(ক) " নেৰিবা বান্ধৱ মোক জীবনে মৰণে।"
- কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে ?
(খ) 'সনক সনন্দ যোগী যাহাকু ধিয়ায়।'
- সনক, সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে ?
(গ) কবি কিহত আতুৰ হোৱা বুলি কৈছে ?
(ঘ) তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা ?
(ঙ) বৰগীতটি কি ৰাগত বন্ধা আছে ?
(চ) কবিয়ে 'বান্ধৱ' বুলি কাক সম্বোধন কৰিছে ?
(ছ) 'মোহ-পাশ' মানে কি ?
৬. বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved