Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 40

 

1. What is the name of the first female athlete in India to receive the civilian honor Padma Shri at a very young age (21 years) - অতি কম বয়সতে (২১ বছৰ) অসামৰিক সম্মান পদ্মশ্ৰী লাভ কৰা ভাৰতৰ প্ৰথমগৰাকী মহিলা খেলুৱৈৰ নাম কি

(a) Deepa Malik - দীপা মালিক
(b) PV Sindhu - পি ভি সিন্ধু*
(c) Witness owner - সাক্ষী মালিক
(d) Deepa Karmakar - দীপা কর্মকাৰ

 

2. Who is the first Indian female wrestler to compete in World Wrestling Entertanment (WWC) - প্ৰথমগৰাকী ভাৰতীয় মহিলা মল্ল যুঁজাৰু যিয়ে World Wrestling Entertanment (WWC) প্রতিযোগিতাত অংশ গ্রহণকাৰী তেওঁৰ নাম কি

(a) Witness owner - সাক্ষী মালিক
(b) Mary Com - মেৰি কম
(c) Pinky Queen - পিংকী ৰাণী
(d) Poetry is the goddess - কবিতা দেৱী*

 

3. Who is the Indian athlete who climbed the world's highest peak Mount Everest for the fifth time (on 21 May 2017) - বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্ট পঞ্চমবাৰকৈ আৰোহণ (২০১৭ চনৰ ২১ মে’ত ) কৰি ৰেকৰ্ড গড়া ভাৰতীয় ক্রীড়াবিদগৰাকী কোন

(a) Pranay Bardoli - প্ৰণয় বৰদলৈ
(b) Anchu Jamchenpar - আঞ্চু জামচেনপা*
(c) Manish Deka - মনীষ ডেকা
(d) Not one - এজনো নহয়

 

4. Who is the second highest ODI run-scorer (188 runs) in women's cricket - বিশ্বৰ মহিলা ক্রিকেটৰ এদিনীয়া আন্তৰ্জাতিক খেলৰ দ্বিতীয় সৰ্বাধিক ৰান (১৮৮ ৰান) সংগ্ৰহকাৰী খেলুৱৈগৰাকী ভাৰতৰ, তেওঁ কোন

(a) Mithali Raj - মিথালী ৰাজ
(b) Dipti Sharma - দিপ্তী শৰ্মা*
(c) Pinky Queen - পিংকী ৰাণী
(d) Witness owner - সাক্ষী মালিক

 

5. The country that won the 2022 World Cup - বিশ্বকাপ ফুটবল ২০২২-ত চেম্পিয়নৰ খিতাপ দখল কৰা দেশ

(a) Argentina - আর্জেন্টিনা*
(b) Italy - ইটালী
(c) Brazil - ব্রাজিল
(d) France - ফ্ৰান্স

 

6. He won the Golden Boot for scoring the most goals in the 2022 World Cup - বিশ্বকাপ ফুটবল ২০২২-ত সর্বাধিক গল কৰাৰ বাবে 'গোল্ডেন বুট' পুৰস্কাৰ লাভ কৰে

(a) Kylian Mbappe - কাইলিয়ান এমবাপ্পে*
(b) Lionel Messi - লিঅʼনেল মেছি
(c) Christiana Ronald - ক্রিষ্টিয়ানা ৰোণাল্ড
(d) Luka Modric - লুকা মড্রিক

 

7. Canada, Mexico and which country will host the 2026 World Cup - ২০২৬ চনত বিশ্বকাপ ফুটবল কানাডা, মেক্সিকো আৰু কোনখন দেশত অনুষ্ঠিত হ'ব

(a) China - চীন
(b) New Zealand - নিউজিলেণ্ড
(c) United States of America - আমেৰিকা যুক্তৰাষ্ট্ৰ*
(d) Saudi Arabia - চৌদি আৰব

 

8. It will be the country with the most medals at the 2022 Commonwealth Games - ২০২২ চনৰ কমনৱেলথ গেমছত সর্বাধিক পদক জয়ী দেশখন হ’ব

(a) Australia - অষ্ট্ৰেলিয়া*
(b) England - ইংলেণ্ড
(c) India - ভাৰত
(d) China - চীন

 

9. Where has the first National Sports University of our country been established recently - আমাৰ দেশৰ প্ৰথম ৰাষ্ট্ৰীয় ক্রীড়া বিশ্ববিদ্যালয় অলপতে ক'ত স্থাপন কৰা হৈছে

(a) Sikkim - ছিকিম
(b) Manipur - মণিপুৰ*
(c) Punjab - পঞ্জাব
(d) Delhi - দিল্লী

 

10. Who will be awarded the Major Dhyan Chandra Khel Award in - ২০২২ চনত মেজৰ ধ্যানচন্দ্ৰ খেলৰ পুৰস্কাৰ কাক প্ৰদান কৰা হৈছে

(a) Lovelina Bargohai - লাভলীনা বৰগোঁহাই
(b) Sharan Kamal Ashant - শৰণ কমল অশান্ত*
(c) Rohit Sharma - ৰোহিত শৰ্মা
(d) Bajang Punia - বজং পুনিয়া

 

11. In which sport does Sharath Kamal Ashant participate - শৰথ কমল অশান্তই কোনবিধ খেলত অংশগ্ৰহণ কৰে

(a) Badminton - বেডমিন্টন
(b) Table tennis - টেবুল টেনিছ*
(c) Cricket - ক্রিকেট
(d) Kabaddi - কাবাদী

 

12. Who has recently been appointed as the coach of the Indian national hockey team (men) - ভাৰতৰ ৰাষ্ট্ৰীয় হকী দল (পুৰুষ)ৰ প্ৰশিক্ষক হিচাপে অলপতে কাক নিয়োগ কৰা হৈছে

(a) Rahul Dravid - ৰাহুল দ্রাবিড়
(b) Craig Fulton - ক্রেইগ ফুল্টন*
(c) Graham Reid - গ্ৰাহাম ৰেইড
(d) Manpreet Singh - মনপ্রীত সিং

 

13. Which country is the champion of the 2023 Hockey World Cup - ২০২৩ চনৰ হকী বিশ্বকাপত কোন দেশে চেম্পিয়ন হৈছে

(a) India - ভাৰত
(b) Germany - জাৰ্মানী*
(c) Belgium - বেলজিয়াম
(d) England - ইংলেণ্ড

 

14. The 2020 Tokyo Olympics bronze medalist Lavlina Bargohai achieved this feat in which sport - ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইয়ে কোনবিধ খেলত এই কৃতিত্ব অর্জন কৰে

(a) Badminton - বেডমিন্টন
(b) The race - দৌৰ
(c) Wrestling - মল্লযুঁজ*
(d) Not one - এটাও নহয়

 

15. Neeraj Chopra, who won the gold medal in the 2020 Tokyo Olympics, achieved this feat in which sport - ২০২০ বৰ্ষৰ টকিঅ’ অলিম্পিকত অংশগ্ৰহণ কৰি স্বৰ্ণপদক অৰ্জন কৰা নীৰজ চোপ্ৰাই কোনবিধ খেলত এই কৃতিত্ব অর্জন কৰে

(a) Badminton - বেডমিণ্টন
(b) Wrestling - মল্লযুঁজ
(c) Javelin throw - জেভলিন থ্রো*
(d) Wrestling - মল্লযুঁজ

 

16. Who is the Indian wrestler who won the bronze medal in the 2020 Talkies Olympics - ২০২০ বৰ্ষৰ টকিজ' অলিম্পিকত অংশগ্ৰহণ কৰি মল্লযুঁজত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন

(a) Ravi Kumar Dahiya - ৰবি কুমাৰ দহিয়া
(b) Bajrang Punia - বজৰং পুনিয়া*
(c) Neeraj Chopra - নীৰজ চোপ্ৰা
(d) Meerabai Chanu - মীৰাবাঈ চানু

 

17. Who is the Indian athlete who won the bronze medal in badminton at the 2020 Tokyo Olympics - ২০২০ বৰ্ষৰ টকিঅʼ অলিম্পিকত অংশগ্রহণ কৰি বেডমিণ্টনত ব্ৰঞ্জৰ পদক অৰ্জন কৰা ভাৰতীয় খেলুৱৈগৰাকী কোন

(a) P D Sindhu - পি - ডি - সিন্ধু*
(b) Bajrang Punia - বজৰং পুনিয়া
(c) Meerabai - মীৰাবাঈ
(d) Neeraj Chopra - নীৰজ চোপ্ৰা

 

18. In what year did the Ranji Trophy start - কিমান চনৰ পৰা ৰঞ্জী ট্ৰফী খেল আৰম্ভ হয়

(a) Since 1932 - ১৯৩২ চনৰ পৰা
(b) From 1934 onwards - ১৯৩৪ চনৰ পৰা*
(c) Since 1944 - ১৯৪৪ চনৰ পৰা
(d) Since 1956 - ১৯৫৬ চনৰ পৰা

 

19. When was the first Women's Cricket Association established - প্রথম মহিলা ক্রিকেট এছোচিয়েচন কেতিয়া স্থাপন কৰা হয়

(a) 1926 in India - ১৯২৬ চনত ভাৰতত*
(b) In 1926 in England - ১৯২৬ চনত ইংলেণ্ডত
(c) None of the above - ওপৰৰ এটাও নহয়
(d) In 1926 in Australia - ১৯২৬ চনত অষ্ট্ৰেলিয়াত

 

20. Who is the first Indian cricketer to score a 300 - ত্ৰিশতক কৰা ভাৰতৰ প্ৰথম ক্ৰিকেটাৰ কোন

(a) Azaharuddin - আজাহৰউদ্দিন
(b) Rahul Dravid - ৰাহুল দ্রাবিড়
(c) Virender Sehwag - বীৰেন্দ্ৰ ছেহৱাগ*
(d) Sachin Tendulkan - শচীন তেণ্ডুলকান

 

21. Who is the highest wicket taker in Test cricket - টেষ্ট ক্রিকেটত সর্বাধিক উইকেট দখলকাৰী কোন

(a) Muthiah Muralidhar - মুথিয়া মুৰুলীধৰ*
(b) Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
(c) Shahid Afridi - শাহিদ আফ্রিডি
(d) Anil Kumble - অনিল কুম্বলে

 

22. Who is the first Indian to be invited to officiate a World Cup football tournament - বিশ্বকাপ ফুটবল খেল প্ৰতিযোগিতাৰ খেল পৰিচালনা কৰিবৰ বাবে আমন্ত্ৰিত সৰ্বপ্ৰথম ভাৰতীয়জন কোন

(a) Yadav Burma - যাদৱ বাৰ্মা
(b) Kamaleshwar Shankar - কমলেশ্বৰ শংকৰ*
(c) Jane Austin - জেন অষ্টিন
(d) Ken Astle - কেন এষ্টল

 

23. Who is the first bowler to score a hat-trick in World Cup cricket - বিশ্বকাপ ক্রিকেটত হেটট্ৰিক কৰা প্ৰথমজন বলাৰ কোন

(a) Kapil Dev - কপিল দেৱ
(b) Chetan Sharma - চেতন শর্মা*
(c) Sourav Ganguly - সৌৰভ গাংগুলী
(d) Srikant - শ্রীকান্ত

 

24. The Who is called 'Bradman' in Indian cricket - ভাৰতীয় ক্রিকেটত কাক 'ব্ৰেডমেন' বুলি কোৱা হয়

(a) Kapil Dev - কপিল দেৱ
(b) Sunil Gavaskar - সুনীল গাভাস্কাৰ*
(c) Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
(d) Srikant - শ্রীকান্ত

 

25. Which Indian cricketer has won the Player of the Century award - কোনজন ভাৰতীয় ক্রিকেটাৰে শতিকাৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰিছে

(a) Kapil Dev - কপিল দেৱ*
(b) Chetan Sharma - চেতন শর্মা
(c) Sachin Tendulkar - শচীন তেণ্ডুলকাৰ
(d) Srikant - শ্রীকান্ত

 

26. Who is the Indian athlete who won two consecutive Olympic medals - দুখন অলিম্পিকত একেৰাহে মেডেল দখল কৰা ভাৰতীয় খেলুৱৈজন কোন

(a) Jayant Talukda - জয়ন্ত তালুকদা
(b) Marycombe - মেৰীকম
(c) Sushil Kumar - সুশীল কুমাৰ*
(d) Abhinav Bindra - অভিনৱ বিন্দ্ৰা

 

27. Who is the Indian athlete who won the gold medal in the individual category in the Olympics - অলিম্পিকত ব্যক্তিগত শাখাত স্বর্ণপদক পোৱা ভাৰতীয় খেলুৱৈজন কোন

(a) Sushil Kumar - সুশীল কুমাৰ
(b) Abhinav Bindra - অভিনৱ বিন্দ্রা*
(c) China Nehwal - চাইনা নেহৱাল
(d) Marycombe - মেৰীকম

 

28. What competition did Mary Kom win before winning an Olympic medal - মেৰীকমে অলিম্পিক মেডেল পোৱাৰ আগতে কি প্রতিযোগিতাত চেম্পিয়ন হৈছিল

(a) World Champion*
(b) Commonwealth Game
(c) Asian
(d) Fifa

 

29. What is the name of the youngest boxer who represented India - ভাৰতক প্রতিনিধিত্ব কৰা কনিষ্ঠ বক্সাৰগৰাকীৰ নাম কি

(a) Jiten Kumar - জিতেন কুমাৰ
(b) Pradeep Changwan - প্রদীপ চাংৱান
(c) Shiva Thapa - শিৱ থাপা*
(d) Devendra Kumar - দেৱেন্দ্ৰ কুমাৰ

 

30. What is the name of the fastest runner in the world today - বর্তমান সময়ত পৃথিৱীৰ আটাইতকৈ বেগী দৌৰবিদজনৰ নাম কি

(a) Usain Walter - উছেইন ৱাল্ট*
(b) Michael Flaps - মাইকল ফ্লেপছ
(c) Ben Johnson - বেন জনছন
(d) Amit Punia - অমিত পুনিয়া

 

31. The Duck Worth Lewis Method is involved in which game - ডার্ক বৰ্থ লুইছ মেথদ (Duck Worth Lewis Method) কোন খেলত জড়িত

(a) Badminton - বেডমিন্টন
(b) Cricket - ক্রিকেট*
(c) Football - ফুটবল
(d) Tennis - টেনিছ

 

32. Which sport is the Indian Premier League associated with - ইণ্ডিয়ান প্রিমিয়াৰ লীগ কোনবিধ খেলৰ লগত জড়িত

(a) Elephant - হতী
(b) Badminton - বেডমিন্টন
(c) Cricket - ক্রিকেট*
(d) Football - ফুটবল

 

33. What is the name of the richest cricket organization in the world at present - বৰ্তমান সময়ত বিশ্বৰ আটাইতকৈ ধনী ক্রিকেট সংস্থাটোৰ নাম কি

(a) ICC
(b) BCCI*
(c) CA
(d) PCB

 

34. Jayant Talukdar of Assam is involved in which sport - অসমৰ জয়ন্ত তালুকদাৰ কোনটো খেলৰ সৈতে জড়িত

(a) Archery - আৰ্চাৰি*
(b) Cricket - ক্রিকেট
(c) Football - ফুটবল
(d) The race - দৌৰ

 

35. Which Indian has won a gold medal in the Olympic Games in singles - এককভাবে অলিম্পিক খেলত ভাৰতৰ কোনজন ব্যক্তিয়ে স্বর্ণপদক লাভ কৰিছে

(a) Abhinav Bindra - অভিনৱ বিন্দ্রা*
(b) Sushil Kumar - সুশীল কুমাৰ
(c) Leander Page - লিয়েণ্ডাৰ পেজ
(d) PT Usha - পি টি ঊষা

 

36. What sport is Shiv Thapa involved in - শিৱ থাপা কি খেলৰ লগত জড়িত

(a) Boxing is a game - বক্সিং খেল*
(b) Karate - কাৰাটে
(c) Rifle Shooting - ৰাইফল শুটিং
(d) Not one - এটাও নহয়

 

37. What is the Santosh Trophy associated with - সন্তোষ ট্রফী কি খেলৰ লগত জড়িত

(a) With the game of football - ফুটবল খেলৰ লগত*
(b) With the game of cricket - ক্রিকেট খেলৰ লগত
(c) With the game of volleyball - ভলীবল খেলৰ লগত
(d) With the game of hockey - হকী খেলৰ লগত

 

38. Who is the only tennis player in the world to have competed in seven Olympics - সাতখনকৈ অলিম্পিকত অৱতীৰ্ণ হোৱা বিশ্বৰ একমাত্ৰ টেনিছ খেলুৰৈঞ্জন কোন

(a) Roger Federer - ৰোজাৰ ফেডেৰাৰ
(b) Matina Navratilova - মাটিনা নাভ্ৰাটিলোভা
(c) Serena Williams - ছেৰেনা উইলিয়ামছ
(d) Leander Page - লিয়েণ্ডাৰ পেজ*

 

39. Who was the first Indian woman to compete in the Olympics - অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম ভাৰতী মহিলাগৰাকী কোন আছিল

(a) Sulekha Singh - সুলেখা সিং
(b) Neelima Ghosh - নীলিমা ঘোষ*
(c) Prabhavati Devi - প্রভাবতী দেবী
(d) Not one - এটাও নহয়

 

40. Who is the first Assamese badminton player to compete in the Olympics - অলিম্পিকৰ বেডমিন্টন খেলত ভাগ লোৱা অসমীয়া খেলুৱৈজন কোন

(a) Deepankar Bhattacharya - দীপাংকৰ ভট্টাচার্য*
(b) Rajiv Shaikia - ৰাজীৱ শ‍ইকীয়া
(c) Surya Boro - সূর্য বড়ো
(d) Deepak Bhattacharya - দীপক ভট্টাচার্য

 

41. Who is the first Indian female athlete to represent the Olympics - অলিম্পিকত প্রতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলেট কোন

(a) Prabhavati Devi - প্রভাৱতী দেবী
(b) Sulekha Singh - সুলেখা সিং
(c) Neelima Ghosh - নীলিমা ঘোষ
(d) Mary Dichuza - মেৰী দিচুজা*

 

42. How many gold medals has India won in Olympic hockey so far - অলিম্পিকৰ হকী খেলত ভাৰতে বৰ্তমানলৈকে কিমানবাৰ স্বর্ণ পদক লাভ কৰিছে

(a) 8 floods (up to 2012) - ৮ বান (২০১২ চনলৈ)*
(b) 10 times - ১০ বাৰ
(c) 12 times - ১২ বাৰ
(d) 14 times - ১৪ বাৰ

 

43. What is the official language of FIFA, the organizers of the World Cup - বিশ্বকাপ ফুটবলৰ আয়োজক ফিফাৰ (FIFA) চৰকাৰী ভাষাটো কি

(a) Spanish - স্পেনিছ
(b) Mandarin - মাণ্ডাৰিণ
(c) Persian - পাৰ্চী
(d) French - ফৰাচী*

 

44. Who is the first footballer to break all previous records by playing at the age of 17 years and 42 days - ১৭ বছৰ ৪২ দিন বয়সত খেলি পূৰ্বৰ সকলো অভিলেখ ভংগ কৰা ফুটবল খেলুৱৈগৰাকী কোন

(a) Maradona - মাৰাডোনা
(b) Pele - পেলে*
(c) Zinedine Zidane - জিনেডাইন জিদান
(d) Guard Muller - গার্ড মুলাৰ

 

45. Who is the first player to score a hat-trick in World Cup cricket - বিশ্বকাপ ক্রিকেটত হেটট্রিক কৰা প্ৰথমজন খেলুৱৈ কোন

(a) Chetan Sharma - চেতন শর্মা*
(b) Vicky Ponting - বিকি পন্টিং
(c) Hurdell Gives - হার্ডেল গিভছ
(d) Sven Warne - স্বেন ৱার্ণ

 

46. Where was the first World Cup football match held - বিশ্বকাপ ফুটবল খেল প্রথম কোন ঠাইত হৈছিল

(a) Uruguay, 1930 - উৰুগুৱে, ১৯৩০ চনত*
(b) England, 1930 - ইংলেণ্ড, ১৯৩০ চন
(c) West Indies, 1930 - ৱেষ্ট ইণ্ডিজ, ১৯৩০ চনত
(d) South Africa, in the 1930 - দক্ষিণ আফ্রিকা, ১৯৩০ চনত

 

47. What is the name of the highest peak in the Karbi Plateau - কাৰ্বি মালভূমিৰ সুউচ্চ শৃংগটোৰ নাম কি

(a) Borail - বৰাইল
(b) The line - ৰেংখা
(c) Jatinga - জাটিংগা
(d) The throne - সিংহাসন*

 

48. What is the proportion of the total population of Assam living in the Barak Valley - বৰাক উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ কিমান অংশ লোকে বসবাস কৰে

(a) 25 per cent - ২৫ শতাংশ
(b) 21 per cent - ২১ শতাংশ
(c) 18 per cent - ১৮ শতাংশ
(d) 11 per cent - ১১ শতাংশ*

 

49. Who is the father of modern hockey - আধুনিক হকীৰ জন্মদাতা কোন

(a) Baron Pierre de Coubertin - বেৰণ পিয়েৰ দ্য কুবাৰটিন
(b) GO fee chaser - জি ও ফি চচাৰ
(c) Dhyana Chand - ধ্যান চাঁদ*
(d) Not one - এটাও নহয়

 

50. Who was the founding president of FIFA - ফিফাৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল

(a) Jules Rimmer of France - ফ্ৰান্সৰ জুলে ৰিমে*
(b) Baron Pierre de Coubertin - বেৰণ পিয়েৰ দ্য কুবাৰটিন
(c) Ejloweck Mack - এজলওৱেক মেক
(d) None of the above - ওপৰৰ এজনো নহয়

 

 

 

Which country has won the most World Cup cricket matches so far - বৰ্তমানলৈ বিশ্বকাপ ক্রিকেট খেলত কোনখন দেশে অধিকতম বিজয়ী হৈছে

(a) India, 6 times - ভাৰত, ৬ বাৰ
(b) Australia, 5 times - অষ্ট্ৰেলিয়া, ৫ বাৰ*
(c) England, 6 times - ইংলেণ্ড, ৬ বাৰ
(d) West Indies, 5 times - ৱেষ্ট ইণ্ডিজ, ৫ বাৰ

 

How many years does the World Cup cricket match take place - বিশ্বকাপ ক্রিকেট খেল কিমান বছৰৰ মূৰত হয়

(a) 2 years - ২ বছৰ
(b) 3 years - ৩ বছৰ
(c) 4 years - ৪ বছৰ*
(d) 5 years - ৫ বছৰ

 

Which player in the world has scored the most runs and centuries in ODIs and Tests - বিশ্বৰ কোনজন খেলুৱৈয়ে এদিনীয়া আৰু টেষ্ট খেলত সৰ্বাধিক ৰাণ আৰু শতক অৰ্জন কৰিছে

(a) Sachin Tendulkar - শচীন তেণ্ডুলকাৰ*
(b) Sir Don Bradman - ছাৰ ডন ব্ৰেডমেন
(c) Sunil Gavaskar - সুনীল গাভাস্কাৰ
(d) Brian Lara - ব্রায়ান লাৰা

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

D.El.Ed PET Exam GK MCQ Paper - 40

 

 

 

 

 

 

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

 

 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved