Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 46

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 46

 

1. The bird is recognized as a national bird - ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃত চৰাইবিধ

(a) Coolie - কুলী
(b) Peacock - ময়ূৰ
(c) Vultures - শগুণ
(d) The parrot - কপৌ

 

2. The largest island in the world - পৃথিৱীৰ আটাইতকৈ ডাঙৰ ব -দ্বীপ

(a) Sundarbans - সুন্দৰবন
(b) The Great Barrier - গ্ৰেট বেৰিয়াৰ
(c) Coral -প্রবাল
(d) Sri Lanka - শ্ৰীলংকা

 

3. What is the largest population of Assam in India - জনসংখ্যাৰ দিশৰপৰা অসমে ভাৰত কিমানতম স্থান দখল কৰিছে

(a) The ninth - নৱম
(b) Eleventh - একাদশ
(c) Fourteenth - চতুৰ্দশ
(d) Eighteenth - অষ্টাদশ

 

4. Name of the largest sanctuary in India - ভাৰতৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম

(a) Corbett National Park - কৰবেট ৰাষ্ট্ৰীয় উদ্যান
(b) Gir National Park - গীৰ ৰাষ্ট্ৰীয় উদ্যান
(c) Bandipur National Park - বন্দীপুৰ ৰাষ্ট্ৰীয় উদ্যান
(d) Sundarbans National Park - সুন্দৰবন ৰাষ্ট্ৰীয় উদ্যান

 

5. Which of the following cities is not a city on the banks of the river Ganges - তলৰ কোনখন চহৰ,গংগা নদীৰ পাৰত অৱস্থিত চহৰ নহয়

(a) Varanasi - বাৰাণসী
(b) Patna - পাটনা
(c) Haridwar - হৰিদ্বাৰ
(d) Badrinath - বদ্ৰীনাথ

 

6. What is the name of the mountain that divides Manipur and Nagaland - মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰা পাহাৰটোৰ নাম কি

(a) Arakan Hills - আৰাকান পাহাৰ
(b) Patkai Hills - পাটকাই পাহাৰ
(c) Dambakchu Hills - ডামবাক্‌চু পাহাৰ
(d) Barail Hills - বৰাইল পাহাৰ

 

7. What is the name of the lake with the highest amount of salt in the water - পানীত সৰ্বাধিক পৰিমাণে লোণ থকা (অতিকে লুণীয়া) হ্ৰদটোৰ নাম কি

(a) Silk - চিল্কা
(b) Sambar - সম্বৰ
(c) Ulur - উলুৰ
(d) The branch - ডাল

 

8. Which two of the following states produce the majority (over 60 per cent) of the total coal production in the country - দেশৰ মুঠ কয়লা উৎপাদনৰ সৰহভাগ (60 শতাংশৰো অধিক) তলৰ কোন দুখন ৰাজ্যত উৎপাদন হয়

(a) Assam and Madhya Pradesh - অসম আৰু মধ্যপ্ৰদেশ
(b) Maharashtra and Andhra Pradesh - মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰ প্ৰদেশ
(c) Madhya Pradesh and Meghalaya - মধ্য প্ৰদেশ আৰু মেঘালয়
(d) Bihar and West Bengal - বিহাৰ আৰু পশ্চিমবংগ

 

9. On which day of the year is the Forest Festival celebrated in our country - বছৰৰ কোনটো দিনত আমাৰ দেশত বন মহোৎসৱ পালন কৰা হয়

(a) 8 July - ৮ জুলাইভ
(b) On 22nd July - ২২ জুলাইত
(c) 5 June - ৫ জুন
(d) On 1 July - ১ জুলাইত

 

10. Bare of the greenhouse effect - সেউজ গৃহ প্ৰভাৱৰ বাৰে

(a) Earth's temperature decreases - পৃথিৱীৰ উষ্ণতা কমে
(b) The temperature of the Earth remains constant - পৃথিৱীৰ উষ্ণতা একে থাকে
(c) Earth's temperature increases - পৃথিৱীৰ উষ্ণতা বাড়ে
(d) No effect whatsoever - কোনো ধৰণৰ প্ৰভাৱ নহয়

 

11. Where is the largest amount of clean water available - আটাইতকৈ বেছি পৰিমাণৰ পৰিষ্কাৰ পানী ক'ত পোৱা যায়

(a) Polar ice and glaciers - মেৰুৰ বৰফ আৰু হিমবাহ
(b) Rivers - নদী
(c) Sea - Ocean - সাগৰ - মহাসাগৰ
(d) Lakes - হ্ৰদ

 

12. Culture and tradition contribute to which of the following - সংস্কৃতি আৰু পৰম্পৰাই তলৰ কোনটো বিষয়ত অৰিহণা যোগায়

(a) Social heritage and identity - সামাজিক ঐতিহ্য আৰু পৰিচয়
(b) Social misunderstandings - সামাজিক ভুল বুজাবুজি
(c) Decline of morality - নৈতিকতাৰ অৱনতি
(d) Obstacles to economic development - অর্থনৈতিক উন্নয়নত বাধা

 

13. Which continent is divided almost equally into two parts by the equator - কোনখন মহাদেশক বিষুৱৰেখাই প্ৰায় সমানে দুভাগত ভাগ কৰিছে

(a) North America - উত্তৰ আমেৰিকা
(b) Asia - এছিয়া
(c) Australia - অষ্ট্ৰেলিয়া
(d) Africa - আফ্ৰিকা

 

14. It is the most rainy place in the world - পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাই হ'ল

(a) Surat - চুৰাট
(b) Cherrapunji - চেৰাপুঞ্জী
(c) Nectar - অমৃতস
(d) Mouchinram - মৌচিনৰাম

 

15. Which continent is known as the White Continent - কোনখন মহাদেশক শ্বেত মহাদেশ বুলি জনা যায়

(a) Antarctica - এন্টার্কটিকা
(b) Oceania - অচেনিয়া
(c) Africa - আফ্ৰিকা
(d) Asia - এছিয়া

 

16. How much of the earth is covered by seas and oceans - পৃথিৱীৰ কিমান অংশ সাগৰ আৰু মহাসাগৰে আৱৰি আছে

(a) 71 per cent - ৭১ শতাংশ
(b) 70 per cent - ৭০ শতাংশ
(c) 90 per cent - ৯০ শতাংশ
(d) Not one - এটাও নহয়

 

17. What is the season in Australia at Christmas time - বৰদিনৰ সময়ত অষ্ট্ৰেলিয়াত কি ঋতু হয়

(a) Summer- গ্ৰীষ্ম
(b) Winter - শীত
(c) Barsha - বর্ষা
(d) Spring - বসন্ত

 

18. It is the second highest peak in the world - পৃথিৱীৰ দ্বিতীয় সর্বোচ্চ শৃংগটো হ'ল

(a) Mt - মাউন্ট এভাৰেষ্ট
(b) Godwin Austin (K2) - গডউইন অষ্টিন (K2)
(c) Kanchenjunga - কাঞ্চনজংঘা
(d) Dholgiri - ধোলগিৰি

 

19. Indian Mantime is calculated - ভাৰতীয় মানসময় গণনা কৰা হয়

(a) Assuming the value of 87° east longitude - ৮৭° পূর্ব দ্রাঘিমা ৰেখাৰ মান ধৰি
(b) Assuming the value of 90.25° East longitude - ৯০.২৫° পূর্ব দ্রাঘিমা ৰেখাৰ মান ধৰি
(c) Assume the value of the longitude line of 82.30°E - ৮২.৩০° পূর্ব দ্রাঘিমা ৰেখাৰ মান ধৰি
(d) None of the above - ওপৰৰ এটাও নহয়

 

20. The Gulf Stream is - উপসাগৰীয় প্ৰবাহ হৈছে

(a) A river in the bay - উপসাগৰৰ এখন নদী
(b) Local winds - স্থানীয় বতাহ
(c) A marine current - এটা সামুদ্ৰিক সোঁত
(d) None of the above - ওপৰৰ এটাও নহয়

 

21. The system that separates Asia from North America is - এছিয়াক উত্তৰ আমেৰিকাৰ পৰা পৃথক কৰা প্ৰণালীটো হৈছে

(a) Palk Strait - পাক প্ৰণালী
(b) Strait of Malacea - মালাক্কা প্ৰণালী
(c) Berring Strait - বেৰিং প্ৰণালী
(d) Strait of Gibratier - প্ৰণালী

 

22. Tehri Dam is built on which river - তেহৰী বান্ধ (Tehri Dam) কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে

(a) Bhagirathi - ভাগীৰথী
(b) The Ganges - গংগা
(c) Hooghly - হুগলী
(d) Alkananda - অলকানন্দ

 

23. Which Indian state produces the largest amount of rubber - ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক ৰবৰ উৎপাদন হয়

(a) Tamil Nadu - তামিলনাড়ু
(b) Kerala - কেৰালা
(c) Karnataka - কর্ণাটক
(d) Gujarat - গুজৰাট

 

24. Evergreen forests are found - চিৰসেউতা অৰণ্য পোৱা যায়

(a) In Australia - অষ্ট্ৰেলিয়াত
(b) In Greenland - গ্ৰীণলেণ্ডত
(c) At the South Pole - দক্ষিণ মেৰুত
(d) In the equatorial region - নিৰক্ষীয় অঞ্চলত

 

25. The city is located on the banks of the Nile River - নীল নদীৰ পাৰত অৱস্থিত চহৰখন হ'ল

(a) Riyadh - ৰিয়াধ
(b) Khartoum - খাৰতুম
(c) Venice - ভেনিচ
(d) Baghdad - বাগদাদ

 

26. The national river of India is - ভাৰতৰ ৰাষ্ট্ৰীয় নদী হ'ল

(a) The Jamuna - যমুনা
(b) The Great River - মহানদী
(c) The Brahmaputra - ব্ৰহ্মপুত্ৰ
(d) The Ganges - গংগা

 

27. It is the longest river originating in India - ভাৰতত উৎপত্তি হোৱা দীর্ঘতম নদীখন হ'ল

(a) The Ganges - গংগা
(b) Godavari - গোদাবৰী
(c) The Cauvery - কাবেৰী
(d) The Brahmaputra - ব্ৰহ্মপুত্ৰ

 

28. What does the word fox mean - ছিয়াল শব্দটোৱে কি বুঝায়

(a) Earth's surface layer - পৃথিবী পৃষ্ঠৰ স্তৰ
(b) Rocks on the ocean floor - মহাসাগৰৰ তলিৰ শিল
(c) The main part of the earth - পৃথিৱীৰ মূল অংশ
(d) A rock rich in calcium - কেলছিয়ামসমৃদ্ধ এটা শিল

 

29. The Indian subcontinent was originally part of a vast territory called - ভাৰতীয় উপমহাদেশ মূলত এক বিশাল ভূখণ্ডৰ অংশ আছিল, যাক কোৱা হয়

(a) Indians - ভাৰতীয়
(b) Aryabhata - আর্যভট্ট
(c) Angral too - অংগৰালেও
(d) Gaguanaland - গগুৱানালেণ্ড

 

30. In which hemisphere is India located - ভাৰতবৰ্ষ কোন গোলার্ধত অৱস্থিত

(a) Southern Hemisphere - দক্ষিণ গোলার্ধ
(b) Northern Hemisphere - উত্তৰ গোলার্ধ
(c) Eastern Hemisphere - পূব গোলার্ধ
(d) None of the above - ওপৰৰ এটাও নহয়

 

 

31. The three rivers flowing from the Himalayas are – Brahmaputra, Ganga and----- - হিমালয় পর্বতমালাৰ পৰা বৈ অহা নদী তিনিখন হৈছে – ব্ৰহ্মপুত্ৰ, গংগা আৰু-----

(a) Dhanshree - ধনশ্ৰী
(b) Pagladia - পাগলাদিয়া
(c) The Narmada - নৰ্মদা
(d) The Indus River - সিন্ধু

 

32. There are several Union Territories in India - ভাৰতবৰ্ষৰ কেইখন কেন্দ্ৰীয়শাসিত অঞ্চল আছে

(a) 6 - ৬ খন
(b) 7 - ৭ খন
(c) 8 - ৮ খন
(d) 9 - ৯ খন

 

33. Which region receives less than 50 cm of rainfall per annum - বছৰি ৫০ ছে-মি-তকৈ কম বৰষুণ কোন অঞ্চলত হয়

(a) In desert areas - মৰুভূমি অঞ্চলত
(b) In coastal areas - উপকূল অঞ্চলত
(c) In mountainous areas - পাহাৰীয়া অঞ্চলত
(d) Not one - এটাও নহয়

 

34. What line runs through India to the right - ভাৰতৰ সোঁমাজেদি কি ৰেখা গৈছে

(a) The Capricorn Line - মকৰক্রান্তি ৰেখা
(b) The equator - বিষুব ৰেখা
(c) Cancer Revolution Line - কর্কটক্রান্তি ৰেখা
(d) Not one - এটাও নহয়

 

35. What is the name of the third largest state in terms of population - জনসংখ্যাৰ দিশত তৃতীয় স্থানত থকা ৰাজ্যখনৰ নাম কি

(a) Maharashtra - মহাৰাষ্ট্ৰ
(b) Gujarat - গুজৰাট
(c) Bihar - বিহাৰ
(d) Marpradesh - মৰপ্ৰদেশ

 

36. The rivers of North India have high speed, medium speed and ------------- - উত্তৰ ভাৰতৰ নদীবোৰৰ গতিবোৰ হ'ল — উচ্চগতি, মধ্যগতি আৰু -------------

(a) Curvature - বক্ৰগতি
(b) Low speed - নিম্নগতি
(c) Simple motion - সৰলগতি
(d) Not one - এটাও নহয়

 

37. In which year did the government nationalize the country's coal mines - কিমান চনত চৰকাৰে দেশৰ কয়লাখনিসমূহ ৰাষ্ট্ৰীয়কৰণ কৰে

(a) In the 1970s - 1970 চনত
(b) In 1975 - 1975 চনত
(c) In 1979 - 1979 চনত
(d) In the 1980s - 1980 চনত

 

38. In which year was the Oil and Natural Gas Commission (ONGC) established - তেল আৰু প্রাকৃতিক গেছ আয়োগ (ONGC) কিমান চনত স্থাপন কৰা হয়

(a) In 1955 - 1955 চনত
(b) In 1956 - 1956 চনত
(c) In 1957 - 1957 চনত
(d) In 1958 - 1958 চনত

 

39. In which part of North East India is chromite found mostly - উত্তৰ-পূব ভাৰতৰ কোন ঠাইত ক্ৰমাইট বেছিকৈ পোৱা যায়

(a) In Assam - অসমত
(b) In Meghalaya - মেঘালয়ত
(c) In Manipur - মণিপুৰত
(d) In Nagaland - নাগীলেণ্ডত

 

40. India is the ----------------- largest country in the world - ভাৰতবৰ্ষ পৃথিৱীৰ ----------------- বৃহৎ দেশ।

(a) First - প্ৰথম
(b) Second - দ্বিতীয়
(c) Fourth - চতুর্থ
(d) The seventh year - সপ্তম

 

41. Which state of India does the Cancer Equinox pass over - ভাৰতৰ কোনখন ৰাজ্যৰ ওপৰেৰে কৰ্কটক্রান্তি ৰেখাডাল গৈছে

(a) Arunachal Pradesh - অৰুণাচল
(b) Madhya Pradesh - মধ্যপ্ৰদেশ
(c) Bihar - বিহাৰ
(d) Uttar Pradesh - উত্তৰ প্ৰদেশ

 

42. Who drew the map of India - ভাৰতৰ মানচিত্ৰ কোনে অংকন কৰিছিল

(a) K Maskivle, Japan - জাপানৰ কে মাছকিভলে
(b) D'Asville, France - ফ্ৰান্সৰ ডি আছভিলে
(c) Li Pang of China - চীনৰ লি পাঙে
(d) Jonathan of the United States - আমেৰিকাৰ পি জনাথনে

 

43. Which boundary separates India and Pakistan - কোনটো সীমাৰেখাই ভাৰত আৰু পাকিস্তানক পৃথক কৰে

(a) Mc-Mohan line - মেক-মোহন লাইন
(b) Radcliffe Line - ৰেডক্লিফে লাইন
(c) The Durand Line - ডুৰাণ্ড লাইন
(d) Maginot Line - মেগিনট লাইন

 

44. Which country shares the longest border with India - কোনখন দেশৰ ভাৰতৰ সৈতে আটাইতকৈ দীঘল সীমাৰেখাৰ ভাগ-বতৰা কৰিছে

(a) India-China - ভাৰত-চীন
(b) India-Pakistan - ভাৰত-পাকিস্তান
(c) India-Afghanistan - ভাৰত-আফগানিস্তান
(d) India-Nepal - ভাৰত-নেপাল

 

45. The McMohan Line separates India with which country - মেকমোহন লাইনে কোনখন দেশৰ সৈতে ভাৰতক পৃথক কৰে

(a) Bangladesh - বাংলাদেশ
(b) Bhutan - ভুটান
(c) China - চীন
(d) Pakistan - পাকিস্তান

 

46. What is the climate of India - ভাৰতৰ জলবায়ু কোন প্ৰকাৰৰ

(a) Tropical - ক্রান্তীয়
(b) Savannah - চাভানা
(c) Monsoon - মৌচুমী
(d) Mediterranean - ভূমধ্য সাগৰীয়

 

47. Which of the following regions has the largest temperature variation - তলৰ কোনটো অঞ্চলত আটাইতকৈ বেছি উত্তাপৰ তাৰতম্য ঘটে

(a) Delhi and Chandigarh - দিল্লী আৰু চণ্ডীগড়
(b) Coastal region of Orissa - উৰিষ্যাৰ উপকূল অঞ্চল
(c) Agra region - আগ্রা অঞ্চল
(d) Mumbai and Kankan region - মুম্বাই আৰু কংকান অঞ্চল

 

48. It is the highest peak in the Himalayas in India ভাৰতবৰ্ষৰ অন্তৰ্গত হিমালয়ৰ সৰ্বোচ্চ শৃংগটো হৈছে

(a) Mount Everest - মাউন্ট এভাৰেষ্ট
(b) Kanchenjunga - কাঞ্চনজংঘা
(c) Makalu - মাকালু
(d) Nanda Devi - নন্দা দেৱী

 

49. The oil-bearing places of India consist of which kind of rock - ভাৰতৰ তেল থকা ঠাইসমূহৰ কোনবিধ শিলেৰে গঠিত

(a) Lutonic rocks - লুটনিক শিল
(b) Igneous rocks - আগ্নেয় শিল
(c) Gedian stone - গেদীয় শিল
(d) Metamorphic rocks - ৰূপান্তৰিত শিল

 

50. Where is Dhawalgiri Peak located - ধৱলগিৰি শৃংগ ক'ত অবস্থিত

(a) Kashmir - কাশ্মীৰ
(b) Nepal - নেপাল
(c) Tibet-Nepal - তিব্বত-নেপাল
(d) Sinkiang Tibet - চিনকিয়াং তিব্বত

 

51. What is the oldest mountain in India ১২-ভাৰতৰ প্ৰাচীনতম পর্বতখন কি

(a) The Himalayas - হিমালয়
(b) Aravali - আৰাৱলী
(c) Western Ghats - পশ্চিমঘাট
(d) Eastern Ghazts - পূর্বঘাট

 

52. is the largest commodity carried by railway transport in India - ভাৰতৰ ৰেল পৰিবহণৰ দ্বাৰা কঢ়িওৱা সৰ্বাধিক সামগ্ৰীবিধ হৈছে

(a) Iron and steel - লো আৰ তীখা
(b) Coal - কয়লা
(c) Mineral oil - খনিজ তেল
(d) Textiles - বস্ত্ৰ

 

53. Which place in Nagaland is connected by railway - নাগালেণ্ডৰ কোনখন ঠাঁই ৰেলপথৰ দ্বাৰা সংযোজিত

(a) Kahima - কহিমা
(b) Chumukadima - চুমুকাডিমা
(c) Mokokchung - মোককচাং
(d) Dimapur - ডিমাপুৰ

 

54. The first Indian railway service was introduced in 1853 between which two cities - ১৮৫৩ চনত প্ৰথম ভাৰতীয় ৰেলসেৱা কোন দুখন চহৰৰ মাজত প্ৰৱৰ্তন হৈছিল

(a) Mumbai and Pune - মুম্বাই আৰু পুণা
(b) Mumbai and Jaipur - মুম্বাই আৰু জয়পুৰ
(c) Mumbai and Thane - মুম্বাই আৰু থানে
(d) Thane and Poona - থানে আৰু পুণা

 

55. The first cotton mill in India was established - ভাৰতৰ প্ৰথম কপাহী কল প্ৰতিষ্ঠা হৈছিল

(a) In Calcutta - কলকাতাত
(b) In Mumbai - মুম্বাইত
(c) Chennai - চেন্নাই
(d) Ahmedabad -  আহমেদাবাদ

 

56. Where in India are there diamond mines - ভাৰতৰ কোন ঠাইত হীৰাৰ খনি আছে

(a) In Golconda, Andhra Pradesh - অন্ধ্ৰপ্ৰদেশৰ গোলকোণ্ডাত
(b) In the Panna region of Madhya Pradesh - মধ্য প্ৰদেশৰ পান্না অঞ্চলত
(c) In the Naideli region of Tamil Nadu - তামিলনাডুৰ নাইডেলি অঞ্চলত
(d) In Kolar, Karnataka - কৰ্ণাটকৰ কোলাৰত

 

57. India ranks first in which of the following mineral resources - তলৰ কোনবিধ খনিজ সম্পদত ভাৰতৰ স্থান প্ৰথম

(a) Dolomite - ডল'মাইট
(b) Chromite - ক্ৰমাইট
(c) Gypsum - জিপচাম
(d)  Baitch - বাবেইটচ

 

58. is the largest petroleum producing state - সর্বাধিক পেট্ৰ'লিয়াম উৎপাদনকাৰী ৰাজ্যখন হৈছে

(a) Bihar - বিহাৰ
(b) Maharashtra - মহাৰাষ্ট্ৰ
(c) Gujarat - গুজৰাট
(d) Assam - অসম

 

59. Which of the following states produces the largest amount of copper - তলত উল্লেখিত কোনখন ৰাজ্যত আটাইতকৈ বেছি তাম(Copper) উৎপাদন হয়

(a) Rajasthan - ৰাজস্থান
(b) Madhya Pradesh - মধ্যপ্ৰদেশ
(c) Bihar - বিহাৰ
(d) Orissa - উৰিষ্যা

 

60. is the oldest oil producing state in India - ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে

(a) Assam - অসম
(b) West Bengal - পশ্চিমবংগ
(c) Nagaland - নাগালেণ্ড
(d) Bihar - বিহাৰ

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved