Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 10

   Download D.El.Ed PET Exam GK MCQ Paper 10 with answers for free. Practice the most important General Knowledge multiple-choice questions for D.El.Ed Pre-Entry Test 2025. Improve your exam preparation with solved objective GK questions, latest updates, and study materials.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 10

 

1. Which Assamese film won the National Film Award for Excellence in 2021 (ৰাষ্ট্ৰীয় কথাছবি পুৰস্কাৰ ২০২১ত কোনখন অসমীয়া চিনেমাই শ্রেষ্ঠত্বৰ পুৰস্কাৰ লাভ কৰিছে)
A. Ronuwa (ৰণুৱা)
B. Village Rockstars (ভিলেজ বকষ্টাৰচ্)
C. Adahya (অদাহ্য)
D. Ratnakar (ৰত্নাকৰ)
 
2. In which district is Raimona National Park, the seventh national park of Assam, located (অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিলা ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত)
A. Kokrajhar (কোকৰাঝাৰ)
B. Nagaon (নগাওঁ)
C. Majuli (মাজুলী)
D. Dima Hasao (ডিমাহাছাও)
 
3. For which book was Nalinibala Devi awarded the Sahitya Akademi Award (কোনখন গ্ৰন্থৰ ৰচনাৰ বাবে নলিনীবালা দেবীক সাহিত্য অকাডেমী বঁটা প্রদান কৰিছিল)
A. Bonphool (বনফুল)
B. Binboragi (বীণবৰাগী)
C. Manchlekha (মঞ্চলেখা)
D. Alakananda (অলকানন্দা)
 
4. How many stadiums are there currently in Assam (অসমত বর্তমানলৈ কিমানখন ষ্টেডিয়াম আছে)
A. 1 (১ খন)
B. 3 (৩ খন)
C. 2 (২ খন)
D. 5 (৫ খন)
 
5. Where was the 2021 G7 Foreign Ministers’ meeting held (কোনখন ঠাইত ২০২১ চনৰ G7দেশসমূহৰ বিদেশ মন্ত্রীসকলৰ সম্মিলন অনুষ্ঠিত কৰা হৈছে)
A. Liverpool (লিভাৰপুল)
B. Berlin (বার্লিন)
C. Paris (পেৰিছ)
D. Vienna (ভিয়েনা)
 
6. Where will the 2021 Under-19 Youth Asia Cup Cricket be held (২০২১ চনৰ ১৯ বছৰ অনুৰ্ধৰ ইউথ এচিয়া কাপ ক্রিকেট কোনখন দেশত অনুষ্ঠিত হ'ব)
A. U.A.E. (ইউ.এ.ই.)
B. South Africa (দক্ষিণ আফ্রিকা)
C. United States of America (আমেৰিকা যুক্তৰাষ্ট্ৰ)
D. Australia (অষ্ট্ৰেলিয়া)
 
7. The last queen of the Chutia dynasty was: (চুতীয়া বংশৰ অন্তিম গৰাকী ৰাণী আছিল)
A. Sati Sadhani (সতী সাধনী)
B. Sati Joymoti (সতী জয়মতী)
C. Mula Gabhak (মূলা গাভক)
D. Sati Beula (সতী বেউলা)
 
8. In Assam, "Sati Sadhani Day" is observed on: (অসমত 'সতী সাধনী' দিৱশ পালন কৰা হয়)
A. April 21 (21 এপ্রিল)
B. May 6 (6 মে')
C. Chilarai (চিলাৰায়)
D. Bishwasingha (বিশ্বসিংহ)
 
9. The founder of the Kamtapur Kingdom was: (কমতাপুৰ ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল)
A. Sandhya (সন্ধ্যা)
B. Sindhurai (সিন্ধুৰায়)
C. Chilarai (চিলাৰায়)
D. Bishwasingha (বিশ্বসিংহ)
 
10. The founder king of the Koch dynasty was: ('কোচ বংশ'ৰ প্ৰতিষ্ঠাপক ৰজা)
A. Bishwasingha (বিশ্বসিংহ)
B. Chilarai (চিলাৰায়)
C. Naranarayan (নৰণাৰায়ণ)
D. Sukaphaa (চুকাফা)
 
11. Which king of Kamtapur was defeated by Bengal's Nawab Alauddin Hussain Shah (কমতা ৰাজ্য কোনজন ৰজা বংগৰ নবাব আলাউদ্দিন হুছেইন ছাহৰ হাতত পৰাস্ত হৈছিল)
A. Nilambar (নীলাম্বৰ)
B. Nilakantha (নীলকান্ত)
C. Chakradhvaj (চক্রধ্বজ)
D. Arimatta (আৰিমত্ত)
 
12. Which central ministry banned 118 Chinese mobile apps including PUBG (PUBG কে ধৰি 118 টা চীনা মোবাইল এপ নিষেধ কৰা কেন্দ্রীয় মন্ত্রালয়টো হ'ল)
A. Ministry of Electronics and IT (ইলেট্রনিকচ আৰু আই টি মন্ত্রালয়)
B. Ministry of Defence (প্ৰতিৰক্ষা মন্ত্রালয়)
C. Ministry of Home Affairs (গৃহ মন্ত্রালয়)
D. Ministry of Finance (বিত্ত মন্ত্রালয়)

 

13. Who is the author of the book Hasti-vidyarna(হস্তী-বিদ্যার্ণর পুথিখনৰ লেখক কোন)

(a) Maniram Dewan (মণিৰাম দেৱান)
(b) Surya Kumar Bhuyan (সূর্য কুমাৰ ভূঞা)
(c) Benudhar Sharma (বেণুধৰ শৰ্মা)
(d)  Sukumar Barkaith (সুকুমাৰ বৰকাইথ)

 

14. What is the name of the last king of the Ahoms(আহোমৰ শেষ ৰজাজনৰ নাম কি)

(a) Rudrasingh (ৰুদ্ৰসিংহ)
(b) Purandar Singh (পুৰন্দৰ সিংহ)
(c) Jayadeva Singh (জয়ধ্বজ সিংহ)
(d) Lakshmi Singh (লক্ষ্মী সিংহ)

 

15. Who built the Powamka Mosque in Hajo(হাজোৰ পোৱামক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল )

(a) Azan Fakir (আজান ফকিৰ)
(b) Prophet Muhammad (হজৰত মহম্মদ)
(c) Ghiyasuddin Auliya (গিয়াচুদ্দিন আউলিয়া)
(d) None of the above (ওপৰৰ এটাও নহয়)

 

16. Who was the first to introduce land survey in Assam(অসমৰ মাটিৰ জৰীপ কাৰ্য প্ৰথমতে কোনে প্রবর্তন কৰে)

(a) Chukapha (চুকাফা)
(b) Gadadhar Singh (গদাধৰ সিংহ)
(c) Swarganarayana (স্বৰ্গনাৰায়ণ)
(d) Shiv Singh (শিব সিংহ)

 

17. Who was the first Ahom king to convert to Hinduism(হিন্দু ধৰ্ম গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল)

(a) Chuhungmung (চুহুংমূং)
(b) Suhanpha (চুহানফা)
(c) Chupimpha (চুপিমফা)
(d) Chuklengmung (চুক্লেংমূং)

 

18. What was the name of the last battle between the Ahom and the Mughals(আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল )

(a) The Battle of Saraighat (শৰাইঘাটৰ ৰণ)
(b) Itakhuli Ran (ইটাখুলি ৰণ)
(c) The Battle of Ghiladhari Ghat (ঘিলাধাৰী ঘাটৰ ৰণ)
(d) The Battle of Pathrughat (পথৰুঘাটৰ ৰণ)

 

19. In which year did the Battle of Saraighat (শৰাইঘাটৰ যুদ্ধ কিমান চনত সংঘটিত হৈছিল)

(a) In 1771
(b) In 1671
(c) In 1661
(d) In 1871

 

20. When was the Draibel League formed - দ্ৰাইবেল লীগ নামৰ সংগঠনটো গঠন কেতিয়া হৈছিল

(a) In the 1950s - ১৯৫০ চনত
(b) In 1947 - ১৯৪৭ চনত
(c) In 1942 - ১৯৪২ চনত
(d)  In 1933 - ১৯৩৩ চনত

 

21. First Chief Justice of the Supreme Court of India - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মুখ্য ন্যায়াধীশ

(a) Y V Chandrasud - ৱাই ভি চন্দ্ৰছুড
(b) Gyansudha Mishra - জ্ঞানসুধা মিশ্ৰ
(c) H J Kania - এইচ জে কানীয়া
(d) K N Singh - কে এন সিং

 

22. The designer of the Indian tricolor national flag - ভাৰতীয় ত্ৰিৰংগ জাতীয় পতাকাখনৰ আৰ্হি প্ৰস্তুতকৰ্তাজন

(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(c) Pingali Venkiya - পিংগালি ভেংকিয়া
(d) John Mathai - জন মাথাই

 

23. Who has special powers to provide for the introduction of autonomy for areas inhabited by Scheduled Castes - Tribes and other Backward Castes - অনুসূচিত জাতি - জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ লোক বাস কৰা অঞ্চলৰ বাবে স্বায়ত্ত শাসন প্ৰবৰ্তনৰ ব্যৱস্থা কৰিব পৰা বিশেষ ক্ষমতা কাৰ হাতত আছে

(a) The President - ৰাষ্ট্ৰপতিৰ
(b) The Prime Minister - প্ৰধানমন্ত্ৰীৰ
(c) Governor's - ৰাজ্যপালৰ
(d) The Speaker of the Legislative Assembly - বিধান সভাৰ অধ্যক্ষৰ

 

24. Which Article of the Constitution of India determines the maximum and minimum number of members of the State Assemblies - ভাৰতীয় সংবিধানৰ কিমান নং অনুচ্ছেদমতে ৰাজ্যিক বিধানসভাৰ সৰ্বোচ্চ আৰু সৰ্বনিন্ন সদস্য সংখ্যা নিৰ্ধাৰণ কৰা হৈছে

(a) Article 158 - ১৫৮ নং অনুচ্ছেদ
(b) Article 160 - ১৬০ নং অনুচ্ছেদ
(c) Article 180 - ১৮০ নং অনুচ্ছেদ
(d)  Article 170 - ১৭০ নং অনুচ্ছেদ

 

25. When was the Assam Accord signed - অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল

(a) On 25 August - ১৯৭৯ চনৰ ২৫ আগষ্টত
(b) On 20 August - ১৯৮৯ চনৰ ২০ আগষ্টত
(c) On 12 August - ১৯৯০ চনৰ ১২ আগষ্টত
(d)  On 15 August 1985 - ১৯৮৫ চনৰ ১৫ আগষ্টত

 

26. Which Schedule of the Constitution of India provides for autonomy for the tribes of the North East - ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত উত্তৰ - পূৰ্বাঞ্চলৰ জনজাতিৰ কাৰণে স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে

(a) In the Fifth Schedule - পঞ্চম অনুসূচীত
(b) In the Sixth Schedule - ষষ্ঠ অনুসূচীত
(c) In the Seventh Schedule - সপ্তম অনুসূচীত
(d)  Sixth Schedule - যষ্ঠ অনুসূচীত

 

27. The Constitution of India provides for autonomy of which Scheduled Tribe Area - ভাৰতৰ সংবিধানৰ কোনটো অনুসূচীত জনজাতি অঞ্চলৰ স্বায়ত্তশাসনৰ ব্যৱস্থা কৰা হৈছে

(a) In the Fourth Schedule - চতুৰ্থ অনুসূচীত
(b) Fifth Schedule - পঞ্চম অনুসূচীত
(c) In the Sixth Schedule - ষষ্ঠ অনুসূচীত
(d) In the Seventh Schedule - সপ্তম অনুসূচীত

 

28. The areas included in the Sixth Schedule are divided into several categories - ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহক কেঁইটা ভাগত বিভক্ত কৰা হৈছে

(a) 2 - ২ টা
(b) 3 - ৩ টা
(c) 4 - ৪ টা
(d) 5 - ৫ টা

 

29. The Sixth Schedule applies to the North Eastern States - উত্তৰ - পূৰ্বাঞ্চলৰ কেইখন ৰাজ্যত ষষ্ঠ অনুসূচী প্ৰযোজ্য

(a) 2 - ২ খন
(b) 3 - ৩ খন
(c) 4 - ৪ খন
(d)  5 - ৫ খন

 

30. Which of the following states has autonomy under the Sixth Schedule of the Constitution of India - তলৰ কোনকেইখন ৰাজ্যত ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসনৰ ব্যবস্হা আছে

(a) In Assam and Tripura only - কেৱল অসম, ত্ৰিপুৰাত
(b) Assam, Meghalaya, Mizoram, Sikkim, Arunachal Pradesh - অসম, মেঘালয়, মিজোৰাম, ছিকিম, অৰুণাচল প্রদেশ
(c) In Assam, Meghalaya and Arunachal Pradesh only - কেৱল অসম, মেঘালয়, অৰুণাচল প্ৰদেশত
(d)  Assam, Meghalaya, Mizoram, Tripura, Arunachal Pradesh - অসম, মেঘালয়, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ

 

31. Which amendment to the Constitution of India has delegated additional powers to the Karbi Anglong and North Kachar Hill Autonomous Councils - ভাৰতৰ সংবিধানৰ কিমানতম সংশোধনীৰ যোগেদি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদলৈ অতিৰিক্ত ক্ষমতা অৰ্পণ কৰা হৈছে

(a) 80th - 80 তম
(b) 41st - ৪১ তম
(c) 42nd - ৪২ তম
(d) 45th - ৪৫ তম

 

 

32. How many amendments to the Sixth Schedule of the Constitution of India transferred powers to the Boroland Autonomous Council - ভাৰতৰ সংবিধানৰ ষষ্ঠ অনুসূচীৰ কিমান তম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্ত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হৈছিল

(a) 43rd - ৪৩ তম
(b) 44th - 88 তম
(c) 45th - ৪৫ তম
(d) 42nd - ৪২ তম

 

33. Who was the first martyr of the freedom movement of Assam - অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল

(a) Maniram Dewan - মণিৰাম দেৱান
(b) Kushal Kauwar - কুশল কৌৱৰ
(c) Piyli Fukan - পিয়লি ফুকন
(d) Kankalta - কনকলতা

 

34. The number of members required to be present for a session of the Assembly to be held - বিধান সভাৰ অধিবেশন অনুষ্ঠিত কৰিবৰ বাবে কিমান সংখ্যক সদস্য উপস্থিত থাকিব লাগে

(a) One-fifth - এক পঞ্চমাংশ
(b) Two-thirds - দুই তৃতীয়াংশ
(c) One-tenth - এক দশমাংশ
(d) One quarter - এক চতুৰ্থাংশ

 

35. What is the name of the first Assamese person to become the President of the National Congress - জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া ব্যক্তিৰ নাম কি

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Naveen Chandra Bardoli - নবীন চন্দ্ৰ বৰদলৈ
(c) Devkant Baroua - দেৱকান্ত বৰুৱা
(d) Tarun Ram Fukan - তৰুণ ৰাম ফুকন

 

36. Who was the first Assamese person to become a member of the Sub-Committee on Drafting the Constitution of India - ভাৰতীয় সংবিধান ৰচনা উপসমিতিত সদস্য হোৱা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Manik Chandra Baroua - মাণিক চন্দ্ৰ বৰুৱা
(c) Syed Muhammad Sadullah - চৈয়দ মহম্মদ ছাদুল্লা
(d) Tarun Ram Fukan - তৰুণ ৰাম ফুকন

 

37. Who was the Assamese person who represented the Congress at the Round Table Conference held in London in 1930 - ১৯৩০ চনত অনুষ্ঠিত লণ্ডনৰ ‘ঘূৰণীয়া মেজমেল'ত কংগ্ৰেছক প্রতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Devkinth Baroua - দেৱকীন্ত বৰুৱা
(c) Maniram Dewan - মণিৰাম দেৱান
(d)  Chandradhar Baroua - চন্দ্ৰধৰ বৰুৱা

 

38. What is the number of constituencies reserved for Scheduled Caste members out of 126 constituencies of the Assam Assembly - অসম বিধান সভাৰ ১২৬ টা সমষ্টিৰ অন্তৰ্গত অনুসূচিত জাতিৰ সদস্যৰ বাবে সংৰক্ষিত সমষ্টিৰ সংখ্যা কিমান

(a) 5 pieces - ৫ টা
(b) 6 pieces - ৬ টা
(c) 8 pieces - ৮ টা
(d) 2 pieces - ২ টা

 

39. How many of the 126 constituencies of the Assam Assembly are reserved for Scheduled Tribe members - অসম বিধান সভাৰ মুঠ ১২৬ টা সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত

(a) 10 pieces - ১০ টা
(b) 12 pieces - ১২ টা
(c) 14 pieces - ১৪ টা
(d)  16 pieces - ১৬ টা

 

40. Who was the first High Court Judge of Assam - অসমৰ প্ৰথমগৰাকী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল

(a) Mira Sharma - মীৰা শৰ্মা
(b) Haliram Deka - হলীৰাম ডেকা
(c) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচাৰ্য্য
(d) Parvati Prasad Goswami - পাৰ্বতী প্রসাদ গোস্বামী

 

41. In which year was Presidential rule imposed for the first time in Assam - অসমত প্রথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল

(a) In 1974 - ১৯৭৪ চনত
(b) In 1979 - ১৯৭৯ চনত
(c) In 1990 - ১৯৯০ চনত
(d) In 1995 - ১৯৯৫ চনত

 

42. When was Presidential Rule imposed in Assam for the second time - অসমত দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কেতিয়া বলবৎ কৰা হৈছিল

(a) In 1982 - ১৯৮২ চনত
(b) In 1985 - ১৯৮৫ চনত
(c) In 1990 - ১৯৯০ চনত
(d) In 1992 - ১৯৯২ চনত

 

43. Who is the Chief Minister of Assam elected for the third consecutive term - একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত অসমৰ মুখ্যমন্ত্ৰীগৰাকী কোন

(a) Sharat Chandra Singh - শৰৎচন্দ্ৰ সিংহ
(b) Prafulla Kumar Mahanta - প্ৰফুল্ল কুমাৰ মহন্ত
(c) Tarun Gogoi - তৰুণ গগৈ
(d) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া

 

44. Which of the following persons is not a person who has held the post of Chief Minister twice - তলৰ কোনগৰাকী ব্যক্তি দুবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত ব্যক্তি নহয়

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Hitesh Shaikia - হিতেশ্বৰ শইকীয়া
(c) Praful Kumar Mahatta - প্রফুল্ল কুমাৰ মহত্ত
(d)  Keshav Chandra Gogoi - কেশৱ চন্দ্ৰ গগৈ

 

45. What is the name of the first Governor of Assam - অসমৰ প্ৰথমগৰাকী ৰাজ্যপালৰ নাম কি

(a) Henry Joseph Twynam - হেনৰী যোছেফ টুইনাম
(b) Robert Neal Reid - ৰবাৰ্ট নীল ৰেইড
(c) Andrew Gourlay Cl - এনড্ৰিউ গৌৰলে ক্ল
(d) Henry Foley Knight - হেনৰী ফ’লি নাইট

 

46. Who was the Assamese person who was elected to the Board of Management in 1929 and became a minister - ১৯২৯ চনত ব্যৱস্থাপক সভালৈ নিৰ্বাচিত হৈ মন্ত্রিত্ব পদ লাভ কৰা অসমীয়া ব্যক্তিগৰাকী কোন

(a) Manik Chandra Bora - মাণিক চন্দ্ৰ বৰা
(b) kanoklata Barua - কনকলাল বৰুৱা
(c) Tarun Ram Fukan - তৰুণৰাম ফুকন
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

47. Who was the commander of the Mughal army at the Battle of Saraighat(শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল)

(a) Ram Singh (ৰাম সিংহ)
(b) Amar Singh (অমৰ সিংহ)
(c) Mir Jumla (মীৰজুমলা)
(d) Turbak (তুর্বক)

 

48. In which year did Chukapha come to Assam(চুকাফা অসমলৈ কোন চনত আহিছিল)

(a) In 1225 AD
(b) In 1328 AD
(c) In 1253 AD
(d)  In 1228 AD

 

49. Who was the first to recognize Assamese as a language of literature(কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে)

(a) Naranarayan (নৰনাৰায়ণ)
(b) Durlabh Naranarayan (দুর্লভ নৰনাৰায়ণ)
(c) Rudra Singhar (ৰুদ্ৰ সিংহাৰ)
(d) Govind Chandra (গোবিন্দ চন্দ্র)

 

50. Whose reign is called the 'Golden Age' in the history of Assam(কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত 'সোণালী যুগ' বুলি কোৱা হয় )

(a) Chukapha (চুকাফা)
(b) Evening (সন্ধ্যা)
(c) Naranarayan(নৰনাৰায়ণ)
(d) Fanarayan(ফানাৰায়ণ )

 

 

51. What is the name of the most powerful king of the Chutia kings(চুটিয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি)

(a) Birpal(বীৰপাল)
(b) Ratnadhvaja Pal(ৰত্নধ্বজ পাল)
(c) Dhir Narayan(ধীৰ নাৰায়ণ)
(d) Sadhak Narayana(সাধক নাৰায়ণ)

 

52. Which of the following places was the permanent capital of the Chutia(তলৰ কোনখন ঠাঁই চুটিয়াসকলৰ স্থায়ী ৰাজধানী আছিল)

(a) Maibang(মাইবং)
(b) Komtapur(কমতাপুৰ)
(c) Ratanpur (ৰতনপুৰ )
(d)  Shadia (শদিয়া)

 

53. Who is the god worshiped by the Chutia (চুটিয়াসকলৰ উপাস্য দেৱতা কোন

(a) Yama - যম
(b) Kubera - কুবেৰ
(c) Indra - ইন্দ্ৰ
(d) Vishnu - বিষ্ণু

 

54. Who was the first Assamese tea farmer (প্রথম অসমীয়া চাহ খেতিয়কজন কোন)

(a) Gomdhar Konwar - গোমধৰ কোঁৱৰ
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Badan Barphukan - বদন বৰফুকন
(d) Anandaram Dhekial Fukan - আনন্দৰাম ঢেকীয়াল ফুকন

 

55. Who decorated the Kamakhya Temple (কামাখ্যা মন্দিৰ কোনে সজাইছিল )

(a) Bhagadatta - ভগদত্ত
(b) Narakasura - নৰকাসুৰ
(c) Ghatakasura - ঘটকাসুৰ
(d) Naranarayan - নৰনাৰায়ণ

 

56. Who created the term 'Barpatragohai' ('বৰপাত্ৰগোহাঁই' পদ কোনে সৃষ্টি কৰিছিল)

(a) Chukapha - চুকাফা
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Chuhungmukh - চুহুংমুখ
(d) Gadadhar Singh - গদাধৰ সিংহ

 

57. When was the Treaty of Yandabu signed (ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল)

(a) In 1826 - ১৮২৬ চনত
(b) In 1726 - ১৭২৬ চনত
(c) In 1926 - ১৯২৬ চনত
(d) In 1871 - ১৮৭১ চনত

 

58. Who was the founder of the Koch dynasty (কোচ বংশৰ প্ৰতিষ্ঠাতা কোন)

(a) Shiva Singh - শিৱ সিংহ
(b) Chilarai - চিলাৰায়
(c) Bishb Singh - বিশ্ব সিংহ
(d) Naranarayan - নৰনাৰাযণ

 

59. What is the old name of Dimapur (ডিমাপুৰৰ পুৰণি নাম কি)

(a) Maibang - মাইবং
(b) Hirimbapur - হিড়িম্বাপুৰ
(c) Rangpur - ৰংপুৰ
(d) Ratanpur - ৰতনপুৰ

 

60. Who was the greatest king of the Burman dynasty (বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল)

(a) Bhaskar Burman - ভাস্কৰ বৰ্মন
(b) Pushya Burman - পুষ্য বর্মন
(c) Harshavardhan - হর্ষবর্ধন
(d) Evening - সন্ধ্যা

 

61. The number of workers employed in the agricultural sector of India is the total unemployment rate in the country - ভাৰতৰ কৃষিখণ্ডত নিয়োজিত শ্রমিক সংখ্যা দেশখনৰ মুঠ নিবনুৱাৰ

(a) One third - এক তৃতীয়াংশ
(b) Two thirds - দুই তৃতীয়াংশ
(c) Three quarters - তিনি চতুর্থাংশ
(d) Two-fifths - দুই পঞ্চমাংশ

 

62. Central Bank of India - ভাৰতৰ কেন্দ্ৰীয় বেংক

(a) Union Bank of India - ইউনিয়ন বেংক অৱ ইণ্ডিয়া
(b) United Bank of India - ইউনাইটেড বেংক অৱ ইণ্ডিয়া
(c) State Bank of India - ষ্টেট বেংক অৱ ইণ্ডিয়া
(d)  Reserve Bank of India - ৰিজার্ভ বেংক অৱ ইণ্ডিয়া

 

63. What is the emblem of the Reserve Bank of India - ভাৰতৰ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্রতীক চিহ্নটো কি

(a) The lion - সিংহ
(b) Tiger - বাঘ
(c) The donkey - গাধ
(d) Elephants - হাতী

 

64. The Reserve Bank of India was established - ভাৰতীয় ৰিজাৰ্ভ বেংক প্রতিষ্ঠা হয়

(a) 1930 - ১৯৩০
(b) 1935 - ১৯৩৫
(c) 1948 - ১৯৪৮
(d) 1950 - ১৯৫০

 

65. A country is responsible for setting its monetary policy - এখন দেশৰ মুদ্রা নীতি নিৰ্দ্ধাৰণৰ ভাৰ ন্যস্ত হৈ থাকে

(a) On commercial banks - বাণিজ্যিক বেংকৰ ওপৰত
(b) On the central bank - কেন্দ্ৰীয় বেংকৰ ওপৰত
(c) On Co-operative Banks - সমবায় বেংকৰ ওপৰত
(d) On development banks - উন্নয়ন বেংকৰ ওপৰত

 

66. became the first fully commercial bank in India - ভাৰতৰ প্ৰথমটো সম্পূর্ণ ব্যবসায়িক বেংক হ'ল

(a) Odh Commercial Bank - ওধ কমার্চিয়েল বেংক
(b) Imperial Bank - ইম্পেৰিয়েল বেংক
(c) Dena Bank - দেনা বেংক
(d) Presidency Bank - প্রেচিডেন্সি বেংক

 

67. What is the main source of revenue of the State Government-ৰাজ্যিক চৰকাৰৰ ৰাজহ আহৰণৰ মুখ্য উৎস কি

(a) Earnings tax - উপাৰ্জন কৰ
(b) Sales tax - বিক্রী কৰ
(c) State government taxes - ৰাজ্যিক আৰকাৰী কৰ
(d) Land rent - মাটিল খাজনা

 

68. The sector that contributes the most to the national income of India - ভাৰতৰ ৰাষ্ট্ৰীয় আয়লৈ সৰ্বাধিক অৰিহণা যোগোৱা খণ্ডটো

(a) Primary Section - প্রাথমিক খণ্ড
(b) Part II - দ্বিতীয় খণ্ড
(c) Third section - তৃতীয় খণ্ড
(d) All of them - আটাইকেইটা

 

69. The day the budget is introduced in Parliament - সংসদত বাজেট উত্থাপন কৰা দিনটো

(a) 15 March - ১৫ মার্চ
(b) 1 April - ১ এপ্রিল
(c) 26 January - ২৬ জানুৱাৰী
(d)  Last day of February - ফেব্ৰুৱাৰীৰ শেষৰ দিন

 

70. Who is the Chairman of the National Development Council - ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন

(a) Prime Minister - প্রধানমন্ত্রী
(b) The President - ৰাষ্ট্ৰপতি
(c) The Vice-President - উপৰাষ্ট্ৰপতি
(d) The Minister of Finance - বিত্তমন্ত্রী

 

71. When was the Co-operative Act passed in India - ভাৰতত সমবায় আইনখন কেতিয়া গ=হীত হৈছিল।

(a) In the 1910s - ১৯১০ চনত
(b) In 1911 - ১৯১১ চনত
(c) In 1913 - ১৯১৩ চনত
(d)  In 1912 - ১৯১২ চনত

 

72. Schemes are adopted from rural areas in India - ভাৰতবৰ্ষত গ্রাম্য থেকে আঁচনি গ্ৰহণ কৰা হয়

(a) 1959 - ১৯৫৯
(b) 1960 - ১৯৬০
(c) 1976 - ১৯৭৬
(d) 1980 - ১৯৮০

 

73. Financial Corporation was established in Assam - অসমত বিত্তীয় নিগম প্রতিষ্ঠা হৈছিল

(a) 1951 - ১৯৫১
(b) 1957 - ১৯৫৭
(c) 1958 - ১৯৫৮
(d) 1952 - ১৯৫২

 

74. In which year were 14 commercial banks nationalized in India - কোন চনত ভাৰতত ১৪টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৃত কৰা হৈছিল

(a) 1970 - ১৯৭০
(b) 1969 - ১৯৬৯
(c) 1962 - ১৯৬২
(d) 1950 - ১৯৫০

 

75. When was Assam Cooperative Apex Bank Limited established - অসম সমবায় এপেক্স বেংক লিমিটেড কেতিয়া স্থাপন কৰা হৈছিল

(a) 1940s - ১৯৪০
(b) 1985 - ১৯৮৫
(c) 1948 - ১৯৪৮
(d) 1950 - ১৯৫০

 

76. What is the commercial crop of India ১৮-ভাৰতৰ ৰাণিজ্যিক শস্য কি

(a) Rice cultivation and tides - ধানখেতি আৰু জোৱাৰ
(b) Wheat, sorghum and paddy - গোমধান, জোৱাৰ আৰু ধান
(c) Cotton and Sugarcane - কপাহ আৰু কুঁহিয়াৰ
(d) Cultivation of millet and paddy - বজৰা আৰু ধান খেতি

 

77. India ranks among the world's largest producers of tea - চাহ উৎপাদনত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত

(a) Second - দ্বিতীয়
(b) First - প্রথম
(c) Fourth - চতুর্থ
(d) Fourth - চতুৰ্থ

 

78. Which state produces the most paddy - আটাইতকৈ বেছি ধান কোনখন ৰাজ্যই উৎপাদন কৰে

(a) West Bengal - পশ্চিমবংগ
(b) Andhra Pradesh - অন্ধ্রপ্রদেশ
(c) Tamil Nadu - তামিলনাড়ু
(d) Maharashtra - মহাৰাষ্ট্ৰ

 

79. The amount of rainfall required for paddy cultivation in India is - ভাৰতত ধানখেতিৰ বাবে প্ৰয়োজনীয় বৰষুণৰ পৰিমাণ হৈছে

(a) 200 cm - ২০০ ছেঃমিঃ
(b) 100 cm - ১০০ ছেঃমিঃ
(c) 300 cm - ৩০০ ছেঃমিঃ
(d) 50 cm - ৫০ ছেঃমিঃ

 

80. When the price of an X substitute good falls, the demand for X - যেতিয়া কোনো X বিকল্প সামগ্ৰীৰ মূল্য কমি যায়, তেতিয়া X-ৰ চাহিদা

(a) It increases - বাঢ়ে যায়
(b) decreases - কমি যায়
(c) increases, then decreases - বাঢ়ে, তাৰ পিছত কমে
(d)  decreases, then increases - কমে, তাৰ পিছত বাঢ়ে

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved