Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 4

    Practice D.El.Ed PET Exam GK MCQ Paper - 04 with answers. Download General Knowledge multiple choice questions for SCERT Assam D.El.Ed PET Entrance. Boost your PET preparation with the most important and frequently asked GK questions.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 04

 

1. Which state has recently been declared rabies-free (তলৰ কোনখন ৰাজ্যক জলাতংক (ৰেবিজ) ৰোগৰ পৰা মুক্ত বুলি ঘোষনা কৰা হৈছে)
A. Goa (গোবা)
B. Assam (চিকিম)
C. Sikkim (অসম)
D. Haryana (হাৰিয়ানা)
 
2. Who was India's first CDS (Chief of Defence Staff) who recently died in a helicopter crash (অলপতে হেলিকাপ্তাৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ সৰ্বপ্ৰথম চি. ডি.এচ (CDS) জন আছিল)
A. D.K. Singh (ডি. কে. সিং)
B. Rajnath Singh (ৰাজনাথ সিং)
C. Bipin Rawat (বিপিন ৰাৱাট)
D. Nibanjan Chopra (নিবঞ্জন চোপ্রা)
 
3. What is the name of the new variant of the coronavirus discovered recently and spreading from an African country (অলপতে আবিস্কৃত হোৱা আৰু আফ্ৰিকীয় দেশৰ পৰা বিয়পি পৰা কৰেলা ভাইৰাছৰ নতুন ভেৰিয়ান্ট বিধ হ'ল-)
A. Delta (ভেল্টা)
B. Beta (বিটা)
C. Omicron (অমিক্রন)
D. China (চাইনা)
 
4. Which Indian Air Force helicopter carrying CDS and 14 others recently crashed (অলপতে CDS সহ 14 জন লোক দুর্ঘটনা গ্রস্ত হোৱা ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন হ'ল-) 
A. Apache AH-64 (এপেচি এ এহট 64)
B. MI-38 (এম আই 38)
C. Mi-17 V5 (এম আই 17 ভি 5)
D. Cheetah (চিতা)
 
5. Which Assamese litterateur was awarded the prestigious Jnanpith Award in 2020 (অসমৰ কোনজন সাহিত্যকক 2020 চনৰ সন্মানীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে-)
A. Ananta Tati (অনন্ত তাতী)
B. Rita Chowdhury (ৰীতা চৌধুৰী)
C. Nilmani Phookan (নীলমণি ফুকন)
D. Kuladhar Saikia (কুলধৰ শইকীয়া)
 
6. Who was awarded the Jnanpith Award for the year 2021 (2021 চনৰ বাবে কোনজন সাহিত্যিকক জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছে)
A. Nilmani Phookan (নীলমণি ফুকন)
B. Amitav Ghosh (অমিতাভ ঘোষ)
C. Damodar Mauzo (দামোদৰ মাউজো)
D. Shashi Tharoor (শশী থাৰুৰ)
 
7. Which national park was recently declared as the seventh national park of Assam (তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰা হৈছে)
A. Dihing Patkai (দিহিং পাটকাই)
B. Pobitora (পবিতৰা)
C. Manas (মানস)
D. Nambor (নামবৰ)
 
 
8. Through which envoy did King Bhaskaravarman of Kamarupa offer friendship to Harshavardhana, King of Thanesar (কামৰূপৰ ৰজা ভাস্কৰবৰ্মনে কোনজন কটকীৰ জৰিয়তে থানেশ্বৰৰ ৰজা হর্ষবর্ধনলৈ মিত্ৰতাৰ প্রস্তাৱ আগবঢ়াইছিল)
A. Shashanka (শশাংক)
B. Hansabeg (হংসবেগ)
C. Grahavarman (গ্রহবর্মন)
D. Devagupta (দেৱগুপ্ত)
 
9. What was the capital of Shashanka, the king of Gauda (গৌড়ৰ ৰজা শশাংকৰ ৰাজধানীখনৰ নাম কি আছিল)
A. Pragjyotishpur (প্রাগজ্যোতিষপুৰ)
B. Kamarupa Nagar (কামৰূপ নগৰ)
C. Karnasubarna (কর্ণসুবর্ণ)
D. Kamata (কমতাপুৰ)
 
10. Which princess of the Varman dynasty was married to Meghavahana, King of Kashmir (বৰ্মন বংশৰ কোনগৰাকী ৰাজকুঁৱৰীক কাশ্মীৰৰ ৰজা মেঘবাহনলৈ বিয়া দিয়া হৈছিল)
A. Rajyamati (ৰাজ্যমতী)
B. Bhanumati ((খ) ভানুমতী)
C. Amritaprabha (অমৃতপ্রভা)
D. Indumati (ইন্দুমতী)

 

11. In which year was Nagaland added to the Guwahati High Court - গুৱাহাটী উচ্চ ন্যায়ালয়ত নাগালেণ্ডক কিমান চনত সংযোজিত কৰা হৈছিল

(a) In 1972 - ১৯৭২ চনত
(b) In 1956 - ১৯৫৬ চনত
(c) In 1980 - ১৯৮০ চনত
(d)  In 1963 - ১৯৬৩ চনত

 

12. Local Self-Government in Assam is divided into several parts - অসমৰ স্থানীয় স্বায়ত্ত শাসনক কেইটা ভাগত ভাগ কৰা হৈছে

(a)  3 - ৩ টা
(b) 2 - ২ টা
(c) 4 - ৪ টা
(d) 5 - ৫ টা

 

13. The name of the person from Assam who participated in the 'Dandi Yatra' is as follows - 'দাণ্ডী যাত্রা'ত অংশ লোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম হ'ল

(a) Chandradhar Baroua - চন্দ্ৰধৰ বৰুৱা
(b)  Liladhar Baroua - লীলাধৰ বৰুৱা
(c) Conkalal Baroua - কনকলাল বৰুৱা
(d) Karunakanta Baroua - কৰুণাকান্ত বৰুৱা

 

14. In which year was the first Janata Dal government formed in Assam - কিমান চনত অসমত প্ৰথমখন জনতা দলৰ চৰকাৰ গঠন হৈছিল

(a) In 1980 - ১৯৮০ চনত
(b) In 1987 - ১৯৮৭ চনত
(c)  In 1978 - ১৯৭৮ চনত
(d) In 1982 - ১৯৮২ চনত

 

15. What is the name of the first Chief Minister of the Janata Dal - ভাসনস্ত চৰকা কৰা জনতা দলৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ নাম কি

(a) Arup Barbara - অৰূপ বৰবৰা
(b) Sharat Chandra Singh - শৰৎ চন্দ্র সিংহ
(c)  Golap Baroua - গোলাপ বৰুৱা
(d) Bimala Prasad Chaliha - বিমলাপ্রসাদ চলিহা

 

16. What is the name of the first woman Vice-Speaker of the Assam Assembly - অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা উপাধ্যক্ষগৰাকীৰ নাম কি

(a) Anwara Timur - আনোৱাৰা টাইমূৰ
(b)  Baneli Khangmen - বনেলি খংমেন
(c) Guchibrarta Roy Chowdhury - গুচিব্ৰৰতা ৰায়চৌধুৰী
(d) Renuka - ৰেণুকা

 

17. Which Assamese person was the first President of the National Congress - কোনগৰাকী অসমীয়া ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হৈছিল

(a) Navkant Baroua - নৱকান্ত বৰুৱা
(b)  Devkant Baroua - দেৱকান্ত বৰুৱা
(c) Bhubaneswar Kalita - ভূবনেশ্বৰ কলিতা
(d) Not one - এটাও নহয়

 

18. The Who was the Prime Minister of India during the Assam Accord - অসম চুক্তিৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল

(a) Jawaharlal Nehru - জৱাহৰলাল নেহৰু
(b) Indira Gandhi - ইন্দিৰা গান্ধী
(c)  Rajiv Gandhi - ৰাজীৱ গান্ধী
(d) Manmohan Singh - মনমোহন সিং

 

19. In which year was the Assam Provincial Congress Committee formed - অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি কোন চনত গঠন হৈছিল

(a) On June 2, - ১৯২০ চনৰ ২ জুনত
(b)  On 5th June 1921 - ১৯২১ চনৰ ৫ জুনত
(c) June 22, 1898 - ১৮৯৮ চনৰ ২২ জুনত
(d) June 28, 1881 - ১৮৮১ চনৰ ২৮ জুনত

 

20. Who is the person who participated from Gandhi’s ‘Dandi TAS Assam who violated the Loan Act - লোণ আইন ভংগ কৰা গান্ধীৰ ‘দাণ্ডী TAS অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন

(a) Gopinath Bardoli - গোপীনাথ বৰদলৈ
(b) Maniram Dewan - মণিৰাম দেৱান
(c) Tarun Ram Fukan - তৰুণৰাম ফুকন
(d)  Liladhar Baroua - লীলাধৰ বৰুৱা

 

 

21. Who led the first non-Congress Coalition Government in Assam - অসমত প্ৰথমখন অ-কংগ্ৰেছী সন্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল

(a) Sharat Chandra Singh - শৰৎ চন্দ্ৰ সিংহ
(b) Mahendra Mohan Chowdhury - মহেন্দ্ৰ মোহন চৌধুৰী
(c) Rose Barbara - গোলাপ বৰবৰা
(d)  Syed Muhammad Sadullah - চৈয়দ মহম্মদ ছাদুল্লা

 

22. In which year was the first non-Congress (Janata Dal) government of Assam formed - অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ) চৰকাৰ কিমান চনত গঠিত হৈছিল

(a) In 1947 - ১৯৪৭ চনত
(b)  In 1978 - ১৯৭৮ চনত
(c) In the 1980s - ১৯৮০ চনত
(d) In 1985 - ১৯৮৫ চনত

 

23. Which of the following famous Assamese politicians held the post of President of Assam Sahitya Sabha in addition to his contribution to Assamese language and literature - তলৰ কোনগৰাকী প্ৰখ্যাত অসমীয়া ৰাজনীতিবিদে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ উপৰিও অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল

(a) Devkant Baroua - দেৱকান্ত বৰুৱা
(b)  Hem Baroua - হেম বৰুৱা
(c) Nabin Chandra Bardoli - নবীনচন্দ্ৰ বৰদলৈ
(d) None of the above - ওপৰৰ এজনো নহয়

 
24. In which year was the annual session of the Indian National Congress held in Assam (অসমত ভাৰতীয় জাতীয় কংগ্ৰেছৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল)
A. 1915 (১৯১৫ চনত)
B. 1925 (১৯২৫ চনত)
C. 1916 (১৯১৬ চনত)
D. 1926 (১৯২৬ চনত)
 
25. Who presided over the Indian National Congress session held at Pandu (পাণ্ডুত অনুষ্ঠিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনত সভাপতিত্ব কৰিছিল)
A. Tarun Ram Phukan (তৰুণৰাম ফুকন)
B. Nabin Chandra Bardoloi (নবীন চন্দ্ৰ বৰদলৈ)
C. Srinivasa Iyengar (শ্রীনিবাস আয়েংগাৰ)
D. Aurobindo Ghosh (অৰবিন্দ ঘোষ)
 
26. Who was the first woman to sacrifice her life in the freedom movement (স্বাধীনতা আন্দোলনত প্রাণ আহুতি দিয়া প্রথমজন মহিলা কোন আছিল)
A. Kanaklata (কনকলতা)
B. Mungri (মুংগ্রী)
C. Bhogeswari (ভোগেশ্বৰী)
D. Pushpalata Das (পুষ্পলতা দাস)
 
27. In which year did Sukapha ascend the throne as a king (কিমান চনত চুকাফা ৰজা হিচাপে ৰাজপাটত উঠে)
A. 1220 (১২২০ চনত)
B. 1228 (১২২৮ চনত)
C. 1232 (১২৩২ চনত)
D. 1240 ((ঘ) ১২৪০ চনত)
 
28. Who wrote the first Buranji (chronicle) of Assam (অসমৰ সৰ্বপ্ৰথম বুৰঞ্জী কোনে লিখিছিল)
A. The Tai people (টাইসকলে)
B. The Mughals (মোগলসকলে)
C. The Ahoms (আহোমসকলে)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
29. During whose reign did the Moamoria Rebellion occur (কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্রোহ হৈছিল)
A. Swargadeo Lakshmi Singha (স্বর্গদেউ লক্ষ্মীসিংহ)
B. Suhungmung (চুজংমুং)
C. Sukapha (চুকাফা)
D. Pramatta Singha (প্রমত্ত সিংহ)
 
30. Before the Ahoms came, which dynasty ruled over Assam (আহোমসকল অহাৰ আগত অসমত কোন ৰজাই ৰাজত্ব কৰিছিল)
A. Kings of the Barman dynasty (বর্মন বংশৰ ৰজা)
B. Koch kings (কোচ ৰজা)
C. Swargadeos (Ahom kings) (স্বর্গদেউসকল)
D. None of the above (ওপৰৰ এটাও শুদ্ধ নহয়)
 
 
31. Who received the Best Director award in 1995 (১৯৯৫ চনত কোনজন পৰিচালকে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল)
A. Munin Baruah (মুনিন বৰুৱা)
B. Jahnu Baruah (জাহ্নু বৰুৱা)
C. Dr. Bhupen Hazarika (ড° ভূপেন হাজৰিকা)
D. None of the above (ওপৰৰ এটাও নহয়)
 
32. In whose name has a university been established in Assam, who was the greatest ruler of the Varman dynasty (বর্মণ বংশৰ শ্রেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ নামত অসমত ক'ত বিশ্ববিদ্যালয় স্থাপান কৰা হৈছে)
A. Nalbari (নলবাৰী)
B. Kamrup (কামৰূপে)
C. Dhubri (ধুবুৰী)
D. Tezpur (তেজপুৰ)
 
33. Which Chinese traveler visited Assam during the reign of Bhaskaravarman (কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বৰ্মণৰ ৰাজত্বকালত অসমলৈ আহিছিল)
A. Xuanzang (Hiuen Tsang) (হিউৱেন চাং)
B. Fang Xian (ফাংহিয়েন)
C. Mao Zedong (মাও চেতুং)
D. Ho Chi Minh (হোচিমিন)
 
34. Which Chinese traveler visited Assam during Bhaskaravarman’s rule (কোনজনা চীনা পৰিব্ৰাজকে ভাস্কৰ বৰ্মণ ৰাজত্বকালত অসমলৈ আহিছিল)
A. Xuanzang (Hiuen Tsang) (হিউৱেন চাং)
B. Faxian (ফাহিয়েন)
C. Mao Zedong (মাও চেতুং)
D. Ho Chi Minh (হোচিমিন)

 

35. What was the family unit called in Vedic society - বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল

(a) The clan - গোত্ৰ
(b) John - জন
(c) Dish - ডিচ
(d)  Gram - গ্ৰাম

 

36. When was the concept of pollution first created - প্ৰদূষণৰ ধাৰণাটো সৰ্বপ্ৰথম কেতিয়া সৃষ্টি হয়

(a) In the Rig Vedic period - ঋকবৈদিক যুগত
(b)  Before the Vedic Age - বৈদিক যুগৰ আগতে
(c) Before the Gupta period - গুপ্ত যুগৰ আগতে
(d) In the Yajurveda period - যজুৰ্বেদিয় যুগত

 

37. Who is the founder of Yoga Darshan - যোগদৰ্শনৰ প্রতিষ্ঠাপক কোন

(a) Gautam - গৌতম
(b)  Patanjali - পতঞ্জলি
(c) Shankaracharya - শংকৰাচাৰ্য
(d) Gemini - জেমিনী

 

38. Who is the famous Hindu lawgiver - বিখ্যাত হিন্দু আইনস্ৰষ্টাকাৰীজন কোন

(a) Kapil - কপিল
(b) Banbhat - বাণভট্ট
(c) Kautilya - কৌটিল্য
(d)  Manu - মনু

 

39. Who held the Fourth Buddhist Council (Conference) - চতুৰ্থ বৌদ্ধ পৰিষদ (সন্মিলন) কোনে অনুষ্ঠিত কৰিছিল

(a) Ashoka - অশোক
(b)  Kanishka - কণিষ্ক
(c) Chandragupta - চন্দ্ৰগুপ্ত
(d) Harshavardhana - হৰ্ষবৰ্দ্ধন

 

40. Buddha and Mahavira died during the reign of which king - বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল

(a)  Ajatashakra - অজাতশক্ৰ
(b) Udayan - উদয়ন
(c) Bimbisara - বিম্বিছাৰা
(d) Manu - মনু

 

41. Which king was the first to have an image of the Buddha engraved on a coin - সৰ্বপ্ৰথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্ত্তি মুদ্লাত খোদিত বা অংকিত কৰাইছিল

(a) Ashoka - অশোক
(b)  Kanishka - কণিষ্ক
(c) Harshavardhana - হৰ্ষবৰ্দ্ধন
(d) Manu - মনু

 

42. Who presided over the first Buddhist council (conference) - প্রথম বৌদ্ধ পৰিষদত (সন্মিলনত) কোনে সভাপতিত্ব কৰিছিল

(a)  Maha Kaspa - মহা কাছপা
(b) Magaliputa tisa - মগালিপুতা টিছা
(c) Omnipresent - সৰ্ব্বকামী
(d) Ashoka - অশোক

 

43. Who was the first to introduce gold coins - প্রথমে কোনে সোণৰ মুদ্ৰা প্ৰচলন কৰে

(a) The Kushans - কুশানসকলে
(b)  The Indo-Greeks - ইন্দোগ্ৰীকসকলে
(c) The Shakas - শকসকলে
(d) The Parthians - পাৰ্থিয়ানসকলে

 

44. The Chinese traveler came to India during the reign of Huyen Tsang Kar - চীনা পৰিৱাজক হিউয়েন ছাং কাৰ শাসনকালত ভাৰতলৈ আহিছিল

(a) Chandragupta - - চন্দ্ৰগুপ্ত - ১
(b) Particles - কণিষ্ক
(c) Ashoka - অশোক
(d)  Harshavardhana - হৰ্ষবৰ্দ্ধন

 

45. Who killed Dhanananda, the last king of the Nanda dynasty - নন্দ বংশৰ শেষ ৰজা ধননন্দক কোনে হত্যা কৰিছিল

(a) Mahapadmananda - মহাপদ্মানন্দ
(b) Ashoka - অশোক
(c) Alexander - আলেকজেণ্ডাৰ
(d)  Chandragupta - চন্দ্ৰগুপ্ত

 

46. Founded the Mauryan dynasty - মৌৰ্য বংশ প্রতিষ্ঠা কৰিছিল

(a) Chandragupta II - দ্বিতীয় চন্দ্ৰগুপ্ত
(b) Unborn enemies - অজাতশত্ৰু
(c)  Chandragupta Maurya - চন্দ্ৰগুপ্ত মৌৰ্য
(d) Ashoka - অশোক

 

47. Chandragupta was the Greek general defeated by Maurya - চন্দ্ৰগুপ্ত মৌৰ্যই পৰাজিত কৰা গ্ৰীক সেনাপতিগৰাকী আছিল

(a) Minanda - মিনান্দাৰ
(b)  Seleucus - চেল্যুকচ
(c) Philip - ফিলিপ
(d) Alexander - আলেকজেণ্ডাৰ

 

48. enforced the rules of kabuliot and lease of land - মাটিৰ কবুলিয়ট আৰু পট্টা দিয়াৰ নিয়ম বলবৎ কৰিছিল

(a) Babur - বাবৰে
(b) Akbar - আকবৰে
(c)  Shersahhe - শ্বেৰছাহে
(d) Jahangir - জাহাংগীৰে

 

49. Who completed the construction of the Qutub Minar in Delhi - দিল্লীৰ কুতুবমিনাৰৰ নিৰ্মাণ কোনে সম্পূৰ্ণ কৰিছিল

(a) Qutbuddin - কুতুবুদ্দিন
(b) Rezia - ৰেজিয়া
(c)  Iltutmish - ইলতুৎমিছ
(d) Not one - এটাও নহয়

 

50. Who started the construction of the Qutub Minar - কুতুবমিনাৰৰ নিৰ্মাণৰ কাম কোনে আৰম্ভ কৰিছিল

(a) Bahlam - বাহলাম
(b)  Qutub-ud-din Aibak - কুতুবুদ্দিন আইবাক
(c) Iltutmish - ইলতুৎমিছ
(d) Abraham is greedy - ইব্ৰাহিম লোভী

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved