Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 25

 

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 25

 

1. In ancient times, Maibang was the capital of which kingdom (প্রাচীন কালত মাইবাং কোনখন সাম্ৰাজাৰ ৰাজধানী আছিল)
A. Ahom Kingdom (আহোম সাম্রাজ্য)
B. Mughal Kingdom (মোগল সাম্রাজ্য)
C. Kachari Kingdom (কছাৰী সাম্রাজ্য)
D. None of the above (ওপৰৰ এটাও নহয়)
 
2. In which district of Assam is the Botodra Temple located (বটদ্ৰৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত)
A. Jorhat (যোৰহাট)
B. Nagaon (নগাঁও)
C. Sivasagar (শিৱসাগৰ)
D. Karimganj (কৰিমগঞ্জ)
 
3. The only observatory (Tarakagriha) in Northeast India is located in which district of Assam (উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র তাৰকাগৃহটো অসমৰ কোনখন জিলাত অৱস্থিত)
A. Bongaigaon (বঙাইগাঁও)
B. Barpeta (বৰপেটা)
C. Nalbari (নলবাৰী)
D. Kamrup (Guwahati) (কামৰূপ (গুৱাহাটী))
 
4. In which year was the Kareng Ghar of Sivasagar built (শিৱসাগৰৰ কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰা হৈছিল)
A. 1743 (১৭৪৩ চনত)
B. 1747 (১৭৪৭ চনত)
C. 1763 (১৭৬৩ চনত)
D. 1751 (১৭৫১ চনত)
 
5. In ancient times, Maibang was the capital of which kingdom (প্রাচীন কালত মাইবাং কোনখন সাম্ৰাজাৰ ৰাজধানী আছিল)
A. Ahom Kingdom (আহোম সাম্রাজ্য)
B. Mughal Kingdom (মোগল সাম্রাজ্য)
C. Kachari Kingdom (কছাৰী সাম্রাজ্য)
D. None of the above (ওপৰৰ এটাও নহয়)
 
6. In which district of Assam is the Botodra Temple located (বটদ্ৰৱা দেৱালয় অসমৰ কোনখন জিলাত অৱস্থিত)
A. Jorhat (যোৰহাট)
B. Nagaon (নগাঁও)
C. Sivasagar (শিৱসাগৰ)
D. Karimganj (কৰিমগঞ্জ)
 
7. When did Mir Jumla invade Assam (মীৰজুমলাই কেতিয়া অসম আক্রমণ কৰিছিল)
A. In 1660 (১৬৬০ চনত)
B. In 1662 (১৬৬২ চনত)
C. In 1665 (১৬৬৫ চনত)
D. In 1670 (১৬৭০ চনত)
 
8. In which year was the capital of the Ahoms established at Garhgaon (কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন হৈছিল)
A. In 1539 (১৫৩৯ চনত)
B. In 1543 (১৫৪৩ চনত)
C. In 1545 (১৫৪৫ চনত)
D. In 1550 (১৫৫০ চনত)
 
9. In which year was the Sen dynasty established (কিমান চনত শেন বংশৰ প্ৰতিষ্ঠা হৈছিল)
A. In 1420 (১৪২০ চনত)
B. In 1440 (১৪৪০ চনত)
C. In 1460 (১৪৬০ চনত)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
10. In which year was Kushal Konwar hanged (কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল)
A. In 1940 (১৯৪০ চনত)
B. In 1943 (১৯৪৩ চনত)
C. In 1945 (১৯৪৫ চনত)
D. In 1947 (১৯৪৭ চনত)
 
11. What is the name of the first Assamese poetry book (অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি)
A. Banhi (বাঁহী)
B. Prahlad Charit (প্রহ্লাদ চৰিত)
C. Abahan (আৱাহন)
D. None of the above ((ঘ) ওপৰৰ এটাও নহয়)
 
12. Who composed 'Prahlad Charit' ('প্রহ্লাদ চৰিত' কোনে ৰচনা কৰিছিল)
A. Lakshminath Bezbaruah (লক্ষ্মীনাথ বেজবৰুৱা)
B. Hem Baruah (হেম বৰুৱা)
C. Hem Saraswati (হেম সৰস্বতী)
D. Chandra Kumar Agarwala (চন্দ্ৰ কুমাৰ আগৰৱালা)
 
13. What was the name of the newspaper published every ten days (প্রতি দহ দিনত প্রকাশ পোৱা বাতৰি কাকতখনৰ নাম কি)
A. Assam News (আছাম নিউজ)
B. Aporupa (অপৰূপা)
C. Ukuli (উকলি)
D. Assam Bilasini (আসাম বিলাসিনী)
 
14. Who published The Assam Tribune, the English newspaper (দি আছাম ট্রিবিউন ইংৰাজী বাতৰিখন কোনে প্রকাশ কৰিছিল)
A. Dr. Nathan Brown (ড° নাথান ব্রাউন)
B. Chandraprasad Saikia (চন্দ্রপ্রসাদ শইকীয়া)
C. Laxminath Phukan (লক্ষ্মীনাথ ফুকন)
D. Hemchandra Barua (হেমচন্দ্ৰ বৰুৱা)
 
15. Who translated the book 'Shakuntala' (শকুন্তলা গ্রন্থখন কোনে অনুবাদ কৰিছিল)
A. Jatindra Nath Duwara (যতীন্দ্র নাথ দুৱৰা)
B. Lambodar Bora (লম্বোদৰ বৰা)
C. Madhav Kandali (মাধৱ কন্দলি)
D. Ghanshyam Baruah (ঘনশ্যাম বৰুৱা)
 
16. What was the first newspaper published exclusively for women (কেৱল মহিলাৰ বাবে প্রকাশিত প্রথম বাতৰি কাকতখন কি)
A. Assam Bilasini (আসাম বিলাসিনী)
B. Assam Mihir (অসম মিহিৰ)
C. Ukuli (উকলি)
D. Assam News (আসাম নিউজ)
 
17. What was the name of the first weekly newspaper published by Chidananda Choudhury (চিদানন্দ চৌধুৰীয়ে প্ৰকাশ কৰা প্ৰথম সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি)
A. Assam News (আসাম নিউজ)
B. Dainik Batori ((খ) দৈনিক বাতৰি)
C. Assam Mihir (অসম মিহিৰ)
D. Assam Bilasini (আসাম বিলাসিনী)
 
18. On which date was the Naranarayan Bridge inaugurated (নৰনাৰায়ণ সেতু কিমান তাৰিখে উদ্বোধন কৰা হৈছিল)
A. 20th June (২০ জুন)
B. 15th April (১৫ এপ্রিল)
C. 21st June (২১ জুন)
D. 10th January (১০ জানুৱাৰী)
 
19. Who inaugurated the 24-hour channel for Northeast India (কোনে উত্তৰ-পূর্বাঞ্চলৰ বাবে ২৪ ঘণ্টীয়া চেনেল উদ্বোধন কৰিছিল)
A. Narendra Modi (নৰেন্দ্র মোডী)
B. Sushma Swaraj (সুষমা স্বৰাজ)
C. Chandraprasad Saikia (চন্দ্রপ্রসাদ শইকীয়া)
D. Hiteshwar Saikia (হিতেশ্বৰ শইকীয়া)
 
20. In which year was the foundation stone laid for the fourth bridge over the Brahmaputra at Bogibil (কিমান চনত বগীবিলত ব্ৰহ্মপুত্ৰৰ চতুৰ্থখন দলং নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাহৈছিল)
A. 1990 (১৯৯০ চনত)
B. 1980 (১৯৮০ চনত)
C. 1997 (১৯৯৭ চনত)
D. 1998 (১৯৯৮ নেত)
 
21. On which date did Sattriya dance gain recognition (কোন তাৰিখে সত্ৰীয়া নৃত্যই স্বীকৃতি লাভকৰিছিল)
A. 10th November (১০ নৱেম্বৰ)
B. 15th November (১৫ নৱেম্বৰ)
C. 30th November (৩০ নৱেম্বৰ)
D. 20th November (২০ নৱেম্বৰ)
 
22. What was the name of the play written by Vishakhadatta (বিশাখাদত্ত ৰচিত নাটকখন কি)
A. Raghuvamsa (ৰঘুবংশ)
B. Kumarasambhava (কুমাৰহৰণ)
C. Mudrarakshasa (মুদ্রাৰাক্ষস)
D. Meghaduta (মেঘদূত)
 
23. Who was the founder of the Neo-Vaishnavite religion in Assam (অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ গুৰি ধৰোতাজন কোন আছিল)
A. Srimanta Sankardev (শংকৰদেৱ)
B. Madhabdev (মাধবদেৱ)
C. Ananta Kandali (অনন্ত কন্দলি)
D. Madhav Kandali (মাধৱ কন্দলি)
 
24. Which scholar described Durlabh Narayan as a great king (কোনজন পণ্ডিতে দুর্লভনাৰায়ণক এজন শ্রেষ্ঠ ৰজা বুলি উল্লেখ কৰিছিল)
A. Hem Saraswati (হেম সৰস্বতী)
B. Bandhu Saraswati (বন্ধু সৰস্বতী)
C. Srimanta Sankardev (শংকৰদেৱ)
D. Madhavdev (মাধৱদেৱ)
 

25. The year in which Phulaguri uprising took place (ফুলাগুৰি বিদ্রোহৰ ঘটনা ঘটিছিলোৱা বৰ্ষ?)

(a) 1800
(b) 1810
(c) 1826
(d)  1861

 

26. The name of the composer of the 'Hasti Vidyarnava' ('হাতি বিদ্যাৰ্ণৱ'ৰ সংগীত ৰচয়িতাৰ নাম কি?)

(a) সুকুমাৰ বৰকৈথ (Sukumar Barkaith)
(b) ভাস্কৰ বৰ্মন (Bhaskar Barman)
(c) হাৰি দেৱ (Hari Dev)
(d) মাধৱ দেৱ (Madhav Dev)

 

27. Krishnaram Bhattacharyya popularly known as Parbatiya Gossain was settled at (পৰ্বতীয় গোসাইন নামে পৰিচিত কৃষ্ণৰাম ভট্টাচাৰ্য উপকদ্ধ ছিল কি চিথি?)

(a) কালাপাহাৰ (Kalapahar)
(b) প্ৰতাপ সিংহ (Pratap Singha)
(c) কামাখ্যা পাহাৰ (Kamakhya hill)
(d) মুমাই তামুলি (Mumai Tamuli)

 

28. Sayed Shah Milan was popularly known by which name in Assam? (আসামত ছায়েদ শাহ মিলানক পৰা পৰিচিত নাম কি?)

(a) আজান ফকীৰ (Ajan Fakir)
(b) জোনাব (Jonab)
(c) মুহম্মদ (Muhammad)
(d) নাছৰিদ্দীন (Nasuriddin)

 

29. The Ahom ruler who built the temple of Chandika at Chaygaon was (চায়গাওঁত চন্দিকা দেৱীৰ মন্দিৰ নিৰ্মাণ কৰা অহম ৰাজা কে আছিল?)

(a) শিব সিংহ (Siva Singha)
(b) ৰাজেশ্বৰ সিংহ (Rajeswar Singha)
(c) ৰুদ্ৰ সিংহ (Rudra Singha)
(d)  প্ৰতাপ সিংহ (Pratap Singha)

 

30. Who had established the 'Barpeta Satra' in Barpeta? (বৰপেটা সত্ৰ' বৰপেটাত কেনে স্থাপন কৰিল?)

(a) শংকৰদেৱ (Sankardev)
(b) মাধৱদেৱ (Madhabdev)
(c) দামোদৰদেৱ (Damodardev)
(d) গোপাল আটা (Gopal Ata)

 

31. Who had established the Varman dynasty in Assam? (অসমত ভৰ্মণ বাংশৰ স্থাপক কোন ব্যক্তি আছিল?)

(a) পুষ্য বৰ্মন (Pushya Varman)
(b) সমুদ্ৰ বৰ্মন (Samudra Varman)
(c) মহেন্দ্ৰ বৰ্মন (Mahendra Varman)
(d) ভূতি বৰ্মন (Bhuti Varman)

 

32. Which Swargadeo shifted the capital of the Ahom Kingdom from Garhgaon to Rangpur? (কোনটো স্বৰ্গদেউৱে আহোম ৰাজ্যৰ ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিলে?)

(a) Gadadhar Singha (গদাধৰ সিংহ)
(b) Sukhrangpha (সুখৰাংফা)
(c) Siva Singha (শিৱ সিংহ)
(d)  Rudra Singha (ৰুদ্ৰ সিং)

 

33. Which Ahom king is also known as 'Bamuni Konwar'? (কোনজন আহোম ৰজাক ‘বামুনি কোঁৱৰ’ বুলিও জনা যায়?)

(a) Sutuphaa (চুতুফা)
(b) Sudangphaa (চুদাংফা)
(c) Susenphaa (চুচেনফা)
(d)  Suphakphaa (চুফাখফা)

 

34. What is the name of the Ahom officer who invited the Man army to Assam - অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা আহোমৰ বিষয়াজনৰ নাম কি

(a) Badan Barfukan - বদন বৰফুকন
(b) Lachit Barphukan - লাচিত বৰফুকন
(c) Purnananda Bargohai - পূর্ণানন্দ বৰগোহাই
(d) Numali Bargohai - নুমলী বৰগোহাই

 

35. Who was the Assamese leader who was hanged by the British for his involvement in the sepoy mutiny - চিপাহী বিদ্রোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁটা দিয়া অসমীয়া নেতাজন কোন আছিল

(a) Badan Barphukan - বদন বৰফুকন
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Piyli Fukan - পিয়লি ফুকন
(d) Jiuram Baroua - জিউৰাম বৰুৱা

 

36. What is the name of the British officer who died in the Battle of Phulguri, a notable event in the history of the peasant uprising in Assam - অসমৰ কৃষক বিদ্ৰোহৰ বুৰঞ্জীত উল্লেখনীয় ঘটনা ফুলগুৰিৰ সংঘৰ্ষত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি

(a) Lieutenant Singer - লেফটেনান্ট চিংগাৰ
(b) Captain Newville - কেপ্টেইন নিউভিল
(c) David Scott - ডেভিদ স্কট
(d) Captain Welch - কেপ্টেইন ৱেলচ

 

37. What is the name of an ancient agricultural festival of the Miching people - মিচিংসকলৰ এটি প্রাচীন কৃষি উৎসৱৰ নাম কি

(a) Bihu - বিহু
(b) Ali I Lrigang - আলি আই লৃগাং
(c) Umbrella: Misaba - ছত্রঃ মিছাবা
(d) Baykhu - বায়খু

 

38. Who composed the inaugural song of the Pandu session of the Indian National Congress titled 'Aji Bando Ki Chandrere' - ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাণ্ডু অধিবেশনৰ উদ্বোধনী গীত 'আজি বন্দো কি ছন্দেৰে শীৰ্ষক গীতটো কোনে ৰচনা কৰিছিল

(a) Bhupen Hazarika - ভূপেন হাজৰিকাই
(b) Tarun Ram Fukan - তৰুণৰাম ফুকনে
(c) Laxminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱাই
(d)  Ambikagiri Roy Chowdhury - অম্বিকাগিৰী ৰায় চৌধুৰীয়ে

 

39. Who was the first President of the Swaraj Dal in Assam - অসমত স্বৰাজ দলৰ প্ৰথম গৰাকী সভাপতি কোন আছিল

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকনে
(c) Laxminath Bezbaruah - লক্ষ্মীনাথ বেজবৰুৱা
(d) Ambikagiri Roy Chowdhury - অম্বিকাগিৰী ৰায় চৌধুৰী

 

40. Who was the only representative of Assam to participate in the first Round Table Conference - প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা অসমৰ একমাত্ৰ প্ৰতিনিধিজন কোন আছিল

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Chandradhar Baroua - চন্দ্ৰধৰ বৰুৱা
(d) Ambikagiri Roy Chowdhury - অম্বিকাগিৰী ৰায় চৌধুৰী

 

41. Who is the founder of yoga philosophy - যোগ দৰ্শনৰ প্ৰতিষ্ঠাপক কোন

(a) Gautam - গৌতম
(b) Shankaracharya - শংকৰাচাৰ্য
(c) Patanjali - পতঞ্জলি
(d) Gemini - জেমিনী

 

42. When did Emperor Ashoka reign - সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল

(a) Second century BC - খ্ৰীঃপূঃ দ্বিতীয় শতিকা
(b) Second AD - দ্বিতীয় খ্ৰীষ্টাব্দ
(c) Third century AD - খ্ৰীঃপুঃ তৃতীয় শতিকা
(d) The third century - তৃতীয় খ্ৰীষ্টাব্দ

 

43. Madhavpur Fair is a famous attraction in which Indian state - মাধৱপুৰ মেলা ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত আকর্ষণ

(a) Rajasthan - ৰাজস্থান
(b) Madhya Pradesh - মধ্যপ্রদেশ
(c) Haryana - হাৰিয়ানা
(d)  Gujarat - গুজৰাট

 

44. The Which city hosts the National Horticultural Fair, the largest horticultural fair in the country - দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা 'ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা' কোনখন চহৰত অনুষ্ঠিত হয়

(a) Kanpur - কানপুৰ
(b) Bangalore - বাংগালুৰু
(c) Haryana - হাৰিয়ানা
(d) Gujarat - গুজৰাট

 

45. Nizamuddin Basti Project is a conservation project based in which State/UT of India - নিজামুদ্দিন বস্তি প্রকল্প' ভাৰতৰ কোনখন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত ভিত্তি কৰি গঢ়ি উঠা এটা সংৰক্ষণ প্রকল্প

(a) Uttar Pradesh - উত্তৰ প্ৰদেশ
(b) Bihar - বিহাৰ
(c) Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ
(d)  Delhi - দিল্লী

 

46. Where was the first film screened in India - ভাৰতৰ ক'ত প্ৰথম চিনেমা প্ৰদৰ্শন কৰা হৈছিল

(a) Hindi Theater in Calcutta - কলকাতাৰ হিন্দী থিয়েটাৰ
(b) Watkins Hotel, Mumbai - মুম্বাইৰ ৱাটকিনছ হোটেল
(c) Kumar Bhaskar Natya Mandir, Guwahati - গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্য মন্দিৰ
(d) Chaplin Cinema in Kolkata - কলকাতাৰ চাপলিন চিনেমা

 

47. Which of the following characters in a bhaona recites verses, songs, dances and explanations - ভাওনাৰ নিম্নলিখিত কোনটো চৰিত্ৰই শ্লোক, গান, নৃত্য আৰু ব্যাখ্যা আবৃত্তি কৰে

(a) The Bhaoria - ভাওৰীয়া
(b) Singing - গায়ন
(c) Bion - বায়ন
(d)  The formulator - সুত্ৰধাৰ

 

48. When was Satriya dance recognized as a classical dance by the Sangeet Natak Academy - সংগীত নাটক একাডেমীৰ দ্বাৰা সত্ৰীয়া নৃত্যক কেতিয়া শাস্ত্রীয় নৃত্য হিচাবে স্বীকৃতি দিয়া হৈছিল

(a) 1999 - ১৯৯৯
(b) 1948 - ১৯৪৮
(c) 1947 - ১৯৪৭
(d)  2000 - ২০০০

 

49. Where is the Bareshaharia Bhaona Festival held - বাৰেচহৰীয়া ভাওনা উৎসৱ ক'ত অনুষ্ঠিত হৈছি

(a) Barpeta - বৰপেটা
(b) Jamugurihat - জামুগুৰিহাট
(c) Bardowa - বৰদোৱা
(d) Majuli -  মাজুলী

 

50. Which of the following is not a king in Radya Bhaona - নিম্নলিখিত কোনটো ৰাদ্য ভাওনাত ৰজোৱা নহয়

(a) Shell - খোল
(b) Rhythm - তাল
(c) The drum - ঢোল
(d) Chess - দবা

 

 

 

51. Who is the author of 'The Mystery of Birth' - 'জন্ম ৰহস্য' ৰ লেখক কোন

(a) Sankaradeva - শংকৰদেৱ
(b) Madhavadevas - মাধবদেৱ
(c) Bhattadeva - ভট্টদেৱ
(d) Anant Kandali - অনন্ত কন্দলী

 

52. Where is the Gurudwara of Sri Guru Tegh Bahadur Shah located - শ্ৰীগুৰু টেগ বাহাদুৰ চাহেৰ গুৰুদ্বাৰ ক'ত অৱস্থিত

(a) Nagaon - নগাঁও
(b) Guwahati - গুৱাহাটী
(c) Nalbari - নলবাৰী
(d)  Dhubri - ধুবুৰী

 

53. The award-winning Assamese language short film 'Yugatrai' is based on the life of Kar - পুৰস্কাৰপ্ৰাপ্ত অসমীয়া ভাষা চুটি চলচ্চিত্র 'যুগাত্ৰাই কাৰ জীৱনৰ ওপৰত আধাৰিত

(a) Sankaradeva - শংকৰদেৱ
(b) Madhavade - মাধবদের
(c) Bhattadeva - ভট্টদেৱ
(d)  Pitambar Deb Goswami - পীতাম্বৰ দেৱ গোস্বামী

 

54. Which Assamese novelist is known as 'Ekhud Kakaideu' - কোনজন অসমীয়া ঔপন্যাসিকক 'এখুদ ককাইদেউ' বুলি জন

(a) Bhabendra Nath Shaikia - ভবেন্দ্রনাথ শ‍ইকীয়া
(b) Kalinam Meshi - কালিনাম মেশি
(c) Navkant Baroua - নৱকান্ত বৰুৱা
(d) None of the above - ওপৰৰ এটাও নহয়

 

55. Folk music of Bhabaiya - ভাবাইয়া ক'ৰ লোক সংগীত

(a) The Koch Rajbanshis - কোচ ৰাজবংশী
(b) Ahom - আহোম
(c) Tira-Lalung - তিৰা-লালুং
(d) None of the above - ওপৰৰ এটাও নহয়

 

56. Kani Diao, worshiped by the Hajong people, represents which goddess - হাজং লোকৰ দ্বাৰা পূজা কৰা কানি ডিয়াও, কোনগৰাকী দেৱীক প্রতিনিধিত্ব কৰে

(a) Goddess Kamakhya - দেবী কামাখ্যা
(b) The goddess Manasa - দেবী মনসা
(c) Goddess Durga - দেবী দুর্গা
(d) None of the above - ওপৰৰ এটাও নহয়

 

57. Whose festival is Tara Chira - তৰা চিৰা কাৰ উৎসৱ

(a) Thengal Kachari - থেংগল কছাৰী
(b) Karbi - কাৰ্বি
(c) Miching - মিচিং
(d) None of the above - ওপৰৰ এটাও নহয

 

58. Left-group Puja is one of the most important festivals of which tribe - বাওঁ-গোষ্ঠীই পূজাহ কোনটো জনজাতিৰ এটা আটাইতকৈ গুৰুত্বপূর্ণ উৎসব

(a) Sharania Kachari - শৰণীয়া কছাৰী
(b) Tea tribes - চাহ জনজাতি
(c) Karbi - কাৰ্বি
(d) None of the above - ওপৰৰ এটাও নহয়

 

59. Who celebrates the Buchu source - বুচু উৎসৰ কোনে উদযাপন কৰে

(a) Dimapur - ডিমাচা
(b) Sharania Kachari - শৰণীয়া কছাৰী
(c) Karbi - কাৰ্বি
(d) None of the above - ওপৰৰ এটাও নহয়

 

60. Who celebrates Hauno Puja - হাউনো পূজা কোনে উদযাপন কৰে

(a) Miching - মিচিং
(b) Tea community - চাহ জনগোষ্ঠী
(c) Deuri - দেউৰী
(d) None of the above - ওপৰৰ এটাও নহয়

 

61. Which of the following people paints a cheetah on the wall on the occasion of a wedding ceremony - বিবাহ অনুষ্ঠান উপলক্ষে দেৱালত বিৰাপত ছিতা নিম্নলিখিত কোনজন লোকে অংকন কৰে

(a) Ravana - ৰাভা
(b) Hajang - হাজং
(c) Sonwal Kachari - সোণোৱাল কছাৰী
(d) Boro - বড়ো

 

62. The Konchauth festival is celebrated in which state and union territory of India - 'কনচৌথ' উৎসৱ ভাৰতৰ কোনখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হয়

(a) Bihar - বিহাৰ
(b) Jammu and Kashmir - জম্মু আৰু কাশ্মীৰ
(c) West Bengal - পশ্চিমবংগ
(d) Assam - অসম

 

63. Where is the bullfight called 'Jallikattu' held - ‘জাল্লিকাট্টু' নামৰ ম'হ যুঁজখন ক'ত অনুষ্ঠিত হয়

(a) Karnataka - কর্ণাটক
(b) Andhra Pradesh - অন্ধ্রপ্রদেশ
(c) Orissa - ওড়িষ্য়া
(d)  Tamil Nadu - তামিলনাডু

 

64. What is the Geographical or physical division of Assam (অসমক কি কি ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে)

(a) Brahmaputra valley (ব্রহ্মাপুত্র সমতল)
(b) Barak valley (বৰাক সমতল)
(c) The hill range(North Cachar hills) (পার্বত্য অঞ্চল কার্বি - উত্তৰ কাছাৰ পাহাৰীয়া বা উচ্চভূমি অঞ্চল)
(d)  All of these (ওপৰৰ আটাইকেইটা)

 

65. What is the highest mountain ranges in Assam (অসমৰ সর্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি)

(a) Mikir Hills (মিকিৰ পাহাৰ)
(b) Borail Range (বৰাইল পাহাৰ)
(c) Burhapahar (বুঢ়া পাহাৰ)
(d) Nilachal Hills (নীলাচল পাহাৰ)

 

66. Which among the following is not a tributary of the Brahmaputra (তলৰ কোনখন নদী ব্রহ্মপুত্ৰৰ উপনদী নহয়)

(a) Dhaneswari (ধনেশ্বৰী)
(b) Kopili (কপিলী)
(c) Subansiri (সোবণশিৰি)
(d) Sonkosh (সোণকোষ)

 

67. Where in Assam, is located the hot spring Garampani (অসমৰ কোন ঠাইত গৰমপানীৰ উহ আছে)

(a) Karbi Anglong (কার্বি আংলঙ)
(b) Chapanala at Nagaon (নগাঁৱৰ চাপানলাত)
(c) Bheragaon at Udalguri (ওদালগুৰিৰ ভেৰগাঁৱত)
(d) Hamren at Karbi Anglong (কাৰ্বি আংলঙৰ হামবেনত)

 

68. How many National Parks are in Assam (অসমত বর্তমান ৰাষ্ট্ৰীয় উদ্যান আছে)

(a) Four (চাৰিখন)
(b) Five (পাঁচখন)
(c) Six (ছয়খন)
(d)  Seven (সাতখন)

 

69. Name the place in Assam which has the largest density of population (অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি)

(a) Guwahati (গুৱাহাটী)
(b) Dibrugarh (ডিব্রুগড়)
(c) Nagaon (নগাঁও)
(d) Silchar (শিলচৰ)

 

70. Name the highest railway station in Assam? (অসমৰ আটাইতকৈ ওখত থকা ৰে'ল ষ্টেচনটো কি)

(a) Lumding (লামডিং)
(b) Hailakandi (হাইলাকান্দি)
(c) Jatinga (জাতিংগা)
(d) Dimapur (ডিমাপুৰ)

 

71. Name the place in Assam where one will find Lime stone (অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি)

(a) Dilai Hills (ডিলাই পাহাৰ)
(b) Namrup (নামৰূপ)
(c) Bokajan (বোকাজান)
(d) Dhubri (ধুবুৰী)

 

72. Lakshadweep islands are located in the ------------- (লক্ষদ্বীপ দ্বীপপুঞ্জ অবস্থিত -------------)

(a) South China Sea (দক্ষিণ চীন সাগৰ)
(b) Arabian Sea (আৰব সাগৰ)
(c) Bay of Bengal (বংগোপসাগৰ)
(d) None of the above (ওপৰৰ এটাও নহয়)

 

73. In India, tropical rain forests are found (ভাৰতত ক্রান্তীয় বর্ষাবণ্য পোৱা যায়)

(a) Madhya Pradesh (মধ্য প্রদেশ)
(b) Himachal Pradesh (হিমাচল প্রদেশ)
(c) Andaman and Nicobar Islands (আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ)
(d) Rajasthan (বাজস্থান)

 

74. Total land area of the earth is ------------- (পৃথিবীৰ মুঠ মাটিকালি -------------)

(a) 163 million square km (১৬৩ নিযুত বর্গ কিল'মিটাৰ)
(b) 153 million square km (১৫৩ নিযুত বর্গ কিল'মিটাৰ)
(c) 149 million suare km (১৪৯ নিযুত বর্গ কিল'মিটাৰ)
(d) 173 million square km (১৭৩ নিযুত বর্গ কিল'মিটাৰ)

 

75. The total area of Asin is ------------- million square km (এছিয়া মহাদেশৰ মুঠ মাটিকালি ------------- নিযুত বর্গ কিল'মিটাৰ)

(a) 54.2
(b) 44.58
(c) 34.2
(d) 64.50

 

76. Karakoram is known as ------------- in Tibet (তিব্বতত কাৰাকৰমক ------------- কোৱা হয়)

(a) Kunlun (কুনলুন)
(b) Atlai (আটলাই)
(c) Nanshan (নানচান)
(d)  Kailash (কৈলাশ)

 

77. The total length of Nile is ------------- km (নীল নদীব মুঠ দৈর্ঘ্য ------------- কিমি)

(a) 7000
(b) 6600
(c) 6650
(d) 4676

 

78. The 'Gift of Nile' is ------------- (নীল নদীৰ দান বুলি কোৱা হয় ------------- )

(a) Mali (মালী)
(b) Gambia (গাম্বিয়া)
(c) Egypt (ইজিপ্ত)
(d) Nigeria (নাইজেৰিয়া)

 

79. The largest country of Africa is ------------- (আফ্রিকাৰ বৃহত্তম দেশখন -------------)

(a) Niger (নিগাৰ)
(b) Kenya (কেনিয়া)
(c) Sudan (চুডান)
(d)  Algeria (আলজেৰিয়া)

 

80. The Bridge over the river Brahmaputra at Dhola Sadiya is named after (ব্রহ্মাপুত্র ওপৰত নির্মাণ কৰা ধলা শদিয়া দলংখন কাৰ নামেৰে নামকৰণ কৰা হৈছে)

(a) Lachit Barphukan (লাচিত বৰফুকন)
(b) Naranarayan (নৰনাৰায়ণ)
(c) Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা)
(d) Chilarai (চিলাৰায়)

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved