A
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 19
6. Who was the greatest king of the Burman dynasty - বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল
(a) Kumar Bhaskar Burman - কুমাৰ ভাস্কৰ বৰ্মন
(b) Pusha Burman - পুষা বর্মন
(c) The sea - সমুদ্র
(d) Susthita Burman - সুস্থিত বর্মন
7. What is the name of the daughter of the Ahom king Jaidhwaj Singh whom he sent to the Mughal harem under the Treaty of Ghilajhari Ghat - আহোম ৰজা জয়ধ্বজ সিংহই ঘিলাঝাৰী ঘাটৰ সন্ধি অনুসৰি মোগলৰ হেৰেমলৈ পঠোৱা নিজ কন্যাগৰাকীৰ নাম কি
(a) Pijo Gavoru - পিজোঁ গাভৰু
(b) Ramoni Gavoru - ৰমণী গাভৰু
(c) Azam Tara - আজম তৰা
(d) Mulla Gavoru - মূলা গাভৰু
8. When did the Ahoms arrive in the Brahmaputra Valley - আহোমসকল ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত কেতিয়া হৈছিল
(a) In 1000 AD - ১০০০ খ্রীষ্টাব্দত
(b) In 1215 AD - ১২১৫ খ্রীষ্টাব্দত
(c) In 1228 AD - ১২২৮ খ্রীষ্টাব্দত
(d) In 1536 AD - ১৫৩৬ খ্রীষ্টাব্দত
9. Which tribe celebrates 'Chagra Misawa' and 'Lekhun' - “চগ্ৰ মিছাৱা' আৰু 'লেখুন' কোনটো জনগোষ্ঠীয়ে পালন কৰে
(a) The Tivas - তিৱাসকলে
(b) The Lalungs - লালুংসকলে
(c) The Ravas - ৰাভাসকলে
(d) The Hajongs - হাজংসকল
10. What is the name of the Ahom king who abdicated himself after installing his wife on the throne - পত্নীক সিংহাসনত বহুৱাই নিজে সিংহাসন ত্যাগ কৰা আহোম ৰজাজনৰ নাম কি
(a) Shiva Singh - শিব সিংহ
(b) Lakshmi Singh - লক্ষ্মী সিংহ
(c) The boy is the king - ল'ৰা ৰজা
(d) Pratap Singh - প্রতাপ সিংহ
11. The name of the Ahom king during the first Moammar rebellion was Ki - প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ আহোম ৰজানৰ নাম কি
(a) Shiva Singh - শিব সিংহ
(b) Lakshmi Singh - লক্ষ্মী সিংহ
(c) Jayadeva Singh - জয়ধ্বজ সিংহ
(d) Rudra Singh - ৰুদ্ৰ সিংহ
12. What is the marriage system of the Ahoms called - আহোমসকলৰ বিবাহ পদ্ধতিক কি বুলি কোৱা হয়
(a) Love marriage - প্রেমবিবাহ
(b) Gandharva marriage - গন্ধর্ব বিবাহ
(c) Chaklang - চকলং
(d) None of the above - ওপৰৰ এটাও নহয়
13. Why did not His Majesty Shiva Singh ascend the throne - স্বৰ্গদেউ শিৱ সিংহ কিয় ৰাজপাটত উঠা নাছিল
(a) He was not worthy to be king - তেওঁ ৰজা হোৱাৰ যোগ্য নাছিল
(b) Because he is ill - তেওঁ অসুখীয়া কাৰণে
(c) Because the royal fortune teller predicted - ৰজাঘৰীয়া দৈৱজ্ঞই ভৱিষ্যৎবাণী কৰা কাৰণে
(d) He obeyed his queens - তেওঁ নিজৰ ৰাণীসকলৰ কথা মানি চলিছিল
14. Which tribe of Assam celebrates 'Baykhu' and 'Farkanti' festivals - অসমৰ কোনটো জনগোষ্ঠীয়ে 'বায়খু' আৰু 'ফৰকাণ্টি' উৎসৱ পালন কৰে
(a) The Chaotal - চাওতালসকলে
(b) The Boros - বড়োসকলে
(c) The Ravas - ৰাভাসকলে
(d) The Karbi people - কাৰ্বিসকলে
15. Where did Barja Phuleshwari establish a school - বৰজা ফুলেশ্বৰীয়ে ক'ত পঢ়াশালী স্থাপন কৰিছিল
(a) In Garhwal - গড়গাঁৱত
(b) In Charideo - চৰাইদেউত
(c) In the Gauri Sea - গৌৰী সাগৰত
(d) In Rangpur - ৰংপুৰত
16. What was the name of the first Ahom prince to rebel against the British rulers - ব্ৰিটিছ শাসকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথমজন আহোম ৰাজকোঁৱৰৰ নাম কি
(a) Gomdhar Konwar - গোমধৰ কোঁৱৰ
(b) Piyli Fukan - পিয়লি ফুকন
(c) Maniram Dewan - মণিৰাম দেৱান
(d) Lechai Konwar - লেচাই কোঁৱৰ
17. On which day of the year is the Me-Dam Me-Fi festival celebrated - মে-ডাম মে-ফি উৎসৱটো বছৰৰ কোন দিনটোত উদযাপন কৰা হয়
(a) On 1 January - ১ জানুৱাৰীত
(b) On 15 January - ১৫ জানুৱাৰীত
(c) On 31st January - ৩১ জানুৱাৰীত
(d) On 20 January - ২০ জানুৱাৰীত
18. Where is the historical 'Jonbil Mela' held - ঐতিহাসিক 'জোনবিল মেলা' কোন ঠাইত অনুষ্ঠিত হয়
(a) In Jagiroad - জাগীৰোডত
(b) In Morigaon - মৰিগাঁৱত
(c) In Sonapur - সোণাপুৰত
(d) At Chandrapur - চন্দ্ৰপুৰত
19. When is the historical Zonebil Fair held - ঐতিহাসিক 'জোনবিল মেলা কেতিয়া অনুষ্ঠিত হয়
(a) In January of each year - প্ৰতিবছৰৰ জানুৱাৰী মাহত
(b) In December of each year - প্ৰতিবছৰৰ ডিচেম্বৰ মাহত
(c) In March of each year - প্ৰতিবছৰৰ মাৰ্চ মাহত
(d) In April of each year - প্ৰতিবছৰৰ এপ্ৰিল মাহত
20. Which tribe celebrates 'Khoi Puja' - 'খোই পূজা' কোনটো জনগোষ্ঠীয়ে পালন কৰে
(a) The Tivas - তিৱাসকলে
(b) The Ravas - ৰাভাসকলে
(c) The Boros - বড়োসকলে
(d) The Missing people - মিছিং সকলে
21. What is the name of the place where thousands of Koch soldiers captured by the Ahoms were beheaded and buried in the Ahom-Koch war - আহোম-কোচৰ যুদ্ধত আহোমসকলে বন্দী কৰি অনা হাজাৰ হাজাৰ কোচ সৈন্যৰ মূৰ কাটি দমাই থোৱা ঠাইখনৰ নাম কি
(a) Garhwal - গড়গাঁও
(b) Mathadang - মঠাদাং
(c) Grass - মেটেকা
(d) Name form - নামৰূপ
35. Which short film won the Oscar in - ২০২২ বৰ্ষত কোনখন চুটি ছবিয়ে অস্কাৰ বঁটা লাভ কৰিছিল
(a) Summer of Soul
(b) Piper
(c) Camera
(d) India's Daughter
36. Whose reign is called the 'Golden Age of Indian Architecture' - কাৰ ৰাজত্বকালক 'ভাৰতীয় স্থাপত্য়ৰ সোণালী যুগ' বুলি কোৱা হয়
(a) The Rashtrakuta - ৰাষ্ট্ৰকূট
(b) Maurya - মৌর্য
(c) Pal - পাল
(d) Gupta - গুপ্ত
37. Pandit Bhimsen Yoni is associated with which art - পণ্ডিত ভীমসেন যোণী কোনবিধ শিল্পৰ সৈতে সম্পর্কিত
(a) The flutist - বাঁহীবাদক
(b) Master of Cheta - চেতাৰ বিশাৰদ
(c) Odyssey dancers - ওডিচি নৃত্যশিল্পী
(d) Hindustani artists - হিন্দুস্তানী শিল্পী
38. In which city was Bharat Parva 2023 held - ভাৰতপর্ব ২০২৩ কোনখন চহৰত অনুষ্ঠিত হৈছিল
(a) Mumbai - মুম্বাই
(b) New Delhi - নতুন দিল্লী
(c) Ahmedabad - আহমেদাবাদ
(d) Jaipur - জয়পুৰ
39. Who composed 'Saare Jaha Se Achcha' - 'ছাৰে জাহা চে আচ্চা' কোনে ৰচনা কৰিছিল
(a) Rabindranath Tagore - ৰবীন্দ্রনাথ ঠাকুৰ
(b) Jayadeva - জয়দেৱ
(c) Mohammad Iqbal - মহম্মদ ইকবাল
(d) Bankim Chandra Chattopadhyay - বংকিম চন্দ্র চট্টোপাধ্যায়
40. Satri dance is the classical dance of which state - 'সত্ৰীয়া নৃত্য' কোনখন ৰাজ্যৰ শাস্ত্ৰীয় নৃত্য
(a) Assam - অসম
(b) Kerala - কেৰেলা
(c) Punjab - পাঞ্জাব
(d) Bengal - বেংগল
41. Where is the Pushkar Mela held - 'পুষ্কৰ মেলা' ক'ত অনুষ্ঠিত হয়
(a) Jodhpur - যোধপুৰ
(b) Ajmer - আজমেৰ
(c) Jaipur - জয়পুৰ
(d) Udaipur - উদয়পুৰ
42. Which of the following kingdoms is not mentioned in the Mahabharata and Ramayana - তলৰ কোনখন ৰাজ্য মহাভাৰত আৰু ৰামায়ণত উল্লেখ নাই
(a) Panchal - পাঞ্চাল
(b) Kashi - কাশী
(c) Kaushambi - কৌশম্বী
(d) Magadha - মগধ
43. When did the famous Mahabharata war take place - বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল
(a) In 998 BC - খ্ৰীঃপূঃ ৯৯৮ ত
(b) In 997 BC - খ্ৰীঃপূঃ ৯৯৭ ত
(c) In 995 BC - খ্ৰীঃপূঃ ৯৯৫ ত
(d) In 990 BC - খ্ৰীঃপূঃ ৯৯০ ত
44. Where did the Aryans come from - আৰ্য্যসকল ভাৰতলৈ ক’ৰ পৰা আহিছিল
(a) From Eastern Europe - পূব ইউৰোপৰপৰা
(b) From Central Asia - মধ্য এছিয়াৰপৰা
(c) From Southeast Asia - দক্ষিণ-পূব এছিয়াৰপৰা
(d) From Central Europe - মধ্য ইউৰোপৰপৰা
45. Where did the Aryans first settle in India - আৰ্য্যসকলে ভাৰতৰ প্রথম ক’ত বসতি স্থাপন কৰিছিল
(a) In the Indus region - সিন্ধু অঞ্চলত
(b) In Gujarat - গুজৰাটত
(c) In Kashmir - কাশ্মীৰত
(d) In the Punjab - পঞ্জাবত
46. The Indus Valley Civilization was discovered - সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰা হয়
(a) In 1902 - ১৯০২ চনত
(b) In 1921 - ১৯২১ চনত
(c) In 1922 - ১৯২২ চনত
(d) In 1932 - ১৯৩২ চনত
47. The people of the Indus Valley did not know the use of which of the following metals - সিদন্ধুউপত্যকাৰ মানুহে তলৰ কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল
(a) Iron - লোহা
(b) Gold - সোণ
(c) Lead - লীড
(d) Tin - টিন
48. What was the main occupation of the people of the Indus Valley Civilization - সিন্ধু উপত্যকা সভ্যতাৰ মানুহৰ প্রধান জীৱিকা কি আছিল
(a) Agriculture - কৃষি
(b) Commerce - বাণিজ্য
(c) Hunting - চিকাৰ
(d) Animal Husbandry - পশুপালন
49. What did the people of the Indus Valley build their houses with - সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল
(a) Bamboo - বাঁহ
(b) Brick - ইটা
(c) Wood - কাঠ
(d) Stone - শিল
50. He was the greatest king of the Mauryan dynasty - মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল
(a) Point essence - বিন্দুসাৰ
(b) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(c) Mahamati Ashoka - মহামতি অশোক
(d) Brihadratha - বৃহদ্ৰথ

61. He was the Mauryan emperor who fought the Battle of Kalinga - কলিংগ যুদ্ধ কৰা মৌৰ্য সভ্ৰাটগৰাকী আছিল
(a) Ashoka - অশোক
(b) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(c) Point essence - বিন্দুসাৰ
(d) Jalouk - জলৌক
62. Who was the first ruler of the Das dynasty - 'দাস' বংশৰ প্ৰথমজন শাসক কোন আছিল
(a) Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
(b) Iltutmish - ইলতুৎমিছ
(c) Balban - বলবন
(d) Razia - ৰাজিয়া
63. Who was the first Muslim ruler of Delhi - দিল্লীৰ প্ৰথমজন মুছলিম শাসক কোন
(a) Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
(b) Iltutmish - ইলতুৎমিছ
(c) Balban - বলবন
(d) Razia - ৰাজিয়া
64. Who was the last Sultan of the Toglak dynasty - টোগলক বংশৰ শেষৰঞ্জন চুলতান কোন আছিল
(a) Muhammad Shah Toglak - মহম্মদ শাহ টোগলক
(b) Turquoise - ফিৰোজ
(c) Muhammad bin Tughlaq - মহম্মদ বিন টোগলক
(d) Nassarat Shah - নাছাৰত শাহ
65. Which Muslim ruler introduced the image of Goddess Lakshmi on coins - লক্ষ্মী দেৱীৰ প্ৰতিচ্ছবি কোনজন মুছলিম শাসকে মুদ্ৰাত প্ৰচলন কৰিছিল
(a) Mohammad Ghori - মহম্মদ ঘোৰী
(b) Akbar - আকবৰ
(c) Alauddin Lee - আলাউদ্দিন লি
(d) Babur - বাবৰ
66. Who was the first to bring Islam to India - ভাৰতবৰ্ষলৈ পোনপ্ৰথমে কোনে ইছলাম ধৰ্ম আনিছিল
(a) The Turks - তুৰ্কীসকলে
(b) The Khiljis - খিলজীসকলে
(c) The Arabs - আৰবীসকলে
(d) The rulers of the slave dynasty - দাস বংশৰ শাসনকৰ্তাসকলে
67. It was the Sultan who dreamed of becoming Alexander II - দ্বিতীয় আলেকজেণ্ডাৰ হোৱা সপোন দেখা চুলতানগৰাকী আছিল
(a) Sultan Mamun - চুলতান মামুন
(b) Mohammad Ghori - মহম্মদ ঘোৰী
(c) Giazuddin Balban - গিয়াজুদ্দিন বলবন
(d) Alauddin Khilji - আলাউদ্দিন খিলজী
68. Where did Muhammad bin Tughlaq want to shift the capital from Delhi - মহম্মদ বিন টোগলকে ৰাজধানী দিল্লীৰ পৰা কলৈ স্থানান্তৰিত কৰিব বিচাৰিছিল
(a) Bombay - বোম্বাই
(b) Calcutta - কলিকতা
(c) Devgiri - দেবগিৰি
(d) Madras - মাদ্ৰাজ
69. It was the name of the religion preached by Ashoka - অশোকে প্রচাৰ কৰা ধৰ্মটোৰ নাম আছিল
(a) Jainism - জৈন ধৰ্ম
(b) Buddhism - বৌদ্ধ ধৰ্ম
(c) Shakta religion - শাক্ত ধৰ্ম
(d) Brahmanical religion - ব্ৰাহ্মণ্য ধৰ্ম
70. the king who defeated Seleucus Nicator - চেল্যুকচ নিকেটৰক পৰাজিত কৰা ৰজাজন
(a) Ashoka - অশোক
(b) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য্য
(c) Brihadratha - বৃহদ্ৰথ
(d) Bindusara - বিন্দুসাৰা
71. Which Governor General stopped the practice of satidah in India - কোনজন গৱৰ্ণৰ জেনেৰেলে ভাৰতত সতীদাহ প্রথা বন্ধ কৰিছিল
(a) Lord Dale Howsy - লৰ্ড ডেল হাউচি
(b) Lord Ripon - লৰ্ড ৰিপন
(c) William Bentinck - উইলিয়াম বেণ্টিংক
(d) Lord Curzon - লৰ্ড কাৰ্জন
72. Who is the last Hindu king in Indian history - ভাৰত বুৰঞ্জীৰ সৰ্বশেষ হিন্দু ৰজাজন কোন
(a) Bahadur Shah II - দ্বিতীয় বাহাদুৰশ্বহ
(b) Mahamati Ashoka - মহামতি অশোক
(c) Bhaskar Burman - ভাস্কৰ বৰ্মন
(d) Harshavardhana - হৰ্ষবৰ্দ্ধন
73. Which amendment to the Constitution raises the age of voting from 21 to 18 years - সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ ২১ বছৰৰ পৰা ১৮ বছৰ কৰা হয়
(a) 42nd - ৪২ তম
(b) 44th - ৪৪ তম
(c) 61st - ৬১ তম
(d) 73rd - ৭৩ তম
74. The minimum age of the Governor of a State must be - এখন ৰাজ্যৰ ৰাজ্যপালৰ ন্যূনতম বয়স হ'ব লাগিব
(a) 30 - ৩০
(b) 35 - ৩৫
(c) 40 - ৪০
(d) 75 - ৭৫
75. Which parliamentary constituency does the current Speaker of the Lok Sabha Om Bilai represent - বর্তমান লোকসভাৰ অধ্যক্ষ ওম বিলাই, কোন সংসদীয় সমষ্টিক প্রতিনিধিত্ব কৰে
(a) Indob - ইন্দোব
(b) Kota-bundi - কোটা-বুন্দি
(c) Nagpur - নাগপুৰ
(d) Jabalpur - জবলপুৰ
76. The first two states in India to establish Panchayati Raj in - ১৯৫৬ চনত পঞ্চায়তীৰাজ স্থাপন কৰা ভাৰতৰ প্ৰথম ৰাজ্য দুখন
(a) Rajasthan and Maharashtra - ৰাজস্থান আৰু মহাৰাষ্ট্ৰ
(b) Rajasthan and Andhra Pradesh - ৰাজস্থান আৰু অন্ধ্রপ্রদেশ
(c) Rajasthan and Punjab - ৰাজস্থান আৰু পঞ্জাব
(d) Rajasthan and Orissa - ৰাজস্থান আৰু উৰিষ্যা
77. Census of India is conducted every ---------------- year - ভাৰতৰ লোকপিয়ল প্রতি ---------------- বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়
(a) 6 years - ৬ বছৰ
(b) 8 years - ৮ বছৰ
(c) 10 years - ১০ বছৰ
(d) 12 years - ১২ বছৰ
78. The Vice-President of India is elected by which special elected group - ভাৰতৰ উপৰাষ্ট্ৰপতিক কোনখন বিশেষ নির্বাচিত গোটৰ দ্বাৰা নিৰ্বাচন কৰা হয়
(a) Lok Sabha - লোকসভা
(b) The Rajya Sabha - ৰাজ্যসভা
(c) by the Members of the State Legislature - ৰাজ্যিক বিধানসভাৰ সদস্যসকলৰ দ্বাৰা
(d) Rajya Sabha and Lok Sabha - ৰাজ্যসভা আৰু লোকসভা
79. Which tree branch appears on the United Nations flag - ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায়
(a) Eucalyptus - ইউকেলিপ্টাছ
(b) Olives - জলফাই
(c) Maple - মেপল
(d) Barley - বাৰ্লি
80. How many years does an advocate have to practice in the High Court to be appointed as a Supreme Court judge - উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি পাবলৈ এজন অধিবক্তাই উচ্চ ন্যায়ালয়ত কিমান বছৰ ওকালতি কৰিব লাগে
(a) 10 years - ১০ বছৰ
(b) 15 years - ১৫ বছৰ
(c) 12 years - ১২ বছৰ
(d) 5 years - ৫ বছৰ
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved