Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 48

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 48

 

1. Which place is called the 'City of Assembly' - ‘সমাবেশৰ চহৰ’ বুলি কোনখন ঠাইক অভিহিত কৰা হয়

(a) Calcutta - কলকাতা
(b) Delhi - দিল্লী
(c) Mumbai - মুম্বাই
(d) Bangalore - বাংগালুৰু

 

2. Which state of India is the leading producer of copper, lead and zinc - ভাৰতৰ কোনখন ৰাজ্য তাম, লীড আৰু জিংক উৎপাদনত আগবঢ়া

(a) Bihar - বিহাৰ
(b) Jharkhand - ঝাৰখণ্ড
(c) Rajasthan - ৰাজস্থান
(d) Gujarat - গুজৰাট

 

3. The Chotanagpur Plateau is famous for its ---------- - চোটানাগপুৰ মালভূমি বিখ্যাত ---------- ৰ বাবে

(a) Oil reserves - তেলৰ ভাণ্ডাৰ
(b) Mineral reserves - খনিজ পদাৰ্থৰ ভাণ্ডাৰ
(c) Gold reserves - সোণৰ ভাণ্ডাৰ
(d) Not one - এটাও নহয়

 

4. Largest Gypsum Producing State - সৰ্বাধিক পৰিমাণৰ জিপচাম উৎপাদনকাৰী ৰাজ্য

(a) Maharashtra - মহাৰাষ্ট্ৰ
(b) Rajasthan - ৰাজস্থান
(c) Madhya Pradesh - মধ্যপ্ৰদেশ
(d) Gujarat - গুজৰাট

 

5. It has the largest coal reserves (about 80 per cent) in India - ভাৰতৰ সৰ্বাধিক পৰিমাণৰ (প্ৰায় ৮০ শতাংশ) কয়লা মজুত থকা ঠাইখন

(a) Godavari Valley - গোদাবৰী উপত্যকা
(b) Mahanadi Valley - মহানদী উপত্যকা
(c) Damodar Valley - দামোদৰ উপত্যকা
(d) Brahmaputra Valley - ব্ৰহ্মপুত্ৰ উপত্যকা

 

6. Orba and Panki thermal power stations are located on -------------- river - অৰবা আৰু পাংকি থাৰ্মেল পাৱাৰ ষ্টেচন অৱস্থিত -------------- নদীত

(a) Uttar Pradesh - উত্তৰপ্ৰদেশ
(b) Madhya Pradesh - মধ্যপ্ৰদেশ
(c) Rajasthan - ৰাজস্থান
(d) Punjab - পাঞ্জাব

 

7. India's first hydroelectric project was built - ভাৰতৰ প্রথমটো ‘হাইড্ৰো ইলেকট্ৰিক প্ৰজেক্ট’ নিৰ্মিত হৈছিল

(a) Cauvery - কাবেৰী
(b) The Ganges - গংগা
(c) Chatledge - চাটলেজ
(d) Krishna - কৃষ্ণা

 

8. India's first hydro-electric power project is located - ভাৰতৰ প্ৰথমটো ‘হাইড্ৰো-ইলেকট্ৰিক পাৱাৰ প্রজেক্ট’ অৱস্থিত

(a) The Narmada - নৰ্মদাত
(b) Sivasamudram - ছিভাছামুদ্ৰমত
(c) In Darjeeling - দাৰ্জিলিঙত
(d) In Mumbai - মুম্বাইত

 

9. The state that produces the most tides - সৰ্বাধিক জোৱাৰ উৎপাদনকাৰী ৰাজ্যখন

(a) Uttar Pradesh - উত্তৰ প্রদেশ
(b) Madhya Pradesh - মধ্য প্ৰদেশ
(c) Andhra Pradesh - অন্ধ্ৰ প্ৰদেশ
(d) In Mumbai - মুম্বাইত

 

10. Largest garlic producing state - সৰ্বাধিক পৰিমাণে জালুক উৎপাদনকাৰী ৰাজ্য

(a) West Bengal - পশ্চিমবংগ
(b) Kerala - কেৰালা
(c) Tamil Nadu - তামিলনাডু
(d) Karnataka - কৰ্ণাটক

 

11. Coconut oil producing state - নাৰিকলৰ তেল উৎপাদকাৰী ৰাজ্যখন

(a) Gujarat - গুজৰাট
(b) Kerala - কেৰালা
(c) Punjab - পাঞ্জাব
(d)  Mumbai - মুম্বাই

 

12. Which place is called 'the grain storehouse of South India' - ‘দক্ষিণ ভাৰতৰ শস্যৰ ভঁৰাল’ বুলি কোন ঠাইক কোবা হয়

(a) Coimbatore - কইম্বাটোৰ
(b) Tiruchirappalli - টিৰুচিৰাপল্লী
(c) Tanjavur - টাঞ্জাভুৰ
(d) Coorg - কুৰ্গ

 

13. India has the largest shipyard - ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা কাৰখানাটো আছে

(a) Calcutta -কলকাতা
(b) Mumbai - মুম্বাই
(c) Kochi - কোচি
(d) Visakhapatnam - বিশাখাপট্টনম

 

14. Which of the following sequences is incorrect - তলৰ কোনটো ক্ৰম অশুদ্ধ

(a) Barauni Oil Refinery - Bihar - বাৰাউনী তেল শোধনাগাৰ - বিহাৰ
(b) Mathura Oil Refinery - Uttar Pradesh - মথুৰা তেল শোধনাগাৰ - উত্তৰ প্রদেশ
(c) Kayali Oil Refinery — Karnataka - কযালী তেল শোধনাগাৰ — কৰ্ণাটক
(d) Bangalore Oil Refinery - Assam - বঙাইগাঁও তেল শোধনাগাৰ - অসম

 

15. The iron and steel factory established during the British era is located at which of the following places - ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লো-তীখা কাৰখানাটো তলৰ কোন ঠাইত আছে

(a) Vilai - ভিলাই
(b) Durgapur - দুৰ্গাপুৰ
(c) Bokaro - বোকাৰো
(d) Roorkella - ৰুৰকেল্লা

 

16. The oldest oil refinery in India that is still producing oil - বৰ্তমানেও তেল উৎপাদন কৰি থকা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো

(a) Ankleshwar Refinery - অংকলেশ্বৰ শোধনাগাৰ
(b) Mumbai High Refinery - মুম্বাই হাই শোধনাগাৰ
(c) Digboi Refinery - ডিগবৈ শোধনাগাৰ
(d) Barauni Refinery - বাৰউনী শোধনাগাৰ

 

17. How many states are there in the four borders of Madhya Pradesh - মধ্যপ্ৰদেশৰ চাৰিসীমাত কিমানখন ৰাজ্য আছে

(a) Four - চাৰিখন
(b) Five - পাঁচখন
(c) Six - ছয়খন
(d) Two - দুখন

 

18. Which of the following foreign countries touches the largest part of India's four borders - তলৰ কোনখন বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ চাৰিসীমা-দৈৰ্ঘ্যৰ সৰ্বাধিক অংশ স্পৰ্শ কৰি আছে

(a) Nepal - নেপাল
(b) China - চীন
(c) Pakistan - পাকিস্তান
(d) Bangladesh - বাংলাদেশ

 

19. Which of the following states has the longest coastline 58- তলৰ কোনখন ৰাজ্যৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য সৰ্বাধিক

(a) Karnataka - কৰ্ণাটক
(b) Tamil Nadu - তামিলনাডু
(c) Kerala - কেৰালা
(d) Andhra Pradesh - অন্ধ্ৰ প্ৰদেশ

 

20. Which of the following mountain ranges extends into one state of India - তলৰ কোনটো পৰ্বতমালাই ভাৰতৰ এখন ৰাজ্যতেই বিস্তৃতি ঘটাইছে

(a) Satpura - সাতপুৰা
(b) Ajanta - অজন্তা
(c) Aravali - আৰাৱলী
(d) Chahyadi - চাহ্য়দী

 

21. Which of the following lakes is not a horseshoe lake - তলৰ কোনটো হ্ৰদ অশ্বখুৰাকৃতিৰ হ্ৰদ নহয়

(a) Silka Lake - চিল্কা হ্ৰদ
(b) Lake Periyar - পেৰিয়াৰ হ্ৰদ
(c) Palicat Lake - পালিকেট হ্ৰদ
(d) Lake Ashtamudi - অষ্টমুডি হ্ৰদ

 

22. Assam ranks among the largest states in India in terms of land area - মাটিকালি ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ভিতৰত

(a) Twelfth - দ্বাদশ
(b) Thirteenth - ত্ৰয়োদশ
(c) Sixteenth - ষষ্ঠদশ
(d) Eighteenth - অষ্টাদশ

 

23. Currently the second most populous country in the world - বিশ্বৰ সম্প্ৰতি দ্বিতীয় জনবহুল দেশ

(a) China - চীন
(b) India - ভাৰতবৰ্ষ
(c) United States - আমেৰিকা
(d) Pakistan - পাকিস্তান

 

24. Which state in India has the highest literacy rate - ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বাধিক

(a) Delhi - দিল্লী
(b) Kerala - কেৰালা
(c) Mizoram - মিজোৰাম
(d) Orissa - উৰিষ্যা

 

25. What is the height of Kanchenjunga, the highest peak in India - ভাৰতৰ উচ্চতম শৃংগ কাঞ্চনজংঘাৰ উচ্চতা কিমান

(a) 6816 m - 6816 মিটাৰ
(b) 9982 m - 9982 মিটাৰ
(c) 7817 m - 7817 মিটাৰ
(d) 8598 m - 8598 মিটাৰ

 

26. Which of the following sequences is not correct - তলৰ কোনটো ক্ৰম শুদ্ধ নহয়

(a) Logtak Lake — Manipur - লগটাক হ্ৰদ — মণিপুৰ
(b) Silka Lake — Orissa - ছিল্কা হ্ৰদ — উৰিষ্যা
(c) Sambar Lake — Kerala - সম্বৰ হ্ৰদ — কেৰালা
(d) Ulur and Dal Lakes — Jammu and Kashmir - উলুৰ আৰু দাল হ্ৰদ — জন্মু-কাশ্মীৰ

 

27. Which of the following lakes is not located in Jammu and Kashmir - তলৰ কোনটো হ্ৰদ জন্মু - কাশ্মীৰত অৱস্থিত নহয়

(a) Lake Samarari - ছমাৰাৰী হ্ৰদ
(b) Pengong heart - পেংগং হৃদ
(c) Ulur Lake - উলুৰ হ্ৰদ
(d) Wembanad Lake - ৱেমবানাড হ্ৰদ

 

28. Which of the following sequences is not correct - তলৰ কোনটো ক্ৰম শুদ্ধ নহয়

(a) Sundarbans National Park - West Bengal - সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান - পশ্চিমবংগ
(b) Corbett National Park - Uttarakhand - কৰবেট ৰাষ্ট্ৰীয় উদ্যান - উত্তৰাখণ্ড
(c) Kaziranga National Park - Assam - কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান - অসম
(d) Gandhi Sea Sanctuary — Gujarat - গান্ধী সাগৰ অভয়াৰণ্য — গুজৰাট

 

29. Wild horses are found in which of the following sanctuaries - তলৰ কোনখন অভয়াৰণ্যত বনৰীয়া ঘৌৰা পোৱা যায়

(a) Gautam Buddha Sanctuary (Bihar) - গৌতম বুদ্ধ অভয়াৰণ্য (বিহাৰ)
(b) Bhadra Sanctuary (Karnataka) - ভদ্ৰা অভয়াৰণ্য (কৰ্ণাটক)
(c) Wild Ass Sanctuary (Gujarat) - বন্যগাধ অভয়াৰণ্য (গুজৰাট)
(d) Dibru-Saikhowa (Assam) - ডিব্ৰু-চৈখোৱা (অসম)

 

30. Lions are found in which of the following sanctuaries - তলৰ কোনখন অভয়াৰণ্যত সিংহ পোৱা যায়

(a) Gautam Buddha Sanctuary (Bihar) - গৌতম বুদ্ধ অভয়াৰণ্য (বিহাৰ)
(b) Bhadra Sanctuary (Karnataka) - ভদ্ৰা অভয়াৰণ্য (কৰ্ণাটক)
(c) Wild Ass Sanctuary (Gujarat) - বন্যগাধ অভয়াৰণ্য (গুজৰাট)
(d) Gir Sanctuary (Gujarat) - গীৰ অভয়াৰণ্য (গুজৰাট)

 

 

31. How many states in India have crossed the cancer threshold - ভাৰতৰ কেইখন ৰাজ্যৰ ওপৰেদি কৰ্কট ত্ৰান্তি ৰেখা পাৰ হৈ গৈছে

(a) Four - চাৰিখন
(b) Five - পাঁচখন
(c) Eight - আঠখন
(d) Ten - দহখন

 

32. On which date is World Hindi Day celebrated - বিশ্ব হিন্দী দিবস কোন তাৰিখে পালন কৰা হয়

(a) 3 October - ৩ অক্টোবৰ
(b) 10 January - ১০ জানুৱাৰী
(c) 10 March - ১০ মার্চ
(d) 4 January - ৪ জানুৱাৰী

 

33. Who has won the 2021 Nobel Prize in Literature - ২০২১ ৰ সাহিত্যৰ ন'বেল কোনে পাইছে

(a) Abdul Rajah Gurnahr - আব্দুল ৰাজাহ গুর্ণাহ
(b) Bob Villal - বব ভাইলাল
(c) Kazuo Isindiro - কাজুঅ' ইছিণ্ডিৰো
(d) None of the above - ওপৰৰ এটাও নহয়

 

34. Elora is located in which state of India - ইলোৰা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত

(a) Gujarat - গুজৰাট
(b) Maharashtra - মহাৰাষ্ট্ৰ
(c) Karnataka - কর্ণাটক
(d) Orissa - উৰিষ্যা

 

35. What is the height of Sardar Vallabhbhai Patel, the tallest statue of India - ভাৰতৰ উচ্চতম মূৰ্তি চৰ্দাৰ বল্লভ ভাই পেটেলৰ উচ্চতা কিমান

(a) 182 m - ১৮২ মিঃ
(b) 184 m - ১৮৪ মিঃ
(c) 180 m - ১৮০ মিঃ
(d) 185 m - ১৮৫ মিঃ

 

36. Which place in India has a Fine Arts Academy - ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমি আছে

(a) Kanpur - কানপুৰ
(b) New Delhi - নতুন দিল্লী
(c) Cochin - কোচিন
(d) Jabbalpur - জব্বলপুৰ

 

37. Who was the director of the film 'Raja Harichandra' - 'ৰাজা হৰিশ্চন্দ্ৰ' কথাছবিৰ পৰিচালক কোন আছিল

(a) Satyajit Ray - সত্যজিৎ ৰায়
(b) Dada Saheb Phalke - দাদা চাহেব ফাল্কে
(c) Raj Kapoor - ৰাজ কাপুৰ
(d) None of the above - ওপৰৰ এটাও নহয়

 

38. Ramkinkar Baiz is a famous one - ৰামকিংকৰ বাইজ এজন বিখ্যাত

(a) Dancers - নৃত্যশিল্পী
(b) Sculptor - ভাস্কৰ শিল্পী
(c) Actors - অভিনেতা
(d) Tabla player - তবলা বাদক

 

39. What festival is 'Jallikattu' associated with - 'জাল্লিকাট্টু' কি উৎসৱৰ লগত জড়িত

(a) Onam - ওনাম
(b) Pongal - পোংগল
(c) Bihu - বিহু
(d) Shivratri - শিৱৰাত্ৰি

 

40. It is the ancient musical instrument of India - ভাৰতৰ প্ৰাচীন সংগীত বাদ্যযন্ত্রবিধ হ'ল

(a) Bina - বীণা
(b) Chetar - চেতাৰ
(c) Tabla - তবলা
(d) The flute - বাঁহী

 

41. Kak is known as the father of Chahtara (cheetah) - কাক চাহতাৰা (চিতাৰৰ) পিতৃ ৰূপে জনা যায়

(a) Amir Khusro - আমিৰ খুছৰো
(b) Mian - মিয়ান
(c) Baiju Bawara - বাইজু বাৱাৰা
(d) Bare Ghulam Ali Khan - বৰে গুলাম আলি খান

 

42. In which state and union territory do Buddhists celebrate the 'Lasar festival' as the beginning of the New Year - কোনখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নতুন বছৰৰ আৰম্ভণি হিচাপে 'লছাৰ উৎসৱ পালন কৰে

(a) Ladakh - লাডাখ
(b) Sikkim - ছিকিম
(c) Uttarakhand - উত্তৰাখণ্ড
(d) Arunachal Pradesh - অৰুণাচল প্রদেশ

 

43. Which city has the first Open Rock Museum in India - ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ (Open Rock Museum) কোনখন চহৰত আছে

(a) Hyderabad - হায়দৰাবাদ
(b) Trivandrum - ত্ৰিবান্দম
(c) Varanasi - বাৰাণসী
(d) Mysore - মহীশূৰ

 

44. Where was Guru Ravidas, one of the pioneers of the Bhakti movement, born - ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ভাৰতীয় কবি গুরু রবিদাসৰ জন্ম ক'ত হৈছিল

(a) Amritsar - অমৃতসৰ
(b) Varanasi - বাৰাণসী
(c) Patna - পাটনা
(d) Ahmedabad - আহমেদাবাদ

 

45. Where is the special festival of pets called Pasuvula Panduga held - পশুভুলা পাণ্ডুগা (Pasuvula Panduga) নামৰ পোহনীয়া জীৱ-জন্তু বিশেষ উৎসবটি ক'ত অনুষ্ঠিত হয়

(a) Tamil Nadu - তামিলনাডু
(b) Kerala - কেৰালা
(c) Orissa - ওড়িষ্যা
(d) Andhra Pradesh - অন্ধ্রপ্রদেশ

 

46. Which institution is the inspector of the Jagannath Temple in Puri - কোনটো প্রতিষ্ঠান পুৰীৰ জগন্নাথ মন্দিৰৰ অভিক্ষক

(a) The State Government of Orissa - ওড়িষ্যা ৰাজ্যিক চৰকাৰ
(b) Archaeological Survey of India - ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ
(c) Tourism Development Corporation of India - ভাৰত পৰ্যটন বিকাশ নিগম
(d) National Archives of India - ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰ

 

47. Since which year has the Government of India sponsored the National Film Awards - কোন বছৰৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাক পৃষ্ঠপোষকতা কৰি আহিছে

(a) 1973 - ১৯৭৩
(b) 1972 - ১৯৭২
(c) 1971 - ১৯৭১
(d) 1980 - ১৯৮০

 

48. Which is the first telefilm in India - ভাৰতৰ প্ৰথম টেলিফিল্ম কোনখন

(a) Sodgoti - সদ্‌গতি
(b) Road panchali - পথেৰ পাঁচালি
(c) Piku - পিকু
(d) Bala - বালা

 

49. Which was the first Indian film to be nominated for an Oscar - অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবি কোনখন

(a) The Guide - গাইড
(b) Mother India - মাডাৰ ইণ্ডিয়া
(c) Coolie - কুলী
(d) Don - ডন

 

50. In which year did the Oscars begin - কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল

(a) From 1901 onwards - ১৯০১ চনৰ পৰা
(b) From 1929 onwards - ১৯২৯ চনৰ পৰা
(c) Since 1931 - ১৯৩১ চনৰ পৰা
(d) Since the 1950s - ১৯৫০ চনৰ পৰা

 

51. Who is the first Assamese to win an Oscar - অস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কোন

(a) AR Rahman - এ আৰ ৰহমান
(b) Bhanu Athaiah - ভানু আথাইয়া
(c) Satyajit Ray - সত্যজিৎ ৰায়
(d) Gulzar - গুলজাৰ

 

52. From which year did the Government of India introduce the National Film Awards - ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম' পুৰস্কাৰ প্ৰচলন কৰে

(a) Since 1972 - ১৯৭২ চনৰ পৰা
(b) From 1954 onwards - ১৯৫৪ চনৰ পৰা
(c) Since the 1950s - ১৯৫০ চনৰ পৰা
(d) Since the 1980s - ১৯৮০ চনৰ পৰা

 

53. How many National Film Awards did Ray win - সত্যজিৎ ৰাৱে কিমানটা 'ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল

(a) 10 - ১০ টা
(b) 36 - ৩৬ টা
(c) 12 - ১২ টা
(d) 8 - ৮ টা]

 

54. Where is the Film and Television Institute of India - ভাৰতৰ 'ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট' ক'ত আছে

(a) Mumbai - মুম্বাই
(b) Pune - পুনে
(c) Hyderabad - হায়দৰাবাদ
(d) Delhi - দিল্লী

 

55. The Film and Television Institute was established in which year - 'ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট' কোন চনত স্থাপন কৰা হয়

(a) In the 1970s - ১৯৭০ চনত
(b) In 1960 - ১৯৬০ চনত
(c) In 1962 - ১৯৬২ চনত
(d) In 1955 - ১৯৫৫ চনত

 

56. “When did the Film Fair awards come into force - 'ফিল্ম ফেয়াৰ পুৰস্কাৰ কেতিয়াৰ পৰা প্ৰচলন হৈছিল

(a) Since the 1950s - ১৯৫০ চনৰ পৰা
(b) From 1954 onwards - ১৯৫৪ চনৰ পৰা
(c) Since 1952 - ১৯৫২ চনৰ পৰা
(d) Since the 1960 - ১৯৬০ চনৰ পৰা

 

57. Where was the Sangeet Natak Academy held - 'সংগীত নাটক একাডেমী' ক'ত অনুষ্ঠিত হৈছিল

(a) Mumbai - মুম্বাই
(b) Calcutta - কলকাতা
(c) Delhi - দিল্লী
(d) Pune - পুনে

 

58. What is the highest award in India in the field of Performing Arts - 'পৰিৱেশ্য কলা' (Performing Arts ) বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কি

(a) Music and Drama Academy Awards - সংগীত-নাটক একাডেমি বঁটা
(b) Jnanpith - জ্ঞানপীঠ
(c) Saraswati Samman - সৰস্বতী সম্মান
(d) National Artist Award - ৰাষ্ট্ৰীয় শিল্পী বঁটা

 

59. Who is the first actress to be nominated to the Rajya Sabha of India - ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথম অভিনেত্রী কোন

(a) Jaya Bachchan - জয়া বচ্চন
(b) Narcissus - নার্গিচ
(c) Madhubala - মধুবালা
(d) Line - ৰেখা

 

60. What is the oldest religion in the world - পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কি

(a) Islam is the religion - ইছলাম ধৰ্ম
(b) Sanatan Dharma - সনাতন ধর্ম
(c) Judaism - ইহুদী ধর্ম
(d) Baha'i - বাহাই

 

61. Where is the National School of Drama (NSD) located - ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD) ক'ত অবস্থিত

(a) Mumbai - মুম্বাই
(b) Delhi - দিল্লী
(c) Calcutta - কলকাতা
(d) Pune - পুনে], answer: B. Delhi - দিল্লী

 

62. When was the 'Morashtriya Natya Vidyalaya' established - মৰাষ্ট্ৰীয় নাট্য বিদ্যালয়' কেতিয়া স্থাপন কৰা হৈছিল

(a) In the 1950s - ১৯৫০ চনত
(b) In 1971 - ১৯৭১ চনত
(c) In 1959 - ১৯৫৯ চনত
(d) In the 1960s - ১৯৬০ চনত

 

63. The 'Lord Venkateshwara Tirupati Temple' is located in which state - 'ভগৱান ভেংকটেশ্বৰ তিৰুপতি মন্দিৰ' কোন ৰাজ্যত অবস্থিত

(a) Orissa - ওড়িষ্যা
(b) Sikkim - ছিকিম
(c) Jammu and Kashmir - জম্মু-কাশ্মীৰ
(d) Andhra Pradesh - অন্ধ্রপ্রদেশ

 

64. How many years does the 'Kumbh Mela' take place - 'কুম্ভমেলা' কিমান বছৰৰ অন্তৰে অন্তৰে হয

(a) 10
(b) 12
(c) 4
(d) 8

 

65. Which Indian Academy promotes dance, drama and music - কোন ভাৰতীয় একাডেমীয়ে নৃত্য, নাটক আৰু সংগীতৰ প্ৰচাৰ কৰে

(a) Sahitya Akademi - সাহিত্য একাডেমী
(b) Academy of Fine Arts - লালিত কলা একাডেমী
(c) National Theater School - ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
(d) Music Academy - সংগীত একাডেমী

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved