1. Who founded the Brahmo Samaj (ব্রহ্ম সমাজ কোনে প্রতিষ্ঠা কৰিছিল)
(a) Raja Ram Mohan Roy (ৰাজা ৰামমোহন ৰয়)
(b) Swami Vivekananda (স্বামী বিবেকানন্দ)
(c) Mahatma Gandhi (মহাত্মা গান্ধী)
(d) Swami Dayanand Saraswati (স্বামী দয়ানন্দ সৰস্বতী)
2. Which Governor-General abolished the practice of Sati (কোনজন গৱৰ্নৰ জেনেৰেলে দাস প্রথা উঠাইছিল)
(a) William Bentinck (উইলিয়াম বেনট্রিক)
(b) Lord Cornwallis (লর্ড কর্নাৱালিছ)
(c) Sir John Shore (ছাৰ জন চৰ)
(d) Lord Ripon (লর্ড ৰিপন)
3. What is the meaning of the word 'Polis' ('পলিচ' শব্দৰ অৰ্থ হ'ল)
(a) নগৰ ৰাষ্ট্র
(b) কল্যাণ নাই
(c) পৰাধীন বাচ্চ)
(d) কোনোটোৱে নহয়
4. The word 'Politics' is derived from ('পলিটিক্স' শব্দৰ উৎস হৈছে)
(a) পলিচৰ পৰা
(b) পবিচৰ পৰা
(c) পৰিচৰ পৰা
(d) কোনোটোৱে নহয়
5. When was the North Eastern Development Corporation established (উত্তৰ-পূব উন্নয়ন নিগম প্রতিষ্ঠা হৈছিল)
(a) 1996 (1996)
(b) 1967 (1967)
(c) 2001 (2001)
(d) 2006 (2006)
6. In which year was the Calcutta High Court established (কলকাতা উচ্চ ন্যায়ালয় কিমান চনত স্থাপিত হৈছিল)
(a) 1862 (1862)
(b) 1948 (1948)
(c) 1966 (1966)
(d) 2000 (2000)
7. How many Lok Sabha members does Assam have (অসমত লোকসভাৰ সদস্য কিমান)
(a) 14 (14)
(b) 7 (7)
(c) 19 (19)
(d) 19 (19)
8. From which state did 'Bharatanatyam' dance originate ('ভাৰত নাট্যম' কোন ৰাজ্যৰ পৰা প্ৰচলন হৈছিল)
(a) Odisha (ওড়িশা)
(b) Bihar (বিহাৰ)
(c) Tamil Nadu (তামিলনাড়)
(d) Manipur (মণিপুৰ)
9. 'Odissi dance' is from which state ('ওডিচী নৃত্য' কোন ৰাজ্যৰ)
(a) Karnataka (কর্ণাটক)
(b) Odisha (ওডিশা)
(c) Kerala (কেৰালা)
(d) Assam (অসম)
10. What is the sensitive index of Bombay Stock Exchange known as (বোম্বে ষ্টক বজাৰত সংবেদী সূচ্যাংকক কি বুলি জনা যায়)
(a) Nifty (নিফটি)
(b) Sensex (ছেনছেক্স)
(c) Hang Seng (হেংচাং)
(d) NIBI (নিভি)
11. Who is the current Chief Executive Officer of the State Bank of India (ভাৰতীয় ষ্টেট বেংকৰ বৰ্তমান মুখ্য কাৰ্যবাহী বিষয়া কোন)
(a) Urjit Patel (উর্জিত পেটেল)
(b) Rajnish Kumar (ৰাজনীশ কুমাৰ)
(c) Arundhati Bhattacharya (অৰুন্ধতী ভট্টাচার্য)
(d) Chanda Kochhar (চন্দা কোচৰ)
12. When was the Bombay Stock Exchange (BSE) established (বোম্বে ষ্টক এক্সচেঞ্জ (BSE) কেতিয়া স্থাপন হৈছিল)
(a) 1948 (1948)
(b) 1875 (1875)
(c) 1960 (1960)
(d) 1991 (1991)
13. Where did Mahavira Jain attain death (Nirvana) (মহাবীৰ জৈনে কোন স্থানত মৃত্যুবৰণ কৰিছিল)
(a) Pawapuri (পাৱাপুৰি)
(b) Ranchi (ৰানচী)
(c) Rajagriha (ৰাজগ্ৰীহ)
(d) None of these (এটাও নহয়)
14. In which language was the 'Tripitaka' written ('ত্রিপিতক' কোন ভাষাত লিখিছিল)
(a) Pali (পালি)
(b) Brahmi (ব্রাহ্মী)
(c) Sanskrit (সংস্কৃত)
(d) Prakrit (প্রকৃত)
15. Buddha was associated with which community (বৌদ্ধ কোনটো জনগোষ্ঠীৰ লগত জড়িত)
(a) Shakya (শাক্য)
(b) Maurya (মৌর্য)
(c) Kukkura (কুক্ক)
(d) None of these (ওপৰৰ কোনোটো নহয়)
16. Who was called 'Devanam Priyadarsi' (তলৰ কোনজনক ডেভানামা পিয়াদচি' বুলি কোৱা হয়)
(a) Mauryan King Ashoka (মৌর্য ৰজা অশোক)
(b) Gautama Buddha (গৌতম বৌদ্ধ)
(c) Chandragupta (চন্দ্রগুপ্ত)
(d) Mahavira (মহাভিৰা)
17. Who adopted Persian as the official language (পার্টিয়ান ভাষাটো মুখ্য কার্যকৰী ভাষা হিচাপে কোনে দিছিল)
(a) Akbar (আকবৰ)
(b) Babur (বাবৰ)
(c) Shah Jahan (ছাহজাহান)
(d) Jahangir (জাহাংগীৰ)
18. Akbar reigned from which year to which year (আকবৰে কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল)
(a) 1556–1605
(b) 1556–1600
(c) 1556–1580
(d) 1570–1610
19. Who was the father of Jahangir (জাহাংগীৰৰ পিতৃ কোন আছিল)
(a) Akbar (আকবৰ)
(b) Shah Jahan (শ্বেৰশ্বাহ)
(c) Sher Shah (ছাহজাহান)
(d) Humayun (হুমায়ুন)
20. The Slave dynasty ruled from which year to which year (স্লেভ বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল)
(a) 1206
(b) 1290
(c) 1320
(d) 1414
21. The Khilji dynasty ruled from which year to which year (খিলজী বংশই কিমান চনৰ পৰা কিমান চনলৈ বাজত্ব কৰিছিল)
(a) 1290 - 1320
(b) 1320 - 1414
(c) 1206 - 1290
(d) 1414 - 1450
22. The Tughlaq dynasty ruled from which year to which year (টোগলক বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল)
(a) 1320 - 1414
(b) 1290 - 1320
(c) 1206 - 1290
(d) 1414 - 1450
23. The Lodi dynasty ruled from which year to which year (লোডী বংশই কিমান চনৰ পৰা কিমান চনলৈ ৰাজত্ব কৰিছিল)
(a) 1451 - 1526
(b) 1290 - 1320
(c) 1206 - 1290
(d) 1556 - 1856
24. Who was the founder of the Mughal Empire (মোগল সাম্রাজ্যৰ প্ৰতিষ্ঠাপক কোন)
(a) Babur (বাবৰ)
(b) Akbar (আকবৰ)
(c) Shah Jahan (ছাহজাহান)
(d) Jahangir (জাহাংগীৰ)
25. Whom did Babur defeat to establish the Mughal Empire in India (বাবৰে কাক পৰাস্ত কৰি মোগল সাম্রাজ্য ভাৰতত প্রতিষ্ঠাপিত কৰিছিল)
(a) Ibrahim Lodi (ইব্রাহিম লোডী)
(b) Bahlul Lodi (বাবলোল লোডী)
(c) Sikandar Lodi (ছিকন্দৰ লোডী)
(d) Rana Sanga (ৰাণা গংগা)
26. The First Battle of Panipat was fought between whom (পাণিপথৰ প্ৰথম যুদ্ধ কাৰ কাৰ মাজত হৈছিল)
(a) Babur and Ibrahim Lodi (বাবৰ আৰু ইব্রাহিম লোভী)
(b) Babur and Shah Jahan (বাবৰ আৰু ছাহজাহান)
(c) Babur and Sikandar Lodi (বাবৰ আৰু ছিকন্দৰ লোডী)
(d) None of the above (ওপৰৰ এটাও নহয)
27. When was the First Battle of Panipat fought (পাণিপথৰ প্ৰথম যুদ্ধ কিমান চনত হৈছিল)
(a) 21 April 1526 (21 এপ্রিল 1526)
(b) 21 April 1626 (21 এপ্রিল 1626)
(c) 21 April 1726 (21 এপ্রিল 1726)
(d) 5 April 1526 (5 এপ্রিল 1526)
28. Father of Indian National Congress (ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃজন হ'ল)
(a) A.O. Hume (এ অ'হুম)
(b) Mahatma Gandhi (মহাত্মা গান্ধী)
(c) Jawaharlal Nehru (জৱাহৰলাল নেহৰু)
(d) Umesh Chandra Banerjee (উমেশ চন্দ্র বেনার্জী)
29. Who discovered the ‘Orain Theory’ of India (ভাৰতবৰ্ষৰ 'Orain Theory' আবিষ্কাৰ কৰিছিল)
(a) Moderates (নৰম পন্থীসকলে)
(b) Extremists (চৰম পন্থীসকলে)
(c) Gandhi (গান্ধীজীয়ে)
(d) Muslims (মুছলিমসকলে)
30. Which of the following is not a Cabinet Committee (তলত উল্লেখ কৰা কোনটো কেবিনেট কমিটী নহয়)
(a) Food Committee (খাদ্য সমিতি)
(b) Economic Committee (অর্থনৈতিক কমিটী)
(c) Parliamentary Committee (সংসদীয় সমিতি)
(d) Political Affairs Committee (ৰাজনৈতিক বিষয়া সমিতি)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved