A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 45
1. Which of the following is called the collection of the World Museum of Art - বিশ্ব কলা সংগ্ৰাহালয়ৰ ভাণ্ডাৰ বুলি তলৰ কোনটোক কোৱা হয়
(a) Salarjung Museum - Salarjung Museum
(b) National Archives of India - National Archives of India
(c) National Museum - National Museum
(d) National Modern Art Gallery - National Modern Art Gallery
2. Who among the following is not associated with the Indian music 'Thumri' - ভাৰতীয় সংগীত 'থুমৰি'ৰ সৈতে তলৰ কোনজন জড়িত নহয়
(a) Nawab Wajid Ali Shah - নবাব ৱাজিদ আলি ছাহ
(b) Tansen - তানসেন
(c) Amir Khusro - আমিৰ খুছৰো
(d) Sijeswari Devi - সিজেশ্বৰী দেৱী
3. Which is the first talkie film in India - ভাৰতৰ প্ৰথম সবাক চলচ্চিত্র (talkie film) কোনখন
(a) Alam Ara - আলম আৰা
(b) King Harichandra - ৰজা হৰিশ্চন্দ্ৰ
(c) Shalimar - শালিমাৰ
(d) Paper flowers - কাগজ কে ফুল
4. What is the name of the religion preached by Sankaradeva - শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি
(a) Eksharan Bhagavati Vaishnavism - একশৰণ ভাগৱতী বৈষ্ণৱ ধর্ম
(b) Tantric Shakti religion - তান্ত্রিক শাক্তধর্ম
(c) Shaivism - শৈৱ ধৰ্ম
(d) None is correct - এটাও শুদ্ধ নহয়
5. What is another name for Parashurama - পৰশুৰামৰ আন এটা নাম কি
(a) Agnishwar - অগ্নীশ্বৰ
(b) Agnyasvaya - অগ্ন্যাস্বয়
(c) Jamdagnya - জামদগ্ন্য
(d) Jamadilagna - জামাদিলগ্ন
6. On which date is World Hindi Day celebrated - বিশ্ব হিন্দী দিবস কোন তাৰিখে পালন কৰা হয়
(a) 3 October - ৩ অক্টোবৰ
(b) 10 January - ১০ জানুৱাৰী
(c) 10 March - ১০ মার্চ
(d) 4 January - ৪ জানুৱাৰী
7. Who has won the 2021 Nobel Prize in Literature - ২০২১ ৰ সাহিত্যৰ ন'বেল কোনে পাইছে
(a) Abdul Rajah Gurnahr - আব্দুল ৰাজাহ গুর্ণাহ
(b) Bob Villal - বব ভাইলাল
(c) Kazuo Isindiro - কাজুঅ' ইছিণ্ডিৰো
(d) None of the above - ওপৰৰ এটাও নহয়
8. Elora is located in which state of India - ইলোৰা ভাৰতৰ কোন ৰাজ্যত অৱস্থিত
(a) Gujarat - গুজৰাট
(b) Maharashtra - মহাৰাষ্ট্ৰ
(c) Karnataka - কর্ণাটক
(d) Orissa - উৰিষ্যা
9. What is the height of Sardar Vallabhbhai Patel, the tallest statue of India - ভাৰতৰ উচ্চতম মূৰ্তি চৰ্দাৰ বল্লভ ভাই পেটেলৰ উচ্চতা কিমান
(a) 182 m - ১৮২ মিঃ
(b) 184 m - ১৮৪ মিঃ
(c) 180 m - ১৮০ মিঃ
(d) 185 m - ১৮৫ মিঃ
10. Which place in India has a Fine Arts Academy - ভাৰতৰ কোনখন ঠাইত ললিত কলা একাডেমি আছে
(a) Kanpur - কানপুৰ
(b) New Delhi - নতুন দিল্লী
(c) Cochin - কোচিন
(d) Jabbalpur - জব্বলপুৰ
11. Who was the director of the film 'Raja Harichandra' - 'ৰাজা হৰিশ্চন্দ্ৰ' কথাছবিৰ পৰিচালক কোন আছিল
(a) Satyajit Ray - সত্যজিৎ ৰায়
(b) Dada Saheb Phalke - দাদা চাহেব ফাল্কে
(c) Raj Kapoor - ৰাজ কাপুৰ
(d) None of the above - ওপৰৰ এটাও নহয়
12. Ramkinkar Baiz is a famous one - ৰামকিংকৰ বাইজ এজন বিখ্যাত
(a) Dancers - নৃত্যশিল্পী
(b) Sculptor - ভাস্কৰ শিল্পী
(c) Actors - অভিনেতা
(d) Tabla player - তবলা বাদক
13. What festival is 'Jallikattu' associated with - 'জাল্লিকাট্টু' কি উৎসৱৰ লগত জড়িত
(a) Onam - ওনাম
(b) Pongal - পোংগল
(c) Bihu - বিহু
(d) Shivratri - শিৱৰাত্ৰি
14. It is the ancient musical instrument of India - ভাৰতৰ প্ৰাচীন সংগীত বাদ্যযন্ত্রবিধ হ'ল
(a) Bina - বীণা
(b) Chetar - চেতাৰ
(c) Tabla - তবলা
(d) The flute - বাঁহী
15. Kak is known as the father of Chahtara (cheetah) - কাক চাহতাৰা (চিতাৰৰ) পিতৃ ৰূপে জনা যায়
(a) Amir Khusro - আমিৰ খুছৰো
(b) Mian - মিয়ান
(c) Baiju Bawara - বাইজু বাৱাৰা
(d) Bare Ghulam Ali Khan - বৰে গুলাম আলি খান
16. In which state and union territory do Buddhists celebrate the 'Lasar festival' as the beginning of the New Year - কোনখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে নতুন বছৰৰ আৰম্ভণি হিচাপে 'লছাৰ উৎসৱ পালন কৰে
(a) Ladakh - লাডাখ
(b) Sikkim - ছিকিম
(c) Uttarakhand - উত্তৰাখণ্ড
(d) Arunachal Pradesh - অৰুণাচল প্রদেশ
17. Which city has the first Open Rock Museum in India - ভাৰতৰ প্ৰথমখন মুকলি শৈল যাদুঘৰ (Open Rock Museum) কোনখন চহৰত আছে
(a) Hyderabad - হায়দৰাবাদ
(b) Trivandrum - ত্ৰিবান্দম
(c) Varanasi - বাৰাণসী
(d) Mysore - মহীশূৰ
18. Where was Guru Ravidas, one of the pioneers of the Bhakti movement, born - ভক্তি আন্দোলনৰ অন্যতম গুৰি ধৰোঁতা ভাৰতীয় কবি গুরু রবিদাসৰ জন্ম ক'ত হৈছিল
(a) Amritsar - অমৃতসৰ
(b) Varanasi - বাৰাণসী
(c) Patna - পাটনা
(d) Ahmedabad - আহমেদাবাদ
19. Where is the special festival of pets called Pasuvula Panduga held - পশুভুলা পাণ্ডুগা (Pasuvula Panduga) নামৰ পোহনীয়া জীৱ-জন্তু বিশেষ উৎসবটি ক'ত অনুষ্ঠিত হয়
(a) Tamil Nadu - তামিলনাডু
(b) Kerala - কেৰালা
(c) Orissa - ওড়িষ্যা
(d) Andhra Pradesh - অন্ধ্রপ্রদেশ
20. Which institution is the inspector of the Jagannath Temple in Puri - কোনটো প্রতিষ্ঠান পুৰীৰ জগন্নাথ মন্দিৰৰ অভিক্ষক
(a) The State Government of Orissa - ওড়িষ্যা ৰাজ্যিক চৰকাৰ
(b) Archaeological Survey of India - ভাৰতৰ পুৰাতাত্ত্বিক জৰীপ
(c) Tourism Development Corporation of India - ভাৰত পৰ্যটন বিকাশ নিগম
(d) National Archives of India - ভাৰতৰ ৰাষ্ট্ৰীয় অভিলেখাগাৰ
21. Since which year has the Government of India sponsored the National Film Awards - কোন বছৰৰ পৰা ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাক পৃষ্ঠপোষকতা কৰি আহিছে
(a) 1973 - ১৯৭৩
(b) 1972 - ১৯৭২
(c) 1971 - ১৯৭১
(d) 1980 - ১৯৮০
22. Which is the first telefilm in India - ভাৰতৰ প্ৰথম টেলিফিল্ম কোনখন
(a) Sodgoti - সদ্গতি
(b) Road panchali - পথেৰ পাঁচালি
(c) Piku - পিকু
(d) Bala - বালা
23. Which was the first Indian film to be nominated for an Oscar - অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবি কোনখন
(a) The Guide - গাইড
(b) Mother India - মাডাৰ ইণ্ডিয়া
(c) Coolie - কুলী
(d) Don - ডন
24. In which year did the Oscars begin - কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল
(a) From 1901 onwards - ১৯০১ চনৰ পৰা
(b) From 1929 onwards - ১৯২৯ চনৰ পৰা
(c) Since 1931 - ১৯৩১ চনৰ পৰা
(d) Since the 1950s - ১৯৫০ চনৰ পৰা
25. Who is the first Assamese to win an Oscar - অস্কাৰ লাভ কৰা প্ৰথম অসমীয়া কোন
(a) AR Rahman - এ আৰ ৰহমান
(b) Bhanu Athaiah - ভানু আথাইয়া
(c) Satyajit Ray - সত্যজিৎ ৰায়
(d) Gulzar - গুলজাৰ
26. From which year did the Government of India introduce the National Film Awards - ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম' পুৰস্কাৰ প্ৰচলন কৰে
(a) Since 1972 - ১৯৭২ চনৰ পৰা
(b) From 1954 onwards - ১৯৫৪ চনৰ পৰা
(c) Since the 1950s - ১৯৫০ চনৰ পৰা
(d) Since the 1980s - ১৯৮০ চনৰ পৰা
27. How many National Film Awards did Ray win - সত্যজিৎ ৰাৱে কিমানটা 'ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ লাভ কৰিছিল
(a) 10 - ১০ টা
(b) 36 - ৩৬ টা
(c) 12 - ১২ টা
(d) 8 - ৮ টা
28. Where is the Film and Television Institute of India - ভাৰতৰ 'ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট' ক'ত আছে
(a) Mumbai - মুম্বাই
(b) Pune - পুনে
(c) Hyderabad - হায়দৰাবাদ
(d) Delhi - দিল্লী
29. The Film and Television Institute was established in which year - 'ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট' কোন চনত স্থাপন কৰা হয়
(a) In the 1970s - ১৯৭০ চনত
(b) In 1960 - ১৯৬০ চনত
(c) In 1962 - ১৯৬২ চনত
(d) In 1955 - ১৯৫৫ চনত
30. “When did the Film Fair awards come into force - 'ফিল্ম ফেয়াৰ পুৰস্কাৰ কেতিয়াৰ পৰা প্ৰচলন হৈছিল
(a) Since the 1950s - ১৯৫০ চনৰ পৰা
(b) From 1954 onwards - ১৯৫৪ চনৰ পৰা
(c) Since 1952 - ১৯৫২ চনৰ পৰা
(d) Since the 1960 - ১৯৬০ চনৰ পৰা

31. Where was the Sangeet Natak Academy held - 'সংগীত নাটক একাডেমী' ক'ত অনুষ্ঠিত হৈছিল
(a) Mumbai - মুম্বাই
(b) Calcutta - কলকাতা
(c) Delhi - দিল্লী
(d) Pune - পুনে
32. What is the highest award in India in the field of Performing Arts - 'পৰিৱেশ্য কলা' (Performing Arts ) বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰ কি
(a) Music and Drama Academy Awards - সংগীত-নাটক একাডেমি বঁটা
(b) Jnanpith - জ্ঞানপীঠ
(c) Saraswati Samman - সৰস্বতী সম্মান
(d) National Artist Award - ৰাষ্ট্ৰীয় শিল্পী বঁটা
33. Who is the first actress to be nominated to the Rajya Sabha of India - ভাৰতৰ ৰাজ্যসভালৈ মনোনীত হোৱা প্ৰথম অভিনেত্রী কোন
(a) Jaya Bachchan - জয়া বচ্চন
(b) Narcissus - নার্গিচ
(c) Madhubala - মধুবালা
(d) Line - ৰেখা
34. What is the oldest religion in the world - পৃথিৱীৰ আটাইতকৈ পুৰণি ধৰ্ম কি
(a) Islam is the religion - ইছলাম ধৰ্ম
(b) Sanatan Dharma - সনাতন ধর্ম
(c) Judaism - ইহুদী ধর্ম
(d) Baha'i - বাহাই
35. Where is the National School of Drama (NSD) located - ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (NSD) ক'ত অবস্থিত
(a) Mumbai - মুম্বাই
(b) Delhi - দিল্লী
(c) Calcutta - কলকাতা
(d) Pune - পুনে
36. When was the 'Morashtriya Natya Vidyalaya' established - মৰাষ্ট্ৰীয় নাট্য বিদ্যালয়' কেতিয়া স্থাপন কৰা হৈছিল
(a) In the 1950s - ১৯৫০ চনত
(b) In 1971 - ১৯৭১ চনত
(c) In 1959 - ১৯৫৯ চনত
(d) In the 1960s - ১৯৬০ চনত
37. The 'Lord Venkateshwara Tirupati Temple' is located in which state - 'ভগৱান ভেংকটেশ্বৰ তিৰুপতি মন্দিৰ' কোন ৰাজ্যত অবস্থিত
(a) Orissa - ওড়িষ্যা
(b) Sikkim - ছিকিম
(c) Jammu and Kashmir - জম্মু-কাশ্মীৰ
(d) Andhra Pradesh - অন্ধ্রপ্রদেশ
38. How many years does the 'Kumbh Mela' take place - 'কুম্ভমেলা' কিমান বছৰৰ অন্তৰে অন্তৰে হয
(a) 10
(b) 12
(c) 4
(d) 8
39. Which Indian Academy promotes dance, drama and music - কোন ভাৰতীয় একাডেমীয়ে নৃত্য, নাটক আৰু সংগীতৰ প্ৰচাৰ কৰে
(a) Sahitya Akademi - সাহিত্য একাডেমী
(b) Academy of Fine Arts - লালিত কলা একাডেমী
(c) National Theater School - ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়
(d) Music Academy - সংগীত একাডেমী
40. Which of the following temples in India is called the 'Black Pagoda' - নিম্নলিখিত ভাৰতৰ কোনটো মন্দিৰক 'Black Pagoda' বুলি কোৱা হয়
(a) Sun Temple, Konark - সূর্য মন্দিৰ, কোনাৰ্ক
(b) Jagannath Temple, Puri - জগন্নাথ মন্দিৰ, পুৰী
(c) Pisces, by humans - মীন, মানুষই
(d) Wihavishara Temple, Tanjore - ৱিহাবিশ্বাৰা মন্দিৰ, তানজোৰ
41. Where is the National Tribal Festival held - ৰাষ্ট্ৰীয় জনজাতি মহোৎসব ক'ত অনুষ্ঠিত হয়
(a) Delhi - দিল্লী
(b) Bangalore - বাংগালুক
(c) Pune - পুনে
(d) Chennai - চেন্নাই
42. A unique painting style Haze art is a traditional art prevalent in which state of India - এক অনন্য চিত্রকলা শৈলী হেজ আৰ্ট ভাৰতৰ কোন ৰাজ্যত প্ৰচলিত পৰম্পৰাগত কলা
(a) Kerala - কেৰালা
(b) Karnataka - কর্ণাটক
(c) Andhra Pradesh - অন্ধপ্রদেশ
(d) West Bengal - পশ্চিমবংগ
43. The Hornbill Festival is a cultural festival celebrated in which state - 'হৰ্ণবিল ফেষ্টিভেল' কোনখন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসব
(a) Assam - অসম
(b) Nagaland - নাগালেণ্ড
(c) West Bengal - পশ্চিমবংগ
(d) Bihar - বিহাৰ
44. Which short film won the Oscar in - ২০২২ বৰ্ষত কোনখন চুটি ছবিয়ে অস্কাৰ বঁটা লাভ কৰিছিল
(a) Summer of Soul
(b) Piper
(c) Camera
(d) India's Daughter
45. Whose reign is called the 'Golden Age of Indian Architecture' - কাৰ ৰাজত্বকালক 'ভাৰতীয় স্থাপত্য়ৰ সোণালী যুগ' বুলি কোৱা হয়
(a) The Rashtrakuta - ৰাষ্ট্ৰকূট
(b) Maurya - মৌর্য
(c) Pal - পাল
(d) Gupta - গুপ্ত
46. Pandit Bhimsen Yoni is associated with which art - পণ্ডিত ভীমসেন যোণী কোনবিধ শিল্পৰ সৈতে সম্পর্কিত
(a) The flutist - বাঁহীবাদক
(b) Master of Cheta - চেতাৰ বিশাৰদ
(c) Odyssey dancers - ওডিচি নৃত্যশিল্পী
(d) Hindustani artists - হিন্দুস্তানী শিল্পী
47. In which city was Bharat Parva 2023 held - ভাৰতপর্ব ২০২৩ কোনখন চহৰত অনুষ্ঠিত হৈছিল
(a) Mumbai - মুম্বাই
(b) New Delhi - নতুন দিল্লী
(c) Ahmedabad - আহমেদাবাদ
(d) Jaipur - জয়পুৰ
48. Who made India's first technicolor/multicolor film made in the early 1950 - ১৯৫০ চনৰ আগভাগত নিৰ্মিত ভাৰতৰ প্ৰথম টেকনিকালাৰ/বহুৰঙী ছবি কোনে নিৰ্মাণ কৰে
(a) The Queen of Jhansi, Sohrab Modi - ঝান্সী কি ৰাণী, ছোহৰাব মোদী
(b) Jhansi Ki Rani, Sir Syed Ahmed - ঝান্সী কি ৰাণী, ছাৰ চৈয়দ আহমেদ
(c) Mirza Ghalib, Sohrab Modi - মির্জা গালিব, ছোহৰাব মোদী
(d) Mirza Ghalib, Munsi Premchand - মির্জা গালিব, মুন্সি প্রেমচন্দ
49. Which of the following classical dances was named after that village - তলৰ কোনটো শাস্ত্ৰীয় নৃত্যৰ নামাকৰণ সেই গাঁওখনৰ নামেৰে কৰা হৈছিল
(a) Kuchipuri - কুচিপুড়ি
(b) Conversation - কথাকলি
(c) Bharat Natyam - ভাৰত নাট্যম
(d) Mohiniottam - মোহিনীঅট্টম
50. Who composed 'Saare Jaha Se Achcha' - 'ছাৰে জাহা চে আচ্চা' কোনে ৰচনা কৰিছিল
(a) Rabindranath Tagore - ৰবীন্দ্রনাথ ঠাকুৰ
(b) Jayadeva - জয়দেৱ
(c) Mohammad Iqbal - মহম্মদ ইকবাল
(d) Bankim Chandra Chattopadhyay - বংকিম চন্দ্র চট্টোপাধ্যায়
51. Satri dance is the classical dance of which state - 'সত্ৰীয়া নৃত্য' কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য
(a) Assam - অসম
(b) Kerala - কেৰেলা
(c) Punjab - পাঞ্জাব
(d) Bengal - বেংগল
52. Where is the Pushkar Mela held - 'পুষ্কৰ মেলা' ক'ত অনুষ্ঠিত হয়
(a) Jodhpur - যোধপুৰ
(b) Ajmer - আজমেৰ
(c) Jaipur - জয়পুৰ
(d) Udaipur - উদয়পুৰ
53. Which of the following dance styles is based on the story or theme of the Ramayana and Mahabharata - তলৰ কোনবিধ নৃত্যশৈলী ৰামায়ণ আৰু মহাভাৰতৰ কাহিনী বা বিষয়বস্তুৰ আধাৰত লোৱা হয়
(a) Theater in India - ভাৰত নাট্যম
(b) Mohiniottam - মোহিনীঅট্টম
(c) The Odyssey - ওডিচি
(d) Kuchipuri - কুচিপুড়ী
54. Which of the following dances is a popular dance of Sangeet Theater in Maharashtra - তলৰ কোনবিধ নৃত্য মহাৰাষ্ট্ৰৰ সংগীত থিয়েটাৰৰ জনপ্ৰিয় নৃত্য
(a) Tamasha - তামাছা
(b) Natanki - নটাংকি
(c) The story - গাথা
(d) Lavani - লাৱনি
55. Which of the following is called the collection of the World Museum of Art - বিশ্ব কলা সংগ্ৰাহালয়ৰ ভাণ্ডাৰ বুলি তলৰ কোনটোক কোৱা হয়
(a) Salarjung Museum - Salarjung Museum
(b) National Archives of India - National Archives of India
(c) National Museum - National Museum
(d) National Modern Art Gallery - National Modern Art Gallery
56. Who among the following is not associated with the Indian music 'Thumri' - ভাৰতীয় সংগীত 'থুমৰি'ৰ সৈতে তলৰ কোনজন জড়িত নহয়
(a) Nawab Wajid Ali Shah - নবাব ৱাজিদ আলি ছাহ
(b) Tansen - তানসেন
(c) Amir Khusro - আমিৰ খুছৰো
(d) Sijeswari Devi - সিজেশ্বৰী দেৱী
57. Which is the first talkie film in India - ভাৰতৰ প্ৰথম সবাক চলচ্চিত্র (talkie film) কোনখন
(a) Alam Ara - আলম আৰা
(b) King Harichandra - ৰজা হৰিশ্চন্দ্ৰ
(c) Shalimar - শালিমাৰ
(d) Paper flowers - কাগজ কে ফুল
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved