Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 49

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 49

 

1. Which of the following products in India currently occupies the number one position - সম্প্ৰতি ভাৰতৰ তলৰ কোনটো দ্রব্য উৎপাদনে এক নম্বৰ স্থান দখল কৰিছে

(a) Sugarcane - কুঁহিয়াৰ
(b) Jute - মৰাপাট
(c) Iron - লোহা
(d) Wheat - ঘেঁহু

 

2. The person associated with the Memorandum of Understanding (MOU) - বুজাবুজি চুক্তি ‘Memorandum of Understanding’ (MOU) ৰ লগত সম্পৰ্কিত ব্যক্তিজন

(a) Dr. Manmohan Singh - ড. মনমোহন সিংহ
(b) Pranab Mukherjee - প্রণৱ মুখাৰ্জী
(c) Subimal Dutta - সুবিমল দত্ত
(d) Arjun Sengupda - অৰ্জুন সেনগুপ্ত

 

3. Which position in the world is India currently occupying in the production of sugar - চেনি উৎপাদনত ভাৰতে সম্প্ৰতি বিশ্বৰ কোনটো স্থান দখল কৰিছে

(a) The first - প্রথম
(b) Second - দ্বিতীয়
(c) Third - তৃতীয়
(d) Fifth - পঞ্চম

 

4. India's second largest agro-based industry - ভাৰতৰ কৃষিভিত্তিক দ্বিতীয় বৃহৎ উদ্যোগ

(a) Jute Industry - মৰাপাট উদ্যোগ
(b) Sugar industry - চেনি উদ্যোগ
(c) Wheat or flour industry - ঘেঁহুবা আটা উদ্যোগ
(d) Tea industry - চাহ উদ্যোগ

 

5. Which of the following is not the cause of unemployment problem - নিবনুৱা সমস্যাৰ কাৰণৰ ভিতৰত তলৰ কোনটো নহয়

(a) Population growth - জনসংখ্যা বৃদ্ধি
(b) Neglect of physical labour - শাৰীৰিক শ্ৰমৰ প্রতি অৱজ্ঞা
(c) Lack of proper education and educational institutions - উপযুক্ত শিক্ষা তথা শিক্ষানুষ্ঠানৰ অভাৱ
(d) Lack of employment as opposed to attraction to government jobs - চৰকাৰী চাকৰিৰ প্রতি আকৰ্ষণৰ বিপৰীতে কৰ্মসংস্থানৰ অভাৱ 

 

6. Which of the following industries or sectors has the highest employment of women in India - ভাৰতবৰ্ষত তলৰ কোনটো উদ্যোগত বা খণ্ডত মহিলাৰ কৰ্মসংস্থান সকলোতকৈ বেছি

(a) In the textile industry - বস্ত্ৰউদ্যোগত
(b) In the tea industry - চাহ উদ্যোগত
(c) In the leather industry - চামৰা উদ্যোগত
(d) In the oil industry - তেল উদ্যোগত

 

7. The largest industry in India is - ভাৰতৰ বৃহত্তম উদ্যোগটো হ’ল

(a) Tea industry - চাহ উদ্যোগ
(b) Coal industry - কয়লা উদ্যোগ
(c) Textile industry - বস্ত্ৰ উদ্যোগ
(d) Cement industry - চিমেণ্ট উদ্যোগ

 

8. India is the second largest in the world in terms of production and storage of which of the following products - তলৰ কোনবিধ দ্রব্য উৎপাদন তথা ৰণ্ডানিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয়

(a) Petroleum products - পেট্ৰ’লজাত সামগ্ৰী
(b) Tea leaves - চাহপাত
(c) Cotton - কপাহ
(d) Coal - কয়লা

 

9. The North - Eastern Council was constituted - উত্তৰ - পূব পৰিষদ গঠন কৰা হৈছিল

(a) In 1971 - ১৯৭১ চনত
(b) In 1972 - ১৯৭২ চনত
(c) in 1981 - ১৯৮১ চনত
(d) in 1991 - ১৯৯১ চনত

 

10. The total population of the world ----------- lives in economically backward areas - পৃথিৱীৰ মুঠ জনসংখ্যাৰ - - - - - - - - - বসবাস কৰে অৰ্থনৈতিকভাৱে অনগ্ৰসৰ অঞ্চলত

(a) 50 per cent - ৫0 শতাংশ
(b) 60 percent - ৬0 শতাংশ
(c) 65 per cent - ৬৫ শতাংশ
(d) 70 per cent - ৭0 শতাংশ

 

11. Which of the following states has gold mines - তলৰ কোনখন ৰাজ্যত সোণৰ খনি আছে

(a) Bihar - বিহাৰ
(b) Assam - অসম
(c) Gujarat - গুজৰাট
(d) Sikkim - চিকিম

 

12. If the total national income of the country is divided by the total population, the average income obtained against each person is called ------------ - দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে, প্রতিজন লোকৰ বিপৰীতে পোৱা গড় আয়কে ------------ বোলে

(a) National Income - ৰাষ্ট্ৰীয় আয়
(b) Per capita income - জনমুৰি আয়
(c) Annual Income - বাৰ্ষিক আয়
(d) None of them - এটাও নহয়

 

13. In which year was the Planning Commission of India constituted - ভাৰতৰ পৰিকল্পনা আয়োগ কোন চনত গঠন হৈছিল

(a) In March 1948 - ১৯৪৮ চনৰ মাৰ্চ মাহ
(b) In March 1949 - ১৯৪৯ চনৰ মাৰ্চ মাহ
(c) in March 1950 - ১৯৫0 চনৰ মাৰ্চ মাহ
(d) March 1951 - ১৯৫১ চনৰ মাৰ্চ মাহ

 

14. Which of the following tax rates is not applicable under GST - তলৰ কোনটো কৰ হাৰ GST ৰ অধীনত প্ৰযোজ্য নহয়

(a) 4% - ৪.০০%
(b) 12% - ১২.০০%
(c) 18% - ১৮.০০%
(d) 25% - ২৫%

 

15. Who is the Chairman of the GST Council - GST পৰিষদৰ অধ্যক্ষ কোন (2023)

(a) Amit Mitra - অমিত মিত্র
(b) Shashikant Das - শশীকান্ত দাস
(c) Nirmala Sitharaman - নির্মলা সীতাৰমণ
(d) Hasmukh Adhia - হাসমুখ আধিয়া

 

16. Which of the following items is not subject to GST - তলৰ কোনবিধ সামগ্রী GST ৰ অধীনত নাই

(a) Cooking gas - ৰন্ধন গেছ
(b) Alcohol - সুৰা
(c) Petrol - পেট্রল
(d) All of the above - ওপৰৰ সকলো

 

17. Which constitutional amendment is made to benefit the GST analyst - GST বিশ্লেষক গ=হীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয়

(a) 101 Amendment - ১০১ সংশোধনী
(b) 120 Amendments - ১২০ সংশোধনী
(c) 122 Amendments - ১২২ সংশোধনী
(d) 115 Amendments - ১১৫ সংশোধনী

 

18. Which of the following is not a public sector bank - তলৰ কোনটো ৰাজহুৱা খণ্ডৰ বেংক নহয়

(a) Dena Bank - ডেনা বেংক
(b) Standard Chartered Bank - ষ্টেণ্ডার্ড চার্টাড বেংক
(c) Indian Overseas Bank - ইণ্ডিয়ান অভাৰচীজ বেংক
(d) Syndicate Bank - ছিণ্ডিকেট বেংক

 

19. In September 2012, he was the first Indian to be appointed as the Chief Economist of the World Bank - ২০১২ চনৰ ছেপ্টেম্বৰ মাহত বিশ্ব বেংকৰ মূখ্য অর্থনীতিবিদ হিচাপে নিযুক্তি লাভ কৰা প্ৰথমজন ভাৰতীয় আছিল

(a) Amartya Sen - অমর্ত্য সেন
(b) Jagdish Bhagwati - জগদীশ ভাগৱতী
(c) Kaushik Basu - কৌশিক বসু
(d) Vijay Kelkar - বিজয় কেলকাৰ

 

20. From which year was the Right to Education Act implemented in India 8- কিমান চনৰ পৰা ভাৰতত শিক্ষাৰ অধিকাৰ আইন কার্যকৰী কৰা হৈছিল

(a) 1 April - ১ এপ্রিল ২০০৮
(b) 1 May 2010 - ১ মে ২০১০
(c) 1 April 2010 - ১ এপ্রিল ২০১০
(d) 1 April 2008 - ১ এপ্রিল ২০০৮

 

21. The formula provided by Pradhan Mantri Awas Yojana has been subsidized - প্ৰধানমন্ত্ৰী আৱাস যোজনাই প্ৰদান কৰা সুত্ৰৰ ৰাজসাহায্য হৈছে

(a) 5% - ৫.০০%
(b) 6% - ৬.০০%
(c) 7% - ৭.০০%
(d) 6.5% - ৬.৫%

 

22. Which bank has launched travel cards in India - কোনটো বেংকে ভাৰতত ভ্ৰমণ কার্ড মুকলি কৰিছে

(a) HDFC Bank
(b) Axis Bank
(c) ICICI Bank
(d) SBI Bank

 

23. Arundhati Bhattacharya was the first woman Chairman of which bank - অৰুন্ধতী ভট্টাচার্য কোন বেংকৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ

(a) Indian Oversease Bank
(b) National Bank for Agriculture and Rural Development
(c) State Bank of India
(d) Small Industries Development Bank of India

 

24. The Ministry of Finance regulates which of the following - বিত্ত মন্ত্ৰালয়ে তলৰ কোনটো নিয়ন্ত্ৰণ কৰে

(a) Indian Revenue Service - ভাৰতীয় ৰাজহ সেৱা
(b) Indian Economic Services - ভাৰতীয় অর্থনৈতিক সেৱা
(c) Investment and public asset management - বিনিয়োগ আৰু ৰাজহুৱা সম্পত্তি পৰিচালনা
(d) All of the above - ওপৰৰ আটাইকেইটা

 

25. What is the largest public sector enterprise in India - ভাৰতৰ সবাতোকৈ ব=হৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কি

(a) Bharat Heavy Electricals Limited
(b) Life Insurance Corporation of India
(c) Steel Authority of India
(d) Indian Oil Corporation Limited

 

26. India's first sea air service was inaugurated in which state - ভাৰতৰ প্ৰথম সামুদ্রিক বিমান সেৱা কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে

(a) Gujarat - গুজৰাট
(b) Kerala - কেৰালা
(c) West Bengal - পশ্চিমবংগ
(d) Maharashtra - মহাৰাষ্ট্ৰ

 

27. GST is determined by which body in India - GST ভাৰতৰ কোনটো সংস্থাই নিৰ্ধাৰণ কৰে

(a) The Finance Commission - বিত্ত আয়োগে
(b) The Policy Commission - নীতি আয়োগে
(c) GST Council - জি এছ টি পৰিষদ
(d) GST Network - জি এছ টি নেটৱৰ্ক

 

28. Which is the first country to officially accept Bitcoin as legal tender - বিটকইনক (Bitcoin) আইনী ধন হিচাপে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম দেশ কোনখন

(a) Switzerland - ছুইজাৰলেণ্ড
(b) Elsalvador - এলছালভাদোৰ
(c) Venezuela - ভেনিজুয়েলা
(d) Italy - ইটালী

 

29. What is the name of the new digital currency explored by the British United Kingdom - ব্ৰিটিছ যুক্তৰাষ্ট্ৰই অন্বেষণ কৰা নতুন ডিজিটেল মুদ্ৰাৰ নাম কি

(a) UK Coin
(b) Britcoin
(c) Digit Brit
(d) Brit Currecy

 

30. Which company has declared that it is in favor of adopting a global minimum tax on corporate profits - কোনটো প্রতিষ্ঠানে ঘোষণা কৰিছে যে কৰ্পোৰে লাভৰ ওপৰত গোলকীয় ন্যূনতম কৰ গ্ৰহণৰ তেওঁলোক পক্ষপাতী

(a) From the World
(b) International Monetary Fund IMF
(c) Asian Development Bank
(d) None of the above

 

 

31. Central Board of Secondary Education (CBSE) has launched financial literacy courses for students in collaboration with which institution - কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদ (CBSE) কোনটো প্ৰতিষ্ঠানৰ সহযোগত শিক্ষাৰ্থীসকলৰ বাবে বিত্তীয় সাক্ষৰতাৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে

(a) myGOV
(b) NPCI
(c) NITI Aayog
(d) RBI

 

32. What is the mandatory procedure for refilling cash in ATMs as per Reserve Bank of India guidelines - ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিৰ্দেশনা অনুসৰি এ টি এমত নগদ ধন পুনৰ ভৰোৱাৰ বাধ্যতামূলক পদ্ধতি কি

(a) Open Cash top up
(b) Loading cash on the spot
(c) Use lockable cassettes
(d) Not one

 

33. Which private sector bank has recently launched WhatsApp banking facility - শেহতীয়াকৈ কোনটো ব্যক্তিগত খণ্ডৰ বেংকে শেহতীয়াকৈ হোৱাটছএপ বেংকিং সুবিধা মুকলি কৰিছে

(a) RBL Bank
(b) IDBI Bank
(c) Yes Bank
(d) Axis Bank

 

34. Which state topped the NITI Aayog's list of sustainable development in - ২০২১ চনত নীতি আয়োগৰ বহনক্ষম উন্নয়নৰ তালিকাত কোনখন ৰাজ্য শীৰ্ষস্থানত আছিল

(a) Himachal Pradesh - হিমাচল প্রদেশ
(b) Kerala - কেৰালা
(c) Tamil Nadu - তামিলনাডু
(d) Gujarat - গুজৰাট

 

35. India has not implemented free trade agreements with which country - কোন দেশৰ সৈতে ভাৰতে মুক্ত বাণিজ্য চুক্তি কাৰ্যকৰী কৰা নাই

(a) Japan - জাপান
(b) South Korea - দক্ষিণ কোৰিয়া
(c) United States - আমেৰিকা যুক্তৰাষ্ট্ৰ
(d) Malaysia - মালয়েছিয়া

 

36. What is the rate of service tax in India - ভাৰতত সেৱা কৰৰ হাৰ কিমান

(a) 12%
(b) 12%
(c) 14%
(d) 15%

 

37. Employees who join the service after the National Pay Scheme will not get benefits directly - ৰাষ্ট্ৰীয় পেখন আঁচনি অনুসৰি ৰ পিছত চাকৰিত যোগদান কৰা কৰ্মচাৰীয়ে পোনৰ সুবিধা নাপাব

(a) August 1, 2003 - ১ আগষ্ট, ২০০৩
(b) January 1, 2004 - ১ জানুৱাৰী, ২০০৪
(c) January 1, 2003 - ১ জানুৱাৰী, ২০০৩
(d) 1 August 2005 - ১ আগষ্ট ২০০৫

 

38. Which Five Year Plan did not attempt to build a socialist economy in India - কোনটো পঞ্চবার্ষিক পৰিকল্পনাত ভাৰতত সমাজতান্ত্রিক অর্থনীতি গঠনৰ চেষ্টা কৰা নাছিল

(a) First - প্রথম
(b) Third - তৃতীয়
(c) Fourth - চতুর্থ
(d) Second - দ্বিতীয়

 

39. The First Five Year Plan gave priority - প্রথম পঞ্চবার্ষিক পৰিকল্পনাই অগ্ৰাধিকাৰ দিছিল

(a) In industry - উদ্যোগত
(b) In education - শিক্ষাত
(c) In health - স্বাস্থ্যত
(d) A Shit - কৃষিত

 

40. Which of the following banks is the largest bank in the world in terms of assets - তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববহৎ ৰেকে

(a) Bank of America
(b) Industrial and Commercial Bank of China Ltd
(c) BNP Paribas
(d) State Bank of India

 

41. What is the tax percentage for Swachh Bharat ৮৭-স্বচ্ছ ভাৰতৰ বাবে কৰৰ শতাংশ কিমান

(a) 0.10%
(b) 0.20%
(c) 0.80%
(d) 0.5%

 

42. Where is the headquarters of the Reserve Bank located - নিম্নলিখিত ক'ত ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় অবস্থিত

(a) Gujarat - গুজৰাট
(b) Secunderabad - ছেকেন্দ্রাবাদ
(c) Mumbai - মুম্বাই
(d) Deolani - ডেওলানী

 

43. In which state can emergency financial crisis measures not be enforced - কোনখন ৰাজ্যত জৰুৰীকালীন অর্থ সংকট ব্যবস্থা বলবৎ কৰিব নোৱাৰি

(a) Assam - অসম
(b) Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ
(c) Gujarat - গুজৰাট
(d) Meghalaya - মেঘালয়

 

44. What is the position of India in milk production - দুগ্ধ উৎপাদনত ভাৰতৰ স্থান কিমান

(a) First - প্রথম
(b) Second - দ্বিতীয়
(c) Third - তৃতীয়
(d) Fourth - চতুর্থ

 

45. Which state of India has the largest number of cement factories - সর্বাধিক চিমেণ্ট ফেক্টৰী ভাৰতৰ কোন ৰাজ্যত আছে

(a) Madhya Pradesh - মধ্য প্রদেশ
(b) Uttar Pradesh - উত্তৰ প্রদেশ
(c) Bihar - বিহাৰ
(d) Assam - অসম

 

46. Which is the most populous union territory of India - ভাৰতৰ আটাইতকৈ বেছি জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো

(a) Lakshadweep - লাক্ষাদ্বীপ
(b) Andaman and Nicobar - আন্দামান আৰু নিকোবৰ
(c) Delhi - দিল্লী
(d) None of the above - ওপৰৰ এটাও নহয়

 

47. NH 44 passes through several states - NH 44 কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে

(a) 12 - ১২ খন
(b) 10 - ১০ খন
(c) 5 - ৫ খন
(d) 4 - ৪ খন

 

48. Which state is called the Spice garden of India' - Spice garden of India' বুলি কোনখন ৰাজ্যক কোৱা হয়

(a) Kerala - কেৰালা
(b) Karnataka - কর্ণাটক
(c) Tamil Nadu - তামিলনাডু
(d) Orissa - ওড়িষ্যা

 

49. Manchester of Uttar Pradesh' is called Fak - Manchester of Uttar Pradesh' বুলি ফাক কোৱা হয়

(a) Bihar - বিহাৰ
(b) Kanpur - কানপুৰ
(c) Chennai - চেন্নাই
(d) Assam - অসম

 

50. Which place is called 'Sorrow of Bihar' - 'Sorrow of Bihar' বুলি কোন স্থানক কোৱা হয়

(a) Kochi - কোচি
(b) Kanpur - কানপুৰ
(c) Allahabad - এলাহাবাদ
(d) Orissa - ওড়িষ্যা

 

51. Coal mines are found in which of the following places - তলৰ উল্লেখিত কোনখন ঠাইত কয়লা খনি পোৱা যায়

(a) Bihar - বিহাৰ
(b) Arunachal Pradesh - অৰুণাচল প্রদেশ
(c) West Bengal - পশ্চিমবংগ
(d) Tamil Nadu - তামিলনাডু], answer: B. Arunachal Pradesh - অৰুণাচল প্রদেশ

 

52. Which of the following does not produce grapes - তলৰ কোনখন ঠাইত আঙুৰ উৎপাদন নহয়

(a) Tamil Nadu - তামিলনাডু
(b) Uttar Pradesh - উত্তৰ প্ৰদেশ
(c) Bihar - বিহাৰ
(d) Punjab - পঞ্জাব], answer: A. Tamil Nadu - তামিলনাডু

 

53. When was the tallest statue named after Sardar Vallabhbhai Patel built - চৰ্দাৰ বল্লভ ভাই পেটেলৰ নামত থকা উচ্চতম মূৰ্তিটোৰ নিৰ্মাণ কাৰ্য কেতিয়া হয়

(a) 20 October - ২০১৮ চনৰ ২০ অক্টোবৰ
(b) 22 October - ২০১৮ চনৰ ২২ অক্টোবৰ
(c) October 31, 2018 - ২০১৮ চনৰ ৩১ অক্টোবৰ
(d) 30 October - ২০১৮ চনৰ ৩০ অক্টোবৰ

 

54. Indian Railway Bridge 'Vemranad' Bridge is located in which state of India - ভাৰতৰ ৰেল দলং 'ভেমৰানাদ' দলং ভাৰতৰ কোন ৰাজ্যত অৱস্থিত

(a) Andhra Pradesh - অন্ধ্ৰ প্রদেশ
(b) Assam - অসম
(c) Kerala - কেৰালা
(d) Rajasthan - ৰাজস্থান

 

55. The Small Industries Development Bank of India has its headquarters - ভাৰতীয় ক্ষুদ্র উদ্যোগ উন্নয়ন বেংকৰ মুখ্য কাৰ্যালয় আছে

(a) In Delhi - দিল্লীত
(b) Lakshau - লক্ষৌ
(c) Mumbai - মুম্বাই
(d) Chennai - চেন্নাই

 

56. What is Zero Base Budgeting - শূন্য ভিত্তি বাজেট (Zero Base Budgeting) কি

(a) A marketing cost analysis tool - বিপণন খৰচ বিশ্লেষণৰ এটা সঁজুলি
(b) A tool of financial analysis - বিত্তীয় বিশ্লেষণৰ এটা আহিলা
(c) a certain percentage of sales - বিক্ৰীৰ এক নিৰ্দিষ্ট শতাংশ
(d) None of the above - ওপৰৰ এটাও নহয়

 

57. What is king capitalism - ৰজাৰ পুঁজিবাদীকৰণ কি

(a) It is the market value of the outstanding shares of a company - ই এটা কোম্পানীৰ বাকী থকা অংশসমূহৰ বজাৰ মূল্য
(b) It is the actual price in all the shares of a company - ই এটা কোম্পানীৰ সকলো শ্বেয়াৰত প্ৰকৃত মূল্য
(c) Both A and B
(d) None of the above - ওপৰৰ এটাও নহয়

 

58. Which state was the first to run the compressed natural gas (CNG) used in India - ভাৰতে ব্যৱহাৰ কৰি অহা সংকুচিত প্রাকৃতিক গেছৰ (CNG) সহায়ত কোনখন ৰাজ্যত প্ৰথমখন ৰেল চলোৱা হৈছিল

(a) Madhya Pradesh - মধ্যপ্রদেশ
(b) Assam - অসম
(c) Maharashtra - মহাৰাষ্ট্ৰ
(d) Haryana - হাৰিয়ানা

 

59. Which of the following is true of Start Up India ৫- ষ্টাৰ্ট আপ ইণ্ডিয়া'ৰ ক্ষেত্ৰত তলৰ কোনটো সঁচা

(a) Rs 10,000 crore start-up funding pool - ১০,০০০ কোটি ষ্টাৰ্ট আপ ফান্ডিং পুল
(b) Tax exemption for the first 3 years - প্রথম ৩টা বছৰৰ বাবে কৰ মুক্তি
(c) Promotion of India in the world as a start-up rate - ষ্টাৰ্ট আপ হাৰ হিচাপে বিশ্বত ভাৰতৰ হৈ প্ৰচাৰ
(d) All of the above are true - ওপৰৰ আটাইকেইটা সঁচা

 

60. From which country does India import the most ৫২-কোনখন দেশৰ পৰা ভাৰতে সর্বাধিক আমদানি কৰে

(a) United States of America - আমেৰিকা যুক্তৰাষ্ট্ৰ
(b) Singapore - ছিংগাপুৰ
(c) China - চীন
(d) UAE

 

61. What is the biggest financial inclusion initiative in rice - ভাতৰ সবাতোকৈ ব=হৎ বিত্তীয় অন্তভুক্তিৰ পদক্ষেপটো কি

(a) Prime Minister Jan Dhan Yojana - প্রধানমন্ত্রী জন ধন যোজনা
(b) Prime Minister's Jeevan Jyoti Yojana - প্রধানমন্ত্রী জীৱন জ্যোতি যোজনা
(c) Prime Minister Suraksha Bima Yojana - প্রধানমন্ত্রী সুৰক্ষা বীমা য়োজনা
(d) None of the above - ওপৰৰ এটাও নহয়

 

62. What is India's position in the list of global corruption perceptions - গোলকীয় দুর্নীতি ধাৰণাৰ তালিকাত ভাৰতৰ স্থান কিমান

(a) 87th - ৮৭ তম
(b) 81st - ৮১ তম
(c) 85th - ৮৫ তম
(d) 82nd - ৮২ তম

 

63. What is National Financial Switch - ৰাষ্ট্ৰীয় বিত্তীয় ছুইচ (National Financial Switch) কি

(a) It is the largest Shared Automated Teller Machine in India - ই হৈছে ভাৰতৰ সবাতোকৈ বৃহৎ শ্বেয়াৰড অটোমেটেড টেলাৰ মেচিন (Shared Automated Teller Machine)
(b) It is operated by the National Payments Corporation - ই নেছনেল পেমেণ্টচ্ কৰ্পোৰেচনৰ দ্বাৰা পৰিচালিত হয়
(c) It was established in 2004 - ইয়ার ২০০৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল
(d) All of the above - ওপৰৰ আটাইকেইটা

 

64. What percentage of the total population of India is engaged in agriculture ৫৬-ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশে লোক কৃষিকার্যত জড়িত

(a) 50 per cent - ৫০ শতাংশ
(b) 10 per cent - ১০ শতাংশ
(c) 40 per cent - ৪০ শতাংশ
(d) 70 per cent - ৭০ শতাংশ

 

65. Economic surveys are conducted in India - ভাৰতত অর্থনৈতিক জৰীপ কৰা হয়

(a) Twice in two years - দুবছৰত দুবাৰ
(b) Once every three years - তিনি বছৰত এবাৰ
(c) Once a year - বছৰেকত এবাৰ
(d) Twice a year - বছৰেকত দুবাৰ

 

66. Which of the following is replaced by NITI Aayog enforced - তলত নিয়া কোনটোৰ ঠাইত নীতি আয়োগ বলবৎ কৰা হয়

(a) Planning Commission - পৰিকল্পনা আয়োগ
(b) Finance Commission - বিত্ত আয়োগ
(c) Both A and B
(d) None of the above - ওপৰৰ এটাও নহয়

 

67. is the first universal bank in India ৫৯-ভাৰতৰ প্ৰথম সার্বজনীন বেংক হৈছে

(a) HDFC Bank
(b) ICICI Bank
(c) IDBI Bank
(d) Punjab National Bank

 

68. Which agency announces the rate of inflation in India - ভাৰতত মুদ্রাস্ফীতিৰ হাৰ কোনটো সংস্থাই ঘোষণা কৰে

(a) Department of Finance - বিত্ত বিভাগ
(b) Ministry of Statistics and Program Implementation - পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়
(c) Reserve Bank of India - ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়া
(d) Both A and B

 

69. Goods and Services Tax has been introduced by which th amendment of the Constitution of India - ভাৰতীয় সংবিধানৰ কিমান তম সংশোধনীৰ দ্বাৰা সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তন কৰা হৈছে

(a) 98th - ৯৮ তম
(b) 101th - ১০১ তম
(c) 99th - ৯৯ তম
(d) None of the above - ওপৰৰ এটাও নহয়

 

70. The most important services in the Indian economy are - ভাৰতীয় অর্থনীতিৰ সবাতোকৈ গুৰুত্বপূৰ্ণ সেৱাবোৰ হৈছে

(a) Health and Education - স্বাস্থ্য আৰু শিক্ষা
(b) Railways and Banking - ৰেলসেৱা আৰু বেংকিং
(c) Flying and banking - উৰাজাহাজ আৰু বেংকিং
(d) Health and sanitation - স্বাস্থ্য আৰু অনাময়

 

71. Indira Awas Yojana is a housing scheme initiated by the Government of India for the poor - ইন্দিৰা আৱাস যোজনা হৈছে ভাৰত চৰকাৰৰ উদ্যোগত দৰিদ্ৰ লোকৰ বাবে প্ৰস্তুত কৰা গ=হনির্মাণ আঁচনি, এই আঁচনিমতে পুঁজিৰ সৰ্বাধিক অংশ কোনে পায়

(a) Scheduled Castes/Tribes - অনুসূচিত জাতি/জনজাতি
(b) Women - মহিলা
(c) Minorities - সংখ্যালঘু
(d) Physically disabled - শাৰীৰিকভাৱে অক্ষম

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved