Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 41

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 41

 

1. The guiding principles of the Constitution of which country are included in the Constitution of India - কোন দেশৰ সংবিধানৰ আৰ্হিক নিৰ্দেশক নীতিসমূহ ভাৰতীয় সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছে

(a) The United States - আমেৰিকা
(b) Bitaine - বিটেইন
(c) France - ফ্ৰান্স
(d)  Ireland - আয়াৰলেণ্ড

 

2. Which Article of the Constitution of India prohibits untouchability - ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে অস্পৃশ্যতা বৰ্জন কৰিছে

(a) Section 16 - ১৬ নং অনুচ্ছেদ
(b) Section 17 - ১৭ নং অনুচ্ছেদ
(c) Article 24 - ২৪ নং অনুচ্ছেদ
(d) Article 42 - ৪২ নং অনুচ্ছেদ

 

3. the person having the power to deprive of citizenship - নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পৰা ক্ষমতা থকা ব্যক্তিজন

(a) President - ৰাষ্ট্ৰপতি
(b) District Magistrate - জিলা দণ্ডাধীশ
(c) The Chief Minister - মুখ্যমন্ত্ৰী
(d) The Governor - ৰাজ্যপাল

 

4. Which Article of the Constitution of India provides for the procedure of amending the Constitution - ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনী পদ্ধতি দিয়া আছে

(a) In paragraph 360 - ৩৬০ নং অনুচ্ছেদত
(b) In paragraph 362 - ৩৬২ নং অনুচ্ছেদত
(c) in Article 368 - ৩৬৮ নং অনুচ্ছেদত
(d) Section 375 - ৩৭৫নংঅনুচ্ছ্যোত

 

5. How many Members of Parliament are required to approve the firm method of amending the Constitution of India - ভাৰতীয় সংবিধান সংশোধনৰ দৃঢ় পদ্ধতিত সংসদৰ কিমান সদস্যই অনুমোদন দিব লাগে

(a) A simple majority of the members - সাধাৰণ সংখ্যাগৰিষ্ঠ সদস্যই
(b) Two-thirds of the members - দুই-তৃতীয়াংশ সদস্যই
(c) A majority of the total number of members and two-thirds of the members present and voting - মুঠ সদস্যৰ সংখ্যাগৰিষ্ঠ আৰু উপস্থিত আৰু ভোটদান কৰা সদস্যৰ দুই-তৃতীয়াংশ সদস্যই
(d) One-third - এক-তৃতীয়াংশই

 

6. In which year was the first amendment to the Constitution made - প্ৰথম সংবিধান সংশোধন কোন চনত কৰা হয়

(a) In the 1950s - ১৯৫০ চনত
(b) In 1951 - ১৯৫১ চনত
(c) In 1952 - ১৯৫২ চনত
(d) In 1975 - ১৯৭৫ চনত

 

7. Which constitutional amendment raised the voting age from 21 to 18 years - কিমান তম সংবিধান সংশোধনীৰ যোগেদি ভোটদানৰ বয়স ২১ৰ পৰা ১৮ বছৰ কৰা হয়

(a) 60th - ৬০ তম
(b) 61st - ৬১ তম
(c) 62nd - ৬২ তম
(d) 65th - ৬৫ তম

 

8. The states in India at present - ভাৰতত সম্প্ৰতি ৰাজ্য কেঁইখন

(a) 24 countries - ২৪ খন
(b) 26 countries - ২৬ খন
(c) 28 countries - ২৮ খন
(d) 30 countries - ৩০ খন

 

9. The coalition government is also known as --------------

(a) Democratic government - গণতান্ত্ৰিক চৰকাৰ
(b) State Government - ৰাজ্যিক চৰকাৰ
(c) Morcha Government - মৰ্চা চৰকাৰ
(d) The Central Government - কেন্দ্ৰীয় চৰকাৰ

 

10. Panchayati Raj Act has not been introduced in which of the following states - পঞ্চায়তী ৰাজ আইন ব্যৱস্থা তলৰ কোনখন ৰাজ্যতপ্ৰৱৰ্তন হোৱা নাই

(a) Mizoram - মিজোৰাম
(b) Nagaland - নাগালেণ্ড
(c) Meghalaya - মেঘালয়
(d)  All the states - আটাইকেইখন ৰাজ্য

 

11. Shadow Govt The name of the influential country - ছাঁয়া চৰকাৰ (Shadow Govt) প্ৰভাৱশালী দেশখনৰ নাম

(a) India - ভাৰত
(b) Switzerland - ছুইজাৰলেণ্ড
(c) United States - আমেৰিকা
(d) Myanmar - ম্যানমাৰ

 

12. What is the present Schedule of the Constitution of India - ভাৰতীয় সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান

(a) 12 - ১২ টা
(b) 13 - ১৩ টা
(c) 14 - ১৪ টা
(d) 15 - ১৫ টা

 

13. Which of the following titles is not recognized by the Constitution - তলত উল্লেখ কৰা কোনটো পদবী সংবিধান স্বীকৃত নহয়

(a) Vice-President - উপ-ৰাষ্ট্ৰপতি
(b) The Governor - ৰাজ্যপাল
(c) The Chairman of the Council - লোকসভাৰ অধ্যক্ষ
(d) Deputy Prime Minister - উপ-প্রধানমন্ত্ৰী

 

14. How many members are elected to the Lok Sabha from the Union Territories

(a) 13 people - ১৩ জন
(b) 15 people - ১৫ জন
(c) 20 people - ২০ জন
(d) 12 people - ১২ জন

 

15. Directive principles are included in how many sections of the Constitution - নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে

(a) Sections 35 to - ধাৰা ৩৫ ৰ পৰা ৫১ লৈ
(b) Sections 36 to 51 - ধাৰা ৩৬ ৰ পৰা ৫১ লৈ
(c) Sections 37 to - ধাৰা ৩৭ ৰ পৰা ৫১ লৈ
(d) Sections 38 to - ধাৰা ৩৮ ৰ পৰা ৫১ লৈ

 

16. Which amendments to the Constitution have adopted the directive policies of the State on fundamental rights - ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশৌধনীত মৌলিক অধিকাৰ সমূহৰ ওপৰত গৃহীত কৰা হৈছে

(a) In the 42nd Amendment - ৪২ তম সংশোধনীত
(b) In the 88th Amendment - 88 তম সংশোধনীত
(c) In the 86th Amendment - 86 তম‌ সংশোধনীত
(d) In the 48th Amendment - ৪৮ তম সংশোধনীত

 

17. Which part of the Constitution contains the guiding principles of state formation - ৰাজ্য গঠনৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে

(a) In Chapter V - পঞ্চম অধ্যায়ত
(b) In Chapter VI - ষষ্ঠ অধ্যায়ত
(c) In Chapter VII - সপ্তম অধ্যায়ত
(d) In Chapter VIII - অষ্টম অধ্যায়ত

 

18. The right to freedom inherent in the Fundamental Rights falls under Article 10 of the Constitution - মৌলিক অধিকাৰত অন্তৰ্নিহিত থকা স্বাধীনতা অধিকাৰটো সংবিধানৰ কিমান নম্বৰ ধাৰাত পৰে

(a) Sections 13 to - ধাৰা ১৩ ৰ পৰা ২২ লৈ
(b) Sections 19 to 22 - ধাৰা ১৯ ৰ পৰা ২২ লৈ
(c) Sections 21 to - ধাৰা ২১ ৰ পৰা ২২ লৈ
(d) Sections 24 to - ধাৰা ২৪ ৰ পৰা ২২লৈ

 

19. Which of the following powerful institutions is not recognized by the Constitution - তলৰ কোনটো শক্তিশালী অনুষ্ঠান সংবিধান স্বীকৃত নহয়

(a) Election Commission - নিৰ্বাচনী আয়োগ
(b) Policy Commission - নীটি আয়োগ
(c) Tribal Development Commission - জনজাতি উন্নয়ন আয়োগ
(d) Central Public Service Commission - কেন্দ্ৰীয় লোক সেৱা আয়োগ

 

20. A four-member committee was constituted to monitor fundamental rights - মৌলিক অধিকাৰ সমূহ নিৰীক্ষণ কৰিবলৈ কেঁইজনীয়া কমিটি গঠন কৰা হৈছিল

(a) Committee of two - দুজনীয়া কমিটি
(b) Committee of three - তিনিজনীয়া কমিটি
(c) Committee of Six - ছজনীয়া কমিটি
(d) Committee of five - পাঁচজনীয়া কমিটি

 

21. Which state of India has the highest number of members elected to the Lok Sabha - ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নিৰ্বাচিত হয়

(a) Uttar Pradesh - উত্তৰ প্রদেশ
(b) Madhya Pradesh - মধ্যপ্ৰদেশ
(c) Assam - অসম
(d) West Bengal - পশ্চিমবংগ

 

22. How many members may be nominated as candidates for Presidential election - ৰাষ্ট্ৰপতিৰ নিৰ্বাচিত প্ৰাৰ্থী হিচাপে কেঁইজন সদস্য মনোনীত হ’ব পাৰে

(a) 13 people - ১৩ জন
(b) 15 people - ১৫ জন
(c) 12 people - ১২ জন
(d) 17 people - ১৭ জন

 

23. In which year was the Assam Association formed - ‘আসাম এচোছিয়েচন’ কোন চনত গঠন হয়

(a) In 1902 - ১৯০২ চনত
(b) In 1903 - ১৯০৩ চনত
(c) In 1904 - ১৯০৪ চনত
(d) In 1905 - ১৯০৫ চনত

 

24. Where can a Finance Bill be introduced - এখন বিত্ত বিল ক’ত উত্থাপন কৰিব পাৰে

(a) In the Rajya Sabha - ৰাজ্যসভাত
(b) In the Lok Sabha - লোকসভাত
(c) In the Assembly - বিধানসভাত
(d) The highest - উচ্চতম

 

25. What is the name of the first Attorney General of independent India - স্বাধীন ভাৰতৰ প্ৰথম গৰাকী এটৰ্নি জেনেৰেলৰ নাম কি

(a) Nabin Chawla - নবিন চাওলা
(b) M C Chetavad - এম চি চেটাভাদ
(c) K N Singh - কে এন সিং
(d) H J Kania - এইচ জে কানিয়া

 

26. What is the name of the first woman Minister of India - ভাৰতৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি

(a) John Mathai - জন মাথাই
(b) Princess Amrit Kaur - ৰাজকুমাৰী অমৃত কৌৰ
(c) S P Mukherjee - এচ পি মুখাৰ্জী
(d) Annie Bechant - এনি বেচান্ত

 

27. The present Lok Sabha seats of India - ভাৰতৰ বৰ্তমান লোকসভাৰ আসন কেইখন

(a) 547 - ৫৪৭ খন
(b) 548 - ৫৪৮ খন
(c) 549 - ৫৪৯ খন
(d) 550 - ৫৫০ খন

 

28. How often does the Financial Reform Committee meet - বিত্তীয় সংস্কাৰ সমিতিৰ বৈঠক কিমান বছৰৰ মূৰত অনুষ্ঠিত হয়

(a) 5 years - ৫ বছৰ
(b) 6 years - ৬ বছৰ
(c) 7 years - ৭ বছৰ
(d) 8 years - ৮ বছৰ

 

29. How many candidates can the President of India nominate for the Lok Sabha - ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভাৰ কাৰণে কেইজন প্ৰাৰ্থী মনোনীত কৰিব পাৰে

(a) One - এজন
(b) Two - দুজন
(c) Three - তিনিজন
(d) Four - চাৰিজন

 

30. Who presided over the formation of the Halua Sangh in Assam - অসমত ‘হালোৱা সংঘ’নামৰ সংগঠনটো কাৰ সভাপতিত্বত গঠিত হৈছিল

(a) Nilmani Fukan - নীলমণি ফুকন
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Laxminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱা
(d) Ambikagiri Roy Chowdhury - অম্বিকাগিৰী ৰায় চৌধুৰী

 

 

31. When was the right to property, one of the seven fundamental rights in the original Constitution, abolished - মূল সংবিধানত থকা সাতটা মৌলিক অধিকাৰৰ সম্পত্তিৰ অধিকাৰটো কেতিয়া বিলোপ কৰা হয়

(a) In the 42nd Amendment - ৪২ তম সংশোধনীত
(b) In the 44th Amendment - ৪৪ তম সংশোধনীত
(c) In the 46th Amendment - ৪৬ তম সংশোধনীত
(d) In the 48th Amendment - ৪৮ তম সংশোধনীতত

 

32. When was the Preamble to the Constitution of India first amended - ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক প্ৰথম কেতিয়া সংশোধন কৰা হয়

(a) In the 38th Amendment of - ১৯৫৬ চনৰ ৩৮ তম সংশোধনীত
(b) In the 42nd Amendment of 1976 - ১৯৭৬ চনৰ ৪২ তম সংশোধনীত
(c) In the 44th Amendment of - ১৯৭৬ চনৰ ৪৪ তম সংশোধনীত
(d) In the 46th Amendment of - ১৯৭৬ চনৰ ৪৬ তম সংশোধনীত

 

33. Who removes the President - ৰাষ্ট্ৰপতিক কোনে অপসাৰণ কৰে

(a) Lok Sabha - লোকসভা
(b) The Rajya Sabha - ৰাজ্যসভা
(c) The State Legislatures - ৰাজ্যিক বিধানসভাবোৰে
(d) Parliament - সংসদে

 

34. In which House was the complaint against the removal of the President first raised - ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বিৰুদ্ধে অনা অভিযোগ প্ৰথমে কোনটো সদনত উত্থাপন হয়

(a) In the Lok Sabha - লোকসভাত
(b) In the Rajya Sabha - ৰাজ্যসভাত
(c) In a joint session of Parliament - সংসদৰ যুটীয়া অধিৱেশনত
(d) In any House - যিকোনো সদনত

 

35. Where is the headquarters of the United Nations - ৰাষ্ট্ৰসংঘৰ প্ৰধান কাৰ্যালয় কত

(a) New York City - নিউৰর্ক
(b) Hong Kong - হংকং
(c) London - লণ্ডন
(d) Geneva - জেনেভা

 

36. The Rajya Sabha may be dissolved - ৰাজ্যসভা ভংগ কৰিব পাৰে

(a) The President shall - ৰাষ্ট্ৰপতিয়ে
(b) The Lok Sabha - লোকসভাই
(c) The Vice-President - উপৰাষ্ট্ৰপতিয়ে
(d) Cannot break it - ইয়াক ভংগ কৰিব নোৱাৰে

 

37. Who can determine the salary and other benefits of the Prime Minister of India - ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দৰমহা আৰু অন্যান্য সা - সুবিধা আদি কোনে নিৰ্ধাৰণ কৰিব পাৰে

(a) The President shall - ৰাষ্ট্ৰপতিয়ে
(b) The Prime Minister - প্রধানমন্ত্ৰীয়ে
(c) Parliament - সংসদে
(d) The Constitution - সংবিধানে

 

38. Who among the following cannot be appointed by the President of India - তলৰ কাক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিব নোৱাৰে

(a) The Prime Minister - প্রধানমন্ত্ৰীক
(b) The Governor - ৰাজ্যপালক
(c) the Judge of the High Court - উচ্চন্যায়ালয়ৰ ন্যায়াধীশক
(d) Speaker of the Rajya Sabha - ৰাজ্যসভাৰ অধ্যক্ষক

 

39. What is the minimum percentage of seats or members required to be identified or considered as an Opposition Party in the Assembly - বিধানসভাৰ বিৰোধী দল হিচাপে চিহ্নিত বা বিবেচিত হ’বলৈ ন্যূনতম কিমান শতাংশ আসন বা সদস্য হ'ৰ লাগে

(a) 25%
(b) 20%
(c) 10%
(d) 5%

 

40. Public opinion is - জনমত হ’ল

(a) Everyone's opinion - সকলোৰে মত
(b) Majority opinion - সংখ্যাগৰিষ্ঠ মত
(c) The welfare of all - সকলোৰে কল্যাণকামী মত
(d) Public opinion - জনসাধাৰণৰ মত

 

41. It helps in shaping public opinion - জনমত গঠনত বিশেষভাৱে সহায় কৰে

(a) The article - প্রৱন্ধই
(b) The scriptures - ধৰ্মপুথিয়ে
(c) Media - সংবাদ মাধ্যম
(d) The play - নাটকে

 

42. In which year was the Koch-Rajbongshi Kshatriya Sammelan established - ‘কোচ-ৰাজবংশী ক্ষত্ৰিয় সম্মিলন' কোন চনত প্ৰতিষ্ঠা হৈছিল

(a) In 1910 - ১৯১০ চনত
(b) In 1911 - ১৯১১ চনত
(c) In 1912 - ১৯১২ চনত
(d) In 1913 - ১৯১৩ চনত

 

43. democracy is divided - গণতন্ত্ৰক ভাগ কৰা হৈছে

(a) In two parts - দুটা ভাগত
(b) In three parts - তিনিটা ভাগত
(c) In four parts - চাৰিটা ভাগত
(d) In one part - এটা ভাগত

 

44. governments consisting of political parties can be divided - ৰাজনৈতিক দলেৰে গঠিত চৰকাৰসমূহক ভগাব পাৰি

(a) In two parts - দুটা ভাগত
(b) In three parts - তিনিটা ভাগত
(c) In five parts - পাঁচটা ভাগত
(d) In eight parts - আঠটা ভাগত

 

45. The number of fundamental rights mentioned earlier in the Constitution of India is - ভাৰতীয় সংবিধানত পূৰ্বতে উল্লেখ থকা মৌলিক অধিকাৰৰ সংখ্যা হৈছে

(a) Four - চাৰিটা
(b) Seven - সাতটা
(c) Six - ছয়টা
(d) Ten - দহটা

 

46. Which state of independent India was the first non-Congress government to be formed - স্বাধীন ভাৰতৰ কোনখন ৰাজ্যত সৰ্বপ্ৰথম অ-কংগ্ৰেছী চৰকাৰ গঠন হৈছিল

(a) Punjab - পঞ্জাৱ
(b) Bihar - বিহাৰ
(c) Maharashtra - মহাৰাষ্ট্ৰ
(d) Kerala - কেৰালা

 

47. Presidential rule is usually imposed in a state on whose advice - কাৰ পৰামৰ্শমতে সাধাৰণতে কোনো এখন ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হয়

(a) The Chief Minister - মুখ্যমন্ত্ৰীৰ
(b) Governor's - ৰাজ্যপালৰ
(c) of the Prime Minister - প্ৰধানমন্ত্ৰীৰ
(d) None of the above - ওপৰৰ এজনো নহয়

 

48. A motion of no confidence can be moved in the Lok Sabha with the support of the minimum number of members - লোকসভাত ন্যুনতম কিমান সংখ্যক সদস্যৰ সমৰ্থনত ‘অনাস্থা প্ৰস্তাৱ’ এটা উত্থাপন কৰিব পাৰে

(a) 50 people - 50 জন
(b) 70 people - 70 জন
(c) 60 people - 60 জন
(d) 80 people - 80 জন

 

49. The term or concept 'Lokpal' which is currently being discussed in India is basically - ভাৰতত সম্প্ৰতি চৰ্চা লাভ কৰি থকা ‘লোকপাল’ শব্দটো বা ধাৰণাটো মূলত

(a) of Britain - ব্ৰিটেইনৰ
(b) French - ফ্ৰাঞ্চৰ
(c) The United States - আমেৰিকাৰ
(d) Scandinavian countries - স্কেণ্ডিনেভিয়ান দেশসমূহৰ

 

50. Who is the Head of State of India - ভাৰতবৰ্ষৰ ৰাষ্ট্ৰৰ মুৰৰীজন কোন

(a) President - ৰাষ্ট্ৰপতি
(b) The Prime Minister - প্ৰধানমন্ত্ৰী
(c) The Chief Justice - মুখ্য ন্যায়াধীশ
(d) None of the above - ওপৰৰ এটাও নহয়

 

51. Term of office of the President of India

(a) 3 years - ৩ বছৰ
(b) 4 years - ৪ বছৰ
(c) 2 years - ২ বছৰ
(d) 5 years - ৫ বছৰ

 

52. What is the total number of members of the Rajya Sabha - ৰাজ্যসভাৰ মুঠ সদস্য সংখ্যা কিমান

(a) 250 people - ২৫০ জন
(b) 300 people - ৩০০ জন
(c) 375 people - ৩৭৫ জন
(d) 450 people - ৪৫০ জন

 

53. Term of office of a member of the Rajya Sabha - ৰাজ্যসভাৰ একোজন সদস্যৰ কাৰ্যকাল

(a) 3 years - ৩ বছৰ
(b) 4 years - ৪ বছৰ
(c) 5 years - ৫ বছৰ
(d) 6 years - ৬ বছৰ

 

54. When was the first Lok Sabha election held - প্রথম লোকসভাৰ নিৰ্বাচন কেতিয়া অনুষ্ঠিত হৈছিল

(a) In 1949 - ১৯৪৯ চনত
(b) In 1950 - ১৯৫০ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) In 1952 - ১৯৫২ চনত

 

55. Who may convene a joint session of Parliament - সংসদৰ যুটীয়া অধিবেশন কোনে আহ্বান কৰিব পাৰে

(a) The Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষই
(b) The Speaker of the Rajya Sabha - ৰাজ্যসভাৰ অধ্যক্ষই
(c) The Speaker of the Legislative Assembly - বিধানসভাৰ অধ্যক্ষই
(d) The President - ৰাষ্ট্ৰপতিয়ে

 

56. When was the National Flag of India first hoisted - ভাৰতৰ জাতীয় পতাকা সৰ্বপ্ৰথম কেতিয়া উত্তোলন কৰা হয়

(a) In 1910 - ১৯১০ চনত
(b) In 1915 - ১৯১৫ চনত
(c) In 1907 - ১৯০৭ চনত
(d) In 1906 - ১৯০৬ চনত

 

57. Which Schedule of the Constitution deals with the States and Union Territories - সংবিধানৰ কোনটো অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে উল্লেখ আছে

(a) First Schedule - প্রথম অনুসূচী
(b) Third Schedule - তৃতীয় অনুসূচী
(c) Seventh Schedule - সপ্তম অনুসূচী
(d) Eighth Schedule - অষ্টম অনুসূচী

 

58. Which of the following victorious leaders founded the organization called 'Seva-Sangh' - ‘সেৱা-সংঘ’ নামৰ সংগঠনটো তলৰ কোনজন জীতীয়তাবাদী নেতাই স্থাপন কৰিছিল

(a) Manik Chandra Barba - মাণিক চন্দ্ৰ বৰ্বা
(b) Ambikagiri Roy Chowdhury - অম্বিকাগিৰী ৰায় চৌধুৰী
(c) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(d) Raja Pratap Chandra Barua - ৰাজা প্রতাপ চন্দ্ৰ বৰুৱা

 

59. Within how many days a Finance Bill must be passed by the Rajya Sabha - বিত্ত বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে

(a) Within 10 days - ১০ দিনৰ ভিতৰত
(b) Within 12 days - ১২ দিনৰ ভিতৰত
(c) Within 14 days - ১৪ দিনৰ ভিতৰত
(d) Within 15 days - ১৫ দিনৰ ভিতৰত

 

60. Who presides over a joint session of Parliament - সংসদৰ যুটীয়া অধিৱেশন হ’লে তাত সভাপতিত্ব কোনে কৰে

(a) The President shall - ৰাষ্ট্ৰপতিয়ে
(b) The Vice-President - উপ-ৰাষ্ট্ৰপতিয়ে
(c) The Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষই
(d) The Prime Minister - প্ৰধানমন্ত্ৰীয়ে

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved