A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 43
1. Kalidasa was a member of the assembly of which emperor - কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল
(a) Samudragupta - সমুদ্ৰগুপ্ত
(b) Ashoka - অশোক
(c) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(d) Chandragupta-2 - চন্দ্ৰগুপ্ত-2
2. Who is called 'Napoleon of India' - 'ভাৰতৰ নেপোলিয়ন' বুলি কাক কোৱা হয়
(a) Chandragupta - চন্দ্ৰগুপ্তক
(b) Ashoka - অশোকক
(c) Samudraguptaka - সমুদ্ৰগুপ্তক
(d) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
3. Which Hindu king ruled Delhi in medieval India - মধ্যযুগৰ ভাৰতত দিল্লীত কোন হিন্দু ৰজাই ৰাজত্ব কৰিছিল
(a) Himu - হিমু
(b) Ashoka - অশোক
(c) Joy - আনন্দ
(d) Not one - এজনো নহয়
4. In which city is the Lingaraj temple located - লিংগৰাজ মন্দিৰ কোন চহৰত অৱস্থিত
(a) Bhubaneswar - ভূৱনেশ্বৰ
(b) Bijapur - বিজাপুৰ
(c) Calcutta - কলকাতা
(d) Puri - পুৰী
5. In what language did the Buddha teach - বুদ্ধই কি ভাষাত শিক্ষা দিছি
(a) Sanskrit - সংস্কৃত
(b) Pali - পালি
(c) Maghadi - মাগধী
(d) Prakrit - প্ৰাকৃত
6. What was Mahavir formerly known by - মহাবীৰ পূৰ্বতে কি নামেৰে জনাজাত আছিল
(a) Paush - পৌশ
(b) Increasing - বৰ্দ্ধমান
(c) Chetak - চেতক
(d) Gautam - গৌতম
7. He was the author of the Harshacharita - 'হৰ্ষচৰিত'ৰ লিখক আছিল
(a) Huben Chang - হিউবেন চাং
(b) Banbhat - বানভট্ট
(c) Varahamihira - বৰাহমিহিৰ
(d) Harsha - হৰ্ষ
8. Author of 'Allahbad Prashasti' - 'এলাহবাদ প্ৰশস্তি'ৰ ৰচক
(a) Harisena - হৰিসেন
(b) Kalidasa - কালিদাস
(c) Vishakhapatta - বিশাখাপত্ত
(d) The Shudras - শূদ্ৰক
9. was the greatest king of the 'slave dynasty' - 'দাস বংশ'ৰ শ্ৰেষ্ঠ ৰজাজন আছিল
(a) Mohammad Ghori - মহম্মদ ঘোৰী
(b) Iltutmich - ইলতুৎমিচ
(c) Qutubuddin Aibak - কুটুবুদ্দিন আইবাক
(d) Giachuddin Balban - গিয়াচুদ্দিন বলবন
10. Which Sultan of Delhi introduced hereditary policy in both civil and military ranks - দিল্লীৰ কোনজন চুলতানে অসামৰিক আৰু সামৰিক উভয়বিধ পদবীতে বংশানুক্ৰমিক নীতি প্ৰচলন কৰিছিল
(a) Alauddin - আলাউদ্দিন
(b) Sikandar Lodi - চিকন্দৰ লোডী
(c) Feroze Shah - ফিৰোজ শাহ
(d) Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
11. Feroze Shah Kautla Maidan in Delhi is named after which king - দিল্লীৰ ফিৰোজ শ্বাহ কৌটলা ময়দানখন কোনজন ৰজাৰ নামেৰে নামকৰণ কৰা হৈছে
(a) Lodi dynasty - লোডী বংশৰ
(b) The Khilji dynasty - খিলজি বংশৰ
(c) Toglak dynasty - টোগলক বংশৰ
(d) The Das clan - দাস বংশৰ
12. How many times did Sultan Mamud invade India - সুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল
(a) 15 times - ১৫ বাৰ
(b) 16 times - ১৬ বাৰ
(c) 17 times - ১৭ বাৰ
(d) Not one - এটাও নহয়
13. Which of the following was the first English newspaper in India published in ৩৮- ১৭৮০ চনত প্ৰকাশ হোৱা তলৰ কোনখন ভাৰতৰ প্ৰথম ইংৰাজী বাতৰিকাকত
(a) The Calcutta Gazette - দা কলিকতা গেজেট
(b) The Bengal Journal - দা বেংগল জাৰ্ণেল
(c) The Bengal Gazette - দা বেংগল গেজেট
(d) Not one - এটাও নহয়
14. Which law allowed Christian missionaries to enter India - কোনখন আইনে খ্ৰীষ্টান মিছনেৰীক ভাৰতত প্ৰৱেশ কৰাত অনুমতি দিছিল
(a) The 1813 Charter Act - ১৮১৩ চনৰ চনদ আইন
(b) 1793 Charter Act - ১৭৯৩ চনৰ চনদ আইন
(c) The Charter Act of 1833 p - ১৮৩৩ চনৰ চনদ আইন
(d) Queen Victoria's Proclamation - ৰাণী ভিক্টোৰিয়াৰ ঘোষণা পত্ৰ
15. The most notorious terrorist group formed by Mahendra Nath Hazarika during the Quit India Movement is known as Ki in Nagaon - ভাৰত ত্যাগ আন্দোলনৰ সময়ত মহেন্দ্ৰ নাথ হাজৰিকাই গঠন কৰা আটাইতকৈ দুর্ধর্ষ সন্ত্রাসবাদী দলটোক নগাঁৱত কি বুলি জনা যায়
(a) Assam Army - অসম সেনা
(b) Death Forces - মৃত্যু বাহিনী
(c) Assamese heroes and heroines - অসমীয়া বীর-বীৰাংগনা
(d) The mother is the guardian - মাতৃ ৰক্ষক
16. When was the Asur Ali Agreement signed - অসুৰ আলী চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল
(a) 1639 - ১৬৩৯
(b) 1634 - ১৬৩৪
(c) 1640 - ১৬৪০
(d) 1645 - ১৬৪৫
17. Who signed the Treaty of Asura Ali - অসুৰৰ আলী চুক্তি কাৰ মাজত স্বাক্ষৰিত হৈছিল
(a) Ahom and Rajput - আহোম আৰু ৰাজপুত
(b) The Sultan of Ahom and Bengal - আহোম আৰু বংগৰ চুলতান
(c) Ahom and Mughal - আহোম আৰু মোগল
(d) Ahom and Boro - আহোম আৰু বড়ো
18. Who represented the Ahom kingdom for the treaty of Asur Ali - অসুৰৰ আলী চুক্তিৰ বাবে কোনে আহোম ৰাজ্যক প্রতিনিধিত্ব কৰিছিল
(a) Monai Tamuli Barbaroa - মোনাই তামুলী বৰবৰুৱা
(b) Lachit Barphukan - লাচিত বৰফুকন
(c) Robin Buragohain - ৰবীন বুঢ়াগোহাঁই
(d) Gadadhar Singh - গদাধৰ সিংহ
19. In which year did the Battle of Saraighat take place - কিমান চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল
(a) 1671 - ১৬৭১
(b) 1699 - ১৬৯৯
(c) 1723 - ১৭২৩
(d) 1623 - ১৬২৩
20. When did the Battle of Itakhuli take place - ইটাখুলিৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল
(a) 1686 - ১৬৮৬
(b) 1671 - ১৬৭১
(c) 1666 - ১৬৬৬
(d) 1682 - ১৬৮২
21. Which Ahom king is known as Budharaja - বুঢ়াৰজা বুলি কোনজন আহোম ৰজাক জনা যায়
(a) Suchengfa - চুচেংফা
(b) Chukampha - চুকামফা
(c) Chupatpha - চুপাটফা
(d) Chukapha - চুকাফা
22. What was the name of the only daughter of Swargadeo Jayadeva Singh - স্বৰ্গদেউ জয়ধ্বজ সিংহৰ একমাত্র কন্যাৰ নাম কি আছিল
(a) Lahari is a young woman - লাহৰী গাভৰু
(b) Begum Jahan - বেগম জাহান
(c) Rahmat Banu Begum - ৰহমত বানু বেগম
(d) Mamtaz Begum - মমতাজ বেগম
23. What is the ancient name of Kachar - কাছাৰৰ প্ৰাচীন নাম কি
(a) Hirimba - হিড়িম্বা
(b) Dimapur - ডিমাপুৰ
(c) Dhanshree - ধনশ্ৰী
(d) Narayanpur - নাৰায়ণপুৰ
24. The currency of the Kochas is known as Ki - কোচসকলৰ মুদ্ৰাক কি বুলি জনা যায়
(a) Tanka - টংকা
(b) Seals - মোহৰ
(c) Currency - মুদ্রা
(d) Narayani - নাৰায়ণী
25. When was the Ghilajharighat Agreement signed - ঘিলাঝাৰীঘাট চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল
(a) 1663 - ১৬৬৩
(b) 1644 - ১৬৪৪
(c) 1665 - ১৬৬৫
(d) 1646 - ১৬৪৬
26. Who wrote the history of Tunkhung - তুংখুঙীয়া বুৰঞ্জী কোনে লিখিছিল
(a) Srinath Barbaroa - শ্রীনাথ বৰবৰুৱা
(b) Kashinath Tamuli Fukan - কাশীনাথ তামুলী ফুকন
(c) Dutiram Hazarika - দুতিৰাম হাজৰিকা
(d) Not one - এটাও নহে
27. What is the name of the battle in 1527 AD in which Babur defeated Rana Pratap Singh of Mewar - ১৫২৭ খ্ৰীষ্টাব্দত বাবৰে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহক পৰাস্ত কৰা যুদ্ধখনৰ নাম কি
(a) The First Waterway War - পানিপথৰ প্রথম যুদ্ধ
(b) Second Waterway War - পানিপথৰ দ্বিতীয় যুদ্ধ
(c) The First Battle of Tarain - তৰাইনৰপ্রথম যুদ্ধ
(d) Battle of Khanwar - খানৱাৰ যুদ্ধ
28. Accompanied Gandhiji to the Second Round Table Conference in London in - ১৯৩১ চনৰ লণ্ডনৰ দ্বিতীয় ঘূৰণীয়া মেজমেললৈ গান্ধীজীৰ লগত গৈছিল
(a) Sarojini Naidu - সৰোজিনী নাইডু
(b) Kasturba Gandhi - কস্তুৰবা গান্ধী
(c) Mira Ben - মীৰা বেন
(d) Aruna Ashraf Ali - অৰুণা আশ্রৰফ আলী
29. Who presided over the Bombay session of the Congress which adopted the resolution to leave India on 8 August - ১৯৪২ চনৰ ৮ আগষ্টত ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰা কংগ্ৰেছৰ বোম্বাই অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল
(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(c) Sardar Vallabhbhai Patel - চৰ্দাৰ বল্লভভাই পেটেল
(d) Maulana Abdul Kalam Azad - মৌলানা আব্দুল কালাম আজাদ
30. Who was the Governor General of India during the Quit India Movement - ভাৰত ত্যাগ আন্দোলনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল
(a) Lord Willingdon - লৰ্ড উইলিংডন
(b) Lord Buvell - লৰ্ড বাভেল
(c) Lord Linlithgo - লৰ্ড লিনলিথগো
(d) Lord Mountbatten - লৰ্ড মাউণ্ট বেটেন

31. Where were Maniram Dewan and Piyli Barua hanged on 20 February - ১৮৫৮ চনৰ ২০ ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ক'ত ফাঁচী দিয়া হৈছিল
(a) In Shivsagar - শিৱসাগৰত
(b) In Tezpur - তেজপুৰত
(c) In Jorhat - যোৰহাটত
(d) In Guwahati - গুৱাহাটীত
32. Who among the following members from Assam joined the Bombay Session which adopted the resolution to leave India - ভাৰত ত্যাগ প্রস্তাৱ গ্ৰহণ কৰা বোম্বাই অধিৱেশনত অসমৰ পৰা তলৰ কোনে কোনে যোগদান কৰিছিল
(a) Gopinath Bardoli and Siddhi Nath Sharma - গোপীনাথ বৰদলৈ আৰু সিদ্ধিনাথ শৰ্মা
(b) Tarun Ram Fukan and Ami Kumar Das - তৰুণৰাম ফুকন আৰু অমিয় কুমাৰ দাস
(c) Fakhruddin Ali Ahmed and Dr Harekrishna Das - ফখৰুদ্দিন আলি আহমেদ আৰু ডাঃ হৰেকৃষ্ণ দাস
(d) Bishnuram Medhi and Liladhar Barnaba - বিষ্ণুৰাম মেধি আৰু লীলাধৰ বৰন্বা
33. Who founded the Brahma Samaj - ব্ৰাহ্মসমাজ কোনে প্ৰতিষ্ঠা কৰিছিল
(a) Swami Dayananda Saraswati - স্বামী দয়ানন্দ সৰস্বতী
(b) Annie Bechant - এনি বেচান্ত
(c) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(d) Swami Vivekananda - স্বামী বিবেকানন্দ
34. Who was the founder of the Arya Samaj - আৰ্যসমাজৰ প্ৰতিষ্ঠাতা কোন
(a) Swami Dayananda Saraswati - স্বামী দয়ানন্দ সৰস্বতী
(b) Annie Bechant - এনি বেচান্ত
(c) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(d) Swami Vivekananda - স্বামী বিবেকানন্দ
35. What is the name of the Buddha that the British forces led by Colonel Cote defeated the French forces led by Lele in - কৰ্ণেল কোটৰ নেতৃত্বাধীন ইংৰাজ শক্তিয়ে লেলে’ নেতৃত্বাধীন ফৰাছী শক্তিক ১৭৬০ চনত পৰাস্ত কৰা বুদ্ধখনৰ নাম কি
(a) The Battle of Chaucer - চৌচাৰযুদ্ধ
(b) The Battle of Haldighat - হল্দিঘাটৰ যুদ্ধ
(c) Battle of Bandibus - বাণ্ডিবাছৰ যুদ্ধ
(d) The Battle of Palachi - পলাচী যুদ্ধ
36. Mir Qasim and Shah Alam II were defeated by the British forces in which battle in 1764 AD - ১৭৬৪ খ্ৰীষ্টাব্দত সংঘটিত কোনখন যুদ্ধত ইংৰাজ শক্তিৰ হাতত মিৰ কাছিম আৰু দ্বিতীয় ছাহ আলমৰ পৰাজয় হয়
(a) In the fight of the boxer - বক্সাৰৰ যুদ্ধত
(b) At the Battle of Haldighat - হল্দিঘাটৰ যুদ্ধত
(c) At the Battle of Bandibus - বাণ্ডিবাছৰ যুদ্ধত
(d) In Palasi Buddha - পলাচী বুদ্ধত
37. What is the name of the brave warrior who died at the hands of the British in the fourth and last Battle of Mysore in - ১৭৯৯ চনত হোৱা চতুৰ্থ তথা শেষ মহীশূৰৰ যুদ্ধত ইংৰাজৰ হাতত মৃত্যুবৰণ কৰা বীৰ যোদ্ধাজনৰ নাম কি
(a) The Queen is Lakshmivadi - ৰাণী লক্ষ্মীবাদী
(b) Annie Bechant - এনি বেচান্ত
(c) Bal Gangadhar Tilak - বাল গংগাধৰ তিলক
(d) Tipu Sultan - টিপু চুলতান
38. presided over the First Round Table Conference - প্রথম ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল
(a) Lord Ripon - লৰ্ড ৰিপণ
(b) Lord Delhousie - লৰ্ড ডেলহাউচি
(c) Lord Curzon - লৰ্ড কাৰ্জন
(d) Ramje McDonald - ৰামজে মেকডোনাল্ড
39. In which year was Gandhiji arrested for writing anti-British articles in the Young India newspaper - ইয়ং ইণ্ডিয়া কাকতত বিটিছ বিৰোধী প্ৰবন্ধ লিখাৰ বাবে গান্ধীজীক কোন চনত গ্ৰেপ্তাৰ কৰা হয়
(a) In 1922 - ১৯২২ চনত
(b) In 1925 - ১৯২৫ চনত
(c) In the 1930s - ১৯৩০ চনত
(d) In the 1940s - ১৯৪০ চনত
40. Who exempted the first anti-British person of Assam, Gamdhar Kaur, from the death penalty - কোনে অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ-বিৰোধী ব্যক্তি গমধৰ কৌৱৰক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিছিল
(a) Captain Holroyd - কেপ্তেইন হলৰয়ড
(b) Captain Newwill - কেপ্তেইন নিউৱিল
(c) John Marley - জন মাৰ্লি
(d) Lieutenant G B Singer - লেফটেনেন্ট জি-বি- ছিংগাৰ
41. Which of the following is a direct carrier of culture - সংস্কৃতিৰ প্রত্যক্ষ বাহক বুলিলে তলৰ কোনটোক বুজা যায়
(a) Food - খাদ্য
(b) Language - ভাষা
(c) Festivals - উৎসৱ
(d) Literature - সাহিত্য
42. What is the meaning of the word 'Raag' in music - সঙ্গীতৰ ‘ৰাগ’ শব্দৰ অৰ্থ কি
(a) Being angry - খং কৰা
(b) to rejoice - আনন্দিত কৰা
(c) Praying to God - ভগৱানক প্ৰাৰ্থনা কৰা
(d) Imagine - কল্পনা কৰা
43. What is the meaning of the word 'kheyal' in music - সঙ্গীতৰ ‘খেয়াল” শব্দটোৰ অৰ্থ কি
(a) Do whatever you want - যি মন যায় সেই কৰা
(b) to rejoice - আনন্দিত কৰা
(c) Praying to God - ভগৱানক প্ৰাৰ্থনা কৰা
(d) Imagine - কল্পনা কৰা
44. Where does the word 'ghazal' originally come from - 'গজল’ শব্দটো মূলতঃ ক’ৰ পৰা আহিছে
(a) From execution folk music - ফাচী লোকসঙ্গীতৰ পৰা
(b) From Arabic folk music - আৰবী লোকসঙ্গীতৰ পৰা
(c) From Western folk music - পশ্চিমীয়া লোকসঙ্গীতৰ পৰা
(d) Not one - এটাও নহয়
45. What is the oldest gharana of Indian music - ভাৰতীয় সংগীতৰ আটাইতকৈ পুৰণি ঘাৰাণাটো কি
(a) Rajasthani Gharana - ৰাজস্থানী ঘাৰণা
(b) Gowali Ghar Gharana - গোৱালি ঘৰ ঘাৰাণা
(c) Himachal Gharana - হিমাচলী ঘাৰাণা
(d) Not one - এটাও নহয়
46. What is the name of the ancient classical dance of Kerala - কেৰালাৰ এঁতিহ্যপূৰ্ণ ধ্ৰুপদী নৃত্যবিধৰ নাম কি
(a) Kuchipuri - কুছিপুড়ী
(b) Bharatanatyam - ভাৰতনাট্যম
(c) Kathakali - কথাকলি
(d) Not one - এটাও নহয়
47. What is the name of the historical dance of Anbapradesh - অন্বপ্ৰদেশৰ এতিহ্যপূৰ্ণ নৃত্যবিধৰ নাম কি
(a) Kuchipuri - কুছিপুড়ী
(b) Bharatanatyam - ভাৰতনাট্যম
(c) Conversation - কথাকলি
(d) Not one - এটাও নহয়
48. 'Hacha-Kekan' is an agricultural festival of which tribe in Assam - 'হাচা-কেকান’অসমৰ কোনটো জনগোষ্ঠীৰ কৃষি উৎসৱ
(a) The Boros - বড়োসকলৰ
(b) The Karbi people - কাৰ্বি সকলৰ
(c) The Ravas - ৰাভাসকলৰ
(d) The Missing - মিছিংসকলৰ
49. 'Kherai dance' is a religious dance of which tribe - ‘খেৰাই নৃত্য’ কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য
(a) The Boros - বড়োসকলৰ
(b) The Karbi people - কাৰ্বি সকলৰ
(c) The Ravas - ৰাভাসকলৰ
(d) The Missing - মিছিংসকলৰ
50. 'Bayukh' is a notable agricultural festival of which tribe - ‘বায়ুখ’ কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য কৃষি উৎসৱ
(a) The Boros - বড়োসকলৰ
(b) The Karbi people - কাৰ্বিসকলৰ
(c) The Ravas - ৰাভাসকলৰ
(d) The Missing - মিছিংসকলৰ
51. It is on the famous Sarnath pillar of the Ashoka era - অশোকৰ যুগৰ বিখ্যাত সাৰনাথ স্তম্ভত আছে
(a) Four well-equipped lions - চাৰিটা সুসজ্জিত সিংহ
(b) Two well-equipped lions - দুটা সুসজ্জিত সিংহ
(c) Three well-equipped lions - তিনিটা সুসজ্জিত সিংহ
(d) Seven well-equipped lions - সাতটা সুসজ্জিত সিংহ
52. The word Arya means - আৰ্য শব্দৰ অৰ্থ হ'ল
(a) Brahmachari - ব্ৰহ্মচাৰী
(b) High-quality - উচ্চমানবিশিষ্ট
(c) Farmers - কৃষক
(d) Hunters - চিকাৰী
53. The name of the most sacred book of the Buddhists - বৌদ্ধসকলৰ আটাইতকৈ পবিত্ৰ গ্ৰন্থখনৰ নাম
(a) Ben - বেন
(b) The Upanishads - উপনিষদ
(c) Tripitaka - ত্ৰিপিটক
(d) Patanjali - পতঞ্জলি
54. In which language was the Tripitaka written - ত্ৰিপিটক কোন ভাষাত লিখা হৈছিল
(a) Pali - পালি
(b) Prakrit - প্ৰাকৃত
(c) Sanskrit - সংস্কৃত
(d) Patanjali - পতঞ্জলি
55. Which of the following was a contemporary of Alexander - তলৰ কোনজন আলেকজেণ্ডাৰৰ সমকালীন ব্যক্তি আছিল
(a) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(b) Binnichar - বিন্নিচাৰ
(c) Ashoka - অশোক
(d) Changkha - চাংখা
56. It was a famous educational center during the reign of the Mauryan dynasty - মৌৰ্য বংশৰ ৰাজত্ব কালত বিখ্যাত শিক্ষা কেন্দ্ৰ আছিল
(a) Nalanda - নালন্দা
(b) Takshashila - তক্ষশিলা
(c) Vaishali - বৈশালী
(d) Evine - ইভাইন
57. Which of the following ruled Magadha after the Nanda dynasty - নন্দ বংশৰ পিছত কোনটো বশেই মগধ ৰাজত্ব কৰিছিল
(a) Gupta - গুপ্ত
(b) Kuchan - কুচান
(c) Maurya - মৌৰ্য
(d) Sanga - সাংগা
58. Name of the last Mauryan king - শেষৰজন মৌৰ্য ৰজাজনৰ নাম
(a) Ashoka - অশোক
(b) Binduchar - বিন্দুচাৰ
(c) The branch - ডালক
(d) Gupta - গুপ্ত
59. Who wrote the Arthashastra - অৰ্থশাস্ত্ৰ কোনে ৰচনা কৰিছিল
(a) Chanaka - চাণকা
(b) Panini - পাণিনি
(c) Rajuka - ৰাজুকা
(d) Not one - এজনো নহয়
60. Kalidasa was the princess of which king of the Gupta dynasty - কালিদাস গুপ্তবংশৰ কোনজন ৰজাৰ ৰাজকৰি আছিল
(a) Samudragupta - সমুদ্ৰগুপ্ত
(b) Sritapta - শ্ৰীতপ্ত
(c) Ashoka - অশোক
(d) Vikramaditya - বিক্ৰমাদিত্য
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved