Prepare for D.El.Ed PET Exam with General Knowledge MCQ Paper 08. Get the latest & most important GK multiple-choice questions with answers to boost your PET exam preparation. Practice online and improve your score!
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 08
9. was the main instigator of the all-party meeting held in Delhi in February - 1928 চনৰ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত সৰ্বদলীয় সভাখনৰ মূল উদ্যোক্তা আছিল
(a) Swaraj Dal - স্বৰাজ দল
(b) Muslim Leal - মুছলীম লীল
(c) National Congress - জাতীয় কংগ্ৰেছ
(d) Not one - এটাও নহয়
10. The Congress party was declared 'illegal' - কংগ্ৰেছ দলটোক 'বে - আইনী' বুলি ঘোষণা কৰা হয়
(a) During World War I - প্রথম বিশ্বযুদ্ধৰ সময়ত
(b) Upon withdrawal of the Simon Commission - চাইমন কমিছন প্ৰত্যাহাৰৰ সময়ত
(c) For not participating in the first round table - প্রথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ নকৰাৰ বাবে
(d) Due to the spread of lawless movements - আইন অমান্য আন্দোলন বিয়পি পৰাৰ বাবে
11. First woman Chief Minister of India - ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী
(a) Mayawati - মায়াৱতী
(b) Mamata Banerjee - মমতা বেনাজী
(c) Sarojini Naidu - সৰোজিনী নাইডু
(d) Sucheta Kripalini - সুচেতা কৃপালিনী
12. Which Speaker of the Lok Sabha of India died during his tenure - ভাৰতৰ কোনগৰাকী লোকসভাৰ অধ্যক্ষৰ কাৰ্যকালত দেহাৱসান ঘটিছিল
(a) M A Iyengar - এম এ আয়েংগাৰ
(b) Balaram Zakhar - বলৰাম জাখাৰ
(c) G M C Balayogi - জি এম চি বালাযোগী
(d) G V Mawalankar - জি ভি মাৱালাংকাৰ
13. Who is the Chairman of the NITI Aayog
(a) The Minister of Finance - বিত্ত মন্ত্ৰী
(b) Chief Ministers of the States - ৰাজ্য মুখ্যমন্ত্ৰী সকল
(c) Prime Minister - প্রধানমন্ত্ৰী
(d) The President - ৰাষ্ট্ৰপতি
14. Name of the first woman to hold the office of Governor - ৰাজ্যপাল পদত অধিষ্ঠিত প্ৰথমগৰাকী মহিলাৰ নাম
(a) Sucheta Kripalini - সুচেতা কৃপালিনী
(b) Vijayalakshmi Pandit - বিজয়লক্ষ্মী পণ্ডিত
(c) Padmaja Naidu - পদ্মজা নাইডু
(d) Sarojini Naidu - সৰোজিনী নাইডু
15. Which of the following states has the largest number of Assembly seats in India - তলৰ কোনখন ৰাজ্যত ভাৰতৰ ভিতৰতে সৰ্বাধিক সংখ্যক বিধানসভাৰ আসন আছে
(a) Madhya Pradesh - মধ্যপ্ৰদেশ
(b) Maharashtra - মহাৰাষ্ট
(c) West Bengal - পশ্চিমবংগ
(d) Uttar Pradesh - উত্তৰ প্রদেশ
16. First person from the North East to serve as Speaker of the Lok Sabha - লোকসভাৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি
(a) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমদ
(b) Full Aghathitogh Changma - পূৰ্ণ অঘথিটোঘ চাংমা
(c) Hem Baroua - হেম বৰুৱা
(d) Devkant Baroua - দেৱকান্ত বৰুৱা
17. Which Vice-President died during his tenure - কোনগৰাকী উপ-ৰাষ্ট্ৰপতি কাৰ্যকালতে দেহাৱসান ঘটিছিল
(a) Krishna Kant - কৃষ্ণ কান্ত
(b) Zakir Hussain - জাকিৰ হুচেইন
(c) Sarvapalli Radhakrishnan - সৰ্বপল্লী ৰাধাকৃষ্ণণ
(d) Fakruddin Ali Ahmed - ফকৰুদ্দিন আলি আহমদ
18. Which of the following is not a nationally recognized party - তলৰ কোনটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দল নহয়
(a) BPF - বি পি এফ
(b) Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছ
(c) Bharatiya Janata Party - ভাৰতীয় জনতা দল
(d) Janata Dal - জনতা দল
19. The largest Lok Sabha constituency in India by area - পৰিসৰ অৰ্থাৎ মাটিকালি হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ লোকসভাৰ সমষ্টিটো
(a) Lakhimpur - লখিমপুৰ
(b) Kaliabar - কলিয়াবৰ
(c) Patiala - পাটিয়ালা
(d) Ladakh - লাডাখ
20. In which year was the Assam Association formed - ‘আসাম এছ'চিয়েচন’ কোন চনত গঠন হয়
(a) In 1902 - ১৯০২ চনত
(b) In 1903 - ১৯০৩ চনত
(c) In 1904 - ১৯০৪ চনত
(d) In 1905 - ১৯০৫ চনত
21. Which of the following Bills must be passed separately by a special majority of both Houses of Parliament - তলৰ কোনখন বিল সংসদৰ দুয়ো সদনৰে বেলেগ বেলেগকৈ বিশেষ সংখ্যা গৰিষ্ঠতাৰ ভিত্তিত অনুমোদিত হ’ব লাগিব
(a) Finance Bill - বিত্ত বিল
(b) Ordinary Bills - সাধাৰণ বিল
(c) Constitution Amendment Bill - সংবিধান সংশোধনী বিল
(d) Not one - এটাও নহয়
22. Which state of India has the highest number of seats reserved for Scheduled Tribes - ভাৰতৰ কোনখন ৰাজ্যত অনুসূচীত জনজাতিৰ বাবে সৰ্বাধিক সংখ্যক আসন সংৰক্ষিত আছে
(a) Uttar Pradesh - উত্তৰ প্ৰদেশ
(b) Madhya Pradesh - মধ্য প্ৰদেশ
(c) Bihar - বিহাৰ
(d) Jharkhand - ঝাৰখণ্ড
23. The Jan Lokpal Bill relates to which of the following issues in India - 'জন লোকপাল বিল' ভাৰতবৰ্ষত তলৰ কোনটো বিষয়ৰ লগত জড়িত
(a) Against corruption - দুৰ্নীতিৰ বিৰুদ্ধে
(b) Constitutional Defenders - সাংবিধানিক ৰক্ষাকৰ্ছ
(c) More responsibility to the administration - প্ৰশাসনক অধিক দায়িত্বঅৰ্পন
(d) Not one - এটাও নহয়
24. How many members of the Indian Parliament make up the floor of the House - ভাৰতীয় সংসদৰ কিমানসংখ্যক সদস্যৰে সদনৰ থূল গঠিত হয়
(a) One-twelfth of the total number of members of the House - সদনৰ মুঠ সদস্যৰ বাৰ ভাগৰ এভাগ
(b) One-sixth of the total number of members of the House - সদনৰ মুঠ সদস্যৰ ছভাগৰ ভাগৰ এভাগ
(c) One-tenth of the total membership of the House - সদনৰ মুঠ সদস্যৰ দহ ভাগৰ এভাগ
(d) two-thirds of the total number of members of the House - সদনৰ মুঠ সদস্যৰ তিনি ভাগৰ দুভাগ
25. The largest committee in Parliament is - সংসদৰ আটাইতকৈ ডাঙৰ কমিটীখন হ’ল
(a) Performance Committee - কৰ্মনিৰ্ধাৰণ কমিটি
(b) Public Accounts Committee - ৰাজহুৱা হিচাপৰক্ষণ কমিটী
(c) Audit Committee - হিচাপকৰণ সমিতি
(d) Not one - এটাও নহয়
26. may introduce government bills - চৰকাৰী বিল উত্থাপন কৰিব পাৰে
(a) A Minister of either House of Parliament - সংসদৰ যিকোনো এখন সদনৰ মন্ত্ৰীয়ে
(b) Any Minister of Parliament - সংসদৰ যিকোনো মন্ত্ৰীয়ে
(c) The President shall - ৰাষ্ট্ৰপতিয়ে
(d) Only the Minister of Finance - কেৱল বিত্তমন্ত্ৰীয়ে
27. Who has called the Preamble the key to the Constitution - প্ৰস্তাবনাক কোনে সংবিধানৰ মূল চাবি - কাঠী বুলি অভিহিত কৰিছে
(a) K M Munshi - কে এম মুন্সী
(b) B R Ambedkar - বি আৰ আম্বেদকাৰ
(c) Ardest Barker - আৰ্দেষ্ট বার্কাৰ
(d) DD Bose - ডি ডি বসু
28. 'The Preamble is the Zodiac of Sovereignty, Democracy, and Republic' — said the saying - 'প্রস্তাৱনা হৈছে সাৰ্বভৌমত্ব, গণতন্ত আৰু প্রজাতন্ত্ৰৰ ৰাশিফল' — কথাষাৰ কৈছিল
(a) K M Munshi - কে এম মুন্সী
(b) Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
(c) DD Bose - ডি ডি বসু
(d) B R Ambedkar - বি আৰ আম্বেদকাৰ
29. What is the name of the student organization of Assam that led the Assam Accord - অসম চুক্তিৰ নেতৃত্ব লোৱা অসমৰ ছাত্ৰ সংগঠনৰ নাম কি
(a) AAMSU - আমছু
(b) The AASU - আছু
(c) Youth Students' Council - যুৱ ছাত্ৰ পৰিষদ
(d) Not one - এটাও নহয়
30. When was the second largest movement in Assam, the CA Movement - অসমৰ দ্বিতীয় সর্ববৃহৎ আন্দোলন 'কা আন্দোলন' কেতিয়া হৈছিল
(a) In 2019 - ২০১৯ চনত
(b) In 2020 - ২০২০ চনত
(c) In 2018 - ২০১৮ চনত
(d) In 2016 - ২০১৬ চনত
31. When was the 'People's Party' formed - 'ৰাইজৰ দল' কেতিয়া গঠিত হৈছিল
(a) In 2011 - ২০১১ চনত
(b) In 2020 - ২০২০ চনত
(c) In 2018 - ২০১৮ চনত
(d) In 2017 - ২০১৭ চনত
32. When was the Assam Jatiya Parishad (AJP) formed - অসম জাতীয় পৰিষদ (AJP) কেতিয়া গঠিত হৈছিল
(a) In 2016 - ২০১৬ চনত
(b) In 2017 - ২০১৭ চনত
(c) In 2020 - ২০২০ চনত
(d) In 2019 - ২০১৯ চনত
33. The 'Assam Jatiya Parishad' was formed under the leadership of which student organisation - অসম জাতীয় পৰিষদ' নামৰ আঞ্চলিক দলটো কোনটো ছাত্ৰ সংগঠনৰ নেতৃত্বত গঠিত হৈছিল
(a) Akhil Bharatiya Vidyarthi Parishad - অখিল ভাৰতীয় বিদ্যার্থী পৰিষদ
(b) AAMSU - আমছু
(c) AASU - আছু
(d) the Assam Nationalist Students' Council - অসম জাতীয়তাবাদী ছাত্ৰ পৰিষদ
34. What is the full form of BTAD - BTAD ৰ সম্পূৰ্ণ ৰূপ কি
(a) Bodoland Tribal Area District
(b) Bodoland Terrotorial Area District
(c) Bodoland Territorial Atomus District
(d) Not one - এটাও নহয়
35. In what year was the BTC agreement signed - BTC চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল
(a) In 2005 - ২০০৫ চনত
(b) In 2003 - ২০০৩ চনত
(c) In 2009 - ২০০৯ চনত
(d) In 2020 - ২০২০ চনত
36. How many council constituencies does BTAD have - BTAD কিমানটা পৰিষদীয় সমষ্টি আছে
(a) 56 - ৫৬ টা
(b) 80 - 80 ট
(c) 46 - ৪৬ টা
(d) 57 - ৫৭ টা
37. Where is the headquarters of BTAD located - BTAD ৰ মুখ্য কাৰ্যালয় ক'ত অবস্থিত
(a) In Kokrajhar - কোকৰাঝাৰত
(b) In Odalguri - ওদালগুৰিত
(c) In Chirang - চিৰাঙত
(d) In Barma - বৰমাত
38. What is the full form of BTR - BTR ৰ সম্পূৰ্ণ ৰূপ কি
(a) Bodoland Territorial Region
(b) Bodoland Terrotorial Area District
(c) Bodoland Territorial Atomus District
(d) Not one - এটাও নহয়
39. In which year was the BTR agreement signed - BTR চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল
(a) In 2020 - ২০২০ চনত
(b) In 2019 - ২০১৯ চনত
(c) 2017 Nit - ২০১৭ নিত
(d) In 2006 - ২০০৬ চনত
40. When was the Third Boro Accord signed in Assam - অসমৰ তৃতীয় বড়ো চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল
(a) In 2005 - ২০০৫ চনত
(b) In 2009 - ২০০৯ চনত
(c) In 2018 - ২০১৮ চনত
(d) In 2020 - ২০২০ চনত
41. How many years did the Ahom reign last ৫৪- আহোমৰ ৰাজত্ব কাল কিমান বছৰৰ আছিল
(a) Six hundred years - ছশ বছৰ
(b) Three hundred years - তিনিশ বছৰ
(c) Five hundred years - পাঁচশ বছৰ
(d) Ten years - দশ বছৰ

53. Which country in the world is most prone to earthquakes - পৃথিৱীৰ কোনখন দেশত ভূমিকম্পৰ সম্ভাৱনা আটাইতকৈ প্ৰবল
(a) Canada - কানাডা
(b) Brazil - ব্ৰাজিল
(c) Iraq - ইৰাক
(d) Japan - জাপান
54. What is the main cause of extinction of some species in the rainforests - বৰ্ষাৰণ্যবোৰত থকা কিছুমান প্ৰজাতিৰ বিলুপ্তিৰ প্ৰধান কাৰণ কি
(a) Deforestation - নিৰ্বনানীকৰণ
(b) Human Migration - মানুহৰ প্ৰব্ৰজন
(c) Landslide - ভূমিস্খলন
(d) Over crowd of forest - অধিক বনানীকৰণ
55. What kind of agricultural practices should be adopted to reduce landslides in mountainous areas - পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কমাবলৈ কেনে ধৰণৰ কৃষি পদ্ধতি অবলম্বন কৰিব লাগে
(a) Mixed method - মিশ্ৰ পদ্ধতি
(b) Ploughing - হাল বোৱা
(c) Layer method - তৰপ পদ্ধতি
(d) Jhum cultivation - ঝুম খেতি
56. Where is the Indian Space Research Institute located - ভাৰতৰ মহাকাশ গবেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত
(a) Mumbai - মুম্বাই
(b) Patna - পাটনা
(c) Bangalore - বাংগালোৰ
(d) Calcutta - কলকাতা
57. Which of the following is not a satellite launched by India - তলৰ কোনটো ভাৰতে প্ৰেৰণ কৰা কৃত্ৰিম উপগ্ৰহ নহয়
(a) IUPAC
(b) IRS
(c) EDUSAT
(d) INSAT
58. Which region is called the roof of the Earth - কোনটো অঞ্চলক পৃথিবীৰ ছাদ বা মুধচ বোলা হয়
(a) Arctic region - আর্কটিক অঞ্চল
(b) Tibet - তিব্বত
(c) Siberia - ছাইবেৰিয়া
(d) Mount Everest - মাউন্ট এভাৰেষ্ট
59. Which of the following districts borders Bangladesh - তলৰ কোনখন জিলা বাংলাদেশৰ সীমামূৰীয়া
(a) Karimganj - কৰিমগঞ্জ
(b) Jorhat - যোৰহাট
(c) Shivsagar - শিৱসাগৰ
(d) Dibrugarh - ডিব্ৰুগড়
60. Who led the Narmada Bachao Movement - কোনে নর্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল
(a) Sundarlal Bahuguna - সুন্দৰলাল বহুগুণা
(b) Medha Patekar - মেধা পাটেকাৰ
(c) Akhil Gogoi - অখিল গগৈ
(d) Maneka Gandhi - মেনকা গান্ধী
61. What is the name of the smallest Union Territory of India - ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি
(a) Pondicherry - পণ্ডিচেৰী
(b) Lakshadweep - লক্ষদ্বীপ
(c) Andaman and Nicobar Islands - আন্দামান নিকোবৰ দ্বীপপুঞ্জ
(d) Chandigarh - চণ্ডীগড়
62. How many islands make up the Union Territory of Lakshadweep - কিমানটা দ্বীপেৰে লক্ষ দ্বীপ নামৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো গঠিত
(a) 36 - ৩৬ টা
(b) 38 - ৩৮ টা
(c) 42 - ৪২ টা
(d) 45 - ৪৫ টা
63. Which of the following states is the first in India in the production of natural rubber - তলৰ কোনখন ৰাজ্য প্রাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম
(a) Kerala - কেৰালা
(b) Andhra Pradesh - অন্ধ্ৰ প্ৰদেশ
(c) Tamil Nadu - তামিলনাডু
(d) Assam - অসম
64. The State with the largest number of Scheduled Tribes - সৰ্বাধিক অনুসূচিত জনজাতিৰ লোক বাস কৰা ৰাজ্যখন
(a) Himachal Pradesh - হিমাচল প্রদেশ
(b) Arunachal Pradesh - অৰুণাচল প্রদেশ
(c) Madhya Pradesh - মধ্যপ্ৰদেশ
(d) Nagaland - নাগালেণ্ড
65. The highest peak in South India - দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংখটো
(a) Makurty - মাকুৰ্টি
(b) Anaimudi - আনাইমুডি
(c) Nandadevi - নন্দাদেৱী
(d) Dodabeta - দোডাবেটা
66. Which of the following mountains is situated at the junction of Paschimghat and Purvathat - পশ্চিমঘাট আৰু পূৰ্বথাটৰ সংযোগস্থলত তলৰ কোনটো পৰ্বত অৱস্থিত
(a) Mount Anaimalai - আনাইমালাই পৰ্বত
(b) Nilgiris - নীলগিৰি
(c) Mount Javedi - জাভেদী পৰ্বত
(d) Vindhya Mountains - বিন্ধ্য পৰ্বত
67. What is the name of the Ganges, the longest river in India, in Bangladesh - ভাৰতৰ দীৰ্ঘতম নদী গংগা বাংলাদেশত কি নামেৰে পৰিচিত
(a) Padma - পদ্মা
(b) Bhagirathi - ভাগীৰথী
(c) Meghna - মেঘনা
(d) Godavari - গোদাবৰী
68. 'Jugfalls Falls' is located in which of the following states - ‘জগফলছ জলপ্ৰপাত' তলৰ কোনখন ৰাজ্যত অৱস্থিত
(a) Maharashtra - মহাৰাষ্ট্ৰ
(b) Karnataka - কৰ্ণাটক
(c) Kerala - কেৰালা
(d) Tamil Nadu - তামিলনাডু
69. What is the name of the oldest mountain in India according to geographical history - ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতটোৰ নাম কি
(a) The Nilgiris - নীলগিৰি
(b) Aravali - আৰাৱলী
(c) Vindhya - বিন্ধ্য়
(d) Satpura - সাতপুৰা
70. Where do the south-west monsoon winds blowing in India originate - ভাৰতত বলা দক্ষিণ-পশ্চিম মৌচুমী বতাহ ক’ৰ পৰা উৎপত্তি হয়
(a) From the Bay of Bengal - বংগোপসাগৰৰ পৰা
(b) From the Indian Ocean - ভাৰত মহাসাগৰৰ পৰা
(c) From the Arabian Sea - আৰৱ সাগৰৰ পৰা
(d) From the Persian Gulf - পাৰস্য উপসাগৰৰ পৰা
71. Name of the sanctuary located in Arunachal Pradesh - অৰুণাচল প্ৰদেশত অৱস্থিত অভয়াৰণ্যখনৰ নাম
(a) Sonai Rupai Sanctuary - সোণাই ৰূপাই অভয়াৰণ্য
(b) Namdapha Sanctuary - নামদফা অভয়াৰণ্য
(c) Manas Sanctuary - মানস অভয়াৰণ্য
(d) Laokhawa Sanctuary - লাওখোৱা অভয়াৰণ্য
72. Which of the following cities is called the 'Queen of the Arabian Sea' - তলৰ কোনখন চহৰক ‘আৰৱৰ সাগৰৰ ৰাণী’বুলি কোৱা হয়
(a) Mumbai - মুম্বাই
(b) Kochi - কোচি
(c) Calicut - কালিকট
(d) Mangalore - মাংগালোৰ
73. Which of the following rivers flows through Uttar Pradesh, Bihar and West Bengal - তলৰ কোনখন নদী উত্তৰ প্ৰদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাজেদি বৈ গৈছে
(a) Ganga - গংগা
(b) The Narmada - নৰ্মদা
(c) The Jamuna - যমুনা
(d) Chambal - চম্বল
74. Which state of India receives the highest rainfall - ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বৰষুণ হয়
(a) Northern Region - উত্তৰাঞ্চল
(b) Chhattisgarh - ছত্তিশগড়
(c) Meghalaya - মেঘালয়
(d) Jharkhand - ঝাৰখণ্ড
75. Which of the following rivers are Indian rivers flowing into the Indian Ocean - তলৰ কোনকেইখন নদী ভাৰত মহাসাগৰলৈ বৈ যোৱা ভাৰতৰ নদী
(a) Brahmaputra, Narmada, Mahanadi, Tapti, Ganga - ব্ৰহ্মপুত্ৰ, নৰ্মদা, মহানদী, তাপ্তী, গংগা
(b) Salween, Irrawaddy, Euphrates, Tigis - ছালউইন, ইৰাৱতী, ইউফ্রেটিছ, টাইগিছ
(c) Nile, Cauvery, Suwansiri - নীল, কাবেৰী, সোৱণশিৰী
(d) Not one - এটাও নহয
76. Which two states of India have diamond mines - ভাৰতৰ কোন দুখন ৰাজ্যত হীৰাৰ খনি আছে
(a) Andhra Pradesh and Karnataka - অন্ধ্ৰ প্ৰদেশ আৰু কৰ্ণাটকৰ
(b) Rajasthan and Kerala - ৰাজস্থান আৰু কেৰালা
(c) Madhya Pradesh and Uttar Pradesh - মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ
(d) Orissa and Bihar - উৰিষ্যা আৰু বিহাৰ
77. Which of the following places is called 'Manchester of India' - ‘ভাৰতৰ মানচেষ্টাৰ’ বুলি তলৰ কোনখন ঠাইক কোৱা হয়
(a) Bangalore - বাংগালুৰু
(b) Ahmedabad - আহমেদাবাদ
(c) Hyderabad - হাইদৰাবাদ
(d) Jaipur - জয়পুৰ
78. Which place is meant by 'Bhu-Sarga of India' - ‘ভাৰতৰ ভূ-স্বৰ্গ' বুলিলে কোন ঠাইক বুজা যায়
(a) Jammu - Kashmir - জন্মু - কাশ্মীৰ
(b) Kanchenjunga - কাঞ্চনজংঘা
(c) Amarnath - অমৰনাথ
(d) Not one - এটাও নহয়
79. Which place is called the 'City of the Seven Islands' - ‘সপ্ত দ্বীপৰ চহৰ’ বুলি কোন ঠাইক কোৱা হয়
(a) Kochi - কোচি
(b) Varanasi - বাৰাণসী
(c) Bangalore - বাংগালুৰু
(d) Mumbai - মুম্বাই
80. Which of the following rivers is called 'Bangal Chakule' - ‘বংগৰ চকুলে' তলৰ কোনখন নদীক কোৱা হয়
(a) The river Ganges - গংগা নদী
(b) Damodar River - দামোদৰ নদী
(c) Godavari River - গোদাবৰী নদী
(d) The Jamuna River - যমুনা নদী
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved