A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 33
1. Who wrote the book 'Topography of Assam' ('Topography of Assam' নামৰ গ্ৰন্থখন কোনে লিখিছিল)
(a) Davy Tey - ডেভি টে
(b) John McCosey - জন মেককোছে
(c) C-X - চি- একছে
(d) About six hundred years - প্ৰায় ছশ বছৰ
2. How many years did the Ahom kings rule in Assam - আহোম স্বৰ্গদেউসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল
(a) About two hundred years - প্রায় দুশ বছৰ
(b) About six hundred years - প্ৰায় ছশ বছৰ
(c) About three hundred years - প্ৰায় তিনিশ বছৰ
(d) About five hundred years - প্রায় পাঁচশ বছৰ
3. Who wrote the book 'Geographical Sketch of Assam' ( Geographical Sketch of Assam' নামৰ গ্ৰন্থখন কোনে লিখিছিল)
(a) David Scotte - ডেভিদ স্কটে
(b) Neuville - নিউভিলে
(c) John McCosey - জন মেককোছে
(d) Pantar Veda - পাঁটাৰ বেদ
4. Who is the author of the book 'Buranji Vivek Ratna' - 'বুৰঞ্জী বিবেক ৰত্ন' পুথিখনৰ লেখক কোন
(a) Surya Kumar Bhuyan - সূৰ্য্য কুমাৰ ভূঞা
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Sarbananda Rajkonwar - সৰ্বানন্দ ৰাজকোঁৱৰ
(d) Jagannath Baroua - জগন্নাথ বৰুৱা
5. Who wrote the 'Tungkhungia Buranji' - 'তুংখুঙীয়া বুৰঞ্জী' কোনে লিখিছিল
(a) Surya Kumar Bhuyan - সূৰ্য্য কুমাৰ ভূঞা
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Sarbananda Rajkonwar - সৰ্বানন্দ ৰাজকোঁৱৰ
(d) Srinath Duwara Barbarua - শ্ৰীনাথ দুৱৰা বৰবৰুৱা
6. What did Assamese merchants collect in exchange for velvet cloth with Mughal merchants during the Ahom era - আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ লগত পাটমুগা কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল
(a) Gold - সোণ
(b) Kharbar - খাৰবাৰ
(c) Salt - নিমখ
(d) Jaggery - গুড়
7. During the reign of which Ahom king was the first silver coin minted - কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল
(a) Chuklenmu Garhwal Raja - চুক্লেনমুং গড়গঞা ৰজাৰ
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Chandra Singh - চন্দ্র সিংহ
(d) None of the above - ওপৰৰ এটাও নহয
8. Who was the first person from Assam to flee to the Koch kingdom after being convicted of failing to catch wild elephants for the king during the reign of the Ahom king Dihingia - আহোমৰাজ দিহিঙীয়া ৰজাৰ দিনত ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰাৰ অপৰাধত দোষী সাব্যস্ত হৈ নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যাব লগা হোৱা অসমৰ ব্যক্তিজন কোন
(a) Sankaradeva - শংকৰদেৱ
(b) Gadapani - গদাপাণি
(c) Laluksola Barphukan - লালুকসোলা বৰফুকন
(d) None of the above - ওপৰৰ এটাও নহয়
9. What is the object called 'Avog' sent as a gift by Kamaruparaja Bhaskarvarman to his friend Harshavardhana - কামৰূপৰাজ ভাস্কৰবৰ্মনে বন্ধু হৰ্ষবৰ্দ্ধনলৈ উপহাৰ হিচাপে প্ৰেৰণ কৰা 'আভোগ' নামৰ বস্তুবিধ কি
(a) An elephant - এটা হাতী
(b) An umbrella - এটা ছাতি
(c) A copperplate - এখন তাম্রফলি
(d) A golden bowl - এখন সোণৰ কাহী
10. What does the word 'weapon' mean - 'অস্ত্ৰ' শব্দৰ অৰ্থ কি
(a) Increase - বৃদ্ধি কৰা
(b) referring to governance - শাসনক বুজোৱা
(c) Explain tantra-mantras - তন্ত্র-মন্ত্র বুজোৱা
(d) None of the above - ওপৰৰ এটাও নহয়
11. What is the next in the Mahabharata which mentions the heroism and death of Bhagadatta, king of ancient Kamarupa - প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ বীৰত্ব আৰু মৃত্যুৰ কথা উল্লেখ থকা মহাভাৰতৰ পৰটোৰ কি
(a) Bhishma Parva - ভীষ্ম পর্ব
(b) Karna Parva - কর্ণ পর্ব
(c) Forest Festival - বন পর্ব
(d) None of the above - ওপৰৰ এটাও নহয়
12. Bhanumati, daughter of Bhagadatta, king of ancient Kamarupa, was married to Kurubashesha - প্রাচীন কামৰূপৰ ৰজা ভগদত্তৰ কন্যা ভানুমতীক কুৰুবশেষ কালৈ বিয়া দিয়া হৈছিল
(a) Yudhisthira - যুধিষ্ঠিৰ
(b) Arjuna - অর্জুন
(c) Duryodhana - দুর্যোধন
(d) Bhim - ভীম
13. Which king of the Nagaksha dynasty established his capital at Ratnapur in Majuli - নাগাক্ষ ৰংশৰ কোনজন ৰজাই মাজুলীৰ ৰত্নপুৰত ৰাজধানী পাতিছিল
(a) Dharmapala - ধৰ্মপাল
(b) Ramachandrai - ৰামচন্দ্ৰই
(c) Nagashankar - নাগশংকৰ
(d) Not one - এটাও নহয়
14. Who founded the city of Bishwanath - বিশ্বনাথ নগৰ কোনে প্রতিষ্ঠা কৰিছিল
(a) The minister of Arimattha, Samudrai - আৰিমত্তৰ মন্ত্ৰী সমুদ্রই
(b) Arimattabajai - আৰিমত্তবজাই
(c) Naranarayan - নৰনাৰায়ণ
(d) None of the above - ওপৰৰ এটাও নহয়
15. Who was the girl from Assam married by Meghbahan, king of Kashmir - কাশ্মীৰৰাজ মেঘবাহনে বিয়া কৰোৱা অসমৰ গাভৰু গৰাকী কোন আছিল
(a) Amritprabha - অমৃতপ্রভা
(b) The beautiful young woman - ৰমণী গাভৰু
(c) Radish is young - মূলা গাভৰু
(d) Bengali songs - বঙিলী গাতক
16. What is the name of the first king of Pragajyotisha who adopted a large imperialist policy - বৃহৎ সাম্রাজ্যবাদী নীতি গ্ৰহণ কৰা প্ৰাগজ্যোতিষৰ প্ৰথম গৰাকী ৰজাৰ নাম কি
(a) Bhaskarvarman - ভাস্কৰবৰ্মন
(b) Evening - সন্ধ্যা
(c) Mahendra Burman - মহেন্দ্ৰ বৰ্মন
(d) Harshavarjan - হর্ষবর্জ্জন
17. What is the most notable Sanskrit text that provides abundant resources in the writing of the history of ancient Assam - প্রাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা উল্লেখযোগ্য সংস্কৃত গ্রন্থখন কি
(a) Harshacharita - হর্ষচৰিত
(b) The Yogini Tantra - যোগিনী তন্ত্র
(c) Kalika Purana - কালিকা পুৰাণ
(d) The Ramayana - ৰামায়ণ
18. Who was the oldest ruler of Assam - অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল
(a) Bagasura - বাগাসুৰ
(b) Mahiraṅga demon - মহীৰংগ দানৱ
(c) Bhishma - ভীষ্মক
(d) Bhagadatta - ভগদত্ত
19. Which king of Assam (then Pragjyotishpur) participated in the famous Mahabharata war - বিখ্যাত মহাভাৰতৰ যুদ্ধত কোনগৰাকী অসমৰ (তেতিয়া প্ৰাগজ্যোতিষপুৰ) ৰজাই অংশগ্ৰহণ কৰিছিল
(a) Bhaskar Burman - ভাস্কৰ বৰ্মন
(b) Bhishma - ভীষ্মক
(c) Hell - নৰক
(d) Bhagadatta - ভগদত্ত
20. Which of the following is not one of the four major objects of the Vaishnava community - বৈষ্ণৱ সম্প্ৰদায়ৰ প্ৰধান চাৰিবস্তুৰ অন্তৰ্গত তলৰ কোনবিধ নহয়
(a) Goru - গুৰু
(b) Soron - শৰণ
(c) Deu - দেউ
(d) Name - নাম
21. What is the old name of Assam - অসমৰ পুৰণি নাম কি
(a) Tezpur - তেজপুৰ
(b) Pragjyotishpur - প্ৰাগজ্যোতিষপুৰ
(c) Rangpur - ৰংপুৰ
(d) The ego - অহম
22. Which Bhuyan ruler took the title of 'Gomtha' - কোনগৰাকী ভূঞা শাসনকর্তাই 'গোমথ' উপাধি গ্রহণ কৰিছিল
(a) Gadadhara - গদাধৰে
(b) Narayana - নাৰায়ণে
(c) Pania is very cute - পনীয়া বৰ কাথে
(d) Chandire - চণ্ডীবৰে
23. During the reign of which king of the Komata kingdom, Sultan Muhammad bin Tughlaq of Delhi invaded the Komata kingdom twice - কোনগৰাকী কমতাৰাজ্যৰ ৰজাৰ দিনত দিল্লীৰ চুলতান মহম্মদ বিন টোঘলকে দুবাৰকৈ কমতা ৰাজ্য আক্রমণ কৰিছিল
(a) of Dharma Narayan - ধৰ্মনাৰায়ণৰ
(b) Durlabh Narayan's - দুৰ্লভ নাৰায়ণৰ
(c) The form of Narayana - ৰূপ নাৰায়ণৰ
(d) Indra Narayan's - ইন্দ্ৰ নাৰায়ণৰ
24. What is the name of the religion preached by Sankaradeva - শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি
(a) Sanatan Dharma - সনাতন ধর্ম
(b) Krishnaguru Dharma - কৃষ্ণগুৰু ধৰ্ম
(c) Shankari religion - শংকৰী ধৰ্ম
(d) Eksharan Namdharma - একশৰণ নামধৰ্ম
25. What is the essence of the religion preached by Sankaradeva - শংকৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ সাৰভাগ কি
(a) Namedharma - নামধর্ম
(b) Shaktadharma - শাক্তধর্ম
(c) Idolatry - মূর্তিপূজা
(d) None of the above - ওপৰৰ এটাও নহয়

26. What is the main pillar of Brahmanism - ব্ৰাহ্মণ্য ধৰ্মৰ মূল অবলম্বন কি
(a) The Sacrificial Law - বলি বিধান
(b) Chandipath - চণ্ডীপাঠ
(c) Idolatry - মূর্তিপূজা
(d) None of the above - ওপৰৰ এটাও নহয়
27. Which king established his capital at Kamatapur and took the title of “Kamateshwar” - কোনজন ৰজাই কমতাপুৰত ৰাজধানী পাতি “কমতেশ্বৰ” উপাধি গ্ৰহণ কৰিছিল
(a) Durlabh Narayan - দুৰ্লভ নাৰায়ণ
(b) Dharma Narayan - ধৰ্মনাৰায়ণ
(c) Sisu - সিছু
(d) Evening - সন্ধ্যা
28. Who established the Bhouma dynasty by killing the demon king Ghatakasura in ancient Assam (Pragjyotishpur)- প্রাচীন অসমত (প্রাগজ্যোতিষপুৰ) দানৱ ৰজা ঘটকাসুৰক বধ কৰি কোনে ভৌম বংশ প্রতিষ্ঠা কৰিছিল
(a) The great colored monster - মহীৰংগ দানৱ
(b) Brajdatta - ব্ৰজদত্ত
(c) Bhagadatta - ভগদত্ত
(d) Hell King - নৰক ৰজা
29. In which year did Chukapha lay the foundation of his permanent capital at Charideo - কিমান চনত চুকাফাই চৰাইদেউত স্থায়ী ৰাজধানীৰ ভেটি স্থাপন কৰিছিল
(a) 1250 AD - ১২৫০ খ্রী
(b) 1253 AD - ১২৫৩ খ্রী
(c) 1255 AD - ১২৫৫ খ্রী
(d) 1260 AD - ১২৬০ খ্রী
30. In whose days did the Chinese explorer Huyen Chang come to Assam (কাৰ দিনত চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল)
(a) In the days of Kumara Bhaskar Burman - কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত
(b) In the days of Pushya Varman - পুষ্য বৰ্মনৰ দিনত
(c) In the days of Susthita Burman - সুস্থিত বৰ্মনৰ দিনত
(d) None of the above - ওপৰৰ এটাও নহয়
31. Where was the first capital of the Ahoms (আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল)
(a) In Rangpur - ৰংপুৰত
(b) In Shadia - শদিয়াত
(c) In Charaideo - চৰাইদেউত
(d) In Garhwal - গড়গাৱত
32. When was the historic Treaty of Milajharighat signed (ঐতিহাসিক মিলাঝাৰীঘাটৰ সন্ধি কেতিয়া হৈছিল)
(a) 22nd January 1663 - ১৬৬৩ চনৰ ২২ জানুৱাৰী
(b) January 24, - ১৬৬৪ চনৰ ২৪ জানুৱাৰী
(c) January 26, 1665 - ১৬৬৫ চনৰ ২৬ জানুৱাৰী
(d) January 28, 1666 - ১৬৬৬ চনৰ ২৮ জানুৱাৰী
33. He composed the Usha-parinaya ceremony (ঊষা-পৰিণয় কাৰ্য্য ৰচনা কৰিছিল)
(a) Ramnarayan Chakraborty - ৰামনাৰায়ণ চক্রবর্তীয়ে
(b) The sun is divine - সূর্য খী দৈবজ্ঞাই
(c) The poet Pitambar - পীতাম্বৰ কবিয়ে
(d) Sri Srimadhavade - শ্রীশ্রীমাধৱদেৱে
34. He was the President of the Assam Association formed in (১৮৬৭ চনত গঠিত আসাম এছোচিয়েছনৰ সভাপতি আছিল)
(a) King Kandapeshwar Singh - ৰজা কন্দপেশ্বৰ সিংহ
(b) King Purandar Singh - ৰজা পুৰন্দৰ সিংহ
(c) Dinnath Bezbarua - দীননাথ বেজবৰুৱা
(d) Containing Ganga Govinda - গংগা গোবিন্দ যুক্ত
35. jorhat Sarbajan Sabha was born (যোৰহাট সার্বজনিক সভাৰ জন্ম হৈছিল)
(a) On July 12, - ১৮৫৭ চনৰ ১২ জুলাইত
(b) June 2, 1886 - ১৮৮৬ চনৰ ২ জুনত
(c) On 12th May, 1897 - ১৮৯৭ চনৰ ১২ মে'ত
(d) On 15 August - ১৯০১ চনৰ ১৫ আগষ্টত
36. Kankalta Baruah died (কনকলতা বৰুৱাৰ মৃত্যু হৈছিল)
(a) In Gahpur - গহপুৰত
(b) In Dhekiajuli - ঢেকিয়াজুলিত
(c) In Bajali - বজালীত
(d) In Nalbari - নলবাৰীত
37. The day Kushal Konwar was torn apart was (কুশল কোঁৱৰক ফাঁটা নিয়া দিনটো আছিল)
(a) 26 January - ১৯৪৩ চনৰ ২৬ জানুৱাৰী
(b) 1 May - ১৯৪৩ চনৰ ১ মে
(c) June 15, 1943 - ১৯৪৩ চনৰ ১৫ জুন
(d) 18 August - ১৯৪৩ চনৰ ১৮ আগষ্ট
38. Who was Bihuram Boro, the first graduate of the Boro community to be educated in modern English (আধুনিক ইংৰাজী শিক্ষাৰে শিক্ষিত বড়োসমাজৰ প্ৰথমজন স্নাতক কোন আছিল বিহুৰাম বড়ো)
(a) Rupnath Brahma - ৰূপনাথ ব্ৰহ্ম
(b) Bihuram Boro - বিহুৰাম বড়ো
(c) Maneshwar Brahma - মনেশ্বৰ ব্ৰহ্ম
(d) Not one - এজনো নহয়
39. Who built the Shiva Temple located on Umandan, the smallest river island in the world (বিশ্বৰ ক্ষুদ্রতম নদীদ্বীপ উমানন্দত অৱস্থিত শিৱ মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল)
(a) His Majesty Gadadhar Singh - স্বৰ্গদেউ গদাধৰ সিংহই
(b) His Majesty Pramatta Singh - স্বৰ্গদেউ প্ৰমত্ত সিংহই
(c) His Majesty Ratnadhvaja Singh - স্বৰ্গদেউ ৰত্নধ্বজ সিংহই
(d) His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহই
40. The first Moammar Rebellion took place during the reign of which Ahom king (কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল)
(a) In the days of His Majesty Gadadhar Singh - স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত
(b) In the days of His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
(c) In the days of Shiva Singh - শিৱ সিংহৰ দিনত
(d) In the days of His Majesty Lakshmi Singh - স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved