CTET Language I & II Assamese মাতৃভাষা (Mother Tongue) preparation notes, pedagogy concepts, important MCQs, solved papers & strategies in Assamese medium. Boost your CTET score with expert tips and free downloadable resources.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
মাতৃভাষা (Mother Tongue)
সংজ্ঞা : ভাষা আহৰণ হৈছে এক ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ যিটো সম্পূৰ্ণ ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ । সাধাৰণতে ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ পৰা মাতৃভাষা আহৰণ কৰে | ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ মাতৃভাষাত কথা ক'বলৈ আৰু বুজিবলৈ সক্ষম হয় |
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
মাতৃভাষা শিক্ষণৰ লক্ষ্য - উদ্দেশ্য
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. শিকাৰুৰ ভাষা শিকন উন্নীত কৰিবৰ কাৰণে তলত দিয়াবোৰৰ ভিতৰত কোনটো ফীডবেক (feed back) দিয়াৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্রসূ [Jan 2021]
1. শিকাৰুৰ ভুল শিক্ষকে লগে লগেই আঙ্গুলিয়াই দিয়া
2. যিবোৰ শিকাৰুৰ ভাষা ব্যৱহাৰত আটাইতকৈ বেছি অসুবিধা আছে, কেৱল সেইবোৰ শিকাৰুক ফীডবেক দিয়া
3. শিকাৰুৰ মাতৃভাষাৰ প্রভাৱৰ কাৰণে হোৱা ভুলবোৰ আওকান কৰি শিক্ষকে ভুল-বিশ্লেষণ কৰা উচিত আৰু তাৰ পাছত ভুলবোৰ শুধৰোৱাৰ কাৰণে কৌশল গ্রহণ কৰা উচিত
4. শিকাৰুৱে শ্রেণীকোঠাতে ভুলবোৰ আঙুলিয়াই দিলে বেয়া পাব বুলি ভাবি শিক্ষকে ভুলবোৰ আওকান কৰা উচিত
Answer : শিকাৰুৰ মাতৃভাষাৰ প্রভাৱৰ কাৰণে হোৱা ভুলবোৰ আওকান কৰি শিক্ষকে ভুল-বিশ্লেষণ কৰা উচিত আৰু তাৰ পাছত ভুলবোৰ শুধৰোৱাৰ কাৰণে কৌশল গ্রহণ কৰা উচিত
2. তলত উল্লেখ কৰা কোনটো মাতৃভাষা শিক্ষণৰ জ্ঞানৰ উদ্দেশ্য নহয় [Dec 2018]
1. ভাষাৰ উপাদানৰ পর্যাপ্ত জ্ঞান লাভ কৰা
2. বিষয়বস্তুৰ জ্ঞান লাভ কৰা
3. উচ্চাৰণৰ জ্ঞান লাভ কৰা
4. ভাষাটোত বিভিন্ন ধৰণৰ লিখনৰ জ্ঞান লাভ কৰা
Answer : উচ্চাৰণৰ জ্ঞান লাভ কৰা
3. এগৰাকী ভাষা শিক্ষকে প্রথমতে ইংৰাজীত এটা কাহিনী শুনালে। তাৰ পাছত শিক্ষার্থীক কাহিনীটো নিজৰ ভাষাত ক'বলৈ দিলে আৰু নিজৰ ভাষাত কৈ শ্রেণীকোঠাৰ সাধাৰণ ভাষাত ক'বলৈ দিলে। এই ধৰণৰ শিক্ষা দানব কৌশলক কোৱা হয় [Jan 2024]
1. ভাষান্তৰকৰণ (Translanguaging)
2. বহু ভাষিক শিক্ষণ
3. বহুভাষিক আঁচনি (Multilingual Policy)
4. ভাষা আহৰণ
Answer : ভাষান্তৰকৰণ (Translanguaging)
4. 'মাতৃভাষাভিত্তিক বহুভাষিকতা'ই তলত দিয়া কোনটোৰ পোষকতা কৰে। [Dec 2024]
1. সকলো শিশুৱে ইংৰাজী মাধ্যমত আৰু ঘৰুৱা ভাষাত বিদ্যাৰম্ভ কৰিব লাগে।
2. সকলো শিশুৱে সিহঁতৰ প্রথম ভাষা হিচাপে হিন্দী শিকা উচিত।
3. সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যাৰম্ভ কৰিব লাগে।
4. সকলো শিশুৱে ৰাজ্যভাষাত বিদ্যাৰম্ভ কৰা উচিত।
Answer : সকলো শিশুৱে নিজৰ মাতৃভাষা বা ঘৰুৱা ভাষাটোত বিদ্যাৰম্ভ কৰিব লাগে।
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved