Prepare for CTET Language I & II Assamese with complete Language Learning (ভাষা শিক্ষণ) notes, pedagogy, strategies, and previous year questions. Boost your score with expert guidance in Assamese language teaching methods.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ভাষা শিক্ষণ (Language Learning)
শিক্ষণৰ বাবে ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ । সচেতনভাৱে ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ লাগে । নিয়ম শিকিব লাগে , ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ লাগে । দক্ষতা শিকিব লাগে । লগতে ভাষা শিক্ষণ এক ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ প্ৰক্ৰিয়া |
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
1. ভাষা দক্ষতাই শিক্ষার্থীক পার্গত কৰে [July 2024]
1. অধিকৰ পৰা অধিকতৰ ইংৰাজী ব্যৱহাৰত
2. বৈয়াকৰণিকভাৱে শুদ্ধ আৰু অশুদ্ধ বাক্য চিনাক্তকৰণত
3. বৈয়াকৰণিকভাৱে শুদ্ধ নহ'লেও সাৱলীলভাবে কথা কব পৰাত
4. কেনেকৈ আৰু ক'ত কি ভাষা ব্যৱহাৰ কৰিব লাগে তাৰ জ্ঞান লাভ কৰাত
Answer : বৈয়াকৰণিকভাৱে শুদ্ধ আৰু অশুদ্ধ বাক্য চিনাক্তকৰণত
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)
2. তলৰ কোনটো কার্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্রত প্রযোজ্য নহয় [Jan 2024]
1. যথার্থ যোগাযোগ উপস্থাপন
2. ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা
3. যোগাযোগৰ বাবে অভ্যাস কৰোৱা
4. নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিক্ষা
Answer : নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিক্ষা
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
3. প্রাথমিক স্তৰত শিশুসকল শিকাৰ ক্ষেত্ৰত অধিক নিয়োজিত হয়, যেতিয়া [Jan 2024]
1. শিক্ষকৰ লগে লগে পদ্য মাতে
2. তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্রিয় ব্যৱহাৰ কৰে
3. তেওঁলোকে নোটবোকত বর্ণ ট্রেচিং কৰে বা লিখে
4. সূক্ষ্ম অংগ সঞ্চালন দক্ষতা (fine motor skill) তে মাত্র গুৰুত্ব দিয়া হয়
Answer : তেওঁলোকে বিভিন্ন অনুভৱ ব্যৱহাৰ কৰে আৰু হাতৰ সক্রিয় ব্যৱহাৰ কৰে
4. এগৰাকী শিক্ষার্থীয়ে এটা শ্রেণী বা পাঠ্যক্রম শেষ কৰাৰ পাছত শিক্ষার্থীয়ে আহৰণ কৰিবলগীয়া জ্ঞান, দক্ষতা আৰু মানভংগী বুজাবলৈ ব্যবহৃত পৰিভাষাটো [July 2024]
1. আধাৰগত বৰ্ণবোধ পৰিণতি (Foundational Literacy Outcomes)
2. শিকন পৰিণতি
3. শিক্ষণ পৰিণতি
4. সাংখ্যিক পৰিণতি
Answer : শিক্ষণ পৰিণতি
5. শিকনত ৰৈ যোৱা আঁসোৱাহ জানিবলৈ ভুল-বিশ্লেষণ প্রয়োজনীয়। কাৰণ, [Dec 2024]
1. ভুলবোৰে শিকাৰুৱে বুজি নোপোৱাটো নির্দেশ কৰে
2. ভুলবোৰে ধাৰণাৰ বিকাশ আৰু প্ৰেৰণাদান কৰিব পাৰে
3. অধিকাংশ ভুল (error) শিকাৰুৰ নির্বিকাৰ মনোভংগীৰ কাৰণেই সংঘটিত হ'বলৈ পায়।
4. শিকাৰুৰ শিকনৰ স্তৰ আৰু সিহঁতৰ মনলৈ জুমি চাবৰ কাৰণে ভুলবোৰ একোখন থিৰীকিৰ দৰে
Answer : শিকাৰুৰ শিকনৰ স্তৰ আৰু সিহঁতৰ মনলৈ জুমি চাবৰ কাৰণে ভুলবোৰ একোখন থিৰীকিৰ দৰে
6. তলত দিয়া কোনটো ষ্টিফেন ক্ৰেশ্বেনৰ মনিটৰ হাইপ'থেছিছৰ ক্ষেত্রত শুদ্ধ নহয় ? [Dec 2024]
1. যিটো 'আহৰণ' কৰা হয়, সি 'শিকনত' বা 'শিকাত' সহায় কৰে।
2. নিয়ম বা সূত্রসমূহৰ পর্যাপ্ত জ্ঞান আৰু হাতত অফুৰন্ত সময় থাকিলেহে শিকাৰুৱে নিৰীক্ষণ বা তথ্যাৱগমন (monitor) কৰিব পাৰে।
3. দ্বিতীয় ভাষাৰ আহৰণত এই পাইপথৈ'ছিছৰ ব্যৱহাৰ হয়।
4. ভাষাৰ আহৰণ (acquisition) আৰু শিকন (learning)-ৰ সম্পৰ্কত ভেটিত ই প্রতিষ্ঠিত।
Answer : যিটো 'আহৰণ' কৰা হয়, সি 'শিকনত' বা 'শিকাত' সহায় কৰে।
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved