CTET Assamese Language I & II study guide on ভাষাৰ প্ৰকৃতি (Nature of Language) – detailed notes, key concepts, important definitions, and exam-focused insights. Perfect for CTET aspirants preparing for language pedagogy and teaching methodology sections. Enhance your understanding of the nature, features, and functions of language in Assamese.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
CTET language - Assamese : Paper 1
Prepare effectively for the CTET Assamese Paper 1 with our comprehensive Full Courses, Ebooks and Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 1, ensuring you are well-prepared for any type of question that may appear.

CTET Paper - I (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | EVS | Click |
| 3 | Mathematics | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
ভাষাৰ প্ৰকৃতি (Nature of Language)
অসমীয়া Marathon
YouTube : Assam TET Academy
1. ভাষা এটা ঘাইভাৱে চলি (Language is a Mental Faculty)
2. ভাষা এক সাংকেতিক প্ৰণালী (Language is a System of Symbols)
3. ভাষা হ'ল একোটা নিৰ্দিষ্ট অৰ্থ বহন Arbitrary)
4. ভাষা সংস্কৃতি আৰু ঐতিহ্যৰ বাহক (Language is the একোটা নিৰ্দিষ্ট অৰ্থ বহন Tradition)
CTET Paper - II (Full Courses, Ebooks and PYQ Mock Test)
| SL | Subjects | Links |
| 1 | CDP | Click |
| 2 | Mathematics and Science | Click |
| 3 | Social Studies | Click |
| 4 | Language - English | Click |
| 5 | Language - Hindi | Click |
| 6 | Language - Assamese | Click |
| 7 | Language - Bengali | Click |
5. ভাষা ঘাইভাৱে চলি (Language is ঘাইভাৱে চলি Continuous)
6. ই মানসিক আৰু বৌদ্ধিক বিকাশৰ বাহক (Language Supports Mental and Cognitive Development)
7. ই সৃষ্টিশীল আৰু গতিশীল (Language is Creative and Dynamic)
To get the complete notes mentioned above, Go to the Play Store and Download the Assam TET Academy app (ওপৰৰ সকলো Notes সম্পূৰ্ণৰূপে পাবলৈ, Play Store ত গৈ ‘Assam TET Academy’ app টো download কৰক)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Career Niyog | Subscribe Now |
1. শিশুৰ বোধজনিত অগ্রগতি আৰু ভাষা [Jan 2024]
1. উদ্দীপক সঁহাৰি আৰু অনুকৰণ প্ৰক্ৰিয়াৰ সম্পৰ্কৰ সৈতে জড়িত
2. মানে বুজিব লাগে যে, এগৰাকী জন্ম হৈছে ভাষা পাৰদর্শিতা প্রদর্শনৰ এটা আহিলাৰ সৈতে
3. প্রগতিৰ কোনো সম্পর্ক নাই।
4. শিশু এটা ডাঙৰ দীঘল হোৱা সমাজ এখনৰ সংস্কৃতি আৰু গোষ্ঠীসমূহৰ সৈতে নিকট সম্পর্কযুক্ত
Answer : শিশু এটা ডাঙৰ দীঘল হোৱা সমাজ এখনৰ সংস্কৃতি আৰু গোষ্ঠীসমূহৰ সৈতে নিকট সম্পর্কযুক্ত
2. ভাষা আৰু উপভাষাৰ বিষয়ে ভাষাতাত্ত্বিক দিশৰপৰা তলত দিয়া উক্তিকেইটাৰ কোনটো শুদ্ধ। [Dec 2024]
1. ভাষাৰ নিজস্ব লিপি থাকে, কিন্তু উপভাষাৰ নাথাকে।
2. ভাষা আৰু উপভাষাৰ মাজত কোনো সুনির্দিষ্ট ভাষাতাত্ত্বিক পার্থক্য নাই।
3. ভাষাৰ লিখিত সাহিত্য থাকে, কিন্তু উপভাষা কেৱল মৌখিক পৰম্পৰা নিৰ্ভৰ।
4. ভাষা আৰু উপভাষা ভাষাগতভাৱে বা ভাষাতত্ত্বগতভাৱে ভিন ভিন, কিন্তু ভৌগোলিকভাৱে একে।
Answer : ভাষা আৰু উপভাষাৰ মাজত কোনো সুনির্দিষ্ট ভাষাতাত্ত্বিক পার্থক্য নাই।
3. ভাষাৰ ব্যৱহাৰৰ তলত দিয়া কোনটো ৰূপৰ ভিত্তিৰ শিশুৰ অনানুষ্ঠানিক ভাব বিনিময়, বন্ধুত্ব আৰু সমাজৰ আন সকলৰ সৈতে সম্পর্ক আদি গঢ় লয় [Aug 2023]
1. সংগতকৰণ (Accommodation)
2. সমীভৱন (Assimilation)
3. ভাষা সামাজীকৰণ
4. সংস্কৃতিকৰণ
Answer : ভাষা সামাজীকৰণ
4. এটি শিশুৱে তাৰ ভাষাৰ শ্ৰেণীকোঠাৰ অভিজ্ঞতাৰ বিষয়ে কৈছে শিক্ষকে কেতিয়াবা সিহঁতক চকু মুদি বেগ এটাৰ পৰা কিবা বস্তু এটা উলিয়াবলৈ দিয়ে আৰু বস্তুটো চুই চাই সেইটোৰ বিষয়ে বর্ণনা কৰিবলৈ দিয়ে। এই খেলটো খেলি শিকিবলৈ ভাল
শিশুটিৰ মন্তব্যৰ পৰা তাৰ শিকন অগ্রাধিকাৰ (preference of learning) কি সেয়া চিহ্নিত কৰাঁ [Aug 2023]
1. মই চলা-ফিৰা কৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
2. মই শুনিলৈ পালে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
3. মই যেতিয়া অনুকৰণ কৰোঁ, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
4. মই যেতিয়া বস্তু এটা দেখা পাঁও, ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
Answer : মই চলা-ফিৰা কৰিলে ভাষাটো ভালকৈ মনত ৰাখিব পাৰোঁ
5. তলৰ কোনটো চিহ্ন ভাষাৰ ক্ষেত্রত শুদ্ধ নহয় [Jan 2024]
1. চিহ্ন ভাষাৰ বহুতো প্রকাৰ থাকে
2. চিহ্ন ভাষা এক স্বাভাৱিক ভাষা
3. চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
4. চিহ্ন ভাষাৰ ব্যাকৰণ থাকে
Answer : চিহ্ন ভাষাৰ ব্যাকৰণ নাথাকে
Full Courses, Ebooks and PYQ Mock Test
| CTET | Assam TET | ADRE 3.0 |
| D.El.Ed | B.Ed | Class - 9 |
| Class - 10 | Class - 12 | NEET |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved