Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 50

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 50

 

1. Became the Chancellor of the Universities of the State - ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হ’ল

(a) Governor - ৰাজ্যপাল
(b) The Chief Minister - মুখ্য মন্ত্ৰী
(c) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ
(d) The President - ৰাষ্ট্ৰপতি

 

2. appoints Vice-Chancellor of Universities - বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলক নিযুক্তি দিয়ে

(a) The Chief Minister - মুখ্য মন্ত্ৰীয়ে
(b) Rajyapal - ৰাজ্যপলে
(c) The Prime Minister - প্রধান মন্ত্ৰীয়ে
(d) The Chief Justice of the High Court - উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে

 

3. Who appoints the Judges of the High Court - উচ্চ ন্যায়ালৰ বিচাৰপতিসকলক কোনে নিয়োগ কৰে

(a) The Governor - ৰাজ্যপালে
(b) The Chief Minister - মুখ্য মন্ত্ৰীয়ে
(c) The President shall - ৰাষ্ট্ৰপতিয়ে
(d) The Prime Minister - প্রধান মন্ত্ৰীয়ে

 

4. Who is vested with power to call, dissolve and adjourn sessions of the Legislative Assembly - বিধান সভাৰ অধিবেশন আহ্বান, ভংগ আৰু স্থগিত কৰাৰ ক্ষমতা কাৰ ওপৰত ন্যস্ত কৰা হৈছে

(a) of the President - ৰাষ্ট্ৰপতিৰ
(b) Governor's - ৰাজ্যপালৰ
(c) of the Chief Minister - মুখ্যমন্ত্ৰীৰ
(d) of the Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষৰ

 

5. Who is the Head of State Administration - ৰাজ্যিক প্ৰশাসনৰ মুৰবী কোন

(a) Governor - ৰাজ্যপাল
(b) The Chief Minister - মুখ্যমন্ত্ৰী
(c) The Commissioner - আয়ুক্ত
(d) The Chief Justice of the Court

 

6. He was the Secretary of the Ahom Sabha for about 80 years - প্ৰায 8০ বছৰ ধৰি আহোম সভাৰ সম্পাদক হোৱা ব্যক্তিজন আছিল

(a) Tarun Ram Fukan - তৰুণৰাম ফুকন
(b) Laxminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱা
(c) Padmanath Gohani Baroua - পদ্মনাথ গোহাঞি বৰুৱা
(d) None of the above - ওপৰৰ এটাও নহয়

 

7. The term of office of the Chief Minister is - মুখ্যমন্ত্ৰীৰ কাৰ্যকাল হ’ল

(a) 8 years - 8 বছৰ
(b) 5 years - ৫ বছৰ
(c) 6 years - ৬ বছৰ
(d) 10 years - ১০ বছৰ

 

8. The term of office of the Council of Ministers is - মন্ত্ৰী পৰিষদৰ কাৰ্যকাল হ’ল

(a) 8 years - 8 বছৰ
(b) 6 years - ৬ বছৰ
(c) 5 years - ৫ বছৰ
(d) 10 years - ১০ বছৰ

 

9. The Chief Minister is appointed by the Governor of the Constitution - মুখ্য মন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়ে সংবিধানৰ

(a) According to Article 164(1) - ১৬৪ (১) নং অনুচ্ছেদ মতে
(b) According to section 165(1) - ১৬৫ (১) নংঅনুচ্ছেদ মতে
(c) In accordance with Article 163(1) - ১৬৩ (১) নং অনুচ্ছেদ মতে
(d) According to section 155(1) - ১৫৫ (১) নংঅনুচ্ছেদ মতে

 

10. presides over meetings of the State Cabinet - ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে

(a) The Prime Minister - প্রধানমন্ত্ৰীয়ে
(b) The President shall - ৰাষ্ট্ৰপতিয়ে
(c) The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(d) The Governor - ৰাজ্যপালে

 

11. What is the minimum number of members of the State Legislative Assembly - ৰাজ্যিক বিধান সভাৰ নিম্নতম সদস্য সংখ্যা কিমান হ'ব লাগে

(a) 80 people - 80 জন
(b) 60 people - ৬0 জন
(c) 30 people - ৩0 জন
(d) 50 people - ৫০ জন

 

12. What is the maximum number of members of the State Legislative Assembly - ৰাজ্যিক বিধান সভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান হ’ব লাগে

(a) 500 people - ৫০০ জন
(b) 600 people - ৬০০ জন
(c) 126 people - ১২৬ জন
(d) 300 people - ৩০০ জন

 

14. What is the minimum age of members of the State Assembly - ৰাজ্যিক বিধানসভাৰ সদস্যৰ ন্যুনতম বয়স কিমান হ’ব লাগে

(a) 40 bushels - ৪০ বুছৰ
(b) 35 years - ৩৫ বছৰ
(c) 30 bushels - ৩০ বুছৰ
(d) 25 years - ২৫ বছৰ

 

15. Who conducts the Assembly - বিধানসভা কোনে পৰিচালনা কৰে

(a) The Governor - ৰাজ্যপালে
(b) The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(c) The Speaker of the Assembly - বিধানসভাৰ অধ্যক্ষই
(d) The Council of Ministers - মন্ত্ৰী পৰিষদে

 

16. Who conducts the business of the Assembly in the absence of the Speaker

(a) The Governor - ৰাজ্যপালে
(b) The Chief Minister - মুখ্যমন্ত্ৰীয়ে
(c) The Vice-Chairman - উপাধ্যক্ষই
(d) The Council of Ministers - মন্ত্ৰী পৰিষদে

 

17. What is the term of office of the Speaker of the Legislative Assembly - বিধানসভাৰ অধ্যক্ষৰ কাৰ্যকাল কিমান

(a) 10 years - ১০ বছৰ
(b) 8 years - ৮ বছৰ
(c) 6 years - ৬ বছৰ
(d) 5 years - ৫ বছৰ

 

18. What is the total number of states in India - ভাৰতবৰ্ষত মুঠ ৰাজ্যৰ সংখ্যা কিমান

(a) 27 - ২৭ খন
(b) 28 - ২৮ খন
(c) 26 - ২৬ খন
(d) 30 - ৩০ খন

 

19. The number of fundamental rights mentioned in the Constitution of India is - ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰৰ সংখ্যা হৈছে

(a) Four - চাৰিটা
(b) Eight - আঠটা
(c) Six - ছয়টা
(d) Ten - দহটা

 

20. When was the Assam Panchayati Raj Act passed - অসম পঞ্চায়তীৰাজ আইন কেতিয়া পাছ কৰা হৈছিল

(a) The 1990s - ১৯৯০ চন
(b) 1992 - ১৯৯২ চন
(c) 1995 - ১৯৯৫ চন
(d) 1994 - ১৯৯৪ চন

 

21. What is the tenure of local autonomy groups - স্থানীয় স্বায়ত্তশাসনৰ গোটসমূহৰ কাৰ্যকাল কিমান

(a) Six years - ছবছৰ
(b) Three years - তিনি বছৰ
(c) Five years - পাঁচ বছৰ
(d) Four years - চাৰি বছৰ

 

22. How many seats in Gaon Panchayats are reserved for Scheduled Castes and Tribes as per the 1991 Amendment - ১৯৯১ চনৰ সংশৌধনী মতে গাঁও পঞ্চায়তত কিমানখন আসন অনুসূচীত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়

(a) One-fourth - এক-চতুৰ্থাংশ
(b) One-third - এক-তৃতীয়াংশ
(c) Two-thirds - দুই-তৃতীয়াংশ
(d) Fifty percent - পঞ্চাশ শতাংশ

 

23. How many seats are reserved for women in Gaon Panchayats as per the 1991 amendment - ১৯৯১ চনৰ সংশোধনী মতে গাঁও পঞ্চায়তত কিমানখন আসন মহিলাৰ বাবে সংৰক্ষণ কৰা হয়

(a) One - quarter - এক - চতুৰ্থাংশ
(b) One - third - এক - তৃতীয়াংশ
(c) Fifty percent - পঞ্চাশ শতাংশ
(d) Two-thirds - দুই-তৃতীয়াংশ

 

24. What is the thul of the Gaon Panchayat - গাঁও পঞ্চায়তৰ থুল কিমান

(a) One - quarter - এক - চতুৰ্থাংশ
(b) Fifty per cent - পঞ্চাশ শতাংশ
(c) Two - thirds - দুই - তৃতীয়াংশ
(d) One - third - এক - তৃতীয়াংশ

 

25. In which year was the Constitution amended to provide for the formation of district-based Zila Parishads - কিমান চনৰ সংবিধান সংশোধনীৰ যোগেদি জিলা ভিত্তিক জিলা পৰিষদ গঠনৰ ব্যৱস্থা দিয়া হৈছিল

(a) The 1970s - ১৯৭০ চনৰ
(b) 1982 - ১৯৮২ চনৰ
(c) 1973 - ১৯৭৩ চনৰ
(d) 1985 - ১৯৮৫ চনৰ

 

26. How many seats are reserved for women in municipal corporations - পৌৰ নিগমত মহিলাৰ বাবে কিমান আসন সংৰক্ষিত আছে

(a) 25 - ২৫ খন
(b) 20 - ২০ খন
(c) 22 - ২২ খন
(d) 30 - ৩০ খন

 

27. How many seats are reserved for SCs and STs in the Solar Corporation - সৌৰ নিগমত অনুসূচীত জাতি আৰু জনজাতিৰ বাবে কিমান আসন সংৰক্ষণ আছে

(a) Two - দুখন
(b) Three - তিনিখন
(c) Four - চাৰিখন
(d) Six - ছখন

 

28. What is the population of a ward of a municipality - পৌৰ নিগমৰ একোটা ৱাৰ্ডত কিমান জনসংখ্যা থাকিব লাগে

(a) 6,500 - ৬,৫০০
(b) 7,000 - ৭,০০০
(c) 7,200 - ৭,২০০
(d) 7,500 - ৭,৫০০

 

29. What is the least number of members of a municipality - পৌৰসভাৰ সৰ্বনিম্ন সদস্য কিমান

(a) 15 people - ১৫ জন
(b) 10 people - ১০ জন
(c) 12 people - ১২ জন
(d) 20 people - ২০ জন

 

30. In which year was the Municipal Committee formed under the Assam Municipal Act - কিমান চনত অসম পৌৰ আইনমতে নগৰ সমিতি গঠন কৰা হয়

(a) 1960s - ১৯৬০ চন
(b) 1965 - ১৯৬৫ চন
(c) 1970s - ১৯৭০ চন
(d) 1956 - ১৯৫৬ চন

 

 

31. Constitution of India Recognized languages are mentioned in which Schedule of the Constitution - ভাৰতীয় সংবিধান স্বীকৃত ভাষাসমূহৰ বিষয়ে সংবিধানৰ কোনটো অনুসূচীত উল্লেখ আছে

(a) Fifth Schedule - পঞ্চম অনুসূচী
(b) Sixth Schedule - ষষ্ঠ অনুসূচী
(c) Seventh Schedule - সপ্তম অনুসূচী
(d) Eighth Schedule - অষ্টম অনুসূচী

 

32. When did the British pay a fee to Mangal Pandey - ব্ৰিটিছে কেতিয়া মংগল পাণ্ডেক ফীচি দিছিল

(a) In 1856 - ১৮৫৬ চনত
(b) In 1857 - ১৮৫৭ চনত
(c) In 1858 - ১৮৫৮ চনত
(d) In 1855 - ১৮৫৫ চনত

 

33. When established a branch of the National Congress in Natl, South Africa - দক্ষিণ আফ্ৰিকাৰ নাটতলত কেতিয়া জাতীয় কংগ্ৰেছৰ শাখা স্থাপন কৰিছিল

(a) In 1856 - ১৮৫৬ চনত
(b) In 1857 - ১৮৫৭ চনত
(c) In 1894 - ১৮৯৪ চনত
(d) In 1872 - ১৮৭২ চনত

 

34. India's first political party - ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল

(a) Assam Gana Parishad - অসম গণ পৰিষদ
(b) Communist Party of India - ভাৰতীয় কমিউনিষ্ট পাৰ্টি
(c) Janata Dal - জনতা দল
(d) Indian National Congress - ভাৰতীয় জাতীয় কংগ্রেছ

 

35. First film actor to become an MP of the Rajya Sabha - ৰাজ্যসভাৰ সাংসদ হোৱা প্ৰথমগৰাকী চলচ্চিত্র অভিনেতা

(a) Prithviraj Kapoor - পৃথ্বিৰাজ কাপুৰ
(b) Amitabh Bachchan - অমিতাভ বচ্চন
(c) Rajni Kant - ৰজনী কান্ত
(d) Rajesh Khanna - ৰাজেশ খান্না

 

36. an all-India team - এটা সৰ্বভাৰতীয় দল

(a) Assam Gana Parishad - অসম গণ পৰিষদ
(b) Tailand - তেলেণ্ড দেশম
(c) Akali Dal - আকালি দল
(d) Samjbadi Party - সমাজবাদী দল

 

37. Tailand Desam Affected States - তেলেণ্ড দেশম প্রভাৱিত ৰাজ্য

(a) Assam - অসম
(b) Andhra Predesh - অন্ধ প্ৰদেশ
(c) Mizoram - মিজোৰাম
(d) Bihar - বিহাৰ

 

38. States affected by the Assam Gana Parishad - অসম গণ পৰিষদৰ প্রভাৱিত ৰাজ্য

(a) Assam - অসম
(b) Andhra Pradesh - অন্ধ্ৰপ্ৰদেশ
(c) Meghalaya - মেঘালয়
(d) Punjab - পঞ্জাৱ

 

39. Akali Dal Affected States - আকালি দল প্রভাৱিত ৰাজ্য

(a) Assam - অসম
(b) Bihar - বিহাৰ
(c) Punjab - পঞ্জাৱ
(d) Rajasthan - ৰাজস্থান

 

40. The first non-Congress government was formed in India - ভাৰতত প্রথম অ - কংগ্ৰেছী চৰকাৰ গঠন হয়

(a) In 1947 - ১৯৪৭ চনত
(b) In the 1950s - ১৯৫০ চনত
(c) In 1977 - ১৯৭৭ চনত
(d) In the year - ২০০০ চনত

 

41. became Prime Minister in 1980 when the Indian National Congress regained power - ১৯৮০ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ পুনৰ ক্ষমতা দখল কৰাত প্ৰধানমন্ত্ৰী হৈছিল

(a) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া
(b) Morarji Desai - মোৰাৰজী দেশাই
(c) Rajiv Gandhi - ৰাজীৱ গান্ধী
(d) Indira Gandhi - ইন্দিৰা গান্ধী

 

42. In which year did the Indo-Pakistan War take place - ভাৰত - পাকিস্তানৰ যুদ্ধ কিমান চনত হয়

(a) In 1967 - ১৯৬৭ চনত
(b) In 1971 - ১৯৭১ চনত
(c) In 1981 - ১৯৮১ চনত
(d) In 1985 - ১৯৮৫ চনত

 

43. Coalition government -------------------- is possible only in a democracy - সন্মিলিত চৰকাৰ -------------------- গণতন্ত্ৰতহে সম্ভৱ

(a) One-party - একদলীয়
(b) Bipartisan - দ্বিদলীয়
(c) Multiparty - বহুদলীয়
(d) Not one - এটাও নহয়

 

44. A coalition government at the Center is established in India - ভাৰতত কেন্দ্ৰত সন্মিলিত চৰকাৰৰ সূচনা হয়

(a) In 1967 - ১৯৬৭ চনত
(b) In 1977 - ১৯৭৭ চনত
(c) In 1987 - ১৯৮৭ চনত
(d) In 1979 - ১৯৭৯ চনত

 

45. A country with a coalition government is - সন্মিলিত চৰকাৰ থকা দেশখন হ’ল

(a) The United States - আমেৰিকা
(b) Bitaine - বিটেইন
(c) China - চীন
(d) Japan - জাপান

 

46. What party system is currently in use in India - ভাৰতৰ বৰ্তমান কি দলীয় ব্যৱস্থাৰ প্ৰচলন আছে

(a) One-party system - একদলীয় ব্যৱস্থা
(b) Bi - party system - দ্বি - দলীয় ব্যৱস্থা
(c) multiparty system - বহুদলীয় ব্যৱস্থা
(d) All-party system - সৰ্বদলীয় ব্যৱস্থা

 

47. Which Indian, known as the Missile Man, holds the highest constitutional post in India - মিছাঁইল মেন’ হিচাপে খ্যাত ভাৰতৰ কোনগৰাকী ব্যক্তিয়ে ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিষ্ঠিত হয়

(a) Dr Bikram Sarabhai - ড. বিক্ৰম চাৰাভাই
(b) Dr C V Raman - ড. চি ভি ৰমণ
(c) Dr APJ Abdul Kalam - ড. এ পি জে আব্দুল কালাম
(d) Dr Jagdish Basu - ড. জগদীশ বসু

 

48. What is the total number of seats in the Assam Assembly - অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান

(a) 125 - ১২৫ খন
(b) 126 - ১২৬ খন
(c) 127 - ১২৭ খন
(d) 128 - ১২৮ খন

 

49. Which party led the formation of the first coalition government in India - কোন দলৰ নেতৃত্বত ভাৰতত প্রথম সন্মিলিত চৰকাৰ গঠিত হয়

(a) In the 1970s under the leadership of the Congress party - কংগ্ৰেছ দলৰ নেতৃত্বত ১৯৭০ চনত
(b) In 1972 under the leadership of the Congress party - কংগ্ৰেছ দলৰ নেতৃত্বত ১৯৭২ চনত
(c) In 1977 under the leadership of Janata Dal - জনতা দলৰ নেতৃত্বত ১৯৭৭ চনত
(d) Led by the BJP, in - বিজেপি দলৰ নেতৃত্বত,১৯৭৭ চনত

 

50. Who was the Prime Minister of the first coalition government of the Bharatiya Janata Party - ভাৰতীয় জনতা পাৰ্টিৰ সন্মিলিত প্রথমখন চৰকাৰৰ প্ৰধানমন্ত্ৰী কোন আছিল

(a) Lal Krishna Advani - লাল কৃষ্ণ আদৱানি
(b) Atal Bihari Vajpayee - অটল বিহাৰী বাজপেয়ী
(c) Inder Kumar Gujral - ইন্দৰ কুমাৰ গুজৰাল
(d) Manmohan Singh - মনমোহন সিং

 

51. Hikat is a popular dance of which state - হিকত কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য

(a) Jammu and Kashmir - জন্মু-কাশ্মীৰ
(b) Tamil Nadu - তামিলনাডু
(c) Maharashtra - মহাৰাষ্ট
(d) Kerala - কেৰালা

 

52. Kheyal is predominantly prevalent in which state - খেয়াল প্রধানকৈ কোনখন ৰাজ্যত প্রচলিত

(a) Rajasthan - ৰাজস্থান
(b) Tamil Nadu - তামিলনাডু
(c) Maharashtra - মহাৰাষ্ট্ৰ
(d) Kerala - কেৰালা

 

53. Which two Mughal emperors' mothers were Rajputs - কোন দুজন মোগল সম্ৰাটৰ মাক ৰাজপুত আছিল

(a) Akbar and Jahangir - আকবৰ আৰু জাহাংগীৰ
(b) Jahangir and Shahjahan - জাহাংগীৰ আৰু ছাহজাহান
(c) Shah Jahan and Aurangzeb - ছাহজাহান আৰু ঔৰংগজেৱ
(d) Sultan Mamud and Shah Jahan - চুলতান মামুদ আৰু ছাহজাহান

 

54. During whose reign Mughal painting reached its peak of development - কাৰ ৰাজত্বকালত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিলগৈ

(a) Akbar - আকবৰ
(b) Jahangir - জাহাংগীৰ
(c) Shah Jahan - ছাহজাহান
(d) Aurangzeb - ঔৰংগজেৱ

 

55. When did Sultan Mamud first invade India - চুলতান মামুদে প্রথম কেতিয়া ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল

(a) 1001 AD - ১০০১ খ্ৰীঃত
(b) In 1003 AD - ১০০৩ খ্ৰীঃত
(c) In 1005 AD - ১০০৫ খ্ৰীঃত
(d) In 1007 Sri - ১০০৭ শ্ৰীঃত

 

56. Who founded the Mughal Empire in India - ভাৰতত মোগল সাম্ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল

(a) Sultan Mamude - চুলতান মামুদে
(b) Akbar - আকবৰে
(c) Muhammad bin Toglke - মহম্মদ বিন টোগলকে
(d) Muhammad Babur - মহম্মদ বাবৰে

 

57. In whose memory did Emperor Shah Jahan build the Taj Mahal - কাৰ স্মৃতিত সম্ৰাট ছাহজাহানে তাজমহল নিৰ্মাণ কৰিছিল

(a) Wife Mamtaz - পত্নী মমতাজৰ
(b) of wife Noor Jahan - পত্নী নূৰজাহানৰ
(c) Rezia Sultana - ৰেজিয়া চূলতানাৰ
(d) None of the above - ওপৰৰ এটাও নহয়

 

58. Who was the last king of the Mughal Empire - মোগল সাম্ৰাজ্যৰ সৰ্বশেষ ৰজাজন কোন

(a) Sultan Mamud - চুলতান মামুদ
(b) Muhammad Babur - মহম্মদ বাবৰ
(c) Bahadur Shah II - দ্বিতীয় বাহাদুৰ শাহ
(d) Akbar - আকবৰ

 

59. Where was the Third Buddhist Conference held during the reign of Ashoka - অশোকৰ ৰাজত্বকালত তৃতীয় বৌদ্ধ মহামেল ক’ত অনুষ্ঠিত হৈছিল

(a) Kanauj - কনৌজ
(b) Pataliputra - পাটলিপুত্ৰ
(c) Sarnath - সাৰনাথ
(d) Vaishali - বৈশালী

 

60. What language was spoken in the country during the reign of the Mauryan dynasty - মৌৰ্য বংশৰ ৰাজত্বকালত দেশত কি ভাষা প্রচলিত আছিল

(a) Shift - পালি
(b) Prakrit - প্ৰাকৃত
(c) Sanskrit - সংস্কৃত
(d) All three languages - তিনিওটা ভাষা

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved