Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 39

 

1. In what year was the Treaty of Yandaboo signed - কিমান চনত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰিত হৈছিল

(a) 1832 - ১৮৩২
(b) 1802 - ১৮০২
(c) 1826 - ১৮২৬*
(d) 1830 - ১৮৩০

 

2. During the reign of Kar, Huwen Chang-came to Assam - কাৰ শাসনকালত হিউৱেন চাং-অসমলৈ আহিছিল

(a) Pushpa Burman - পুষ্প বর্মন
(b) Mahendra Burman - মহেন্দ্ৰ বৰ্মন
(c) Bhaskar Burman - ভাস্কাৰ বৰ্মন*
(d) Brakshapal - ব্ৰক্ষপাল

 

3. In which year did Chukapha establish the Charidegud Ahom dynasty - কিমান চনত চুকাফাই চৰাইদেগুড আহোম ৰাজবংশ স্থাপন কৰিছিল

(a) 1253 - ১২৫৩*
(b) 1272 - ১২৭২
(c) 1296 - ১২৯৬
(d) 1309 - ১৩০৯

 

4. When was the Battle of Saraighat between the Ahom and the Mughals - আহোম আৰু মোগলসকলৰ মাজত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল

(a) 1652 - ১৬৫২
(b) 1667 - ১৬৬৭
(c) 1670 - ১৬৭০
(d) 1671 - ১৬৭১*

 

5. When did the Pathrughat mutiny take place - পথৰুঘাটৰ বিদ্রোহ কেতিয়া সংঘটিত হৈছিল

(a) 1857 - ১৮৫৭
(b) 1864 - ১৮৬৪
(c) 1894 - ১৮৯৪*
(d) 1889 - ১৮৮৯

 

6. In which year was the Ahom dynasty established - আহোম ৰাজবংশ কিমান চনত স্থাপন হয়

(a) 1216 - ১২১৬
(b) 1228 - ১২২৮*
(c) 1226 - ১২২৬
(d) 1272 - ১২৭২

 

7. Who was the Shadiakha Gohai - শদিয়াখোৱা গোহাঁই কোন আছিল

(a) The Zamindar - জমিন্দাৰ
(b) Border Officer - সীমান্ত বিষয়া
(c) The king - ৰজা
(d) Commander of the Navy - নৌসেনা সেনাধ্যক্ষ*

 

8. Which king was known as Bhagaraja - ভগৰাজ বুলি কোনজন ৰজাক জনা গৈছিল

(a) Chutiampha - চুতীয়াম্ফা
(b) Chutmala - চুতমলা
(c) Churampha - চুৰম্ফা*
(d) Chunyatpha - চুন্যাতফা

 

9. Who was the first Ahom king to adopt the Hindu title Swarganarayana - হিন্দু উপাধি স্বৰ্গনাৰায়ণ গ্ৰহণ কৰা প্ৰথমজন আহোম ৰজা কোন

(a) Shiva Singh - শিব সিংহ
(b) Pratap Singh - প্রতাপ সিংহ
(c) Jayadeva Singh - জয়ধ্বজ সিংহ
(d) Chuhungmu - চুহুংমুং*

 

10. In 1828, he led the first rebellion against British rule in Assam - ১৮২৮ চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্রথম বিদ্ৰোহ কাৰ নেতৃত্বত কৰা হৈছিল

(a) Piyli Fukan - পিয়লি ফুকন
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Gomdhar Konwar - গোমধৰ কোঁৱৰ*
(d) Pioli Baroua - পিয়লি বৰুৱা

 

11. Kankalta Barua was martyred for which of the following national movements - নিম্নলিখিত কোনটো ৰাষ্ট্ৰীয় আন্দোলন বাবে কনকলতা বৰুৱা শহীদ হৈছিল

(a) Non-cooperation movement - অসহযোগ আন্দোলন
(b) Quit India Movement - ভাৰত ত্যাগ আন্দোলন*
(c) Swadeshi Movement - স্বদেশী আন্দোলন
(d) Not one - এটাও নহয়

 

12. Where was the first capital of the Ahom dynasty in Assam - অসমত আহোম ৰাজবংশৰ প্ৰথম ৰাজধানী কত আছিল

(a) Garhwal - গড়গাঁও
(b) Jorhat - যোৰহাট*
(c) Shivsagar - শিৱসাগৰ
(d) Charideo - চৰাইদেও

 

13. Who was the first martyr of the untimely 1942 revolution - অসময় ১৯৪২ বিপ্লৱৰ প্ৰথম শহীদ কোন

(a) Kankalta Baroua - কনকলতা বৰুৱা*
(b) Orange pepper - কমলা মিৰি
(c) Kushal Konwar - কুশল কোঁৱৰ
(d) Maniram Dewan - মণিৰাম দেৱান

 

14. The Treaty of East India Company and Kar Mat Yandaboo was signed - ইষ্ট ইণ্ডিয়া কোম্পানী আৰু কাৰ মাত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল

(a) The Ahom king - আহোম ৰজা
(b) The Kachari king - কছাৰী ৰজা
(c) The Chutia king - চুতীয়া ৰজা
(d) The King of Burma - বুৰমাৰ ৰজা*

 

15. The Phulguri rebellion took place in Kendriya - ফুলগুৰি বিদ্ৰোহ কেন্দ্রিয়া সংঘটিত হৈছিল

(a) 1848 - ১৮৪৮
(b) 1852 - ১৮৫২
(c) 1861 - ১৮৬১*
(d) 1869 - ১৮৬৯

 

16. The first phase of the Moammar Rebellion had begun - মোৱামৰীয়া বিদ্ৰোহৰ প্রথম পর্যায় তেতিয়া আৰম্ভ হৈছিল

(a) 1749 - ১৭৪৯
(b) 1759 - ১৭৫৯
(c) 1769 -  ১৭৬৯*
(d) 1779 - ১৭৭৯

 

17. What was the first peasant uprising against the British known by - ব্ৰিটিছৰ বিৰুদ্ধে প্রথম কৃষক বিদ্ৰোহক কি নামেৰে জনা গৈছিল

(a) Phulguri Dhawar - ফুলগুৰি ধাৱা*
(b) The Battle of Itakhuli - ইটাখুলিৰ যুদ্ধ
(c) Pathrughat People's Fair - পথৰুঘাট ৰাইজ মেল
(d) None of the above - ওপৰৰ এটাও নহয়

 

18. Which Ahom king is also known as 'Bamuni Konwar' - কোনজন আহোম ৰজাক 'বামুণী কোঁৱৰ' বুলিও জনা যায়

(a) Chutufa - চুতুফা
(b) Chudangfa - চুদাংফা*
(c) Suchenpha - চুচেনফা
(d) Sufakfa - চুফাকফা

 

19. When was the Burman dynasty established in Assam - অসমত বৰ্মন ৰাজবংশৰ কেতিয়া স্থাপন হৈছিল

(a) Pushya Burman - পুষ্য বর্মন
(b) Samudra Burman - সমুদ্র বর্মন*
(c) Mahendra Burman - মহেন্দ্ৰ বৰ্মন
(d) Bhuti Burman - ভুতি বৰ্মন

 

20. Who introduced land survey system in Assam - অসমত ভূমি জৰীপৰ ব্যৱস্থাৰ আৰম্ভ কোনে কৰিছিল-

(a) Gadadhar Singh - গদাধৰ সিংহ*
(b) Unyaditya Singh - উনয়াদিত্য সিংহ
(c) Rudra Singh - ৰুদ্ৰ সিংহ
(d) Jayadeva Singh - জয়ধ্বজ সিংহ

 

21. Who was the first Ahom king to introduce coinage - মুদ্রা প্রবর্তন কৰা প্ৰথম আহোম ৰজাজন কোন

(a) Udayaditya Singh - উদয়াদিত্য সিংহ
(b) Chakradhar Singh - চক্ৰধ্বজ সিংহ
(c) Jayadeva Singh - জয়ধ্বজ সিংহ*
(d) Ratnadhvaja Singh - ৰত্নধ্বজ সিংহ

 

22. In how many centuries did Kumara Bhaskar Varman rule in Assam - কুমাৰ ভাস্কৰ বৰ্মনে কিমান শতিকাত অসমত শাসন কৰিছিল

(a) 5
(b) 6*
(c) 7
(d) 8 

 

23. What is the name of the Muslim tailor of Kochbihar who was a disciple of Sankaradeva - কোচবিহাৰৰ মুছলিম দৰ্জীজনৰ নাম কি যি শংকৰদেৱৰ শিষ্য আছিল

(a) Ali Match - আলি মেচ
(b) Chandsai - চান্দসাই*
(c) Ismail Siddiqui - ইচমাইল ছিদ্দিকি
(d) Kabir - কবীৰ

 

24. In 1794, which Ahom king shifted their capital from Shivsagar to Jorhat - ১৭৯৪ চনত কোনজন আহোম ৰজাই তেওঁলোকৰ ৰাজধানী শিৱসাগৰৰ পৰা যোৰহাটলৈ স্থানান্তৰ কৰিছিল

(a) Chandrakant Sinha - চন্দ্রকান্ত সিনহা
(b) Kamaleshwar Sinha - কমলেশ্বৰ সিনহা
(c) Lakshmi Sinha - লক্ষ্মী সিনহা
(d) Gauri Nath - গৌৰী নাথ*

 

25. Madhava Kandali was the patron of which king - মাধৱ কন্দলী কোন ৰজাৰ পৃষ্ঠপোষক আছিল

(a) Mahamanikya - মহামাণিক্য*
(b) Naranarayan - নৰনাৰায়ণ
(c) Rudra Singh - ৰুদ্ৰ সিংহ
(d) Gadadhar Singh - গদাধৰ সিংহ

 

26. When did Huyen Chang visit Assam - হিউৱেন চাঙে কেতিয়া অসম ভ্ৰমণ কৰে

(a) 616 AD - ৬১৬ খ্রীষ্টাব্দ
(b) 628 AD - ৬২৮ খ্রীষ্টাব্দ
(c) 636 AD - ৬৩৬ খ্রীষ্টাব্দ*
(d) 644 AD - ৬৪৪ খ্রীষ্টাব্দ

 

27. In which year did Assam become a part of the British Empire - কোন বছৰত অসম সম্পূর্ণৰূপে ব্ৰিটিছ সাম্রাজ্যত অন্তর্ভুক্ত হয়

(a) 1826 - ১৮২৬
(b) 1830 - ১৮৩০
(c) 1834 - ১৮৩৪
(d) 1838 - ১৮৩৮*

 

28. What is the name of the British officer killed during the Phulguri mutiny - ফুলগুৰি বিদ্ৰোহৰ সময়ত হত্যা কৰা ব্ৰিটিছ বিষয়াজনৰ নাম কি

(a) Late Version - লেট ভারচন
(b) Late Robert - লেট ৰবার্ট
(c) Late Ginger - লেট জিংগাৰ*
(d) Late Brook - লেট ব্ৰুক

 

29. What is the name of the astrologer of Lachit Barphukan - লাচিত বৰফুকনৰ জ্যোতিষীজনৰ নাম কি

(a) Gaurinarayan Gohain - গৌৰীনাৰায়ণ গোহাঁই
(b) Achyutananda Dolay - অচ্যুতানন্দ দলৈ*
(c) Kalika Baroua - কালিকা বৰুৱা
(d) Satyanarayana - সত্যনাৰায়ণ

 

30. According to Huyen Chang, it was the periphery of Kamrup - হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি আছিল

(a) 1700 miles - ১৭০০ মাইল*
(b) 1900 miles - ১৯০০ মাইল
(c) 2000 miles - ২০০০ মাইল
(d) 2300 miles - ২৩০০ মাইল

 

31. Two types of fruits are specifically mentioned in Huyen Chang's account for the honor of the people of Kamrup - কামৰূপৰ লোকসকলৰ সম্মানৰ বাবে দুই প্ৰকাৰৰ ফলৰ কথা হিউৱেন চাঙৰ বিৱৰণত বিশেষভাবে উল্লেখ আছে, এইবোৰ কি

(a) Mangoes and nuts - আম আৰু বাদাম
(b) Jasmine and coconut - কঁঠাল আৰু নাৰিকল*
(c) Lemons and pears - নেমু আৰু নাচপতি
(d) Pineapple and banana - আনাৰস আৰু কল

 

32. Who wrote the history of Tunkhung - তুংখুঙীয়া বুৰঞ্জী কাৰ দ্বাৰা লিখা হৈছিল

(a) Golap Chandra Baroua - গোলাপ চন্দ্র বৰুৱা
(b) Hemchandra Goswami - হেমচন্দ্ৰ গোস্বামী
(c) Kashinath Tamuli Fukan - কাশীনাথ তামুলী ফুকন
(d) Srinath Duwara Barbarua - শ্ৰীনাথ দুৱৰা বৰবৰুৱা*

 

33. What is the name of the Ahom king who married the Koch princess Mangala Devi - কোচ ৰাজকুমাৰী মংগলা দেৱীক বিয়া কৰোৱা আহোম ৰজাজনৰ নাম কি

(a) Udayaditya Singh - উদয়াদিত্য সিংহ
(b) Pratap Singh - প্রতাপ সিংহ*
(c) Chakradhar Singh - চক্ৰধ্বজ সিংহ
(d) Jayadeva Singh - জয়ধ্বজ সিংহ

 

34. When was Lachit Barphukan born - লাচিত বৰফুকনৰ কেতিয়া জন্ম হৈছিল

(a) 1618 - ১৬১৮
(b) 1622 - ১৬২২*
(c) 1626 - ১৬২৬
(d) 1628 - ১৬২৮

 

35. What treaty marked the end of Mir Jumla's occupation of Garhwal, the Ahom capital - কি চুক্তিয়ে আহোমৰ ৰাজধানী গড়গাঁৱত মিৰজুমলাৰ দখলৰ সমাপ্তি চিহ্নিত কৰে

(a) The Guwahati Agreement - গুৱাহাটীৰ চুক্তি
(b) The Shadia Agreement - শদিয়াৰ চুক্তি
(c) Ghilajharihat Agreement - ঘিলাঝাৰীহাটৰ চুক্তি*
(d) The Garhwal Agreement - গড়গাঁৱৰ চুক্তি

 

36. Which Buragoha rejected the proposal to become the Ahom king himself - কোনজন বুঢ়াগোহাঁয়ে নিজেই আহোম ৰজা হোৱাৰ প্ৰস্তাৱ দুৰাৰকৈ নাকচ কৰে

(a) Laluk Sola Buragohain - লালুক সোলা বুঢ়াগোহাঁই
(b) Atan Buragohain - আতন বুঢ়াগোহাঁই*
(c) Ruchinath Buragohain - ৰুচিনাথ বুঢ়াগোহাঁই
(d) Ghanshyam Buragohain - ঘনশ্যাম বুঢ়াগোহাঁই

 

37. Who was the second person to lead Lachit Barphukan during the Battle of Saraighat - শৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনক নেতৃত্ব দিয়া দ্বিতীয়জন কোন আছিল

(a) Chukulahuda Buragohain - চুকুলাহুদা বুঢ়াগোহাঁই
(b) Ruchinath Buragohain - ৰুচিনাথ বুঢ়াগোহাঁই
(c) Chengmun Buragohain - চেংমুন বুঢ়াগোহাঁই
(d) Atan Buragohain - আতন বুঢ়াগোহাঁই*

 

38. What is the name of the capital of Assam - অসমৰ ৰাজধানীৰ নাম কি

(a) Agartala - আগৰতলা
(b) Dispur - দিছপুৰ*
(c) Shillong - শ্বিলং
(d) Not one - এটাও নহয়

 

39. Which is the main river of Assam - অসমৰ প্ৰধান নৈ কোনখন

(a) Barak - বৰাক
(b) Dhansiri - ধনশিৰি
(c) The Brahmaputra - ব্ৰহ্মপুত্ৰ*
(d) Not one - এটাও নহয়

 

41. Sub-division of Kachar district - কাছাৰ জিলাৰ মহকুমা

(a) Haflong - হাফলং
(b) Shilchar - শিলচৰ*
(c) Karimganj - কৰিমগঞ্জ
(d) Diphu - ডিফু

 

42. There are several National Parks in Assam - অসমত ৰাষ্ট্ৰীয় উদ্যান কেইখন আছে

(a) 2 - ২খন
(b) 6 - ৬ খন
(c) 7 - ৭ খন*
(d) 5 - ৫ খন

 

43. Manah National Park is located in which district - মানাহ ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত

(a) Dibrugarh and Tinsukia - ডিব্ৰুগড় আৰু তিনিচুকীয়া
(b) Odalguri - ওদালগুৰি
(c) Chirang and Baxa - চিৰাং আৰু বাক্সা*
(d) Not one - এটাও নহয়

 

44. What is the oldest sport in the world - বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি

(a) Archery - ধনুর্বিদ্যা*
(b) Kabaddi - কাবাদী
(c) Horse racing - ঘোঁৰা দৌৰ
(d) Wrestling - মল্লযুঁজ

 

45. What is the national game of India - ভাৰতৰ জাতীয় খেল কি

(a) Cricket - ক্রিকেট
(b) Hockey - হকী*
(c) Archery - ধনুর্বিদ্যা
(d) Football - ফুটবল

 

46. Where is the birthplace of the game of hockey - হকী খেলৰ জন্মস্থান ক'ত

(a) France - ফ্রান্স
(b) India - ভাৰত*
(c) England - ইংলেণ্ড
(d) The United States - আমেৰিকা

 

47. প্রাচীন অলিম্পিক খেল প্ৰথমে কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল

(a) 776 BC, in Greece - ৭৭৬ খ্রীষ্টপূর্ব, গ্ৰীচত*
(b) 775 BC, in Egypt - ৭৭৫ খ্রীষ্টপূর্ব, মিচৰত
(c) 774 BC, in England - ৭৭৪ খ্রীষ্টপূর্ব, ইংলেণ্ডত
(d) 773 BC, in India - ৭৭৩ খ্রীষ্টপূর্ব, ভাৰতত

 

48. Which tennis player is known as Iron Woman - কোনগৰাকী টেনিছ খেলুৱৈক Iron Woman বুলি জনা যায়

(a) Serena Williams - চেৰেনা উইলিয়মছ
(b) Martina Namratilova - মার্টিনা নাম্রাটিলোভা*
(c) Nirupama Vaidyanathan - নিৰুপমা বৈদ্যনাথন
(d) Venus Williams - ভেনাছ উইলিয়ামছ

 

49. Where did the game of chess originate - দবা খেলৰ উৎপত্তি ক'ত হৈছিল

(a) France - ফ্রান্স
(b) India - ভাৰত*
(c) England - ইংলেণ্ড
(d) The United States - আমেৰিকা

 

50. Who is called the magician of hockey - হকীৰ যাদুকৰ বুলি কাক কোৱা হয়

(a) Viv Richards - ভিভ ৰিচাৰ্ডছ
(b) Dhyan Chand - ধ্যানচাঁদ*
(c) Sir Don Bradman - ছাৰ ডন ব্ৰেডমেন
(d) Not one - এটাও নহয়

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

 

D.El.Ed PET Exam GK MCQ Paper - 39

 

 

 

 

 

 

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

 

 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved