A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 26
4. 'When was the Assam Chutia Sammelan born - 'অসম চুতীয়া সন্মিলনৰ কেতিয়া জন্ম হয়
(a) On 10 March - ১৯২৪ চনৰ ১০ মাৰ্চত
(b) On 10 April 1925 - ১৯২৫ চনৰ ১০ এপ্ৰিলত
(c) On 15 August - ১৯২৬ চনৰ ১৫ আগষ্টত
(d) On 15 August - ১৯৩০ চনৰ ১৫ আগষ্টত
5. Who was the Chief Executive Officer of South Assam under the Ahom rule - আহোমৰ শাসন ব্যৱস্থাত উজনি অসমৰ প্ৰধান কার্যবাহী বিষয়াজন কোন
(a) Barfukan - বৰফুকন
(b) Bargohai - বৰগোহাঁই
(c) Buragohain - বুঢ়াগোহাঁই
(d) Barbaroa - বৰবৰুৱা
6. Who was the official of the Ahom king in Guwahati as the representative of the king - ৰজাৰ প্ৰতিনিধি হিচাপে গুৱাহাটীত থকা আহোম ৰজাৰ বিষয়াঞ্জন কোন
(a) Barfukan - বৰফুকন
(b) Bargohai - বৰগোহাঁই
(c) Buragohain - বুঢ়াগোহাঁই
(d) Barbarossa - বৰবৰুৱা
7. During the reign of the Ahom kings, provincial governors were appointed to rule the border areas. Who is he - আহোম ৰজাৰ শাসন কালত সীমান্ত ঠাইবিলাকত শাসন কৰিবৰ বাবে প্ৰাদেশিক শাসনকর্তা নিয়োগ কৰিছিল। তেওঁ কোন
(a) Shadiaga Gohain - শদিয়াগোৱা গোহাঁই
(b) Morangial Gohain - মৰঙীয়াল গোহাঁই
(c) Salal Gohain - সলাল গোহাঁই
(d) Danighal Gohai - দাঁতিঘলীয়া গোহাঁই
8. During the reign of which king was the Pike system introduced in Assam - কোনগৰাকী ৰজাৰ দিনত অসমত সাংগঠনিক ৰূপত পাইক প্ৰথাৰ প্ৰবৰ্তন কৰা হয়
(a) In the days of Pratap Singh - প্ৰতাপ সিংহৰ দিনত
(b) In the days of Rudra Singh - ৰুদ্ৰসিংহৰ দিনত
(c) In the days of Gadadhar Singh - গদাধৰ সিংহৰ দিনত
(d) In the days of Lakshmi Singh - লক্ষ্মীসিংহৰ দিনত
9. What were the objectives of the Ahom kings through the 'Khel Pratha' - 'খেল প্ৰথা'ৰ মাধ্যমেৰে আহোম ৰজাসকলে সমাজৰ কি কি উদ্দেশ্য সাধন কৰিব বিচাৰিছিল
(a) The king was elected - ৰজা নির্বাচন কৰিছিল
(b) Organized the pikes - পাইকসকলক সংগঠিত কৰিছিল
(c) They arranged various kinds of sports - বিভিন্ন ধৰণৰ খেল-ধেমালিৰ ব্যৱস্থা কৰিছিল
(d) Chose commanders for battle - যুদ্ধৰ বাবে সেনাপতি নির্বাচন কৰিছিল
10. When was the 'slave system' abolished in Assam - অসমত 'দাস প্রথা' কেতিয়া বিলোপ কৰা হয়
(a) In 1841 - ১৮৪১ চনত
(b) In 1843 - ১৮৪৩ চনত
(c) In 1845 - ১৮৪৫ চনত
(d) In 1847 - ১৮৪৭ চনত
11. Lakheraj land is divided into four parts - লাখেৰাজ ভূমি কেইটা ভাগত ভগোৱা হয়
(a) In three parts - তিনি ভাগত
(b) In four parts - চাৰি ভাগত
(c) In five parts - পাঁচ ভাগত
(d) In eight parts - আঠ ভাগত
12. When did the Muslims first invade Assam - মুছলমানে প্রথম অসম আক্ৰমণ কেতিয়া কৰিছিল
(a) 1206 AD - ১২০৬ খ্রী:ত
(b) In 1220 AD - ১২২০ খ্রী:ত
(c) In 1231 AD - ১২৩১ খ্রীঃত
(d) In 1241 AD - ১২৪১ খ্রীঃত
13. How many times did the Muslims invade Assam - মুছলমানে কেইবাৰ অসম আক্ৰমণ কৰে
(a) 15 times - ১৫ বাৰ
(b) 18 times - ১৮ বাৰ
(c) 20 times - ২০ বাৰ
(d) 25 times - ২৫ বাৰ
14. In which year did the Moammar Rebellion begin - কোন চনত মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল
(a) From 1751 onwards - ১৭৫১ চনৰ পৰা
(b) From 1766 onwards - ১৭৬৬ চনৰ পৰা
(c) Since 1769 - ১৭৬৯ চনৰ পৰা
(d) From 1779 onwards - ১৭৭৯ চনৰ পৰা
15. Which of the following events ended the rule of the Ahoms - তলৰ কোনটো ঘটনাৰে আহোমৰ শাসনৰ অন্ত পেলাইছিল
(a) The Battle of Saraighat - শৰাইঘাটৰ যুদ্ধ
(b) The Moammar Rebellion - মোৱামৰীয়া বিদ্ৰোহ
(c) Manchuria attack - মানৰ আক্ৰমণ
(d) Lata - cut battle - লতা - কটা ৰণ
16. In what year did the Battle of Chechamukh take place - চেচামুখৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল
(a) In 1520 - ১৫২০ চনত
(b) In 1521 - ১৫২১ চনত
(c) In 1522 - ১৫২২ চনত
(d) In 1523 - ১৫২৩ চনত
17. What is the name of the war between the Ahom and the Mughals in 1671 - ১৬৭১ চনত সংঘটিত আহোম আৰু মোগলৰ যুদ্ধখনক কি নামে জনা যায়
(a) The Battle of Hajo - হাজো যুদ্ধ
(b) Battle of Saraighat - শৰাইঘাটৰ যুদ্ধ
(c) The Battle of Pathrughat - পথৰুঘাটৰ যুদ্ধ
(d) None of the above - ওপৰৰ এটাও নহয়
18. In which year was the famous Battle of Bharali fought in the history of Assam - অসমৰ ইতিহাসত বিখ্যাত 'ভৰলীৰ যুদ্ধ' কোন চনত সংঘটিত হৈছিল
(a) In 1637 - ১৬৩৭ চনত
(b) In 1638 - ১৬৩৮ চনত
(c) In 1639 - ১৬৩৯ চনত
(d) In 1640 - ১৬৪০ চনত
19. When did the Third Moammar Rebellion break out - তৃতীয় মোৱামৰীয়া বিদ্ৰোহৰ সূত্ৰপাত কেতিয়া ঘটিছিল
(a) In 1780 - ১৭৮০ চনত
(b) In 1786 - ১৭৮৬ চনত
(c) In 1778 - ১৭৭৮ চনত
(d) In 1792 - ১৭৯২ চনত
20. The Phulguri conflict is a significant event in the history of the peasant uprising in Assam. In what year did this conflict occur - অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত ফুলগুৰিৰ সংঘর্ষ এক উল্লেখনীয় ঘটনা। এই সংঘর্ষ কিমান চনত সংঘটিত হৈছিল
(a) In 1861 - ১৮৬১ চনত
(b) In 1862 - ১৮৬২ চনত
(c) In 1863 - ১৮৬৩ চনত
(d) In 1863 - ১৮৬৩ চনত
21. The most significant conflict in the history of Assam in which 54 peasants lost their lives is — ৫৪ জন কৃষকে প্রাণ আহুতি দিয়া অসম বুৰঞ্জীৰ উল্লেখনীয় সংঘৰ্ষটোৰ নাম
(a) Pathrughat Sangha - পথৰুঘাটৰ সংঘৰ্ষ
(b) Phulguri collision - ফুলগুৰিৰ সংঘৰ্ষ
(c) Moammar conflict - মোৱামৰীয়া সংঘৰ্ষ
(d) Not one - এটাও নহয়
22. When was the Battle of Pathrughat fought - পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল
(a) In 1888 - ১৮৮৮ চনত
(b) In the 1890s - ১৮৯০ চনত
(c) In 1892 - ১৮৯২ চনত
(d) In 1894 - ১৮৯৪ চনত
23. What was the purpose of the famous battle of Lata-cutting - ইতিহাস প্রসিদ্ধ লতা-কটা ৰণৰ উদ্দেশ্য কি আছিল
(a) War against the Man army in Burma - ব্ৰহ্মদেশৰ মান সেনাৰ বিৰুদ্ধে যুদ্ধ
(b) Cutting down forest trees, shrubs and forests to clear roads - হাবিৰ গছ, লতা, বন কাটি পথ মোকলোৱা
(c) Ahom army assisted King Jai Singh of Manipur - মণিপুৰৰ ৰজা জয় সিংহক আহোম সেনাই সহায় আগবঢ়োৱা
(d) None of the above - ওপৰৰ এটাও নহয়
24. What is the name of the most significant rebellion in the history of Assam suppressed by Kaliabhomora Barphukan - কলিয়াভোমোৰা বৰফুকনে দমন কৰা অসম বুৰঞ্জীৰ উল্লেখযোগ্য বিদ্রোহটোৰ নাম কি
(a) Dandua betrayal - দন্দুৱা দ্রোহ
(b) The Lechai Rebellion - লেচাই বিদ্রোহ
(c) The rebellion of Badan - বদনৰ বিদ্ৰোহ
(d) Not one - এটাও নহয়
43. Name the largest district in terms of square km in Assam (অসমৰ বর্তমান সর্বাধিক মাটিকালিৰ (আয়তন), জিলাখনৰ নাম কি)
(a) Kamrup (কামৰূপ)
(b) Nagaon (নগাঁও)
(c) Karbi Anglong (কার্বি আংলং)
(d) Sivasagar (শিৱসাগৰ)
44. Name the smallest district in terms of square km in Assam (অসমৰ আটাইতকৈ কম আয়তনৰ (মাটিকালি), জিলাখনৰ নাম কি)
(a) Chirang (চিৰাং)
(b) Bagasa (বাগছা)
(c) Kamrup (Metro) (কামৰূপ (মহানগৰ)
(d) Kamrup (Rural) (কামৰূপ (গ্রাম্য)
45. Name the district which has the highest density of population (অসমৰ কোনখন জিলাত জনবসতিৰ ঘনত্ব আটাইতকৈ বেছি)
(a) Dhubri (ধুবুৰী)
(b) Kamrup (Metro) (কামৰূপ)(মহানগৰ)
(c) Nagaon (নগাঁও)
(d) Dibrugarh (ডিব্রুগড়)
46. Name the district which has the highest literacy rate? (যিখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক আছে সেইখন জিলাৰ নাম লিখা)
(a) Jorhat (যোৰহাট)
(b) Nalbari (নলবাৰী)
(c) Kamrup (Metro) (কামৰূপ (মহানগৰ)
(d) Dibrugarh (ডিব্রুগড়)
47. Which district of Assam has the lowest literacy rate (অসমৰ কোনখন জিলাত শিক্ষিতৰ হাৰ আটাইতকৈ কম)
(a) Karbi Anglong (কার্বি আংলং)
(b) Dhubri (ধুবুৰী)
(c) Dhemaji (ধেমাজি)
(d) Cachar (কাছাৰ)
48. Name the district which has the highest rate of population (অসমৰ কোনখন জিলাত বর্তমান জনসংখ্যা সর্বাধিক)
(a) Kamrup (Metro) (কামৰূপ(মহানগৰ)
(b) Dhubri (ধুবুৰী)
(c) Nagaon (নগাঁও)
(d) Bongaigaon (বঙাইগাঁও)
49. Name the district which has the lowest density of population? (অসমৰ কোনখন জিলাত বর্তমান জনসংখ্যা আটাইতকৈ কম)
(a) Dima Hasao (ডিমা হাছাও)
(b) Karbi Anglong (কার্বি আংলং)
(c) Dhubri (ধুবুৰী)
(d) Dhemaji (ধেমাজি)
50. What is the state bird of Assam? (অসমৰ ৰাজ্যিক পক্ষী কি)
(a) Cuckoo (কুলি চবাই)
(b) Parrot (কেতেকী চৰাই)
(c) Peacock (ময়ুৰ চৰাই)
(d) White winged duck (দেওহাহ)

51. What is the state flower of Assam (অসমব বাজ্যিক ফুল কি)
(a) Rose (গোলাপ ফুল)
(b) Jasmine (তগৰ ফুল)
(c) Fox tail orchid (কপৌ ফুল)
(d) Sunflower (মাধৈ মালতী ফুল)
52. What is the state tree of Assam (অসমৰ ৰাজ্যিক বৃক্ষ কি)
(a) Sal (শাল)
(b) Sandal (চন্দন)
(c) Titachopa (তিতার্চপা)
(d) Hollong (হোলোংগছ)
53. What is the total area of Assam (অসমৰ মুঠ মাটিকালি কিমান)
(a) 78,430 square km (৭৮,৪৩০ বর্গ কিল'মিটাৰ)
(b) 78,432 square km (৭৮,৪৩২ বর্গ কিল'মিটাৰ)
(c) 78,438 square km (৭৮,৪৩৮ বর্গ কিল'মিটাৰ)
(d) 78,448 square km (৭৮,৪৪৮ বর্গ কিল মিটাৰ)
54. Sarthebari of Barpeta district is famous for which of the following cottage industry (বৰপেটা জিলাৰ সৰ্থেবাৰী কোনবিধ কুটীৰ শিল্পৰ বাবে বিখ্যাত)
(a) Ivory crafts (হাতী দাঁতৰ অলংকাৰ নিৰ্মাণৰ বাবে)
(b) Silk-muga Industry (পাটমুগা শিল্পৰ বাবে)
(c) Brass-metal industry (কাঁহব বাচন-বর্তন নির্মাণৰ বাবে)
(d) Black-smith industry (দা, কুঠাৰ আদি নির্মাণৰ বাবে)
55. Where is the lone fetilizer factory of Assam situated (অসমৰ একমাত্র সাৰ কাৰখানাটো ক'ত আছে)
(a) Kamrup (কামৰূপত)
(b) Namrup (নামৰূপত)
(c) Jagiroad (জাগীৰোডত)
(d) Tezpur (তেজপুৰত)
56. What is the total area of Majuli presently (মাজুলীৰ বৰ্তমান মাটিকালি পৰিমাণ কিমান)
(a) About 352 square km (প্রায় ৩৫২ বর্গ কিল'মিটাৰ)
(b) About 500 square km (প্রায় ৫০০ বর্গ কিল 'মিটাৰ)
(c) About 700 square km (প্রায় ৭০০ বর্গ কিল 'মিটাৰ)
(d) About 800 square km (প্রায় ৮০০ বর্গ কিল'মিটাৰ।)
57. Total administrative districts of Assam now are ----- (অসমত বর্তমান প্রশাসনিক জিলাৰ সংখ্যা হ'ল --------)
(a) 28
(b) 27
(c) 34
(d) 29
58. The Tiger project of Assam is ------------------ (অসমৰ ব্যাঘ্র প্রকল্প আছে -------------)
(a) Kaziranga (কাজিৰঙা)
(b) Manas (মানস)
(c) Nameri (নামেৰি)
(d) Dibru-Saikhowa (ডিব্রু-ছৈখোৱা)
59. The Manas National Park is in ------------------ (মানস ৰাষ্ট্রীয় উদ্যান ----------------- )
(a) Barpeta district (বৰপেটা জিলাত)
(b) Baksa district (বাকছা জিলাত)
(c) Bongaigaon district (বঙাইগাঁও জিলাত)
(d) Chirang district (ছিৰাং জিলাত)
60. Where is the lone cement factory of Assam situated (অসমৰ একমাত্র চিমেন্ট কাৰখানাটো ক'ত অৱস্থিত)
(a) Bokajan (বোকাজানত)
(b) Duliajan (দুলিয়াজানত)
(c) Namrup (নামৰূপত)
(d) Sonapur (সোণাপুৰত)
61. Which of the following district is not under the purview of Bodoland Territorial Region District (তলৰ কোনখন জিলা বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন জিলাৰ অধীনত নাই)
(a) Chirang (ছিবাং)
(b) Bagsa (বাগছা)
(c) Nalbari (নলবাৰী)
(d) Kokorajhar (কোকৰাঝাৰ)
62. Which of the following tree is not used in plywood production (প্লাইউড উৎপাদন ব্যৱহৃত নোহোৱা গছবিধৰ নাম কি)
(a) Simalu (শিমলু)
(b) Hallak (হলক)
(c) Pama (পমা)
(d) Sal (শাল)
63. What is the area of Assam - অসমৰ মাটিকালি কিমান
(a) 78,438 sq km - ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ
(b) 88,438 sq km - ৮৮,৪৩৮ বৰ্গ কিলোমিটাৰ
(c) 98,428 sq km - ৯৮,৪২৮ বৰ্গ কিলোমিটাৰ
(d) 98,538 sq km - ৯৮,৫৩৮ বৰ্গ কিলোমিটাৰ
64. What is the total area of the Brahmaputra plain - ব্ৰহ্মপুত্ৰ সমতলৰ মুঠ মাটিকালি কিমান
(a) 45,000 sq km - ৪৫,০০০ বৰ্গ কিলোমিটাৰ
(b) 49,000 sq km - ৪৯,০০০ বৰ্গ কিলোমিটাৰ
(c) 56,000 sq km - ৫৬,০০০ বৰ্গ কিলোমিটাৰ
(d) 58,000 sq km - ৫৮,০০০ বৰ্গ কিলোমিটাৰ
65. What is the total area of the Barak Plain - বৰাক সমতলৰ মুঠ মাটিকালি কিমান
(a) 4,623 sq km - ৪,৬২৩ বৰ্গ কিলোমিটাৰ
(b) 6,922 sq km - ৬,৯২২ বৰ্গ কিলোমিটাৰ
(c) 6,968 sq km - ৬,৯৬৮ বৰ্গ কিলোমিটাৰ
(d) 7146 sq km - ৭১৪৬ বৰ্গ কিলোমিটাৰ
66. What is the total area of Majuli at present - মাজুলীৰ বৰ্তমান মুঠ মাটিকালিৰ পৰিমাণ কিমান
(a) About 400 sq km - প্রায় ৪০০ বৰ্গ কিল’মিটাৰ
(b) About 500 sq km - প্রায় ৫০০ বৰ্গ কিল’মিটাৰ
(c) About 700 sq km - প্রায় ৭০০ বৰ্গ কিল’মিটাৰ
(d) About 352 sq km - প্রায় ৩৫২ বৰ্গ কিল’মিটাৰ
67. What are the geographical regions into which Assam is divided - অসমক কি কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে
(a) Brahmaputra Plain - ব্ৰহ্মপুত্ৰ সমতল
(b) Barak Plain - বৰাক সমতল
(c) Hilly areas (Karbi-North Kachar hilly or upland areas)- পাৰ্বত্য অঞ্চল (কাৰ্বি-উত্তৰ কাছাৰ পাহাৰীয়া বা উচ্চভূমি অঞ্চল)
(d) All of the above - ওপৰৰ আটাইকেইটা
68. What is the name of the axis that crosses the southern border of Assam - অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি
(a) The Capricorn Line - মকৰক্ৰান্তি ৰেখা
(b) Cancer Eclipse Line - কৰ্কটক্ৰান্তি ৰেখা
(c) Longitude line - দ্ৰাঘিমা ৰেখা
(d) The equator - বিষুৱ ৰেখা
69. Which of the following rivers is not a tributary of the Brahmaputra - তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয়
(a) Dhaleshwari - ধলেশ্বৰী
(b) The Suwansiri - সোৱণশিৰি
(c) Kapili - কপিলী
(d) Gold cells - সোণকোষ
70. What is the size of the state of Assam in India - আয়তনৰ ফালৰপৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ
(a) 2.39 per cent - ২.৩৯ শতাংশ
(b) 3.39 per cent - ৩.৩৯ শতাংশ
(c) 4.57 per cent - ৪.৫৭ শতাংশ
(d) 5.72 per cent - ৫.৭২ শতাংশ
71. According to the 2011 census, what proportion of the total population of India lives in Assam - ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে
(a) About 2.58 per cent - প্রায় ২.৫৮ শতাংশ
(b) About 3.58 per cent - প্রায় ৩.৫৮ শতাংশ
(c) About 4.58 per cent - প্রায় ৪.৫৮ শতাংশ
(d) About 5.58 per cent - প্রায় ৫.৫৮ শতাংশ
72. Where in Assam is there a hot spring - অসমৰ কোন ঠাইত গৰমপানীৰ উঁহ আছে
(a) In the Nambar forest of Golaghat - গোলাঘাটৰ নামবৰ হাবিত
(b) At Chapanla, Nagaon - নগাঁৱৰ চাপানলাত
(c) At Vergaon, Odalguri - ওদালগুৰিৰ ভেৰগাঁৱত
(d) In Hamren, Karbi Anglong - কাৰ্বিআংলঙৰ হামৰেনত
73. How many National Parks are there in Assam at present - অসমত বৰ্তমান কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে
(a) Four - চাৰিখন
(b) Five - পাঁচখন
(c) Six - ছয়খন
(d) Seven - সাতখন
74. The total number of districts in Assam at present is - অসমৰ বৰ্তমান মুঠ জিলা কেইখন
(a) 25 - ২৫ খন
(b) 26 - ২৬ খন
(c) 35 - ৩৫ খন
(d) 28 - ২৮ খন
75. The total number of sub-divisions of Assam is - অসমৰ মুঠ মহকুমা কেইটা
(a) 56 - ৫৬টা
(b) 57 - ৫৭টা
(c) 80 - ৮০টা
(d) 59 - ৫৯টা
76. What is the name of the most populous place in Assam - অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি
(a) Guwahati - গুৱাহাটী
(b) Nagaon - নগাঁও
(c) Dibrugarh - ডিব্ৰুগড়
(d) Shillong - শিলচৰ
77. What is the number of villages in Assam at present - বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান
(a) 25,121 - ২৫,১২১ খন
(b) 26,122 - ২৬,১২২ খন
(c) 26,312 - ২৬,৩১২ খন
(d) 27,413 - ২৭,৪১৩ খন
78. What is the highest railway station in Assam - অসমৰ আটাইতকৈ ওখত থকা ৰে’ল ষ্টেচনটো কি
(a) Lamding - লামডিং
(b) Dimapur - ডিমাপুৰ
(c) Hailakandi - হাইলাকান্দি
(d) Jatinga - জাতিংগা
79. What is the name of the place where the limestone is found in Assam - অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি
(a) Dilai Hills - ডিলাই পাহাৰ
(b) Bokajan - বোকাজান
(c) Name form - নামৰূপ
(d) Dhubri - ধুবুৰী
80. The rainfall zone of Assam can be divided into several categories according to the annual rainfall - বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয়ক কেইটা ভাগত ভগাব পাৰি
(a) 3 - ৩ টা
(b) 4 - ৪ টা
(c) 5 - ৫ টা
(d) 6 - ৬ টা
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved