Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 13

 

   A

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 13

 

1. In which year was the first Assamese colored film “Bhaiti” made (প্রথম অসমীয়া ৰঙীন ছবি ভাইটি কিমান চনত নির্মাণ হৈছিল)
A. 1970 (১৯৭০ চনত)
B. 1975 (১৯৭৫ চনত)
C. 1972 (১৯৭২ চনত)
D. 1980 (১৯৮০ চনত)
 
2. Which was the first Assamese film to receive a National Award (ৰাষ্ট্ৰীয় সম্মান লাভ কৰা প্ৰথম অসমীয়া ছবি কোনখন আছিল)
A. Kakadeuta aru Natilora (ককাদেউতা আৰু নাতিল'ৰা)
B. Joymoti (জয়মতী)
C. Piyoli Phukan (পিয়লি ফুকন)
D. Morichika (মৰীচিকা)
 
3. Who was the director of the film “Chameli Memsaab” (চামেলী মেমচাৰ' ছবিৰ পৰিচালক কোন আছিল)
A. Jyotiprasad Agarwala (জ্যোতিপ্রসাদ আগৰৱালা)
B. Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা)
C. Chandra Kumar Agarwala (চন্দ্ৰ কুমাৰ আগৰৱালা)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
4. What was the name of the first bi-weekly Assamese newspaper (প্রথম দ্বি-সাপ্তাহিক বাতৰি কাকতখনৰ নাম কি আছিল)
A. Arunoday (অৰুনোদই)
B. Assam Batori (অসম বাতৰি)
C. Aporupa (অপৰূপা)
D. Assam Bilasini (আসাম বিলাসিনী)
 
5. Who was the first editor of Jonaki magazine (জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল)
A. Pulak Gogoi (পুলক গগৈ)
B. Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা)
C. Chandrakumar Agarwala (চন্দ্ৰকুমাৰ আগৰৱালা)
D. Sarat Chandra Goswami (শৰৎ চন্দ্ৰ গোস্বামী)
 
6. Who is called the father of Assamese literature (অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়)
A. Mahapurush Madhavdev (মহাপুৰুষ মাধবদেৱ)
B. Srimanta Sankardev (শ্রীমন্ত শংকৰদেৱ)
C. Mamoni Roychowdhury Goswami (মামণি ৰয়ছম গোস্বামী)
D. None of the above (ওপৰৰ এটাও নহয়)
 
7. Dr. Himanta Biswa Sarma is the ___ Chief Minister of Assam. (অসমৰ বৰ্তমান মুখ্যমন্ত্রী ড" হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান তম মুখ্যমন্ত্রী)
A. 16th (16 তম)
B. 15th (15 তম)
C. 11th (11 তম)
D. 21st (21 তম)
 
8. Mirabai Chanu, who won India’s first medal in the 2021 Tokyo Olympics, is from which state (2021 চনৰ টকিঅ অলিম্পিকত ভাৰতৰ হৈ প্রথমটো পদক জয় কৰা মীৰাবাই চানু কোনখন ৰাজ্যৰ বাসিন্দা-)
A. Manipur (মণিপুৰ)
B. Mizoram (মিজোৰাম)
C. Bihar (বিহাৰ)
D. Assam (অসম)
 
9. In which sport did Mirabai Chanu win the silver medal in the 2021 Olympics (2021 চনৰ অলিম্পিকত মীৰাবাই চানুৱে কি খেলত ৰূপৰ পদক লাভ কৰিছে-)
A. Judo (ভবোওলন)
B. Boxing (বক্সিং)
C. Badminton (বেডমিন্টন)
D. Weightlifting (শুটিং)
 
10. Assam Government launched the Online Flood Reporting System in collaboration with which international organization (অসম চৰকাৰে আৰম্ভ কৰা অনলাইন ফ্লাডবিপোর্টিং চিষ্টেম' কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ সহযোগত আৰম্ভকৰিছে)
A. UNICEF
B. WHO
C. NABARD
D. World Bank
 
11. The Medical Council of India recently included which topic in the MBBS curriculum (মেডিকেল কাউন্সিল অব ইণ্ডিয়াই অলপতে কোনটো - বিষয়ক MBBS ৰ পাঠ্যক্ৰমত নতুনকৈ অন্তর্ভূক্ত কৰিছে)
A. Pandemic Management (মহামাৰী ব্যবস্থাপন)
B. Virology (ভাইবোলজী)
C. Plasma Therapy (প্লাজমা চিকিৎসা)
D. COVID-19 (ক'ভিড 19)

 

12. Which Governor of Assam attended the session of the Ahom Sabha and delivered a speech (অসমৰ কোনজন গৱৰ্ণৰে আহোম সভাৰ অধিৱেশনত উপস্থিত থাকি ভাষণ দিছিল)

(a) Michael Keane - মাইকেল কিন
(b) Lieutenant Singer - লেফটেনেন্ট ছিংগাৰ
(c) Captain Wells - কেপ্টেইন ওৱেলছ
(d) Davis Scott - ডেভিস স্কট

 

13. Which organization made special efforts to establish the University of Guwahati in Assam (অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল)

(a) The Ahom Sabha - আহোম সভা
(b) Assam Association - আসাম এছোচিয়েছন
(c) Swaraj Dal - স্বৰাজ দল
(d) Assam Women's Congress Committee - অসম মহিলা কংগ্ৰেছ সমিতি

 

14. He was the king of the Ahoms at the time of the assassination of Nityananda, the fourth satradhikar of Mayamara Satra (মায়ামৰা সত্ৰৰ চতুৰ্থজন সত্ৰাধিকাৰ নিত্যানন্দদেৱৰ হত্যাৰ সময়ত আহোমৰ ৰজা আছিল)

(a) Churampha Bhangaraja - চুৰামফা ভঙাৰজা
(b) Chukapha - চুকাফা
(c) Gadadhar Singh - গদাধৰ সিংহ
(d) Shiva Singh - শিৱসিংহ

 

15. The Anglo-Burmese War took place (ইংগ-বর্মী যুদ্ধ সংঘটিত হৈছিল)

(a) Between Russia and Japan - ৰুছ আৰু জাপানৰ মাজত
(b) Between the British and the Mans - ইংৰাজ আৰু মানৰ মাজত
(c) Between India and the Ahoms - ভাৰত আৰু আহোমৰ মাজত
(d) between India and China - ভাৰত আৰু চীনৰ মাজত

 

16. The first person to act as the Governor General's Representative on the North Eastern Border was (উত্তৰ পূৱ সীমান্তৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেলৰ প্ৰতিনিধি ৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰথম ব্যক্তিজন আছিল)

(a) David Scott - ডেভিদ স্কট
(b) Robert Bruce - ৰবাৰ্ট ব্রুচ
(c) Captain Thomas Wells - কেপ্তেইন থমাছ ওৱেলছ
(d) Thomas Campbell Robertson - থমাছ কেম্পবেল ৰবাৰ্টচন

 

17. David Scott died (ডেভিদ স্কটৰ মৃত্যু হয়)

(a) In Guwahati - গুৱাহাটীত
(b) In Dibrugarh - ডিব্ৰুগড়ত
(c) Stone - শিল
(d)  In Serapunji - ছেৰাপুঞ্জীত

 

18. The Thamvis were originally (থামভিসকল আদিতে আছিল)

(a) Burma - ব্ৰহ্মাদেশৰ
(b) of China - চীনৰ
(c) Japanese - জাপানৰ
(d) German - জার্মান

 

19. When the North Kachar Hills were annexed to the Company, its king was (উত্তৰ কাছাৰ পাৰ্বত্য এলেকাটো কোম্পানীৰ ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ সময়ত তাৰ ৰজা আছিল)

(a) Nakulram - নকুলৰাম
(b) Tularam - তুলাৰাম
(c) Krishna Chandra - কৃষ্ণচন্দ্ৰ
(d) Govind Chandra - গোবিন্দ চন্দ্ৰ

 

20. When did Mahatma Gandhi first come to Assam (মহাত্মা গান্ধী অসমলৈ প্ৰথম কেতিয়া আহিছিল)

(a) In August 1921 - ১৯২১ চনৰ আগষ্ট মাহত
(b) In August - ১৯২৩ চনৰ আগষ্ট মাহত
(c) In July 1925 - ১৯২৫ চনৰ জুলাই মাহত
(d) In September - ১৯২৭ চনৰ ছেপ্তেম্বৰ মাহত

 

21. When and where was the 'Assamese Language Promotion Society' born ('অসমীয়া ভাষা উন্নতি সাধিনী সভা'ৰ জন্ম কেতিয়া ক'ত হৈছিল)

(a) August 22, - ১৮৮৬ চনৰ ২২ আগষ্ট
(b) August 25, 1888 - ১৮৮৮ চনৰ ২৫ আগষ্ট
(c) August 23, - ১৮৮৭ চনৰ ২৩ আগষ্ট
(d) August 26, - ১৮৮৯ চনৰ ২৬ আগষ্ট

 

22. Which king built a stone bridge over the Namdang River (নামদাং নদীৰ ওপৰত কোনজন ৰজাই শিলৰ সাঁকো নিৰ্মাণ কৰিছিল)

(a) His Majesty Rajeshwar Singh - স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই
(b) His Majesty Pramatta Singh - স্বৰ্গদেউ প্ৰমত্ত সিংহই
(c) His Majesty Gadadhar Singh - স্বৰ্গদেউ গদাধৰ সিংহই
(d)  His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহই

 

23. Ashwaklanta was built during the reign of which king (অশ্বক্লান্ত কোনজন ৰজাৰ দিনত নিৰ্মাণ হৈছিল)

(a) In the days of His Majesty Shiva Singh - স্বৰ্গদেউ শিৱসিংহৰ দিনত
(b) In the days of His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত
(c) In the days of His Majesty Pramatta Singh - স্বৰ্গদেউ প্ৰমত্ত সিংহৰ দিনত
(d) In the days of His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনত

 

24. Who decorated the Rangghar (ৰংঘৰ কোনে সজাইছিল)

(a) His Majesty Shiva Singh - স্বৰ্গদেউ শিৱসিংহই
(b) Swargadeo Pramatta Singhi - স্বৰ্গদেউ প্ৰমত্ত সিংহই
(c) His Majesty Gadadhar Singh - স্বৰ্গদেউ গদাধৰ সিংহই
(d) His Majesty Rudra Singh - স্বৰ্গদেউ ৰুদ্ৰ সিংহই

 
25. Who was considered the richest person in Asia (কোনগৰাকী ব্যক্তি এচিয়া মহাদেশৰ আটাইতকৈ ধনী ব্যক্তি হিচাপে পৰিগণিত হৈছে?)
A. Mukesh Ambani (মুকেশ আম্বানী)
B. Ratan Tata (ৰতন টাটা)
C. Jeff Ma (জেফ মা)
D. Azim Premji (আজিম প্রেমজী)
 
26. What is the full form of ICMR (ICMRৰ সম্পূর্ণ ৰূপ)
A. Indian Council of Medical Research
B. Indian Congress for Maritime Research
C. International Council of Medical Research
D. Industrial Counter of Management and Research
 
27. Which Indian minister recently attended Russia’s 75th Victory Day Parade as a guest (অলপতে ৰাছিয়াৰ 75 সংখ্যক বিজয় দিবস পেৰেডত ভাৰতৰ কোনগৰাকী মন্ত্ৰীয়ে অতিথি ৪ হিচাপে অংশ লৈছিল)
A. Rajnath Singh (ৰাজনাথ সিং)
B. Narendra Modi (অমিত শ্বাহ)
C. Amit Shah (নৰেন্দ্র মোডী)
D. Subrahmanyam Jaishankar (সুব্রমনিয়াম জয়শংকৰ)
 
28. Bajid Khan, who recently died from COVID-19, was a: (অলপতে কৰোণাত আক্রান্ত হৈ মৃত্যু হোৱা বাজিদ খান হ'ল)
A. Music Director (সংগীত পৰিচালক)
B. Lawyer (উকিল)
C. Actor (অভিনেতা)
D. Painter (চিত্ৰকৰ)
 
29. In which country did the Archaeological Survey of India recently discover an 1100-year-old Shivling (ভাৰতীয় পুৰাতত্ত্ব বিভাগে অলপতে কোনখন দেশত 1100 বছৰ পুৰণি শিৱলিংগ উদ্ধাৰ কৰিছে)
A. Vietnam (ভিয়েটনাম)
B. Myanmar (ম্যানমাৰ)
C. Indonesia (ইণ্ডোনেচিয়া)
D. China (চীন)
 
30. What was the last movie of actor Irrfan Khan, who recently passed away (অলপতে মৃত্যু হোৱা বিশিষ্ট অভিনেতা ইৰফান খানৰ অভিনীত অন্তিমখন ছবিৰ নাম কি)
A. Angrezi Medium (অংগ্রেজী মিডিয়াম)
B. Dil Bechara (দিল বেচাৰা)
C. Piku (পিকু)
D. Pink (পিংক)
 
31. What was the last movie of actor Sushant Singh Rajput, who recently passed away (অলপতে মৃত্যু হোৱা জনপ্রিয় অভিনেতা সুশান্ত সিং ৰাজপুতৰ অভিনীত অন্তিমখন ছবিৰ নাম কি)
A. Dil Bechara (দিল বেছাৰা)
B. Angrezi Medium (অংগ্রেজী মিডিয়াম)
C. Chhichhore (চিচোৰে)
D. Tanhaji (তানহাজী)
 
32. Which private sector bank started providing banking services via WhatsApp during the lockdown (কোনটো ব্যক্তিগত খণ্ডৰ বেংক ভাৰতত লকডাউনৰ পৰিপ্ৰেক্ষিতত Whatsapp-ৰ দ্বাৰা বেংকিং সেৱা আগবঢ়োৱা আৰম্ভ কৰিছে)
A. ICICI Bank
B. HDFC Bank
C. RBL Bank
D. Bandhan Bank
 
33. What is the name of the humanoid robot developed by the Indian Space Research Organisation (ISRO) that will be sent to space (ভাৰতৰ মহাকাশ গবেষণা সংস্থা (ISRO) অলপতে প্রস্তুত কৰা মানৱ সদৃশ ৰৰটটোৰ নাম কি যাক মহাকাশলৈ পঠোৱা হ'ব-)
A. Vyommitra (ব্যোম মিত্র)
B. Bayumitra (বায়ুমিত্র)
C. Gaganyaan (গগাণযান)
D. Chandrayaan (চন্দ্রযান)

 

34. When was the devaluation of the Indian rupee first - ভাৰতীয় টকাৰ অৱমূল্যায়ন প্রথম কেতিয়া হৈছিল

(a) Midnight of June 5, 1965 - 1965 চনৰ 5 জুনৰ মাজনিশা
(b) Midnight of June 5, 1966 - 1966 চনৰ 5 জুনৰ মাজনিশা
(c) Midnight of June 4, 1967 - 1967 চনৰ 4 জুনৰ মাজনিশা
(d) Midnight of June 15, 1968 - 1968 চনৰ 15 জুনৰ মাজনিশা

 

35. The sitan which gave utmost importance to the first five-year plan - প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনাত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা শিতানটো

(a) Education - শিক্ষা
(b) Industry - উদ্যোগ
(c) Agriculture - কৃষি
(d) Foreign aid and imports declining - বৈদেশিক সাহায্য আৰু আমদানি হ্রাস

 

36. Which five-year plan of India failed due to problems like flood and drought season, China - India war and War in India-Pakistan - ভাৰতৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা বানপানী আৰু খৰাং বতৰ, চীন - ভাৰতৰ যুদ্ধ আৰু ভাৰত - পাকিস্থানৰ যুদ্ধ আদি সমস্যাৰ বাবে বিফল হৈছিল

(a) The Second Five Year Plan - দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা
(b) The Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা
(c) Fourth Five Year Plan - চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা
(d) Fifth Five Year Plan - পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা

 

37. Which of the following udogs was not placed in Assam in the Fourth Five Year Plan - তলৰ কোনটো উদোগ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত অসমত স্থাপিত হোৱা নাছিল

(a) Fertilizer Factory in Namrup - নামৰূপৰ সাৰ কাৰখানা
(b) Chenikal of Cachar - কাছাৰৰ চেনিকল
(c) Paper Mill at Jogighopa - যোগীঘোপাৰ কাগজ কল
(d)  Guwahati Refinery (Nunmati) - গুৱাহাটী শোধনাগাৰ (নুনমাটি)

 

38. In which of the following five-year plans, poona is for the first time adopted as the main objective of 'eliminating economic inequality and establishing the model of socialist society' - তলৰ কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনাত পৌন প্রথমবাৰৰ বাবে ‘অৰ্থনৈতিক বৈষম্য দূৰ কৰা আৰু সমাজবাদী সমাজৰ আৰ্হি প্রতিষ্ঠা’ক প্রধান লক্ষ্য হিচাপে গ্ৰহণ কৰা হয়

(a) In the First Five Year Plan - প্রথম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Second Five Year Plan - দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Fourth Five-Year Plan - চতুৰ্থ পঞ্চবাৰ্বিক পৰিকল্পনাত

 

39. India's first public sector oil refinery was set up during the second five-year plan period, the refinery - ভাৰতবৰ্ষৰ ৰাজহুৱা খণ্ডৰ প্ৰথমটো তেল শোধনাগাৰ দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কালতেই স্থাপন কৰা হয়, শোধনাগাৰটো

(a) Digboi Refinery (Assam) - ডিগবৈ শোধনাগাৰ (অসম)
(b) Barauni Refinery (Bihar) - বাৰাউনি শোধনাগাৰ (বিহাৰ)
(c) Guwahati Refinery (Nunmati) - গুৱাহাটী শোধনাগাৰ (নুনমাটি)
(d) Mumbai Refinery - মুম্বাই শোধনাগাৰ

 

40. This is the first time that poverty alleviation has been prioritised - পোন প্রথমবাৰৰ বাবে দাৰিদ্ৰ্যতা দূৰীকৰণৰ ওপৰত অগ্ৰাধিকাৰ দিয়া পৰিকল্পনাটো হ'ল

(a) 10th Plan - দশম পৰিকল্পণ
(b) Fourth Plan - চতুৰ্থ পৰিকল্পনা
(c) Fifth Plan - পঞ্চম পৰিকল্পনা
(d) Sixth Plan - ষষ্ঠ পৰিকল্পনা

 

41. Government of India adopts liberalization policy - ভাৰত চৰকাৰে উদাৰীকৰণ নীতি গ্রহণ কৰে

(a) in 19b1 - ১৯b১ চনত
(b) In 1991 - ১৯৯১ চনত
(c) in 2cc1 - ২cc১ চনত
(d) in 2cc5 - ২cc৫ চনত

 

42. In which plan was the principle of building a society in socialist ideology in India adopted - ভাৰতত সমাজবাদী আদৰ্শত সমাজ গঠনৰ নীতি কোনটো পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল

(a) In the first Five Year Plan - প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত
(b) In the Second Five Year Plan - দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(c) In the Third Five Year Plan - তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত
(d) In the Fourth Five Year Plan - চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত

 

43. In how many years the census was first carried out in India - ভাৰতবৰ্ষত সৰ্বপ্ৰথম কিমান চনত লোকপিয়লৰ কাম কৰা হৈছিল

(a) in 189c - ১৮৯c চনত
(b) in 1885 - ১৮৮৫ চনত
(c) in 1872 - ১৮৭২ চনত
(d) in 1870 - ১৮৭০ চনত

 

44. When was the ongoing census work in India started every ten years - ভাৰততবৰ্তমানে প্ৰতি দহবছৰৰ অন্তৰে অন্তৰে চলি থকা লোকপিয়লৰ কাম কেতিয়াৰপৰা আৰম্ভ কৰা হৈছিল

(a) Since 1872 - ১৮৭২ চনৰ পৰা
(b) Since 1875 - ১৮৭৫ চনৰ পৰা
(c) Since 1878 - ১৮৭৮ চনৰ পৰা
(d)  Since 1881 - ১৮৮১ চনৰ পৰা

 

45. What is the number of members of the World Bank - বিশ্ববেংকৰ সদস্য সংখ্যা কিমান

(a) 180
(b) 185
(c) 186
(d)  189

 

46. What is the number of members of the WTO - বিশ্ব বাণিজ্য সংস্থাৰ সদস্য সংখ্যা কিমান

(a) 150 nations - ১৫0 খন ৰাষ্ট্ৰ
(b) 152 nations - ১৫২ খন ৰাষ্ট্ৰ
(c) 164 nations - ১৬৪ খন ৰাষ্ট্ৰ
(d) 153 nations - ১৫৩ খন ৰাষ্ট্ৰ

 

47. When was 'Jawahar Rozgar Yojana' launched - ‘জৱাহৰ ৰোজগাৰ যোজনা’ কেতিয়া শুভাৰম্ভ কৰা হয়

(a) In 1985 - ১৯৮৫ চনত
(b) in 1987 - ১৯৮৭ চনত
(c) In 1989 - ১৯৮৯ চনত
(d) in 1999 - ১৯৯৯ চনত

 

48. Which of the following sectors does the Government generate the maximum revenue - তলৰ কোনটো খণ্ডৰ পৰা চৰকাৰে সৰ্বাধিক ৰাজহ সংগ্ৰহ কৰে

(a) Custom duty - কাষ্টম ডিউটি
(b) Corporation Tax - কৰ্পৰেচন টেক্স
(c) Excise Duty - এক্সাইজ ডিউটি
(d) Income Tax - ইনকাম টেক্স

 

49. What is the census of India in the 2011 census - ২0১১ চনৰ লোকপিয়লটো ভাৰতৰ কিমান সংখ্যক লোকপিয়ল

(a) Xi - একাদশ
(b) XII - দ্বাদশ
(c) Thirteenth - ত্ৰয়োদশ
(d) Tenth - দশম

 

50. What is the first bank established in India - ভাৰতবৰ্ষত প্রতিষ্ঠা কৰা সৰ্বপ্লথম বেংকটো কি

(a) State Bank of India - ষ্টেট বেংক অব ইণ্ডিয়া
(b) Punjab National Bank - পাঞ্জাৱ নেচনেল বেংক
(c) Bank of Hindustan - বেংক অৱ হিন্দুস্তান
(d) Traders Bank - ট্ৰেডাৰ্চ বেংক

 

 

51. What is the largest public sector bank in India - ভাৰতৰ ৰাজহুৱা খণ্ডৰ বৃহৎ বেংকটো কি

(a) Central Bank of India - চেন্ট্ৰেল বেংক অব ইণ্ডিয়া
(b) State Bank of India - ষ্টেট বেংক অব ইণ্ডিয়া
(c) Punjab National Bank - পাঞ্জাৱ নেচনেল বেংক
(d) Indian Overseas Bank - ইণ্ডিয়ান অভাৰচিজ বেংক

 

52. The 'VAT' method is applicable to which of the following - 'VAT' পদ্ধতিটো তলৰ কোনটোত প্ৰযোজ্য

(a) Excise Duty - এক্সাইজ ডিউটি
(b) Income Tax - ইনকাম টেক্স
(c) Estate Duty - ইষ্টেট ডিউটি
(d) Agricultural income - কৃষিভিত্তিক আয়

 

53. Where in India (1914) was the first cement manufacturing unit set up - ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথম (১৯১৪ চন) চিমেণ্ট উৎপাদনী গোট স্থাপন কৰা হয়

(a) Bokajan and Dilai - বোকাজান আৰু ডিলাই
(b) Por Port and West Bengal - পোৰ বন্দৰ আৰু পশ্চিমবংগ
(c) Haryana and Jabbalpur - হাৰিয়ানা আৰু জববলপুৰ
(d) None of the above - ওপৰৰ এটাও নহয়

 

54. Which of the following sectors contributes the highest to the state production of Assam - অসমৰ ৰাজ্যিক উৎপাদনলৈ তলৰ কোনটো খণ্ডৰ বৰঙণি সৰ্বাধিক

(a) Industrial Sector - উদ্যোগিক খণ্ড
(b) Agriculture sector - কৃষিখণ্ড
(c) Energy sector - শক্তিখণ্ড
(d) None of them - এটাও নহয়

 

55. After the food crisis in India in 1966, the country achieved remarkable success in wheat production through the application of improved seeds during the period 1967 - 6bquestion: 'What is this success of production called - ১৯৬৬ চনত ভাৰতত দেখা দিয়া খাদ্য সংকটৰ পাছত ১৯৬৭ - ৬b চনৰ সময়ছোৱাত উন্নত বীজ প্ৰয়োগৰ জৰিয়তে দেশখনে ঘেঁহুউৎপাদনত উল্লেখনীয় সাফল্য লাভ কৰে। উৎপাদনৰ এই সাফল্যককি বোলা হয়

(a) Agricultural Revolution - কৃষি বিপ্লৱ
(b) Green Revolution - সেউজ বিপ্লৱ
(c) Wheat Revolution - ঘেঁহু বিপ্লৱ
(d) None of them - এটাও নহয়

 

56. In what year did the Government of India introduce the Crop Insurance Scheme to provide compensation against the loss of crop crops of the farmers due to natural calamities (eg floods, droughts, earthquakes, etc) - প্ৰাকৃতিক দুযেগি (যেনে-বানপানী, খৰাং, ভূমিকম্প আদি)ৰ কাৰণে কৃষকৰ শস্য ফচল আদি নষ্ট হোৱাৰ বিপৰীতে ক্ষতিপূৰণ প্ৰদানৰ কাৰণে ভাৰত চৰকাৰে কিমান চনত শস্য বীমা আঁচনিখন প্ৰবৰ্তন কৰে

(a) In December 199 - ১৯৮০ চনত ডিচেম্বৰ মাহত
(b) in April, 19b5 - ১৯৮৫ চনৰ এপ্ৰিল মাহত
(c) In March 19b7 - ১৯৮৭ চনৰ মাৰ্চ মাহত
(d) In April, 199c - ১৯৯০ চনৰ এপ্ৰিল মাহত

 

57. In what year the State Bank of India was established - ভাৰতীয় ষ্টেট বেংক কিমান চনত স্থাপিত হয়

(a) in 195c - ১৯৫0 চনত
(b) in 1952 - ১৯৫২ চনত
(c) In 1955 - ১৯৫৫ চনত
(d) in 196c - ১৯৬০ চনত

 

58. What is the maximum tenure of loan of State Finance Corporation - ৰাজ্যিক বিত্ত নিগমৰ ঋণৰ সৰ্বাধিক ম্যাদ কিমান

(a) 20 year - 2০ বছৰ
(b) 25 years - 25 বছৰ
(c) 30 years - 3০ বছৰ
(d) 35 years - 35 বছৰ

 

59. What is the maximum tenure of loan of Industrial Finance Corporation of India - ভাৰতৰ ওঁদ্যোগিক বিত্ত নিগমৰ ঋণৰ সৰ্বাধিক ম্যাদ কিমান

(a) 20 years - 20 বছৰ
(b) 25 years - 25 বছৰ
(c) 30 years - 30 বছৰ
(d) 35 years - 35 বছৰ

 

60. What is the financial programme formed in 1955 with the assistance of the World Bank to expand and modernize the country's industry, improve the technical aspect, and facilitate production and employment - 1955 চনত বিশ্ববেংকৰ সাহায্যত দেশৰ শিল্পৰ প্ৰসাৰণ আৰু আধুনিকীকৰণ, কাৰিকৰী দিশৰ উন্নয়ন, আৰু উৎপাদন আৰু নিয়োগৰ সুবিধাৰ্থে গঠন কৰা বিত্তীয় অনুষ্ঠানটো কি

(a) Industrial Development Bank of India (IDBI) - ভাৰতৰ উদ্যোগিক উন্নয়ন বেংক (IDBI)
(b) Industrial Credit and Investment Corporation of India Limited (ICICI) - ভাৰতৰ উদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম লিমিটেড (ICICI)
(c) Industrial Investment Bank of India (IIBI) - ভাৰতৰ উদ্যোগিক বিনিয়োগ বেংক (IIBI)
(d) Industrial Finance Corporation Limited of India (IFCI) - ভাৰতৰ উদ্যোগিক বিত্তীয় নিগম লিমিটেড (IFCI)

 

61. What is the name of the first Finance Corporation set up in post-independence India to finance large enterprises 28- বৃহৎ উদ্যোগক বিত্ত যোগানৰ কাৰণে স্বাধীনোত্তৰ কালৰ ভাৰতত স্থাপন হোৱা প্রথমটো বিত্ত নিগমৰ নাম কি

(a) Industrial Development Bank of India (IDBI) (- ভাৰতৰ উদ্যোগিক উন্নয়ন বেংক (IDBI)
(b) Industrial Credit and Investment Corporation Of India Limited (ICICI) - ভাৰতৰ উদ্যোগিক ঋণ আৰু বিনিয়োগ নিগম লিমিটেড (ICICI)
(c) Industrial Investment Bank of India (IIBI) - ভাৰতৰ উদ্যোগিক বিনিয়োগ বেংক (IIBI)
(d)  Industrial Finance Corporation Of India Limited (IFCI) - ভাৰতৰ উদ্যোগিক বিত্তীয় নিগম লিমিটেড (IFCI)

 

62. In how many years the National Co-operative Development Corporation was established - কিমান চনত জাতীয় সমবায় উন্নয়ন নিগম (National Co-operative Development Corporation) স্থাপন কৰা হয়

(a) in 1960 - 1960 চনত
(b) in 1961 - 1961 চনত
(c) in 1962 - 1962 চনত
(d)  In 1963 - 1963 চনত

 

63. Which of the following is not a part of the main function of National Co-operative Development Corporation - জাতীয় সমবায় উন্নয়ন নিগমৰ মুখ্য কাৰ্যৰ অন্তৰ্গত তলৰ কোনটো নহয়

(a) Production of agricultural commodities - কৃষিজাত দ্রব্যৰ উৎপাদন
(b) To make it useful for use - ব্যৱহাৰৰ উপযোগী কৰি গঢ়ি তোলা
(c) Prepare plans in case of savings and buying - সঞ্চয় আৰু বেচা-কিনাৰ ক্ষেত্রত পৰিকল্পনা প্রস্তুত কৰা
(d)  Setting up industries - উদ্যোগ স্থাপন কৰা

 

64. Which of the following temples in India is called the 'Black Pagoda' - নিম্নলিখিত ভাৰতৰ কোনটো মন্দিৰক 'Black Pagoda' বুলি কোৱা হয়

(a) Sun Temple, Konark - সূর্য মন্দিৰ, কোনাৰ্ক
(b) Jagannath Temple, Puri - জগন্নাথ মন্দিৰ, পুৰী
(c) Pisces, by humans - মীন, মানুষই
(d) Wihavishara Temple, Tanjore - ৱিহাবিশ্বাৰা মন্দিৰ, তানজোৰ

 

65. Who among the following was the first Indian woman film producer and director - তলৰ কোনগৰাকী প্ৰথম ভাৰতীয় মহিলা চলচ্চিত্র প্রযোজক আৰু পৰিচালক

(a) Fatima Begum - ফাতিমা বেগম
(b) W M Khan - ডব্লিউ এম খান
(c) Kalpana Lajmi - কল্পনা লাজমী
(d) Tanuja Chandra - তনুজা চন্দ্ৰা

 

66. Which of the following is considered the father of Indian cinema - তলৰ কোনজনক ভাৰতীয় চিনেমাৰ পিতৃ বুলি কোৱা হয়

(a) Dhundiraj Govind Phalke - ধুন্দিৰাজ গোবিন্দ ফাল্কে
(b) Dada Saheb Phalke - দাদা চাহেব ফাল্কে
(c) Money Shethna - মনি শেঠনা
(d) Both are correct

 

67. First recipient of the Dada Chaher Phalke Award - প্রথম দাদা চাহেৰ ফাল্কে বঁটা লাভ কৰোতা

(a) Debika Rrani - দেৱীকা ৰাণী
(b) Dilip Kumar - দিলীপ কুমাৰ
(c) Kanan Devi - কানন দেবী
(d) Pankaj Mallik - পংকজ মল্লিক

 

68. Which is the first Sanskrit film - প্রথম সংস্কৃত চলচ্চিত্র কোনখন

(a) Adi Shankaracharya - আদি শংকৰাচাৰ্য
(b) The Bhagavad Gita - ভাগবত গীতা
(c) The goons - গুণ্ডা
(d) Margandhi Ragam - মাৰগান্ধি ৰাগম

 

69. Where is the Film and Television Institute of India located - ফিল্ম এণ্ড টেলিভিছন ইনস্টিটিউট অব ইণ্ডিয়া ক'ত অৱস্থিত

(a) Bangalore - বাংগালোৰ
(b) Pune - পুনে
(c) Chennai - চেন্নাই
(d) Delhi - দিল্লী

 

70. The first film festival in India was held - ভাৰতৰ প্ৰথম চলচ্চিত্র মহোৎসব অনুষ্ঠিত হৈছিল

(a) Mumbai - মুম্বাই
(b) Calcutta - কলিকতা
(c) Goa - গোৱা
(d) Delhi - দিল্লী

 

71. Minu Galuk is the traditional dress of which ethnic group - মিনু গালুক কোন জনগোষ্ঠীৰ পৰম্পৰাগত পোছাক

(a) Karbi - কাৰ্বি
(b) Tiwa - তিৱা
(c) Miching - মিচিং
(d) Garo - গাৰো

 

72. He wrote the Natyashastra, the main source of classical dance in India - ভাৰতৰ শাস্ত্রীয় নৃত্যৰ মূল উৎস 'নাট্যশাস্ত্ৰ' ৰচনা কৰিছিল

(a) The sage Nar - নৰ মুনি
(b) Bharat Muni - ভৰত মুনি
(c) Abhinav Gupta - অভিনৱ গুপ্তা
(d) None of these

 

73. Which of the following academies is responsible for the development of Indian dance, drama and music - তলৰ কোনটো একাডেমী ভাৰতীয় নৃত্য, নাটক আৰু সংগীতৰ বিকাশৰ ক্ষেত্ৰত দায়িত্ববাহী

(a) National Theater School - ৰাষ্ট্রীয় নাট্য বিদ্যালয়
(b) Music and Drama Academy - সংগীত-নাটক একাডেমী
(c) Sahitya Akademi - সাহিত্য অকাডেমি
(d) Academy of Fine Arts - ললিত কলা একাডেমী

 

74. Dandia ---------------- Popular dance - দাণ্ডিয়া ---------------- জনপ্রিয় নৃত্য

(a) Maharashtra - মহাৰাষ্ট্ৰ
(b) Punjab - পাঞ্জাব
(c) Gujarat - গুজৰাট
(d) Tamil Nadu - তামিলনাডু

 

75. This is the dance performed at the temple in Tanjore - তাঞ্জোৰৰ মন্দিৰত পৰিবেশন কৰা নৃতাটি হ'ল

(a) Conversation - কথাকলি
(b) The Odyssey - ওডিচি
(c) The narrator - কথক
(d)  Bharat Natyam - ভাৰত নাট্যম

 

76. The Guptas The world famous murals can be seen - গুপ্তসকল বিশ্ববিখ্যাত দেৱাল চিত্ৰসমূহ দেখা পোৱা যায়

(a) Gaya - গয়া
(b) Mathura - মথুৰা
(c) Ajanta - অজন্তা
(d) Sarnath - সাৰনাথ

 

77. Jagannath of Puri is held in honor of which Hindu god - পুৰীৰ জগন্নাথ কোনজন হিন্দু দেৱতাৰ সম্মানাৰ্থে অনুষ্ঠিত হয়

(a) Ram - ৰাম
(b) Jagannath - জগন্নাথ
(c) Vishnu - বিষ্ণু
(d) Shiva - শিৱ

 

78. The narrator is a classical dance of which region - কথক কোন অঞ্চলৰ শাস্ত্রীয় নৃত্য

(a) North India - উত্তৰ ভাৰত
(b) Tamil Nadu - তামিলনাডু
(c) Manipur - মণিপুৰ
(d) Kerala - কেৰালা

 

79. A style of folk painting called 'Madhubani' is popular in which of the following states of India - 'মধুবনী' নামৰ লোক চিত্ৰৰ এক শৈলী ভাৰতৰ তলত উল্লেখ কৰা কোনখন ৰাজ্যত জনপ্রিয়

(a) Uttar Pradesh - উত্তৰ প্ৰদেশ
(b) Rajasthan - ৰাজস্থান
(c) Madhya Pradesh - মধ্যপ্রদেশ
(d)  Bihar - বিহাৰ

 

80. Which of the following is a solo dance - তলৰ কোনটো একক নৃত্য

(a) Uttanthullal - উত্তানথুল্লাল
(b) Kuchipuri - কুচিপুড়ী
(c) Yatsvagna - য়াতশ্বগনা
(d) The Odyssey - ওডিচি

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved