CTET Assamese Language I & II: Comprehensive guide on ভাষাৰ ৰূপ/প্ৰকাৰ (Types of Language). Explore detailed notes, examples, and exam-focused content to master language varieties, dialects, and forms for CTET preparation. Perfect resource for Assamese medium teachers and aspirants.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ভাষাৰ ৰূপ/প্রকাৰ (Types of Language)
ভাষাৰ ৰূপ তিনিটা -
ক. লিখিত ভাষা (Written Language)
খ. মৌখিক ভাষা (Spoken Language)
গ. সাংকেতিক ভাষা (Sign Language)
ক. লিখিত ভাষা (Written Language)
অসমীয়া Marathon
YouTube : Assam TET Academy
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
খ) মৌখিক ভাষা (Spoken Language)
গ. সাংকেতিক ভাষাঃ (Sign language)
Note : মৌখিক ভাষাৰ তথ্যমূলক কার্য্যই এজন ব্যক্তিৰ অধিক স্থায়ী |
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. তৃতীয় শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষার্থীসকলক নিজৰ সংগীসকলৰ সামর্থ্য পৰীক্ষা কৰিবৰ বাবে 'Can' ব্যৱহাৰ কৰি (যেনে - Can you swim ?) পাঁচটাকৈ প্রশ্ন কৰিবলৈ দিলে। এই ধৰণৰ কার্য হৈছে [Jan 2024]
1. মৌখিক সাৱলীলতাৰ পৰীক্ষা
2. মুক্ত কথন
3. নিয়ন্ত্রিত মৌখিক পৰীক্ষা
4. নিষ্ক্রিয় শ্রৱণ
Answer : মৌখিক সাৱলীলতাৰ পৰীক্ষা
2. তলৰ কোনটো অভ্যাসে শিক্ষকক শিক্ষার্থীৰ মৌখিক ভাষা বিকাশৰ ক্ষেত্রত সহায় কৰে ? [July 2024]
1. নতুন অথবা অপৰিচিত শব্দৰ শুদ্ধ উচ্চাৰণৰ অভ্যাস কৰি।
2. শিক্ষকৰ সৈতে পাঠৰ সমস্বৰ পঠন।
3. মুখস্থ কৰাৰ পাছত কবিতা এটাৰ সমস্বৰ পঠন
4. চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা।
Answer : চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা।
3. মৌখিক প্রস্তুতিকৰণ বা পৰিবেশনৰ কাৰণে তলৰ কোনটো পদ্ধতি উপযুক্ত নহয় [Dec 2018]
1. কণ্ঠ/স্বৰ প্ৰস্তুতিকৰণ
2. কবিতা আবৃত্তি
3. মুখামুখি প্রস্তুতিকৰণ
4. চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন
Answer : চিহ্ন ভাষাৰ দ্বাৰা পৰিবেশন
4. ছাত্র-ছাত্রীৰ মৌখিক দক্ষতা বৃদ্ধি কৰিবৰ কাৰণে তলত উল্লেখ কৰা কোনটো কার্য আটাইতকৈ কম গুৰুত্বপূর্ণ [Jan 2021]
1. বস্তু এটাৰ বিৱৰণ দিয়া
2. সিহঁতৰ নিজৰ ভাষাত সাধু-এটা কোৱা
3. শিক্ষকৰ লগে লগে সাধুটো আঁওৰোৱা
4. ঘটনা এটা বর্ণনা কৰা
Answer : শিক্ষকৰ লগে লগে সাধুটো আঁওৰোৱা
5. ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্র - ছাত্রীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বর্ণনা কৰিবলৈ দিছে [Jan 2021]
1. শ্রেণীকোঠাটো হুলস্থূলীয়া কৰি তুলিব
2. ধাৰণাৰ মৌখিক প্রকাশ বৃদ্ধি কৰিব
3. শ্রেণীকোঠাত নিয়মানুবর্তিয়া নোহোৱা কৰিব
4. পাঠ্যপুথি পঢ়া আমনি বা ব'ৰডম নোহোৱা কৰিব
Answer : ধাৰণাৰ মৌখিক প্রকাশ বৃদ্ধি কৰিব
6. তলত উল্লেখ কৰা অনুশীলনবোৰৰ কোনটোৱে মৌখিক ভাষা দক্ষতা বৃদ্ধিত আটাইতকৈ বেছিকৈ সহায় কৰে [Jan 2021]
1. এককভাৱে আৰু সমবেতভাৱে কবিতা আবৃত্তি কৰে
2. চৰিত্ৰ ৰূপায়নৰ খেল বা নাটক (role play) ত অংশগ্রহণ কৰা
3. শিক্ষকৰ লগে লগে সমবেত স্বৰত পাঠ্যপুথিৰ পাঠ এটা আওৰোৱাঁ
4. শিক্ষকৰ লগে লগে শব্দবোৰৰ শুদ্ধ উচ্চাৰণ সমবেত স্বৰত অনুশীলন কৰা
Asnwer : চৰিত্ৰ ৰূপায়নৰ খেল বা নাটক (role play) ত অংশগ্রহণ কৰা
7. তলত দিয়া কোনটো শ্রেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে [Dec 2018]
1. শিক্ষকৰ সৈতে সমস্বৰে পাঠ্যপুথিৰ অন্তৰ্গত কাহিনী এটা পঢ়া
2. শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা
3. এককভাৱে পদ্য মুখস্থ কৰি আবৃত্তি কৰা
4. প্রিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা
Answer : প্রিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্রহণ কৰা
8. ভাষাৰ প্ৰাথমিক ৰূপ হৈছে [Dec 2018]
1. সংকেত ভাষা
2. ব্যাকৰণ
3. লিখিত ভাষা
4. মৌখিক ভাষা
Answer : সংকেত ভাষা
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved