1. The legal remedy provided by the court to release a person unlawfully detained is called (আদালতৰ দ্বাৰা কোনো ব্যবস্থাৰ দ্বাৰা এজন ব্যক্তিব আটকক বেআইনী বুলি প্ৰমাণ কৰি মুক্তিৰ ব্যবস্থাটো হ'ল)
(a) বন্দী প্রত্যক্ষকৰণ সমাদেশ
(b) পৰমাদেশ
(c) প্রতিৰোধ
(d) উভয়প্রয়ন
2. 'Sattriya dance' belongs to which state ('সত্রীয়া নৃত্য' কোন ৰাজ্যৰ)
(a) Maharashtra (মহাৰাষ্ট্ৰ)
(b) Assam (অসম)
(c) Manipur (মণিপুৰ)
(d) Tamil Nadu (তামিলনাডু)
3. What is the highest award in India for Performing Arts ('পৰিৱেশ্য কলা' (Performing Arts) বিষয়ক ভাৰতৰ সৰ্বোচ্চ পুৰস্কাৰটো কি)
(a) Jnanpith (জ্ঞানপীঠ)
(b) Sangeet Natak Akademi Award (সংগীত নাটক স্বতী সম্মান)
(c) National Artist Award (ৰাষ্ট্রীয় শিল্পী বটা)
(d)
4. Tansen was in the court of which emperor (তানসেন কোন সম্রাটৰ ৰাজসভাত আছিল)
(a) Jahangir (জাহাংগীৰ)
(b) Akbar (আকাৰ)
(c) Shah Jahan (ছাহজাহান)
(d) Sher Shah (শ্বেৰশ্বাহ)
5. Where is the 'Mok Festival' (Desert Festival) held in Rajasthan ('মক উৎসব' (Desert Festival) ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়)
(a) Jodhpur (যোধপুৰ)
(b) Jaisalmer (জয়ছালমেৰ)
(c) Bikaner (বিকানেৰ)
(d) Barmer (বাৰমেৰ)
6. What is the name of the first Indian talkie film (ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি)
(a) Jaymati (জয়মতী)
(b) Raja Harishchandra (ৰাজা হবিশ্চন্দ্র)
(c) The Jazz Singer (দা জাজ চিংগাৰ)
(d) Jamai Sasthi (জামাই ষষ্ঠী)
7. What is the full form of WWW (WWWৰ সম্পূর্ণ অর্থ)
(a) World Web Wide
(b) World Wide Web
(c) Whole World Web
(d) Web World Wide
8. Which book is called the 'Fifth Veda' ('পঞ্চম বেদ' বুলি কোৱা গ্রন্থখন কি?)
(a) Ramayana (ৰামায়ণ)
(b) Mahabharata (মহাভাৰত)
(c) Upanishads (উপনিষদ)
(d) Panchatantra (পঞ্চতন্ত্র)
9. The right to private property in India is guaranteed under which articles (ব্যক্তিগত সম্পত্তিৰ অধিকাৰ ভাৰতীয় সংবিধানৰ দ্বাৰা সুনিশ্চিত কৰা হৈছে)
(a) Articles 31 and 19 (অনুচ্ছেদ নং 31 আৰু 19)
(b) Article 32 (অনুচ্ছেদ নং 32)
(c) Article 126 (অনুচ্ছেদ নং 126)
(d) Article 362 (অনুচ্ছেদ নং 362)
10. In which part of the Indian Constitution are the Fundamental Rights written (ভাৰতীয় সংবিধানত কোনটো অংশত মৌলিক অধিকাৰ লিপিবদ্ধ হৈছে)
(a) Part III (III অংশত)
(b) Part II (II অংশত)
(c) Part V (V অংশত)
(d) Part IV (IV অংশত)
11. What are the Upanishads related to (উপনিষদ কিহৰ লগত জড়িত)
(a) Philosophy (দর্শন শাস্ত্র)
(b) Law (আইন)
(c) Yoga (যোগ)
(d) Religion (ধর্ম)
12. In which city was the First Buddhist Council held (প্রথম বৌদ্ধিক সংঘ কোনখন নগৰত হৈছিল)
(a) Rajgir (ৰাজগ্ৰীহ)
(b) Gaya (গয়া)
(c) Bodh Gaya (বৌদ্ধ গয়া)
(d) Nalanda (নালন্দা)
13. During whose reign was the Fourth Buddhist Council held (চতুর্থ বৌদ্ধিক সংঘ কোনজন ৰজাৰ দিনত হৈছিল)
(a) Kanishka (কনিষ্ক)
(b) Ashoka (অশোক)
(c) Ajatashatru (অজাতশত্রু)
(d) Mahapadma Nanda (মহাপদ নন্দ)
14. In which state is Sarnath located (সৰনাথ কোনখন ৰাজ্যত অৱস্থিত)
(a) Uttar Pradesh (উত্তৰ প্ৰদেশ)
(b) Kerala (কেৰালা)
(c) Gujarat (গুজৰাট)
(d) Bihar (বিহাৰ)
15. Where was Buddha born (বৌদ্ধৰ জন্ম হৈছিল)
(a) Lumbini (লুমবিনি)
(b) Pataliputra (পাটলিপুত্র)
(c) Bihar (বিহাৰ)
(d) Uttar Pradesh (উত্তৰ প্ৰদেশ)
16. Where was the third Buddhist council held (তৃতীয় বৌদ্ধিক সংঘ কোন হৈছিল)
(a) Pataliputra (পাটলিপুত্র)
(b) Kashmir (কাশ্মীৰ)
(c) Kosambi (কোচাম্বী)
(d) Rajagriha (ৰাজগ্ৰীহ)
17. Who is referred to as the "Light of Asia" (তলৰ কোনজনক এছিয়াৰ পোহৰ বুলি কোৱা হয়)
(a) Buddha (বৌদ্ধ)
(b) Muhammad (মহম্মদ)
(c) Chanakya (চাণক্য)
(d) None of these (এটাও নহয়)
18. Whom did Babur defeat in 1527 at Khanwa (বাবৰে 1527 চনত খানৱাত কাক পৰাস্ত কৰিছিল)
(a) Rana Sanga (ৰাণা গাংগা)
(b) Medini Rai (মেদিনী বাই)
(c) Muhammad Lodi (মহম্মদ লোডী)
(d) Ibrahim Lodi (ইব্রাহিম লোডী)
19. In which year was the Battle of Khanwa fought (খানৱাৰ যুদ্ধ কিমান চনত হৈছিল)
(a) 1527
(b) 1526
(c) 1528
(d) 1529
20. Whom did Babur defeat in the Battle of Ghaghra in 1529 (বাবৰে 1529 চনত ঘাঘৰাত কাক পৰাস্ত কৰিছিল)
(a) Muhammad Lodi (মহম্মদ লোডী)
(b) Medini Rai (মেদিনী ৰায়)
(c) Rana Sanga (ৰাণা গাংগা)
(d) Ibrahim Lodi (ইব্রাহিম লোভী)
21. In which year was the battle between Muhammad Lodi and Babur fought (মহম্মদ লোডী আৰু বাবৰৰ মাজত যুদ্ধ কিমান চনত হৈছিল)
(a) 1529
(b) 1526
(c) 1527
(d) 1530
22. Where is the tomb of Babur located (বাবৰৰ সমাধি ক্ষেত্র ক'ত আছে)
(a) Kabul (কাবুল)
(b) Agra (আগৰা)
(c) Delhi (দিল্লী)
(d) Sasaram (ছাচাৰাম)
23. Where is the Tehri Dam located (টেহৰি বান্ধ (Dam) ক'ত অৱস্থিত)
(a) Uttarakhand (উত্তৰাখণ্ড)
(b) Rajasthan (ৰাজস্থান)
(c) Gujarat (গুজৰাট)
(d) Maharashtra (মহাৰাষ্ট্ৰ)
24. On which river is the Sardar Sarovar Dam (সৰদাৰ সৰোবৰ বান্ধ কোন নদীত আছে)
(a) Narmada (নর্মদা)
(b) Ganga (গংগা)
(c) Kaveri (কাৱেৰী)
(d) None of these (এটাও নহয়)
25. Who systematically described the philosophy of Yoga (যোগ দর্শন শাস্ত্র কোনে পুংখানুপুংখভাবে বর্ণনা কৰিছিল)
(a) Patanjali (পতঞ্জলি)
(b) Gautama (গৌতম)
(c) Rāyamini (ৰায়মিনি)
(d) Manu (মনু)
26. In which of the following places did Ashoka not rule (তলৰ কোনখন ঠাইত অশোকৰ ৰাজত্ব নাছিল)
(a) Pataliputra (পাটলিপুত্র)
(b) Topra (টোপৰা)
(c) Kandahar (কান্ধাৰ)
(d) None of these (ওপৰৰ এটাও নহয়)
27. For how many days can the Rajya Sabha be prorogued (ৰাজ্যসভাই বিত্তবিলাক কিমান দিনৰ বাবে ৰাখিব পাৰে)
(a) 14 days (14 দিন)
(b) 10 days (10 দিন)
(c) 18 days (18 দিন)
(d) 12 days (12 দিন)
28. Who wrote the "Buddhacharita" (বৌদ্ধ চৰিতখন কোনে ৰচনা কৰিছিল)
(a) Ashvaghosha (অশ্বঘোষ)
(b) Nagarjuna (নাগছেনা)
(c) Nagasena (নাগার্জুন)
(d) Vasumitra (বাসুমিত্র)
29. First Indian to win an Oscar award (অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়)
(a) A.R. Rahman (এ আৰ ৰহমান)
(b) Bhanu Athaiya (ভানু আথাইয়া)
(c) Satyajit Ray (সত্যজিৎ ৰায়)
(d) Gulzar (গুলজাৰ)
30. In which year did the Oscar awards start (কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল)
(a) 1901 (1901)
(b) 1929 (1929)
(c) 1931 (1931)
(d) 1950 (1950)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved