D.El.Ed PET Exam GK MCQ Paper 06: Practice essential General Knowledge questions with detailed answers and explanations. Perfect for PET 2025 preparation
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
D.El.Ed PET Exam GK MCQ Paper - 06
9. Who is the first woman Chief Minister of Assam - অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন
(a) Hemprabha Shaikia - হেমপ্রভা শইকীয়া
(b) Syed Anwara Timur - চৈয়দা আনোৱাৰা টাইমূৰ
(c) Mavis Dann - মেভিচ ড্যান
(d) Renuka Devi Barkatki - ৰেণুকা দেৱী বৰকটকী
10. The seats in the Assam Assembly - অসম বিধান সভাৰ আসন কেঁইখন
(a) 126 - ১২৬ খন
(b) 128 - ১২৮ খন
(c) 130 - ১৩০ খন
(d) 140 - ১৪০ খন
11. The Lok Sabha seats of Assam - অসমৰ লোক সভাৰ আসন কেইখন
(a) 12 - ১২ খন
(b) 14 - ১৪ খন
(c) 16 - ১৬ খন
(d) 18 - ১৮ খন
12. What is the name of the recognized regional party of Assam - অসমৰ স্বীকৃতিপ্ৰাপ্ত আঞ্চলিক দলটোৰ নাম কি
(a) CPI(M) - চি পি আই (এম)
(b) Trinamool Congress - তৃণমূল কংগ্ৰেছ
(c) AIUDF - এ আই ইউ ডি এফ
(d) Assam Gana Parishad - অসম গণ পৰিষদ
13. What is the name of the political party that is currently an ally of the Bharatiya Janata Party in Assam - অসমত বৰ্তমান ভাৰতীয় জনতা পাৰ্টী লগত সহযোগী দল হিচাপে থকা ৰাজনৈতিক দলটোৰ নাম কি
(a) The AIUDF - এ আই ইউ ডি এফ
(b) Trinamool Congress - তৃণমূল কংগ্ৰেছ
(c) BJP - বিজেপি
(d) BPF - বি পি এফ
14. When was the Guwahati Municipal Corporation established - গুৱাহাটী পৌৰনিগম কেতিয়া স্থাপন কৰা হয়
(a) In 1970 - ১৯৭০ চনত
(b) In 1972 - ১৯৭২ চনত
(c) In 1974 - ১৯৭৪ চনত
(d) In 1980 - ১৯৮০ চনত
15. What is the maximum number of members of a municipal corporation - পৌৰনিগমৰ সৰ্ব্বোচ্চ সদস্য সংখ্যা কিমান
(a) 50 people - ৫০ জন
(b) 60 people - ৬০ জন
(c) 50 people - ৫০ জন
(d) 70 people - ৭০ জন
16. What is the name of the head of a municipal corporation - পৌৰনিগমৰ প্ৰধানজনক কি বোলা হয়
(a) Council - কাউন্সিলৰ
(b) Mayor - মেয়ৰ
(c) The MLA - বিধায়ক
(d) The Commissioner - উপায়ুক্ত
17. What is the term of the municipality - পৌৰনিগমৰ কাৰ্যকাল কিমান
(a) 2 years - ২ বছৰ
(b) 3 years - ৩ বছৰ
(c) 5 years - ৫ বছৰ
(d) 6 years - ৬ বছৰ
18. What is the maximum number of members of Geo Panchayat - গীও পঞ্চায়তৰ সবেচ্চি সদস্য সংখ্যা কিমান
(a) 30 people - ৩০ জন
(b) 10 people - ১০ জন
(c) 65 people - ৬৫ জন
(d) 70 people - ৭০ জন
19. How many articles of the Constitution deal with the appointment of the Governor - ৰাজ্যপালৰ নিযুক্তিৰ বিষয়ে সংবিধানৰ কিমান নং অনুচ্ছেদত উল্লেখ আছে
(a) In paragraph 154 - ১৫৪ নং অনুচ্ছেদত
(b) In paragraph 155 - ১৫৫ নং অনুচ্ছেদত
(c) in Article 163 - ১৬৩ নং অনুচ্ছেদত
(d) in Article 346 - ৩৪৬ নং অনুচ্ছেদত
20. Minimum age required to become Governor - ৰাজ্যপাল হ'বৰ বাবে নিম্নতম বয়স লাগে
(a) 25 years - ২৫ বছৰ
(b) 30 years - ৩০ বছৰ
(c) 35 years - ৩৫ বছৰ
(d) 40 years - ৪০ বছৰ
23. What is the Upper House known as in the Parliament of India - ভাৰতৰ সংসদত উচ্চ সদনক কি বুলি জনা যায়
(a) State Council - ৰাজ্য় পৰিষদ
(b) Lok Sabha - লোকসভা
(c) The Rajya Sabha - ৰাজ্যসভা
(d) None of the above - ওপৰৰ এটাও নহয়
24. In which year was the Indian Independence Act passed by the British Parliament - কিমান চনত ভাৰতীয় স্বাধীনতা আইন ব্ৰিটিছ সংসদৰ দ্বাৰা গৃহীত কৰা হয়
(a) July 20, 1947 - ২০ জুলাই, ১৯৪৭
(b) July 18, 1947 - ১৮ জুলাই, ১৯৪৭
(c) August 14, 1947 - ১৪ আগষ্ট, ১৯৪৭
(d) July 20, 1946- ২০ জুলাই, ১৯৪৬
25. Which constitutional article prescribes the provision of National Commission for Scheduled Castes and Scheduled Tribes - কোনটো সাংবিধানিক অনুচ্ছেদত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ বাবে ৰাষ্ট্ৰীয় আয়োগৰ ব্যৱস্থা নিৰ্ধাৰণ কৰা হৈছে
(a) Article
(b) Article 334
(c) Article 338
(d) Article 339
26. Which of the following countries has introduced dual citizenship - তলৰ কোনখন দেশে দ্বৈত নাগৰিকত্বৰ প্ৰবৰ্তন কৰিছে
(a) France - ফ্রান্স
(b) India - ভাৰত
(c) The United States - আমেৰিকা
(d) England - ইংলেণ্ড
27. What is the second most spoken language in India after Hindi - ভাৰতত হিন্দীৰ পিছতে সৰ্বাধিক কথিত ভাষাটো কি
(a) Telugu - তেলেগু
(b) Tamil - তামিল
(c) Marathi - মাৰাঠী
(d) None of the above - ওপৰৰ এটাও নহয়
28. When are the fundamental rights of the Constitution of India suspended - কেতিয়া ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ নিলম্বন কৰা হয়
(a) During general elections - সাধাৰণ নিৰ্বাচনৰ সময়ত
(b) In a financial emergency - বিত্তীয় জৰুৰীকালীন অৱস্থাত
(c) In a state of national emergency - ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থাত
(d) In a state of emergency - ৰাজ্যৰ জৰুৰীকালীন অবস্থাত
29. The first political party in India - ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম ৰাজনৈতিক দল
(a) DMK - ডি এম কে
(b) Indian National Congress - ভাৰতীয় জাতীয় কংগ্ৰেছ
(c) The Revolutionary Party - ক্রান্তি দল
(d) Janata Dal - জনতা দল
30. The Indian National Congress was born - ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল
(a) In 1885 - ১৮৮৫ চনত
(b) In 1985 - ১৯৮৫ চনত
(c) In the 1880s - ১৮৮০ চনত
(d) In 1886 - ১৮৮৬ চনত
31. It was the first organization to enter the international arena as a defender of human rights in the modern world - আধুনিক বিশ্বত মানৱ অধিকাৰৰ ৰক্ষক হিচাপে আন্তৰ্জাতিক স্তৰত ভুমুকি মৰা প্ৰথমটো সংস্থা হ'ল
(a) UNESCO - ইউনেস্কো
(b) League of Nations - League of Nations
(c) International Committee of the Red Cross - আন্তৰাষ্ট্ৰীয় ৰেডক্ৰছ সমিতি
(d) None of the above - ওপৰৰ এটাও নহয়
32. Who is the person who has held the seat of Vice President since 11 August 2017 - ১১ আগষ্ট ২০১৭ চনৰ পৰা বৰ্তমানলৈ উপ-ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰ ব্যক্তিগৰাকী কোন
(a) Mohammad Hamid Ansari - মহম্মদ হামিদ আনছাৰি
(b) Ver Singh Shekhawat - ভেৰ সিং শেখাবট
(c) K R Narayan - কে আৰ নাৰায়ণ
(d) M Venkaiah Naidu - এম ভেংকয়া নাইডু
33. What is the number of union territories in India - ভাৰতত কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা কিমান
(a) 8 - ৮ খন
(b) 7 - ৭ খন
(c) 10 - ১০ খন
(d) 9 - ৯ খন
34. The Union Territories of India at present - ভাৰতত সম্প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চল কেইখন
(a) Five - পাঁচখন
(b) Six - ছয়খন
(c) Seven - সাতখন
(d) Nine - নখন
35. What is the main sign of citizenship of India - ভাৰতৰ নাগৰিকত্বৰ প্ৰধান লক্ষণ কি
(a) Single citizenship - একক নাগৰিকত্ব
(b) Dual citizenship - দ্বি-নাগৰিকত্ব
(c) Multiple citizenship - বহু নাগৰিকত্ব
(d) None of them - কোনোটো নহয়
36. How often is the Finance Commission constituted - কিমান বছৰৰ মূৰে মূৰে বিত্ত আয়োগ গঠিত হয়
(a) Four years - চাৰি বছৰ
(b) Five years - পাঁচ বছৰ
(c) Six years - ছবছৰ
(d) Three years - তিনি বছৰ
37. Who presided over the formation of the Assam Rayat Sangha -‘অসম ৰায়ত সংঘ’ কাৰ সভাপতিত্বত গঠিত হয়
(a) Nilmani Fukan - নীলমণি ফুকন
(b) Tarun Ram Fukan - তৰুণৰাম ফুকনে
(c) Naveen Chandra Bardoli - নবীনচন্দ্ৰ বৰদলৈ
(d) Ambikagiri Roy Todhuri - অম্বিকাগিৰী ৰায় টোধুৰী
38. When was the 'Jorhat Sarbajan Sabha' born - ‘যোৰহাট সাৰ্বজনিক সভা’ৰ জন্ম কেতিয়া হৈছিল
(a) On July 12, - ১৮৫৭ চনৰ ১২ জুলাইত
(b) June 2, 1886 - ১৮৮৬ চনৰ ২ জুনত
(c) May 12, 1897 - ১৮৯৭ চনৰ ১২ মেত
(d) On 15 August - ১৯০১ চনৰ ১৫ আগষ্টত
39. Who was the first President of India - ভাৰতৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন
(a) Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
(b) Sarvapalli Radhakrishnan - সৰ্বপল্লী ৰাধাকৃষ্ণণ
(c) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ
(d) Neelam Sajiv Redty - নীলম সজীৱ ৰেড্টী
40. First Prime Minister of India - ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী
(a) Atal Bihari Vajpayee - অটল বিহাৰী বাজপেয়ী
(b) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(c) Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
(d) Inder Kumar Gujral - ইন্দৰ কুমাৰ গুজৰাল
41. The President shall serve for two terms, ie twice - দুটা কাৰ্যকালৰ বাবে অৰ্থাৎ দুবাৰকৈ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাষ্ট্ৰপতি গৰাকী
(a) Rajendra Prasad - ৰাজেন্দ্ৰ প্ৰসাদ
(b) Zakir Hussain - জাকিৰ হুছেইন
(c) V V Giri - ভি ভি গিৰি
(d) Sarvapalli Radhakrishnan - সৰ্বপল্লী ৰাধাকৃষ্ণণ
54. Kautilya was the prime minister of which ruler - কৌটিল্য কোনগৰাকী শাসকৰ প্ৰধানমন্ত্ৰী
(a) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(b) Ashoka - অশোক
(c) Harshabandhan - হৰ্ষবন্ধন
(d) The youngest - কনিষ্ঠ
55. What is the name of the book written by Kautilya on politics and the management of the state - ৰাজনীতি আৰু ৰাষ্ট্ৰ পৰিচালনাৰ বিষয়ে কৌটিলাই ৰচনা কৰা কিতাপখনক কি নামেৰে জনা যায়
(a) The coin demon - মুদ্ৰাৰাক্ষস
(b) Economics - অৰ্থশাস্ত্ৰ
(c) Mahabhasvatika - মহাভস্বতীকা
(d) The cloud messenger - মেঘদূত
56. He became the author of the book 'Mudrarakshas' - 'মুদ্ৰাৰাক্ষস' গ্ৰন্থৰ লিখক হ'ল
(a) Vishakhadatta - বিশাখাদত্ত
(b) Megacenis - মেগাছেনিছ
(c) Kautilya - কৌটিল্য
(d) Not one - এজনো নহয়
57. Who was the first independent king of the Gupta dynasty - গুপ্ত বংশৰ প্ৰথমজন স্বাধীন ৰজা কোন আছিল
(a) Chandragupta I - প্ৰথম চন্দ্ৰগুপ্ত
(b) Samudragupta - সমুদ্ৰগুপ্ত
(c) Chandragupta II - দ্বিতীয় চন্দ্ৰগুপ্ত
(d) Not one - এজনো নহয়
58. He took the title of Vikramaditya - বিক্ৰমাদিত্য উপাধি গ্ৰহণ কৰিছিল
(a) Chandragupta I - প্ৰথম চন্দ্ৰগুপ্ত
(b) Samudragupta - সমুদ্ৰগুপ্ত
(c) Chandragupta II - দ্বিতীয় চন্দ্ৰগুপ্ত
(d) Not one - এজনো নহয়
59. Who was given the title 'Devanampriya' - 'দেবনামপ্ৰিয়' উপাধি কাক দিয়া হৈছিল
(a) Samudragupta - সমুদ্ৰগুপ্ত
(b) Ashoka - অশোক
(c) Kanishka - কনিষ্ক
(d) Chandragupta Vikramaditya - চন্দ্ৰগুপ্ত বিক্ৰমাদিত্য
60. composed Anandamatha - আনন্দমঠ ৰচনা কৰিছিল
(a) Rabindranath Tagore - ৰবীন্দ্ৰনাথ ঠাকুৰ
(b) Bankim Chandra Chatterjee - বঙ্কিম চন্দ্ৰ চেটাৰ্জী
(c) Raja Rammohan Roy - ৰাজা ৰামমোহন ৰায়
(d) Subhash Bose - সুভাষ বসু
61. Name of the book containing the song Vande Mataram - বন্দেমাতৰম গীতটো থকা কিতাপখনৰ নাম
(a) The Ramayana - ৰামায়ণ
(b) Das Capital - দাস কেপিটেল
(c) Anandamath - আনন্দমঠ
(d) Gitanjali - গীতাঞ্জলি
62. The naval mutiny took place on 18 February - ১৯৪৬ চনৰ ১৮ ফেব্ৰুৱাৰীত নৌ বিদ্ৰোহ সংঘটিত হৈছিল
(a) In Calcutta - কলিকতাত
(b) In Madras - মাদ্ৰাজত
(c) In Bombay - বোম্বেত
(d) In Delhi - দিল্লীত
63. Who was the Prime Minister of England at the time of India's independence - ভাৰত স্বাধীন হোৱাৰ সময়ত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী কোন আছিল
(a) Richard Clement Etuli - ৰিচাৰ্ড ক্লিমেণ্ট এটুলি
(b) Winston Churchill - উইনষ্টন চাৰ্চিল
(c) Udro Wilson - উদ্ৰো উইলছন
(d) None of the above - ওপৰৰ এটাও নহয়
64. Who is the sponsor of the 'Khudai Khid Matgar' movement - 'খুদাই খিদ্ মত্ গাৰ' আন্দোলনৰ পৃষ্ঠপোষক কোন
(a) Muhammad Ali Jinnah - মহম্মদ আলি জিন্না
(b) Fakhruddin Ali Ahmed - ফখৰুদ্দিন আলি আহমেদ
(c) Sheikh Mujibur Rahman - শ্বেখ মুজিবুৰ ৰহুমান
(d) Khan Abdul Gafur Khan - খান আব্দুল গফুৰ খান
64. “When did John Gan Mon' get recognized as music - “জন গণ মন' সংগীত হিচাপে কেতিয়া স্বীকৃতি পায়
(a) On 26 January - ১৯৪৭ চনৰ ২৬ জানুৱাৰিত
(b) On 27 January - ১৯৪৭ চনৰ ২৭ জানুৱাৰিত
(c) On 24 January 1950 - ১৯৫০ চনৰ ২৪ জানুৱাৰিত
(d) On 25 January - ১৯৫১ চনৰ ২৫ জানুৱাৰিত
65. Why did Rabindranath Tagore give up the title of 'Knight' - ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল
(a) In protest against the Jallianwala Bagh massacre - জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত
(b) In support of a breach of the Loan Act - লোণ আইন ভংগৰ সমৰ্থনত
(c) In support of the Non-Cooperation Movement - অসহযোগ আন্দোলনৰ সমৰ্থনত
(d) in opposition to the Beats - বিটিছৰ বিৰোধিতা কৰি
66. When was the National Theatre, a cultural revolutionary force, born - নেশ্বনৈল থিয়েটাৰ নামৰ সাংস্কৃতিক বিপ্লৱী বাহিনীৰ জন্ম কেতিয়া হৈছিল
(a) In 1856 - ১৮৫৬ চনত
(b) In 1857 - ১৮৫৭ চনত
(c) In 1858 - ১৮৫৮ চনত
(d) In 1872 - ১৮৭২ চনত
67. Who composed the song 'Vande Mataram' - বন্দে মাতৰম’ গীতটো কোনে ৰচনা কৰিছিল
(a) Bankim Chandra Chattopadhyay - বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়
(b) Rabindranath Tagore - ৰবীন্দ্ৰনাথ ঠাকুৰ
(c) Mangal Pandey - মংগল পাণ্ডে
(d) Manmohan Bose - মনমোহন বসু
68. When was the song Bande Mataram composed - বন্দে মাতৰম’গীতটো কেতিয়া ৰচনা কৰিছিল
(a) In 1856 - ১৮৫৬ চনত
(b) In 1857 - ১৮৫৭ চনত
(c) In 1876 - ১৮৭৬ চনত
(d) In 1872 - ১৮৭২ চনত
69. Who was the first editor of the Amritbazar Patrika newspaper - অমৃতবাজাৰ পত্ৰিকা কাকতখন প্রথম কোনে সম্পাদনা কৰিছিল
(a) Matilal Ghosh - মতিলাল ঘোষ
(b) Rabindranath Tagore - ৰবীন্দ্ৰনাথ ঠাকুৰ
(c) Mangal Pandey - মংগল পাণ্ডে
(d) Manmohan Bose - মনমোহন বসু
70. When did Swami Vivekananda address the World Religions Conference in Chicago - চিকাগোৰ বিশ্বধৰ্ম সন্মিলনত স্বামী বিবেকানন্দই কেতিয়া ভাষণ দিছি
(a) 11th September 1893 - ১৮৯৩ চনৰ ১১ ছেপ্তেম্বৰ
(b) 15 September - ১৮৯৫ চনৰ ১৫ ছেপ্তেম্বৰ
(c) 18 September - ১৮৯৭ চনৰ ১৮ ছেপ্ডেম্বৰ
(d) 30th September, - ১৮৯৯ চনৰ ৩০ ছেপ্তেম্বৰ
71. What was the name of the Sandahi newspaper published by Mahatma Gandhi in South Africa - দক্ষিণ আফ্লিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাণ্ডাহিক কাকতখনৰ নাম কি আছিল
(a) My Native Land - মাই নেটিভ লেণ্ড
(b) Indian Opinion - ইণ্ডিয়ান অপিনিয়ন
(c) Vande Mataram - বন্দে মাতৰম
(d) Homeland - স্বদেশ
72. John Marley was - জন মাৰ্লি আছিল
(a) Prime Minister of the British Isles - বিটিছৰ প্রধানমন্ত্ৰী
(b) Private Secretary to the Queen - মহাৰাণীৰ ব্যক্তিগত সচিব
(c) Beatish Viceroy - বিটিছ ভাইচৰয়
(d) Minister of Indian Affairs - ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী

73. Sabarimala Ashram is located - সবৰমতী আশ্ৰম অৱস্থিত
(a) In Assam - অসমত
(b) In Bihar - বিহাৰত
(c) In Rajasthan - ৰাজস্থানত
(d) In Gujarat - গুজৰাটত
74. The Rawlat Act was enforced - ৰাওলাট আইন বলৱৎ কৰা হৈছিল
(a) From 2nd April, 1914 - ১৯১৪ চনৰ ২ এপ্ৰিলৰ পৰা
(b) From 18th March 1919 - ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা
(c) From 26th January - ১৯৪২ চনৰ ২৬ জানুৱাৰীৰ পৰা
(d) From 15 August - ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা
75. Which king is considered to be the first national ruler of India - কোনজন ৰজাক ভাৰতৰ সৰ্বপ্ৰথম জাতীয় শাসক অখ্যা দিয়া হয়
(a) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(b) Ashoka - অশোক
(c) Chandragupta - - চন্দ্ৰগুপ্ত - ২
(d) Samudragupta - সমুদ্ৰগুপ্ত
76. When did Emperor Ashoka reign - সম্ৰাট অশোকে কেতিয়া ৰাজত্ব কৰিছিল
(a) 2nd century BC - খ্ৰীঃপূঃ ২য় শতিকা
(b) 3rd century BC - খ্ৰীঃপূঃ ৩ তয় শতিকা
(c) 2nd century AD - ২য় খ্ৰীষ্টাব্দ
(d) 3rd century AD - ৩য় খ্ৰীষ্টাব্দ
77. Kalidasa was a member of the assembly of which emperor - কালিদাস কোনজন সম্ৰাটৰ সভাসদ আছিল
(a) Samudragupta - সমুদ্ৰগুপ্ত
(b) Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(c) Ashoka - অশোক
(d) Chandragupta - 2 - চন্দ্ৰগুপ্ত - ২
78. What is the painting of Ajanta mainly based on - অজন্তাৰ চিত্ৰকলা মূলতঃ কিহৰ ওপৰত ভিত্তি কৰি বৰ্ণিত হৈছে
(a) The Ramayana - ৰামায়ণ
(b) The Mahabharata - মহাভাৰত
(c) Jataka - জাতক
(d) The Upanishads - উপনিষদ
79. Who is called 'Napoleon of India' - কাক 'ভাৰতৰ নেপোলিয়ন’ বুলি কোৱা হয়
(a) Samudraguptaka - সমুদ্ৰগুপ্তক
(b) Chandragupta - চন্দ্ৰগুপ্তক
(c) Ashoka - অশোকক
(d) Harshavardhana - হৰ্ষবৰ্দ্ধন
80. When did Ashoka conquer Kalinga - অশোকে কেতিয়া কলিংগ অধিকাৰ কৰিছিল
(a) In 261 BC - খ্ৰীঃ পূঃ ২৬১ ত
(b) In 58 BC - খ্ৰীঃ পূঃ ৫৮ ত
(c) In 261 AD - ২৬১ খ্ৰীঃত
(d) In 78 AD - ৭৮ খ্ৰীঃত
Study Materials (AssamTET.com)
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved