CTET Assamese Language I & II: Comprehensive guide on ভাষা আহৰণ (Language Acquisition) covering key concepts, teaching strategies, and important topics for CTET exam preparation. Improve your language pedagogy skills with expert notes, practice questions, and latest updates.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ভাষা আহৰণ (Language Acquisition)
ভাষা আহৰণৰ প্ৰক্ৰিয়া
ক) প্ৰাকৃতিক প্ৰক্ৰিয়া
খ) পৰিৱেশৰ প্ৰক্ৰিয়া
গ) স্বত:স্ফূৰ্ত প্ৰক্ৰিয়া
ঘ) অচেতন বা অবচেতন প্ৰক্ৰিয়া
ঙ) অধিগ্ৰহণ মাতৃভাষা লগত অধিক সম্পৰ্কিত
চ) ই এক অনানুষ্ঠানিক প্ৰক্ৰিয়া
ভাষা আহৰণৰ প্ৰক্ৰিয়া (Process of Language Acquisition)
অসমীয়া Marathon
YouTube : Assam TET Academy
ক) প্ৰাকৃতিক প্ৰক্ৰিয়া (Natural Process)
খ) পৰিৱেশৰ প্ৰক্ৰিয়া (Environmental Process)
গ) স্বত:স্ফূৰ্ত প্ৰক্ৰিয়া (Spontaneous Process)
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ঘ) অচেতন বা অবচেতন প্ৰক্ৰিয়া (Unconscious/Subconscious Process)
ঙ) অধিগ্ৰহণ মাতৃভাষাৰ লগত অধিক সম্পৰ্কিত (Acquisition is Closely Related to Mother Tongue)
চ) ই এক অনানুষ্ঠানিক প্ৰক্ৰিয়া (It is an Informal Process)
ভাষা আহৰণৰ কাৰণ কি ?
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. ভাষা আহৰণ সম্ভৱপৰ হয় তেতিয়া, যেতিয়া [July 2024]
1. শিশুৰ ভাষাৰ সৈতে সংশ্রৰ হয়
2. শিশু এটা ব্যাকৰণৰ নিয়মবোৰ শিকোৱা হয়
3. শিশু এটাক অনুবাদৰ অভ্যাস কৰিবলৈ দিয়া হয়
4. শিশু এটাক পঢ়াৰ সুযোগ দিয়া হয়
Answer : শিশুৰ ভাষাৰ সৈতে সংশ্রৰ হয়
2. ভাষা শিকন হৈছে এক বিস্তৃত প্রক্রিয়া, যিটো জন্মৰ লগে লগে আৰম্ভ হয় আৰু গোটেই জীৱন জুৰি চলি থাকে - এই অভিমতটোৰ সৈতে তুমি একমত নে একমত নহয় [Jan 2024]
1. মই একমত
2. মই আংশিকভাৱে একমত
3. মই একমত নহয়
4. মই আংশিকভাৱে একমত নহয়
Answer : মই একমত নহয়
3. যদি এটি শিশুৱে তেওঁৰ চৌদিশৰ পাৰিপার্শ্বিকতাত দুটা ভাষা সমানে কৈ থকা শুনে, তেন্তে এই দুটা ভাষাৰ সৈতে পৰিচয়ে [Jan 2024]
1. শিশুটিক অসুবিধাত পেলাব
2. কোনো পার্থক্য নাৰাখে
3. শিশুটিৰ বাবে সুবিধাৰ সৃষ্টি কৰিব
4. বুজাত দ্বিধাৰ সৃষ্টি কৰিব
Answer : শিশুটিৰ বাবে সুবিধাৰ সৃষ্টি কৰিব
4. যেতিয়া কোনো বিধিব্যৱস্থা অনুসৰণ নকৰি ভাষা এটা স্বাভাবিকভাবে শিকা হয়, তেতিয়া ইয়াক কোৱা হয় [July 2024]
1. শিকন (Learning)
2. আহৰণ (Acquisition)
3. শাস্ত্রলব্ধ বিদ্যা (Erudition)
4. গ্রহণ (Acceptance)
Answer : আহৰণ (Acquisition)
5. ভাষা আহৰণ কৌশল (Language Acquisition Device - LAD) ৰ ধাৰণাই তলত দিয়া কোনটো সামৰি নলয় বা ব্যাখ্যা কৰিব নোৱাৰে [Dec 2024]
1. শিশুৱে কেনেদৰে প্রতীকাত্মক ভাষা শিকে
2. শিশুৱে পোৱা ভাষিক ইন্স্পুটতকৈ আউট্স্পুট কিয় বেছি হয়
3. শিশুৱে সিহঁতৰ প্রথম ভাষা কেনেদৰে শিকে
4. চাৰি-পাঁচ বছৰৰ চমু সময় এছোৱাৰ ভিতৰতে শিশুরে কেনেদৰে ভাষা শিকিবলৈ সমর্থ হয়
Answer : শিশুৱে কেনেদৰে প্রতীকাত্মক ভাষা শিকে
6. উক্তি (A) : জন্মগতভাবে বা জিনীয়ভাবে নির্ধাৰিত বাবেই শিকাৰুৱে ভাষা শিকে আৰু পৰিৱেশে এইক্ষেত্ৰত কোনো ভূমিকা পালন নকৰে |
যুক্তি (R) : শিকাৰুকেন্দ্রীক শ্ৰেণীকোঠাৰ পৰিৱেশে ভাষাৰ আহৰণত বিস্তৰ প্রভাৱ পেলায় |
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ - [Aug 2023]
1. (A) অশুদ্ধ, (R) শুদ্ধ
2. (A) আৰু (R) দুয়োটাই শুদ্ধ, আৰু (R) হৈছে (A)-ৰ শুদ্ধ ব্যাখ্যা
3. (A) আৰু (R) দুয়োটাই শুদ্ধ, কিন্তু (R). (A)-ৰ শুদ্ধ ব্যাখ্যা নহয়
4. (A) শুদ্ধ, (R) অশুদ্ধ
Asnwer : (A) অশুদ্ধ, (R) শুদ্ধ
7. তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে [Jan 2021]
1. শিশুটোৱে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটা
2. ঘৰ আৰু ঘৰৰ আশে-পাশে ডাঙৰে কথা পতা শুনা
3. শিশুটোক শুদ্ধ বাক্য আঁওৰাবলৈ দিয়া
4. আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া
Asnwer : আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া
8. ভাষা এটাৰ আহৰণ কেনেদৰে কৰা হয় [Jan 2021]
1. স্বাভাৱিক কথোপকথন বা আদান- প্রদানমূলক পৰিৰ্মেশত ভাষাটো ব্যৱহাৰ কৰাৰ দ্বাৰা
2. ভাষাটোৰ গঠন ব্যাখ্যা কৰি
3. ভাষাটোৰ সাহিত্য পঢ়ি
4. ভাষাটো কোৱা লোকসকলৰ কলা- সংস্কৃতিৰ বিষয়ে জনা / শিকাৰ দ্বাৰা
Asnwer : স্বাভাবিক কথোপকথন বা আদান- প্রদানমূলক পৰিৰ্মেশত ভাষাটো ব্যৱহাৰ কৰাৰ দ্বাৰা
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved