃভাষাৰ প্ৰয়োগৰ ফলত শিকিব পাৰে | শিশুসকলৰ মাতৃভাষাত মাতৃভাষাৰ প্ৰয়োগৰ ফলত বা মাতৃভাষাৰ প্ৰয়োগৰ ফলত প্ৰকাশৰ সুবিধা দিব লাগে |

 

       মাতৃভাষাৰ প্ৰয়োগৰ ফলত মাতৃভাষাৰ প্ৰয়োগৰ ফলত আঞ্চলিক ভাষাৰ প্ৰভাৱ পৰিব পাৰে | আমি মাতৃভাষাৰ প্ৰয়োগৰ ফলত আৰু মাতৃভাষাৰ প্ৰয়োগৰ ফলত গ্ৰহণ কৰিব লাগে |  

 

অসমীয়া Marathon

YouTube : Assam TET Academy

 

ভাষাৰ বিভিন্ন ৰূপ 

1. মাতৃভাষা ভাষাৰ মাতৃভাষাৰ প্ৰয়োগৰ ফলত ৰূপ
2. জাতীয় মাতৃভাষাৰ প্ৰয়োগৰ ফলত নাই
3. চৰকাৰী মাতৃভাষাৰ প্ৰয়োগৰ ফলত হিন্দী  

 

Note : 1963 চনৰ OLA (Official Language Act) ৰ জৰিয়তে অনুচ্ছেদ 383(1) ৰ মাতৃভাষাৰ প্ৰয়োগৰ ফলত হিন্দী ভাৰতৰ মাতৃভাষাৰ প্ৰয়োগৰ ফলত ভাষা | মান্য ভাষা শিক্ষা আৰু মাতৃভাষাৰ প্ৰয়োগৰ ফলত ব্যৱহাৰ কৰা হয় |

 

To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)

 

 

 

CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)

SL Subjects Links
1 CDP Click
2 Mathematics and Science Click
3 Social Studies Click
4 Language - English Click
5 Language - Hindi Click
6 Language - Assamese Click
7 Language - Bengali Click

 

1. (National Curriculum Framework) অত ৰূপৰেখা প্রস্তুত কৰা মতে শিশুৰ দক্ষতা আহৰণৰ বাবে এক সামগ্রিক, আদৰনীয় আৰু আনন্দদায়ক বাতাবৰণ প্ৰস্তুত কৰিব পৰা যায় [Jan 2024]

1.  তীব্ৰ গৰমত বাহিৰৰ কার্যাবলী নকৰাই ভিতৰুৱা কার্যত ব্যস্ত ৰাখি

2.  শিক্ষার্থীৰ স্বাস্থ্য আৰু কল্যাণৰ ওপৰত সর্বাধিক গুৰুত্ব প্রদান কৰি

3.  বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষার্থীৰ কৰ্মক প্ৰদৰ্শন কৰি

4.  শ্রেণীকোঠাটো ৰং বিৰঙেৰে সজাই এটা বর্ণময় পাৰিপার্শ্বিকতা সৃষ্টি কৰা

Answer : বিভিন্ন দিশৰ বিকাশৰ সৈতে সংগতি থকা শিক্ষার্থীৰ কৰ্মক প্ৰদৰ্শন কৰি

 

2. ভাৰতীয় সংবিধানৰ ৩৪৩ (২) অনুচ্ছেদ অনুসৰি [Dec 2019]

1.  হিন্দী এটা ৰাজভাষা

2.  হিন্দী এটা সহযোগী ৰাজভাষা

3.  ইংৰাজী এটা ৰাজভাষা

4.  ইংৰাজী এটা সহযোগী ৰাজভাষা

Answer : ইংৰাজী এটা সহযোগী ৰাজভাষা

 

YouTube Channel

Assam TET Academy Subscribe Now
Career Niyog Subscribe Now

 

3. NCF - 2005 ব নির্দেশাৱলীত তলৰ কোনটো অন্তর্ভুক্ত নহয় [Dec 2019]

1.  বিদ্যালয়ৰ বাহিৰত জীৱনৰ সৈতে জ্ঞানৰ সম্পর্ক স্থাপন কৰা

2.  পুনৰাবৃত্ত প্রক্রিয়াৰ (rote method) পৰা শিকনক আঁতৰাই অনাটো নিশ্চিত কৰা

3.  পাঠ্যক্রম পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে

4.  পৰীক্ষা অধিক নমনীয় আৰু শ্রেণীকোঠাৰ জীৱনৰ সৈতে সংহত (integrated) কৰা

Answer : পাঠ্যক্রম পাঠ্যপুথিকেন্দ্রিক হ'ব লাগে

 

4. ভাৰতীয় সংবিধানে ইংৰাজী ভাষাক কি মর্যাদা দিছে ? [Dec 2024]

1.  সহযোগী ৰাজভাষা

2.  বিদেশী ভাষা

3.  নিয়ামক সংস্থাসমূহৰ ভাষা

4.  ৰাজভাষা

Answer : সহযোগী ৰাজভাষা

 

5. উক্তি (A) : ইংৰাজী ভাৰতৰ সহযোগী দপ্তৰীয় ভাষা

যুক্তি (R) : ভাৰতৰ বিদ্যালয়সমূহৰ বিদেশী ভাষা হিচাপে ইংৰাজী পঢ়োৱা হয়।

ওপৰত দিয়া উক্তি আৰু যুক্তিৰ আধাৰত আটাইতকৈ উপযুক্ত উত্তৰটো বাঁচি উলিওৱাঁ ।  [Aug 2023]

1.  (A) শুদ্ধ, (R) অশুদ্ধ

2.  (A) আৰু (R) উভয়ে শুদ্ধ, কিন্তু (R), (A)-ৰ উপযুক্ত ব্যাখ্যা নহয়

3.  (A) অশুদ্ধ, (R) শুদ্ধ

4.  (A) আৰু (R) উভয়ে শুদ্ধ, আৰু (R) হৈছে (A)-ৰ উপযুক্ত ব্যাখ্যা

Answer : (A) শুদ্ধ, (R) অশুদ্ধ

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
B.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com

 

Full Courses, Ebooks and PYQ Mock Test

CTET Assam TET ADRE 3.0
D.El.Ed B.Ed Class - 9
Class - 10 Class - 12 NEET

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved