৪. ব্যাখ্যা কৰা
(ক) সহস্র বয়নে যাৰ নপাৱন্ত সীমা।
অধমে জানিবো কেনে তোমাৰ মহিমা।
(খ) আতুৰ ভৈলোহো হৰি বিষয় বিকলে।
কৰিয়ো উদ্ধাৰ মোক চৰণ কমলে।
(গ) তোমাৰ চৰণ দুই মোৰ মহা ধন।
ভকত জনেৰ নিজ তুমিসে জীবন।
৫. 'সনক সনন্দ যোগী যাহাকু ধিয়ায় সকল নিগমে যাক বিচাৰি নপায়।'
- তাৎপর্য বিচাৰ কৰা।
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved