Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 2

    Prepare for D.El.Ed PET Exam with GK MCQ Paper - 02. Practice the most important general knowledge questions with answers, based on the latest syllabus. Ideal for SCERT Assam D.El.Ed aspirants. Free PDF, solved questions, and exam tips available.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 02

 

1. Who was the first Indian woman to win a silver medal at the Rio Olympics 2016 (২০১৬ চনত ৰিঅ' অলিম্পিকত ৰূপৰ পদক লাভকৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল)
A. Saina Nehwal (ছাইনা নেহৱাল)
B. MC Mary Kom (এম চি মেৰী কম)
C. PV Sindhu (পি ডি সিন্ধু)
D. None of the above (ওপৰৰ এটাও নহয়)
 
 
2. Who is the author of Rajatarangini (ৰাজত ৰংগিনীৰ ৰচক কোন)
A. Kautilya (কৌটিল্য)
B. Banabhatta (বাণভট্ট)
C. Kalhana (কলহন)
D. Charaka (চৰক)
 
3. Who built the Bidar Fort (বৈদৰ গড় কোনে নির্মাণ কৰিছিল)
A. Vallabhadeva (বল্লভদেৱ)
B. Vaidyadeva (বৈদ্যদেৱ)
C. Tyingadeva (ত্যিংগদেৱ)
D. Prithu (পৃথু)
 
4. In which year did the fall of the Chutiya Kingdom occur (কোন চনত চুতীয়া ৰাজ্যৰ পতন ঘটিছিল)
A. In 1520 (১৫২০ চনত)
B. In 1570 (১৫৭০ চনত)
C. In 1523 (১৫২৩ চনত)
D. In 1540 (১৫৪০ চনত)

 

5. What percentage of the total crude oil produced in India does Assam account for - ভাৰতত উৎপাদিত মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমে বহন কৰে

(a) 35% - ৩৫%
(b) 75% - ৭৫.০০%
(c) 50% - ৫০.০০%
(d) 25% - ২৫.০০%

 

6. In which year did demonetization start in India - কিমান চনত ভাৰতত বিমুদ্ৰাকৰণ আৰম্ভ হৈছিল

(a) In 1900 - ১৯০০ চনত
(b) In 2020 - ২০২০ চনত
(c) In 2016 - ২০১৬ চনত
(d) In 1916 - ১৯১৬ চনত

 

7. What is the position of Assam in crude oil production in India - ভাৰতত খাৰুৱা তেলৰ উৎপাদনত অসমৰ স্থান কিমান

(a) Second - দ্বিতীয়
(b) Third- তৃতীয়
(c) Fourth - চতুৰ্থ
(d) Fifth -  পঞ্চম

 

8. What is the longest day of the year (বছৰৰ আটাইতকৈ দীঘল দিন কোনটো)

(a) 25th December (২৫ ডিচেম্বৰ)
(b) 21st June (২১ জুন)
(c) 21st March (২১ মার্চ)
(d) 23rd September (২৩ ছেপ্তেম্বৰ)

 

9. What did the Assamese merchants collect from the Mughal merchants in exchange for velvet cloth during the Ahom era - আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ পৰা পাটমুগাৰ কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল

(a) Gold - সোণ
(b) Kharbarand - খাৰবাৰন্দ
(c) Salt - নিমখ
(d) Jaggery - গুড়

 

10. During the reign of which Ahom king was the first silver coin minted - কোনজন আহোম স্বৰ্গদেউৰ দিনত প্রথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল

(a) Chuklenmu Garhwal Raja - চুক্লেনমুং গড়গঞা ৰজা
(b) Rudra Singh - ৰুদ্ৰ সিংহ
(c) Chakradhar Singh - চক্ৰধ্বজ সিংহ
(d) None of the above - ওপৰৰ এটাও নহয়

 

11. What is the name of the district of Assam which is recognized as the best quality orange in India in terms of aroma, taste, juice etc - গোন্ধ, স্বাদ, ৰস আদি বৈশিষ্ট্যৰ দিশৰপৰা উন্নতমানৰ সুমথিৰা ভাৰতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বুলি স্বীকৃতি পোৱা অসমৰ জিলাখনৰ নাম কি

(a) Shonitpur - শোণিতপুৰ
(b) Tinsukia - তিনিচুকীয়া
(c) Karbi Anglong - কাৰ্বিআংলং
(d) Jorhat - যোৰহাট

 

12. Which of the following is one of the best districts of Assam in the production of jackfruit or pineapple - মাটি কঁঠাল বা আনাৰস উৎপাদনত অসমৰ শ্ৰেষ্ঠ জিলাকেইখনৰ তলৰ কোনখন নহয়

(a) Kachar - কাছাৰ
(b) Karbi Anglong - কাৰ্বিআংলং
(c) Hailakandi - হাইলাকান্দি
(d) None of the above - ওপৰৰ এটাও নহয়

 

13. the area of Assam - অসমৰ মাটিকালি কিমান

(a) 78358 sq km - ৭৮৩৫৮ বর্গ কিঃমিঃ
(b) 78438 sq km - ৭৮৪৩৮ বর্গ কিঃমিঃ
(c) 78480 sq km - ৭৮৪৮০ বর্গ কিঃমিঃ
(d) 78482 sq km - ৭৮৪৮২ বর্গ কিঃমিঃ

 

14. BTAD in Assam, When was it formed - অসমত বি.টি.এ.ডি. - কেতিয়া গঠন হৈছিল

(a) In 2003 - ২০০৩ চনত
(b) In 2011 - ২০১১ চনত
(c) In 2009 - ২০০৯ চনত
(d) In 2001 - ২০০১ চনত

15. What is the percentage of Assam in India in terms of area - আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ

(a) 3.70% - 3.70%
(b) 2.40% - 2.40%
(c) 2.39% - 2.39%
(d) 3.10% - 3.10%

 
16. In which year was President's Rule imposed in Assam (কিমান চনত অসমত ৰাষ্ট্ৰপতি শাসন প্রৱর্তন হয়)
A. 1992 (১৯৯২ চনত)
B. 1902 (১৯০২ চনত)
C. 1990 (১৯৯০ চনত)
D. 1989 ((ঘ) ১৯৮৯ চনত)
 
17. In which year was Bhupen Hazarika awarded the 'Dadasaheb Phalke Award' (কিমান চনত ভূপেন হাজৰিকাক 'দাদা চাহেব ফাল্কে' বঁটা প্ৰদান কৰা হয়)
A. 1990 (১৯৯০ চনত)
B. 1980 (১৯৮০ চনত)
C. 1992 (১৯৯২ চনত)
D. 1994 (১৯৯৪ চনত)
 
18. For which book was Arun Sharma awarded the Sahitya Akademi Award (অৰুণ শৰ্মাক কোনখন গ্রন্থৰ বাবে সাহিত্য অকাডেমী বঁটা প্রদান কৰা হয়)
A. Bonphool (বনফুল)
B. Mrityunjay (মৃত্যুঞ্জয়)
C. Ashirbadar Rong (আশীৰ্বাদৰ ৰং)
D. Pitaputra (পিতাপুত্র)
 
19. Which was the regional party of Assam (অসমৰ আঞ্চলিক দল কোনটো আছিল)
A. Asom Gana Parishad (অসম গণ পৰিষদ)
B. Bharatiya Janata Party (ভাৰতীয় জনতা পার্টি)
C. Indian National Congress (ভাৰতীয় জাতীয় কংগ্রেছ)
D. None of the above (ওপৰৰ এটাও নহয়)
 
20. In which year was the Koliabhomora Bridge inaugurated (কলিয়াভোমোৰা দলং কিমান চনত উদ্বোধন কৰা হয়)
A. 1999 (১৯৯৯ চনত)
B. 1992 (১৯৯২ চনত)
C. 1987 (১৯৮৭ চনত)
D. 1988 (১৯৮৮ চনত)
 

 
21. In which year was Apurba Sharma awarded the Sahitya Akademi Award (অপূর্ব শর্মাক কিমান চনত 'সাহিত্য অকাডেমী' বঁটা প্ৰদান কৰা হৈছিল)
A. 1987 (১৯৮৭ চনত)
B. 1990 (১৯৯০ চনত)
C. 2000 (২০০০ চনত)
D. 1999 (১৯৯৯ চনত)
 
22. In which year was the Asom Gana Parishad government formed ('অসম গণ পৰিষদ' দলৰ চৰকাৰ কিমান চনত গঠন কৰা হৈছিল)
A. 1980 (১৯৮০ চনত)
B. 1999 (১৯৯৯ চনত)
C. 1985 (১৯৮৫ চনত)
D. 1982 (১৯৮২ চনত)
 
23. In which year was Orang declared a National Park (কিমান চনত 'ওৰাং, ৰাষ্ট্ৰীয় উদ্যান ক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়)
A. 1990 (১৯৯০ চনত)
B. 1999 (১৯৯৯ চনত)
C. 1901 (১৯০১ চনত)
D. 1903 (১৯০৩ চনত)
 
24. In which year was Mamoni Roychowdhury Goswami awarded the Jnanpith Award (কিমান চনত মামণি ৰয়ছম গোস্বামীক জ্ঞানপীঠ বঁটা প্রদান কৰা হৈছিল)
A. 2001 (২০০১ চনত)
B. 1999 ((খ) ১৯৯৯ চনত)
C. 2002 (২০০২ চনত)
D. 2003 (২০০৩ চনত)
 
25. In which year was Gopinath Bordoloi International Airport established (গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল)
A. 1990 (১৯৯০ চনত)
B. 2002 (২০০২ চনত)
C. 2003 (২০০৩ চনত)
D. 1999 (১৯৯৯ চনত)
 
26. To which literary figure was the Upatyaka Sahitya Akademi Award given (উপত্যকা সাহিত্য অকাডেমী বঁটা কোনজন সাহিত্যিকক প্ৰদান কৰা হৈছিল)
A. Arun Sharma (অৰুণ শৰ্মা)
B. Naba Kant Baruah (নৱকান্ত বৰুৱা)
C. Hiren Gohain (হীৰেন গোহাই)
D. Dr. Bhupendra Nath Saikia ((ঘ)' ড' ভবেন্দ্র নাথ শইকীয়া)
 
27. In which year was Seema Biswas awarded the Sangeet Natak Akademi Award (সীমা বিশ্বাসক কোন চনত 'সংগীত নাটক একাডেমী' বঁটা প্ৰদান কৰা হৈছিল)
A. 2000 (২০০০ চনত)
B. 2001 (২০০১ চনত)
C. 1999 (১৯৯৯ চনত)
D. 1992 (১৯৯২ চনত)
 
28. When was the Srimanta Sankardev Kalakshetra inaugurated (শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্র কেতিয়া মুকলি কৰা হৈছিল)
A. 1922 (১৯২২ চনত)
B. 1998 (১৯৯৮ চনত)
C. 1990 (১৯৯০ চনত)
D. 1991 (১৯৯১ চনত)
 
29. Who wrote the book 'Kakadeutar Har' ('ককাদেউতাৰ হাড়' গ্রন্থখন কোনজন সাহিত্যিকে ৰচনা কৰিছিল)
A. Dr. Bhupendra Nath Saikia (ড° ভহেন্দ্র নাথ শইকীয়া)
B. Naba Kant Baruah (নৱকান্ত বৰুবা)
C. Arun Sharma (অৰুণ শর্মা)
D. Hiren Gohain (হীৰেন গোহাঁই)
 
 
30. In which year was Anandaram Baruah awarded the Padma Shri (কিমান চনত আনন্দৰাম বৰুৱাক পদ্মশ্রী বঁটা প্ৰদান কৰা হৈছিল)
A. 1970 (১৯৭০ চনত)
B. 1972 (১৯৭২ চনত)
C. 1971 (১৯৭১ চনত)
D. 1973 (১৯৭৩ চনত)
 
31. When was the first observatory established in Northeast India (উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো তাৰকাগৃহ কেতিয়া স্থাপন কৰা হৈছিল)
A. 1992 (১৯৯২ চনত)
B. 1990 (১৯৯০ চনত)
C. 1994 (১৯৯৪ চনত)
D. 1998 (১৯৯৮ চনত)
 
32. In which year was Chandraprasad Saikia elected for the second time as president of Assam Sahitya Sabha (কিমান চনত চন্দ্রপ্রসাদ শইকীয়াক অসম সাহিত্য সভাৰ সভাপতি ৰূপে দ্বিতীয়বাৰ নির্বাচন কৰিছিল)
A. 1990 (১৯৯০ চনত)
B. 1998 (১৯৯৮ চনত)
C. 1991 (১৯৯১ চনত)
D. 1995 (১৯৯৫ চনত)
 
33. In which year was Dipali Barthakur awarded the Padma Shri (দীপালী বৰঠাকুৰক কিমান চনত পদ্মশ্রী বঁটাৰে সন্মানিত কৰা হৈছিল)
A. 1998 (১৯৯৮ চনত)
B. 1990 (১৯৯০ চনত)
C. 1995 (১৯৯৫ চনত)
D. 1994 (১৯৯৪ চনত)

 

34. What is the total area of Kaziranga National Park (কাজিৰঙা বাষ্ট্রীয় উদ্যানৰ মাটিকালি কিমান)

(a) 430 sq km (৪৩০ বর্গ কিঃমিঃ)
(b) 858.98 sq km (৮৫৮.৯৮ বর্গ কিঃমিঃ)
(c) 815.20 sq km (৮১৫.২০ বর্গ কিঃমিঃ)
(d) 900.20 sq km (৯০০.২০ বর্গ কিঃমিঃ)

 

35. Name the national park in Assam where the wild horse is found which is not seen in any wildlife sanctuary or national park in the world (অসমৰ কোনখন বাষ্ট্রীয় উদ্যানত পৃথিৱীৰ কোনো উদ্যান বা বনাঞ্চলতে নোপোৱা বনৰীয়া ঘোঁৰা পোৱা যায়)

(a) Kaziranga (কাজিৰঙা)
(b) Dibru-Saikhowa (ডিব্ৰু-চৈখোৱা)
(c) Manas (মানস)
(d) Nameri (নামেৰি)

 

36. Name the country which is situated to the south of Assam (অসমৰ দক্ষিণ দিশত থকা বিদেশী বাষ্ট্রখন ー)

(a) Bangladesh (বাংলাদেশ)
(b) Tripura (ত্রিপুৰা)
(c) Myanmar (ম্যানমাৰ)
(d) Sri Lanka (শ্রীলংকা)

 

37. The most populated tribal, as per population, in Assam is ----------- (জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে ------------------ )

(a) Bodo (বড়োসকল)
(b) Mishing (মিছিংসকল)
(c) Rabha (বাভাসকল)
(d) Karbi (কার্বিসকল)

 

38. The state which produces more than half of India's production of tea is ------------- (ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰা ৰাজ্যখন ------------------)

(a) West Bengal (পশ্চিমবংগ)
(b) Tamil Nadu (তামিলনাডু)
(c) Assam (অসম)
(d) None of these (এটাও নহয়)

 

39. ------------- is second largest sweet water lake in the world ( ------------- বিশ্বৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ)

(a) Victoria (ভিক্টোৰিয়া)
(b) Ural (উৰাল)
(c) Caspian (কাম্পিয়ান)
(d) Nyasa (ন্যাচা)

 

40. The river Ganga flows to ------------- (গংগা নদী বৈ গৈছে -------------)

(a) Bay of Bengal (বংঙ্গোপ সাগৰ)
(b) Arabian Sea (আৰৱ সাগৰ)
(c) Indian Ocean (ভাৰত মহাসাগৰলৈ)
(d) Atlantic Ocean (আটলান্টিক মহাসাগৰলৈ)

 

41. The average height of Pamir Knot is ------------- (পামিৰ গ্রন্থিৰ গড় উচ্চতা -------------)

(a) 4,600 metre (4,600 মিটাৰ)
(b) 4,200 metre (4,200 মিটাৰ)
(c) 2,600 metre (2,600 মিটাৰ)
(d) 5,600 metre (5,600 মিটাৰ)

 

42. Which is the largest continent of the world (পৃথিৱীৰ সবাতোকৈ ডাঙৰ মহাদেশ কোনখন)

(a) Asia (এছিয়া)
(b) Africa (আফ্রিকা)
(c) South America (দক্ষিণ আমেৰিকা)
(d) Europe (ইউৰোপ)

 

43. Which is called 'Roof of the world' ('পৃথিবীব মুধচ' কাক বোলে)

(a) Himalayas (হিমালয়ক)
(b) Mount Everest (এভাবেষ্ট শৃঙ্গক)
(c) Pamir Plateau (পামিব মালভূমিক)
(d) Tibet (তিবৃত্তক)

 

44. What is the largest Lake in the world (পৃথিৱীৰ সবাতোকৈ বৃহৎ হ্রদ কোনটো)

(a) Loktak Lake (লগটক হ্রদ)
(b) Tikitaka Lake (টিকিটাকা হ্রদ)
(c) Caspian Sea (কাম্পিয়ান সাগৰ)
(d) Sambar Lake (চম্বৰ হ্রদ)

 

45. The continent having no permanent settlement is ------------- (স্থায়ী জনবসতি নথকা মহাদেশখন -------------)

(a) Australia (অস্ট্রেলিয়া)
(b) Antarctica (এন্টার্কটিকা)
(c) Europe (ইউৰোপ)
(d) Africa (আফ্রিকা)

 

46. The longest river of Asia is ------------- (এছিয়াৰ দীর্ঘতম নৈখন -------------)

(a) Brahmaputra (ব্রহ্মহ্মপুত্র)
(b) Ob (ওব)
(c) Ganga (গাংগা)
(d) Yangtzekianz (ইয়াংচিকিয়াং)

 

47. Ocenia continent is ------------- in the world (আফ্রিকা পৃথিৱীৰ -------------)

(a) First largest (প্রথম বৃহত্তম)
(b) 2nd largest (দ্বিতীয় বৃহত্তম)
(c) 3rd largest (তৃতীয় বৃহত্তম)
(d) 7th largest (সপ্তম বৃহত্তম)

 

48. The highest peak of Africa is ------------- (আফ্রিকাব সর্বোচ্চ শৃংগ -------------)

(a) Mt Everest (মাউন্ট এভাবেষ্ট)
(b) Mt Konia (মাউন্ট কোনিয়া)
(c) Godwin Austin (গডউইন-অষ্টিন)
(d) Mt Kilimangaro (মাউন্ট কিলিমাঞ্জাৰো)

 

49. The longest river of the World is ------------- (পৃথিবীর দীর্ঘতম নৈখন -------------)

(a) Amazon (আমাজান)
(b) Nile (নীল)
(c) Missisippi (মিছিছিপি)
(d) Brahmaputra (ব্রহ্মপুত্র)

 

50. The height of Mount Everest is ------------- metre (মাউন্ট এভাবেষ্টৰ উচ্চতা ------------- মিটাৰ)

(a) 9,850
(b) 7,850
(c) 8,580
(d) 8,848

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved