Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 9

   Practice D.El.Ed PET Exam General Knowledge MCQ Paper 09 with answers for teacher eligibility test preparation. Download latest GK mock test, objective questions, sample papers, and previous year solved MCQs for Pre-Entry Test. Boost your PET exam score with easy and important GK questions.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 09

 

1. Where was the first capital of the Kacharis (কছাৰীসকলৰ প্ৰথম ৰাজধানী ক'ত আছিল)
A. Kamarupa (কামৰূপ)
B. Dimapur (ডিমাপুৰ)
C. Sonitpur (শোণিতপুৰ)
D. Tezpur (তেজপুৰ)
 
2. Where was the 7th India International Science Festival of 2021 held (২০২১ চনৰ সপ্তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান উৎসৱ ক'ত অনুষ্ঠিত হৈছে)
A. Goa (গোৱা)
B. Pune (পুণে)
C. Chandigarh (চণ্ডীগড়)
D. Delhi (দিল্লী)
 
3. The Central Cabinet recently increased the legal age of marriage for girls from 18 to what age (কেন্দ্রীয় কেবিনেটে অলপতে ছোৱালীৰ বিবাহৰ বয়স ১৮ বছৰৰ পৰা কিমান বয়সলৈ বৃদ্ধি কৰিছে)
A. 21 (21)
B. 20 (20)
C. 24 (24)
D. 19 (19)
 
4. Where was the first yoga university outside India recently established (ভাৰতৰ বাহিৰৰ বিশ্বৰ প্ৰথমখন যোগা বিশ্ববিদ্যালয় ক'ত স্থাপন কৰা হৈছে)
A. Los Angeles (লছ এঞ্জেলছ)
B. Vancouver (বোনবেৰা)
C. Rome (ৰোম)
D. Lagos (লগুন)
 
5. What is the current total number of national parks in Assam (বৰ্তমান অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ'ল)
A. 7
B. 6
C. 8
D. 5
 
6. Assam’s ‘red rice’ was exported for the first time in May 2021 to which country (অসমৰ 'ৰঙা চাউল' কোনখন দেশলৈ 2021 চনত মে' মাহ প্ৰথমবাৰৰ বাবে ৰপ্তানি কৰা হৈছে-)
A. England (ইংলেণ্ড)
B. USA (আমেৰিকা)
C. Japan (জাপান)
D. Germany (জ্যার্মানী)
 
7. Recently, six police personnel of Assam were martyred in a border dispute with which neighboring state (অলপতে অসমৰ কোনখন চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদত অসমৰ ৬ জনকৈ আৰক্ষীয়ে প্রাণ হেৰুৱাইছিল)
A. Meghalaya (মেঘালয়)
B. Mizoram (মিজোৰাম)
C. Nagaland (নাগালেণ্ড)
D. Manipur (মণিপুৰ)

 

8. Who was the first Assamese Judge of the Supreme Court of India -ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশয়ান কোন আছিল

(a) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(b) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচার্য
(c) Parvati Kumar Goswami - পাৰ্বতী কুমাৰ গোস্বামী
(d) Haliram Deka - হলিৰাম ডেকা

 

9. Who was the first High Court Judge of Assam - অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল

(a) Mira Sharma - মীৰা শৰ্মা
(b) Haliram Deka -  হলিৰাম ডেকা
(c) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচাৰ্য
(d) Parvati Prasad Goswami - পার্বতী প্রসাদ গোস্বামী

 

10. Who was the first Assamese person to be appointed as the Chief Justice of the Supreme Court of India - ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল

(a) Ranjan Gogoi - ৰঞ্জন গগৈ
(b) Gaurishankar Bhattacharya - গৌৰীশংকৰ ভট্টাচার্য
(c) Parvati Kumar Goswami - পাৰ্বতী কুমাৰ গোস্বামী
(d) Haliram Deka - হলিৰাম ডেকা

 

11. Who is the first woman judge of the Guwahati High Court ১- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশগৰাকী কোন

(a) Rupam Kurmi - ৰূপম কুৰ্মী
(b) Medice Dan - মেডিচ ড্যান
(c) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
(d)  Mir Sharma - মীৰ শৰ্মা

 

12. What is the name of the oldest recognized regional party in Assam - অসমৰ পুৰণি স্বীকৃতিপ্রাপ্ত আঞ্চলিক দলটোৰ নাম কি

(a) CPI(M) - চি পি আই (এম)
(b) Trinamool Congress - তৃণমূল কংগ্ৰেছ
(c) AIUDF - এ আই ইউ ডি এফ
(d)  Assam Gana Parishad - অসম গণ পৰিষদ

 

13. The Assam Gana Parishad was born - অসম গণ পৰিষদ জন্ম হৈছিল

(a) In 1985 - ১৯৮৫ চনত
(b) In 1982 - ১৯৮২ চনত
(c) In 1984 - ১৯৮৪ চনত
(d) In 1995 - ১৯৯৫ চনত

 

14. How many Gaon Panchayats are there in Assam - অসমত কিমানখন গাঁও পঞ্চায়ত আছে

(a) 2555 - ২৫৫৫ খন
(b) 3000 - ৩০০০ খন
(c) 2486 - ২৪৮৬ খন
(d) 4050 - ৪০৫০ খন

 

15. When was the Assam Panchayati Raj Act passed - অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল

(a) In 1995 - ১৯৯৫ চনত
(b) In 1994 - ১৯৯৪ চনত
(c) In the 1990s - ১৯৯০ চনত
(d) In 1992 - ১৯৯২ চনত

 

16. How many years of Panchayati Raj Act existed in Assam before the 1994 Act - ১৯৯৪ চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তীৰাজ আইন আছিল

(a) 1993 - ১৯৯৩ চন
(b) 1975 - ১৯৭৫ চন
(c) The 1980 - ১৯৮০ চন
(d)  1986 - ১৯৮৬ চন

 

17. Term of office of the President of the Gaon Panchayat - গাঁও পঞ্চায়তৰ সভাপতিৰ কাৰ্যকাল

(a) 4 years - ৪ বছৰ
(b) 3 years - ৩ বছৰ
(c) 5 years - ৫ বছৰ
(d) 6 years - ৬ বছৰ

 

18. The cities with municipal corporations in Assam - অসমত পৌৰ নিগম থকা নগৰ কেইখন

(a) One - এখন
(b) Two - দুখন
(c) Three - তিনিখন
(d) Four - চাৰিখন

 

19. When was the Guwahati Municipal Corporation established - গুৱাহাটী পৌৰ নিগম কেতিয়া স্থাপন কৰা হয়

(a) In the 1970s - ১৯৭০ চনত
(b) In 1972 - ১৯৭২ চনত
(c) In 1974 - ১৯৭৪ চনত
(d) In the 1980s - ১৯৮০ চনত

 

20. What is the name of the head of a municipal corporation - পৌৰ নিগমৰ প্ৰধানজনক কি বোলা হয়

(a) The Mayor - মেয়ৰ
(b) The Council - কাউন্সিলৰ
(c) The MLA - বিধায়ক
(d) The Commissioner - উপায়ুক্ত

 

21. Autonomous regions for whom - স্বায়ত্তশাসিত অঞ্চলসমূহ কাৰ বাবে

(a) For tribes - জনজাতিৰ বাবে
(b) For non-tribals - অজনজাতিৰ বাবে
(c) For all ethnic groups - সকলো জনগোষ্ঠীৰ বাবে
(d) Only the Karbis - কেৱল কাৰ্বিসকলৰ

 

22. The amendment gives additional powers to the Karbi Anglong and North Kachar Hill Autonomous Councils - কিমান তম সংশোধনীৰ যোগেদি কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত পৰিষদলৈ অতিৰিক্ত ক্ষমতা অর্পণ কৰা হৈছে

(a) 40th - ৪০ তম
(b) 42nd year - ৪২ তম
(c) 45th - ৪৫ তম
(d) 41st - ৪১ তম

 

23. Who among the following from Assam joined the famous Dandi March? (অসমৰ পৰা তলৰ কোনে বিখ্যাত দণ্ডী মাৰ্চত যোগদান কৰিছিল?)

(a) Nabin Chandra Bordoloi (নবীন চন্দ্ৰ বৰদলৈ)
(b) Tarunram Phukan (তৰুণৰাম ফুকন)
(c) Kuladhar Saikia (কুলাধৰ শইকীয়া)
(d)  Liladhar Baruah (লীলাধৰ বৰুৱা)

 
24. Lovlina Borgohain, who represented Assam in the 2021 Olympics, is associated with which sport (2021 চনৰ অলিম্পিকত অসমৰ হৈ অংশগ্রহণ কৰা লাভলীনা বৰগোহাঁই কোনবিধ খেলৰ লগত জড়িত-)
A. Archery (আৰ্চাৰী)
B. Boxing (বক্সিং)
C. Shooting (শুটিং)
D. Tennis (টেনিছ)
 
25. Who was the contemporary Kachari king of Sukapha (চুকাফাৰ সমসাময়িক কছাৰী ৰজাজন কোন আছিল)
A. Bichar Patika (বিচাৰ পতিকা)
B. Naranarayan (নৰনাৰায়ণ)
C. Govinda Chandra (গোবিন্দ চন্দ্র)
D. Chandradhwaj (চন্দ্রধ্বজ)
 
26. In which place was the new corridor of Kashi Vishwanath Temple recently inaugurated (অলপতে ভাৰতৰ কোনখন ঠাইত কাশী বিশ্বনাথ মন্দিৰৰ নতুন কৰিড'ৰ উদ্ধোধন কৰা হৈছে)
A. Varanasi (বাৰাণসী)
B. Ayodhya (অযোধ্যা)
C. Ahmedabad (আহমেদাবাদ)
D. Kolkata (কলিকতা)
 
27. Which company was fined ₹200 crore by the Competition Commission of India (তলৰ কোনটো কোম্পানীক ভাৰতৰ প্ৰতিযোগিতা আয়োগে ২০০ কোটি টকাৰ জৰিমণা বিহিছে)
A. Amazon (আমাজন)
B. Flipkart (ফ্লিপকার্ট)
C. Paytm (পেটিএম)
D. Google (গুগ'ল)
 
28. Who was appointed as the first Vice-Chancellor of Delhi Sports University (দিল্লী ক্রীড়া বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচার্য হিচাপে কোনগৰাকী অলিম্পিক খেলুৱৈক নিযুক্তি দিয়া হৈছে)
A. Karnam Malleswari (কর্ণাম মালেশ্বৰী)
B. P.V. Sindhu (পি ভি সিন্ধু)
C. Abhinav Bindra (অভিনৱ বিন্দ্রা)
D. Saina Nehwal (চাইনা নেহৱাল)
 
29. Which country recently accepted India’s BHIM UPI app (তলৰ কোনখন দেশে ভাৰতৰ BHIM UPI এপ গ্রহণ কৰিছে)
A. Bhutan (ভুটান)
B. Nepal (নেপাল)
C. Bangladesh (বাংলাদেশ)
D. Sri Lanka (শ্রীলংকা)
 
30. The founder king of the Chutia people was: ('চুতীয়া' সকলৰ প্ৰতিষ্ঠাপক ৰজা আছিল)
A. Birpal (বীৰপাল)
B. Nityapal (নিত্যপাল)
C. Ratnadhvajapal (ৰত্নধ্বজপাল)
D. Bhismaka (ভীস্মক)
 
31. Which Ahom king was given the title 'Chilaraja' ('চিলাৰজা' উপাধি কোনজন আহোম ৰজাক প্রদান কৰা হৈছিল)
A. Naranarayan (নৰনাৰায়ণ)
B. Sukapha (চুকাফা)
C. Sukladhwaj (শুক্লধ্বজ)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
32. Which of the following kingdoms gave refuge to Mahapurush Sankardev (তলৰ কোনখন ৰাজ্যই মহাপুৰুষ শংকৰদেৱক আশ্রয় দিছিল)
A. Koch Kingdom (কোচ ৰাজ্য)
B. Kamtapur Kingdom (কমতা ৰাজ্য)
C. Kachari Kingdom (কছাৰী ৰাজ্য)
D. Chutia Kingdom (চুতীয়া ৰাজ্য)
 
33. When did the Muslims first invade Assam (মুছলমানসকলে কেতিয়া প্ৰথমবাৰৰ বাবে অসম আক্রমণ কৰিছিল)
A. 1206 AD
B. 1228 AD
C. 1226 AD
D. 1826 AD
 
34. Which Indian state observed "Mask Day" on June 18, 2020 (ভাৰতৰ কোনখন ৰাজ্যই 2020 চনৰ 18 জুন তাৰিখত 'মাস্ক দিবস' পালন কৰা হৈছে)
A. Karnataka (কনটিক)
B. Andhra Pradesh (অন্ধ্র প্রদেশ)
C. Punjab (পঞ্জাব)
D. Goa (গোরা)
 
35. What organization has the Indian government recently created to promote private sector participation in space technology (অলপতে কেন্দ্রীয় চৰকাৰে ভাৰতৰ মহাকাশ প্রযুক্তিৰ সুবিধা ব্যক্তিগত খণ্ডলৈ প্ৰসাৰ কৰাব বাবে কোনটো সংস্থাৰ সৃষ্টি কৰিছে)
A. INSPACE
B. MySpace
C. INISRO
D. NASA

 

36. Who was the first Governor of independent Assam - স্বাধীন অসমৰ প্ৰথম ৰাজ্যপালগৰাকী কোন আছিল

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(c) Sir Saleh Muhammad Akbar Hydari - ছাৰ চালেহ মহম্মদ আকবৰ হাইদৰী
(d) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ

 

37. Who was the first Chief Minister of Assam - অসমৰ প্রথম মুখ্যমন্ত্ৰীগৰাকী কোন

(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(d) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ

 

38. Who was the first Chief Minister of Assam before independence - স্বাধীনতাৰ আগৰ অসমৰ প্রথম মুখ্যমন্ত্ৰীগৰাকী কোন আছিল

(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Tarun Ram Fukan - তৰুণৰাম ফুকন
(c) Syed Sir Muhammad Sadullah - চৈয়দ ছাৰ মহম্মদ ছাদুল্লা
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

39. Who was the first Assamese Governor - প্ৰথম অসমীয়া ৰাজ্যপালজন কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Debananda Konwar - দেবানন্দ কোঁৱৰ
(c) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

40. Who was the first Assamese President - প্রথম অসমীয়া ৰাষ্ট্ৰপতিগৰাকী কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ
(c) Bishnuram Medhi - বিষ্ণুৰাম মেধি
(d) None of the above - ওপৰৰ এটাও নহয়

 

41. Who was the first woman Chief Minister of Assam - অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন

(a) Hemprabha Shaikia - হেমপ্ৰভা শইকীয়া
(b) Syed Anwara Timur - চৈয়দা আনোৱাৰা টাইমূৰ
(c) Mavis Dann - মেভিচ ড্যান
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী

 

42. Who presided over the 41st National Congress session held in Assam - অসমত অনুষ্ঠিত ৪১ তম জাতীয় কংগ্ৰেছৰ অধিৱেশনত কোনে সভাপতিত্ব কৰিছিল

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Mahatma Gandhi - মহাত্মা গান্ধী
(c) Srinivasa Iyengar - শ্ৰীনিবাস আয়েংগাৰ
(d) Jawaharlal Nehru - জৱাহৰলাল নেহৰু

 

43. The Lok Sabha seats of Assam - অসমৰ লোকসভাৰ আসন কেঁইখন

(a) 12 - ১২ খন
(b) 14 - ১৪ খন
(c) 16 - ১৬ খন
(d) 18 - ১৮ খন

 

44. What is the name of the recognized regional party of Assam - অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি

(a) CPI(M) - চি পি আই (এম)
(b) Trinamool Congress - তৃণমূল কংগ্ৰেছ
(c) AIUDF - এ আই ইউ ডি এফ
(d)  Assam Gana Parishad - অসম গণ পৰিষদ

 

45. Who was the Assamese leader hanged by the British for his involvement in the Sepoy Mutiny - চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচী দিয়া অসমীয়া নেতাজন কোন আছিল

(a) Kushal Kauwar - কুশল কৌৱৰ
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Piyli Fukan - পিয়লি ফুকন
(d) Jiuram Baroua - জিউৰাম বৰুৱা

 

46. Who is called the father of autonomy - কাক স্বায়ত্ব শাসনৰ পিতৃ বুলি কোৱা হয়

(a) Lord Ripon - লৰ্ড ৰিপন
(b) Lord Mountbatten - লৰ্ড মাউণ্ট বেটেন
(c) Mahatma Gandhi - মহাত্মা গান্ধী
(d) Udro Wilson - উদ্ৰো উইলচন

 

47. Who conducts elections to Panchayats and Municipal Corporations - পঞ্চায়ত আৰু পৌৰ নিগমৰ নিৰ্বাচন কোনে পৰিচালনা কৰে

(a) The State Government - ৰাজ্যিক চৰকাৰে
(b) The Central Government - কেন্দ্ৰীয় চৰকাৰে
(c) The State Election Commission - ৰাজ্যিক নিৰ্বাচন আয়োগে
(d) The Central Election Commission - কেন্দ্ৰীয় নিৰ্বাচন আয়োগে

 

48. When did the Panchayati Raj system come into force - পঞ্চায়তীৰাজ ব্যৱস্থা কেতিয়াৰ পৰা কাৰ্যকৰী হয়

(a) Since 1959 - ১৯৫৯ চনৰ পৰা
(b) Since 1961 - ১৯৬১ চনৰ পৰা
(c) Since 1964 - ১৯৬৪ চনৰ পৰা
(d) Since 1967 - ১৯৬৭ চনৰ পৰা

 

49. Which two states of India were the first to adopt Panchayati Raj system - ভাৰতৰ কোনদুখন ৰাজ্যত সৰ্বপ্ৰথম পঞ্চায়তীৰাজ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল

(a) In Rajasthan and Andhra Pradesh - ৰাজস্থান আৰু অন্ধ্ৰ প্ৰদেশত
(b) Assam and Bihar - অসম আৰু বিহাৰ
(c) Assam and Madhya Pradesh - অসম আৰু মধ্যপ্ৰদেশ
(d) Bihar and Madhya Pradesh - বিহাৰ আৰু মধ্যপ্ৰদেশ

 

50. When was the Guwahati Municipal Corporation established - গুৱাহাটী পৌৰনিগম কেতিয়া স্থাপন কৰা হয়

(a) In 1974 - ১৯৭৪ চনত
(b) In 1972 - ১৯৭২ চনত
(c) In 1974 - ১৯৭৪ চনত
(d) In 1980 - ১৯৮০ চনত

 

 

51. What is the present term of the Municipal Council - বৰ্তমান পৌৰ সভাৰ কাৰ্যকাল কিমান

(a) 2 years - ২ বছৰ
(b) 4 years - ৪ বছৰ
(c) 6 years - ৬ বছৰ
(d)  5 years - ৫ বছৰ

 

52. What is the maximum number of members of a Gaon Panchayat - গাঁও পঞ্চায়তৰ সবেচ্চি সদস্য সংখ্যা কিমান

(a) 30 people - ৩০ জন
(b) 10 people - ১০ জন
(c) 65 people - ৬৫ জন
(d) 70 people - ৭০ জন

 

53. Which Schedule of the Constitution deals with the Panchayati Raj system - সংবিধানৰ কোনটো অনুসূচীত পঞ্চায়তীৰাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা হৈছে

(a) Seventh Schedule - সপ্তম অনুসূচী
(b) Ninth Schedule - নৱম অনুসূচী
(c) Eleventh Schedule - একাদশ অনুসূচী
(d) Twelfth Schedule - দ্বাদশ অনুসূচী

 

54. What is the maximum number of members of a municipal corporation - পৌৰনিগমৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান

(a) 50 people - ৫০ জন
(b) 60 people - ৬০ জন
(c) 65 people - ৬৫ জন
(d) 70 people - ৭০ জন

 

55. What is the head of a municipal corporation called - পৌৰনিগমৰ প্ৰধানজনক কি বোলা হয়

(a) of the Council - কাউন্সিলৰ
(b) Mayor - মেয়ৰ
(c) MLAs - বিধায়ক
(d) The Commissioner - উপায়ুক্ত

 

56. What is the term of office of the mayor of a municipality - পৌৰনিগমৰ মেয়ৰৰ কাৰ্যকাল কিমান

(a) 2 years - ২ বছৰ
(b) 3 years - ৩ বছৰ
(c) 5 years - ৫ বছৰ
(d) 1 year - ১ বছৰ

 
57. Which country was recently ranked as the world’s second-largest mobile phone manufacturer (কোনখন দেশ অলপতে পৃথিবীৰ দ্বিতীয় সর্ববৃহৎ মোবাইল ফোন নির্মানকাৰী হিচাপে পৰিগণিত হৈছে)
A. India (ভাৰত)
B. China (চীন)
C. South Korea (দক্ষিণ কোৰিয়া)
D. Japan (জাপান)
 
58. Which country has agreed to train Indian astronauts (কোনখন দেশে ভাৰতৰ মহাকাশচাৰীসকলক প্রশিক্ষণ দিবলৈ সম্মতি প্রদান কৰিছে)
A. Russia (ৰাছিয়া)
B. Israel (ইজৰাইল)
C. United States (আমেৰিকা)
D. China (চীন)

 

59. Which of the following places is called the 'city of festivals' - ‘উৎসৱৰ চহৰ’ বুলি তলৰ কোনখন ঠাইক অভিহিত কৰা হয়

(a) Mahishur - মহীশুৰ
(b) Amritsar - অমৃতসৰ
(c) Madurai - মাদুৰাই
(d) Lakshau - লক্ষৌ

 

60. Which river is called 'Tears of Bihar' - 'বিহাৰৰ চকুলো’ কোনখন নদীক আখ্যা দিয়া হয়

(a) The River Balaam - বিলাম নদী
(b) Koshi River - কাশি নদী
(c) The Ravi River - ৰবি নদী
(d) The Sutlej - ছাটলেজ

 

61. Who was the first person in pre-independent India to calculate the country's national income (in 1b64) - প্ৰাক স্বাধীন কালৰ ভাৰতত সৰ্বপ্ৰথম কোনগৰাকী ব্যক্তিয়ে দেশখনৰ ৰাষ্ট্ৰীয় আয়ৰ (১b৬৪ চনৰ) হিচাপ কৰিছিল

(a) Mahatma Gandhi - মহাত্মা গান্ধী
(b) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(c) Dadabhai Naorji - দাদাভাই নৌৰজী
(d) B R Ambedkar - বি আৰ আম্বেদকাৰ

 

62. After independence in August 1949, the National Income Commitee was first formed in India. Which of the following persons was not involved in this National Income Committee - স্বাধীনতাৰ পাছত অৰ্থাৎ ১৯৪৯ চনৰ আগষ্ট মাহত ভাৰতবৰ্ষত প্রথমে ৰাষ্ট্ৰীয় আয় সমিতি (National Income Commitee) গঠন কৰা হয়। এই ৰাষ্ট্ৰীয় আয় সমিতিত তলৰ কোনজন ব্যক্তি জড়িত নাছিল

(a) P C Mahalanobis - অধ্যাপক পি চি মহলানবিচ
(b) Prof D R Gadgil - অধ্যাপক ডি আৰ গেডগিল
(c) Prof V K R Rao - অধ্যাপক ভি কে আৰ ভি ৰাও
(d)  Dadabhai Naorji - দাদাভাই নৌৰজী

 

63. Method of determining india's national income - ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় আয় নিৰ্ধাৰণ কৰা পদ্ধতি

(a) Pure income census method - শুদ্ধ আয় পিয়ল পদ্ধতি
(b) Pure production method - শুদ্ধ উৎপাদন পিয়ল পদ্ধতি
(c) A and B are both
(d) None of them - এটাও নহয়

 

64. In the post-independence period, India officially calculated its first national income - স্বাধীনোত্তৰকালত ভাৰতবৰ্ষত চৰকাৰীভাৱে প্রথম ৰাষ্ট্ৰীয় আয় গণনা কৰিছিল

(a) National Income Committee - ৰাষ্ট্ৰীয় আয় সমিতি
(b) Central Statistics Agency - কেন্দ্ৰীয় পৰিসংখ্যা সংস্থা
(c) Reserve Bank of India - ভাৰতীয় ৰিজাৰ্ভ বেংক
(d) Union Ministry of Finance - কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়

 

65. Currently calculates national income in India - বৰ্তমান ভাৰতবৰ্ষত ৰাষ্ট্ৰীয় আয় নিৰূপণ কৰে

(a) Reserve Bank of India - ভাৰতীয় ৰিজাৰ্ভ বেংক
(b) Central Statistics Association - কেন্দ্রীয় পৰিসংখ্যা সন্থা
(c) Ministry of Finance - বিত্ত মন্ত্ৰালয়
(d) Bombay Stock Exchange - বোম্বে ষ্টক এক্‌ছেঞ্জ

 

66. Earns most of India's national income - ভাৰতৰ ৰাষ্ট্ৰীয় আয়ৰ অধিকাংশ উপাৰ্জন কৰে

(a) Workers - শ্ৰমিকসকলে
(b) The lenders - ঋণদাতা সকলে
(c) Traders and producers - ব্যৱসায়ী আৰু উৎপাদনকাৰী সকলে
(d) None - এটাও নহয়

 

67. Which of the following assets is more important than the rest in india's economy - ভাৰতবৰ্ষৰ অৰ্থনীতিত তলৰ কোনবিধ সম্পদৰ গুৰুত্বতা বাকীকেইটাৰ তুলনাত বেছি

(a) Forest resources - বনজ সম্পদ
(b) Human Resources - মানৱ সম্পদ
(c) Mineral resources - খনিজ সম্পদ
(d) Water resources - জলসম্পদ

 

68. India ranks sixth in the world in the production of which of the following products - সম্প্ৰতিতলৰ কোনবিধ দ্রব্য উৎপাদনত ভাৰতবৰ্ষই পৃথিৱীৰ ভিতৰত ষষ্ঠ স্থান অধিকাৰ কৰিছে

(a) Mica or Balichanda - মাইকা বা বালিছন্দা
(b) Manganese - মেংগানিজ
(c) Lo - Akar - লো - আকৰ
(d) Coal - কয়লা

 

69. India currently ranks in the world in the production of mica or balichanda - সম্প্ৰতি মাইকা বা বালিছন্দা উৎপাদনত ভাৰতৰ স্থান পৃথিবীৰ ভিতৰত

(a) The first - প্রথম
(b) Third - তৃতীয়
(c) Fifth - পঞ্চম
(d)  The eighth - অষ্টম

 

70. Which of the following sectors does the Government collect or extract the maximum income from - চৰকাৰে তলৰ কোনটো খণ্ডৰপৰা সৰ্বাধিক আয় সংগ্ৰহ বা আহৰণ কৰে

(a) Excise Department - আৱকাৰী বিভাগ
(b) Revenue Department - ৰাজহ বিভাগ
(c) Agriculture sector - কৃষিখণ্ড
(d)  Of the associate sector - সহযোগী খণ্ডৰ

 

71. Which of the following industrial policies is called the 'Economic Constitution of India' - তলৰ কোনটো উদ্যোগিক নীতিক “ভাৰতৰ অৰ্থনৈতিক সংবিধান” আখ্যা দিয়া হয়

(a) Industrial Policy of 194b - ১৯৪b চনৰ উদ্যোগিক নীতি
(b) Industrial Policy of 1956 - ১৯৫৬ চনৰ উদ্যোগিক নীতি
(c) Industrial Policy of 19bc - ১৯bc চনৰ উদ্যোগিক নীতি
(d) Industrial Policy of 1991 - ১৯৯১ চনৰ উদ্যোগিক নীতি

 

72. What is the current number of enterprises in the field of industry in India which have been awarded 'Navaratna' - ভাৰতৰ উদ্যোগৰ ক্ষেত্ৰত ‘নৱৰত্ন’ৰে বিভূষিত উদ্যোগৰ সংখ্যা সম্প্ৰতি কিমান

(a) 16 - ১৬ টা
(b) 10 - ১0 টা
(c) 20 - ২0 টা
(d) 32 - ৩২ টা

 

73. The five industries in India which have been called 'Maharatna' in terms of industry are - উদ্যোগৰ ক্ষেত্ৰত ‘মহাৰত্ন’ আখ্যা পোৱা ভাৰতৰ পাঁচটা উদ্যোগ হ’ল

(a) GAIL, NALCO, Oil India Ltd, BHEL
(b) MTNL, HPCL, BPCL, Bharat Electronics Ltd, HAL AL
(c) ONGC, SAIL,IOC, NTPC, Coal India Ltd
(d) Finance Companay Ltd

 

74. Which of the following committees is related to 'Industrial Policy' - ‘উদ্যোগিক নীতিৰ’ লগত তলৰ কোনখন কমিটি সম্পৰ্কিত

(a) Abid Hussain Committee - অবিদ হুচেইন কমিটি
(b) Hazari Committee - হাজাৰী কমিটি
(c) C Rangarajan Committee - চি ৰংগৰাজন কমিটি
(d) Subimal Dutta Committee - সুবিমল দত্ত কমিটি

 

75. The Committee dealing with the issue of 'Non- Investment' - ‘অ - বিনিয়োগ’ বিষয়ত জড়িত কমিটিখন

(a) C Rangarajan Committee - চি ৰংগৰাজন কমিটি
(b) Subimal Dutta Committee - সুবিমল দত্ত কমিটি
(c) Abid Hussain Committee - আবিদ হুচেইন কমিটি
(d) Arjun Sengunda Committee - অৰ্জুন সেনগুণ্ডা কমিটি

 

76. Since when have ration cards been used in India - ভাৰতত ৰেচন কাৰ্ড কেতিয়াৰ পৰা ব্যৱহাৰ কৰি অহা হৈছে

(a) From the First World War - প্রথম মহাসমৰৰ পৰা
(b) After independence - স্বাধীনতাৰ পাছত
(c) From the Swadeshi Movement - স্বদেশী আন্দোলনৰ পৰা
(d)  From World War II - দ্বিতীয় মহাসমৰৰ পৰা

 

77. Who is the pioneer of Sarva Shiksha Abhiyan programme - সর্বশিক্ষা অভিযান কাৰ্যসূচীৰ অগ্ৰদূত কোন

(a) Narendra Modi - নৰেন্দ্ৰ মোদী
(b) Dr. Manmohan Singh - ড. মনমোহন সিং
(c) Atal Bihari Vajpayee - অটল বিহাৰী বাজপেয়ী
(d) Sonia Gandhi - ছোনিয়া গান্ধী

 

78. In which year india's 10th five-year plan was launched - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত আৰম্ভ হৈছিল

(a) April 1, 2000 - ১ এপ্ৰিল, ২000 চনত
(b) April 1, 2001 - ১ এপ্ৰিল, ২00১ চনত
(c) April 1, 2002 - ১ এপ্ৰিল, ২00২ চনত
(d) April 1, 2003 - ১ এপ্ৰিল, ২00৩ চনত

 

79. In which year india's tenth five-year plan ended - ভাৰতৰ দশম পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনত সমাপ্ত হৈছিল

(a) On March 31, 2006 - ৩১ মাৰ্চ, ২00৬ চনত
(b) March 31, 2007 - ৩১ মাৰ্চ, ২00৭ চনত
(c) March 31, 2008 - ৩১ মাৰ্চ, ২00৮ চনত
(d) March 31, 2009 - ৩১ মাৰ্চ, ২00৯ চনত

 

80. The Indian Economy is the main sector - ভাৰতীয় অর্থনীতি মূল খণ্ডটো হৈছে

(a) Agriculture - কৃষিখণ্ড
(b) Industrial Sector - উদ্যোগিক খণ্ড
(c) Service Sector - সেৱা খণ্ড
(d) Transport sector - পৰিবহণ খণ্ড

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved