Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

D.El.Ed PET Exam GK MCQ Paper - 1

     Get the most important General Knowledge (GK) MCQs for D.El.Ed PET Exam Paper - 1. Practice with free mock tests, topic-wise questions, and answer keys to crack the entrance exam easily. Perfect resource for Assam D.El.Ed 2025 aspirants.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

D.El.Ed PET Exam GK MCQ Paper - 01

 

1. When was the Assam Finance Corporation established - অসম বিত্ত নিগম কেতিয়া স্থাপিত হৈছিল

(a) In 1952 - ১৯৫২ চনত
(b) In 1953 - ১৯৫৩ চনত
(c) In 1954 - ১৯৫৪ চনত
(d) In 1955 - ১৯৫৫ চনত

 

2. What was the main objective of establishing the Assam Finance Corporation - অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি আছিল

(a) Provision of financial assistance to the Government - চৰকাৰক বিত্তীয় সাহায্য প্রদান
(b) Provision of financial assistance to Small and Medium Enterprises - ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহক বিত্তীয় সাহায্য প্রদান
(c) Provision of financial assistance to large enterprises - বৃহৎ উদ্যোগসমূহক বিত সাহায্য প্রদান
(d) To provide loans to State banks - ৰাজ্যৰ বেংকসমূহক ঋণ প্রদান কৰা

 

3. Who was the first tea farmer of Assam - অসমৰ প্ৰথম চাহ খেতিয়কজন কোন

(a) Maniram Dewan - মণিৰাম দেৱান
(b) Pioli Baroua - পিয়লি বৰুৱা
(c) Maniklal Barwa - মাণিকলাল বৰৱা
(d) Gopinath Bardoli - গোপীনাথ বৰদলৈ

 

4. Assam produces the total velvet yarn production in India - ভাৰতবৰ্ষৰ মুঠ মুগা সুতা উৎপাদনৰ অসমে উৎপাদন কৰে

(a) More than 56% - ৫৬% তকৈ অধিক
(b) More than 77% - ৭৭% তকৈ অধিক
(c) More than 89% - ৮৯% তকৈ অধিক
(d) More than 97% - ৯৭% তকৈ অধিক

 

5. When was the first Tea Company formed in Assam - অসমত পোনপ্ৰথমবাৰৰ বাবে চাহ কোম্পানী কেতিয়া গঠন হয়

(a) In 1933 - ১৯৩৩ চনত
(b) In 1939 - ১৯৩৯ চনত
(c) In 1943 - ১৯৪৩ চনত
(d) In 1949 - ১৯৪৯ চনত

 

6. The total number of tea plantations in Assam at present is as follows - অসমত বর্তমানে থকা মুঠ চাহ বাগিচাৰ সংখ্যা হ'ল

(a) Less than 701 - ৭০১ নতকৈ কম
(b) 800 copies - ৮০০ খন
(c) More than 800 - ৮০০ খনতকৈ বেছি
(d) About 50% - প্রায় ৫০%

 

7. It is the oldest oil producing state in India - ভাৰতৰ প্ৰাচীনতম তেল উৎপাদনকাৰী ৰাজ্যখন হৈছে

(a) Nagaland - নাগালেণ্ড
(b) West Bengal - পশ্চিমবংগ
(c) Assam - অসম
(d) Bihar - বিহাৰ

 
8. Which is the newly formed district of Assam (অসমৰ নৱগঠিত জিলাখন হ'ল)
A. Majuli (মাজুলী)
B. Bajali (বজালী)
C. Biswanath (বিশ্বনাথ)
D. Charaideo (চৰাইদেউ)
 
 
9. Which national park was recently declared as the sixth national park of Assam (তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক অলপতে অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষনা কৰিছে)
A. Raimona (ৰাইমনা)
B. Pobitora (পবিতৰা)
C. Orang (ওৰাং)
D. Garampani (গৰমপানী)
 
11. Which language was recently declared as an associate official language of Assam (তলৰ কোনটো ভাষাক অলপতে অসমৰ সহযোগী চৰকাৰী ভাষা হিচাপে ঘোষনা কৰা হৈছে)
A. Bodo (বড়ো)
B. Karbi (সংস্কৃত)
C. Sanskrit (কার্বি)
D. Mising (মিচিং)
 
12. Which award was announced by the Assam Government in 2021 (তলৰ কোনটো সন্মান (পুৰস্কাৰ) ৰ কথা অসম চৰকাৰে ২০২১ চনত ঘোষনা কৰিছে)
A. Asom Shree (অসমশ্রী)
B. Asom Ratna (অসম ৰত্ন)
C. Sankardeva Award (শংকৰদেৱ বঁটা)
D. Sahitya Akademi (D. সাহিত্য একাডেমী)
 
13. In which year did the Dalai Lama visit Kamakhya Temple (দালাই লামাই কিমান চনত কামাখ্যা মন্দিৰ দৰ্শন কৰিছিল)
A. 2001 (২০০১ চনত)
B. 2002 (২০০২ চনত)
C. 2003 (২০০৩ চনত)
D. 2005 (২০০৫ চনত)
 
14. Which literary figure was honored by Joymoti Borthakur (জয়মতী বঁটাৰে সন্মানিত সাহিত্যিকগৰাকী কোন আছিল)
A. Arun Sharma (অৰুণ শর্মা)
B. Jatindra Nath Duwara (যতীন্দ্ৰ নাথ দুৱৰা)
C. Dr. Bhupendra Nath Saikia (ড° ভবেন্দ্র নাথ শইকীয়া)
D. Mamoni Roychowdhury Goswami (মামণি ৰয়ছম গোস্বামী)
 
15. Where was the capital of the Chutiyas (চুতীয়াসকলৰ ৰাজধানী ক'ত আছিল)
A. Dhubri (ধুবুৰী)
B. Sadiya (শদিয়া)
C. Charaideo (চৰাইদেউ)
D. Jorhat (যোৰহাট)
 
16. During the reign of which Chutiya king did the Chutiya Kingdom fall (কোনজন চুতীয়া ৰজাৰ দিনত চুতীয়া ৰাজ্যখনৰ পতন হয়)
A. Nitipal (নীতিপাল)
B. Dhirnarayan (ধীৰনাৰায়ণ)
C. Naranarayan (নৰনাৰায়ণ)
D. Sukapha (চুকাফা)
 
 
17. What is India’s highest sports honor (ভাৰতৰ সৰ্বোচ্চ ক্রীড়া সন্মানটো কি আছিল)
A. Padma Shri (পদ্মশ্রী)
B. Arjuna Award (অর্জুন বঁটা)
C. Rajiv Gandhi Khel Ratna Award (ৰাজীব গান্ধী খেলৰত্ন বঁটা)
D. Military Honor (অসামৰিক সম্মান)

 

18. There are almost all the small and marginal farmers in Assam ------------ people - অসমত প্ৰায় ক্ষুদ্ৰ আৰু উপান্ত শ্ৰেণীৰ কৃষক ------------ লোক

(a) 85 per cent - ৮৫ শতাংশ
(b) 90 per cent - ৯০ শতাংশ
(c) 86 per cent - ৮৬ শতাংশ
(d) 88 percent - ৮৮ শতাংশ

 

19. Assam is divided into total --------------- agro-hydrological zones - অসমক মুঠ --------------- কৃষি জলবায়বীয় অঞ্চলত ভাগ কৰা হৈছে

(a) Five - পাঁচটা
(b) Six - ছয়টা
(c) Seven - সাতটা
(d) Eight - আঠটা

 

20. The main food crop of Assam is - অসমৰ প্ৰধান খাদ্য শস্য হ’ল

(a) Wheat - গম
(b) Rice - ধান
(c) Wheat - ঘেঁহু
(d) Barley - বাৰ্লি

 

 

21. Assam Tea Industry Park is located - অসমৰ চাহ উদ্যোগ পাৰ্ক অৱস্থিত

(a) In Tezpur - তেজপুৰত
(b) In Barpeta - বৰপেটাত
(c) In Shaigaon - ছয়গাঁওত
(d) In Shivsagar - শিৱসাগৰত

 

22. The Border Trade Center of Assam ------------ is located - অসমৰ সীমান্ত বাণিজ্য কেন্দ্ৰ ------------ অৱস্থিত

(a) In Mankachar - মানকাছাৰত
(b) In Nalbari - নলবাৰীত
(c) In Rangia - ৰঙিয়াত
(d) In Tezpur - তেজপুৰত

 

23. They were the first tribe to arrive in Assam - অসমলৈ আগমন ঘটা প্রথমটো জনগোষ্ঠী আছিল

(a) The Ostics - অষ্টিকসকল
(b) The Mongols - মংগোলীয়সকল
(c) The Missing - মিছিংসকল
(d) The Boros - বড়োসকল

 

24. It is the second largest tribe in Assam by population - জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল

(a) Boro - বড়ো
(b) Missing - মিছিং
(c) Karbi - কাৰ্বি
(d) Ravana - ৰাভা

 

25. They are the largest tribe in Assam in terms of population - জনসংখ্যাৰ ফালৰপৰা অসমৰ বৃহৎ জনজাতিটো হৈছে

(a) The Boros - বড়োসকল
(b) The Missing - মিছিংসকল
(c) The Ravas - ৰাভাসকল
(d) The Karbi people - কাৰ্বিসকল

 

26. The Zeme Nagas (Zeme Naga) are found settled in which part of Assam - জেমি নগাসকলে(Zeme Naga) অসমৰ কোন ঠাইত বসতি কৰা দেখা যায়-

(a) In Dima Hasao district - ডিমা হাছাও জিলাত
(b) In the district of Kokrajhar - কোকৰাঝাৰ জিলাত
(c) In the district of Karbi Anglong - কাৰ্বিআংলং জিলাত
(d) In Karimganj district - কৰিমগঞ্জ জিলাত

 

27. The non-tribal people like Kalita, Kaystha, Brahmin etc, presently living in Assam belong to------------- ethnic group - অসমত বৰ্তমান বাস কৰা কলিতা, কায়স্থ, ব্ৰাহ্মণ আদি অজনজাতীয় জাতিৰ লোকসকল------------- জনগোষ্ঠীৰ

(a) Of the Ostic tribe - অষ্টিক জনগোষ্ঠীৰ
(b) Caucasian ethnicity - ক’কেছীয় জনগোষ্ঠীৰ
(c) of the Mongolian people - মংগোলীয় জনগোষ্ঠীৰ
(d) Not one - এটাও নহয়

 

28. They are the people who settled in the Brahmaputra and Barak valleys of Assam and laid the foundation of Vedic civilization and culture - অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বসতি বিস্তাৰ কৰি বৈদিক সভ্যতা আৰু সংস্কৃতিৰ ভেটি স্থাপন কৰা জনগোষ্ঠীটো

(a) The Ostic tribe - অষ্টিক জনগোষ্ঠী
(b) Caucasian people - ক’কেছীয় জনগোষ্ঠী
(c) Mongolian peoples - মংগোলীয় জনগোষ্ঠী
(d) The Ahoms - আহোমসকল

 

29. What is the origin of the Muslims who entered Assam in the early 13th century under the leadership of Muhammad bin Bakhtiar Khiliji (Commander of Qutbuddin) - প্ৰায় ১৩ শতিকাৰ আৰম্ভণিতে মহম্মদ বিন বখ্তিয়াৰ খিলীজি (কুটুবুদ্দিনৰ সেনাপতি) ৰ নেতৃত্বত অসমত প্রবেশ কৰা ইছলাম ধৰ্মাবলম্বী লোকসকল কোন মূলৰ

(a) of Indus-Aryan origin - সিন্ধু-আৰ্য্যমূলৰ
(b) Indus-dabir root - সিন্ধু-দাবিড়মূলৰ
(c) Of Anglo-Aryan origin - ইংগ-আৰ্যমূলৰ
(d) Not one - এটাও নহয়

 

30. In 1228 AD, the Ahom crossed the Patkai Mountains from the Chan Plateau in northern Myanmar to Assam under Kar's leadership - ১২২৮ খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহোমসকল অসমলৈ আহে

(a) Led by Landon - লেংদনৰ নেতৃত্বত
(b) led by Chu-ka-pha - চ্যু-কা-ফাৰ নেতৃত্বত
(c) Under the leadership of Lachit - লাচিতৰ নেতৃত্বত
(d) Not one - এটাও নহয়

 

31. Which religion has the largest population in Assam - জনসংখ্যাৰ হিচাপত অসমত কোন ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি

(a) Muslims - মুছলমান ধৰ্মাৱলম্বী
(b) Hindu - হিন্দু ধৰ্মাৱলম্বী
(c) Christians - খ্ৰীষ্টান ধৰ্মাৱলম্বী
(d) Not one - এটাও নহয়

 

32. There are several types of roads in the road transport system of Assam - অসমৰ পথ পৰিবহণ ব্যৱস্থাৰ ভিতৰত মুঠ কেইপ্ৰকাৰৰ পথ আছে

(a) Seven types - সাত প্রকাৰৰ
(b) There are six types - ছয় প্রকাৰৰ
(c) There are five types - পাঁচ প্রকাৰৰ
(d) There are four types - চাৰি প্রকাৰৰ

 

33. The length of the navigable waterway of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটোৰ দৈঘ্য

(a) 871 km - ৮৭১ কি:মি
(b) 891 km - ৮৯১ কি:মি
(c) 890 km - ৮৯০ কি:মি
(d) 897 km - ৮৯৭ কিমি

 

34. The length of the navigable waterway in Barak - বৰাকৰ নাব্য জলপথটোৰ দৈঘ্য

(a) 271 km - ২৭১ কিমি
(b) 261 km - ২৬১ কিমি
(c) 155 km - ১৫৫ কিমি
(d) 121 km - ১২১ কিমি

 

35. The Navya Waterway was recognized by the Government of India in 2013 as the country's sixth national waterway - ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো

(a) Navigable waterways of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ
(b) Navigable waterways of Barak - বৰাকৰ নাব্য জলপথ
(c) Navigable waterways of the Shovansiri - শোৱণশিৰিৰ নাব্য জলপথ
(d) Not one - এটাও নহয়

 

36. The Navya Waterway was recognized by the Government of India in 1988 as the second national waterway in the country - ভাৰত চৰকাৰে ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিয়া নাব্য জলপথটো

(a) Navigable waterways of the Brahmaputra - ব্ৰহ্মপুত্ৰৰ নাব্য জলপথ
(b) Navigable waterways of Barak - বৰাকৰ নাব্য জলপথ
(c) Navigable waterways of the Shovansiri - শোৱণশিৰিৰ নাব্য জলপথ
(d) Navigable waterways of the Ganges - গংগাৰ নাব্য জলপথ

 

37. It is the oldest oil field in India - ভাৰতৰ আটাইতকৈ পুৰণি তৈলক্ষেত্ৰ

(a) Digboi - ডিগবৈ
(b) Bombay - বোম্বে
(c) Barauni - বাৰাউনি
(d) Duliajan - দুলীয়াজান

 

38. It is the most widely cultivated paddy in Assam - অসমত বিস্বৃতভাৱে কৰা ধান খেতিবিধ হ’ল

(a) ASU rice - আছু ধান
(b) Rice - শালি ধান
(c) Boro rice - বড়ো ধান
(d) Not one - এটাও নহয়

 

39. How many NHs pass through Assam - অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে

(a) 12 - ১২টা
(b) 15 - ১৫ টা
(c) 17 - ১৭টা
(d) 18 - ১৮টা

 

40. The name of the state that connects the North East of India to the Indian subcontinent - ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক ভাৰত ভূ-খণ্ডৰ সংযোগ কৰা ৰাজ্যখনৰ নাম হ’ল

(a) Mizoram - মিজোৰাম
(b) Tripura - ত্ৰিপুৰা
(c) Assam - অসম
(d) Arunachal Pradesh - অৰুণাচল প্রৰদেশ

 

41. It is said to be the gateway to the Northeast - উউত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়

(a) Assam - অসমক
(b) Tripura - ত্ৰিপুৰক
(c) Arunachal Pradesh - অৰুণাচল প্ৰদেশক
(d) Mizoram - মিজোৰামক

 

42. India covers 2.4 per cent of the total area of Atika - ভাৰতৰৰ মুঠ আটিকালিৰ ২.৪ শতাংশ আগুৰি আছে

(a) Meghalaya - মেঘালয়
(b) Assam - অসম
(c) Mizoram - মিজোৰাম
(d) The State of Tripura - ত্ৰিপুৰা ৰাজ্য

 

43. What is the average distance of Sun from the Earth? (পৃথিৱীৰ পৰা সূৰ্য্যৰ গড় দূৰত্বকিমান?)

(a) 14.95 crore km (১৪.৯৫ কোটি কিলোমিটাৰ)
(b) 14.96 crore km (১৪.৯৬ কোটি কিলোমিটাৰ)
(c) 14.90 crore km (১৪.৯০ কোটি কিলোমিটাৰ)
(d) 14.91 crore km (১৪.৯১ কোটি কিলোমিটাৰ)

 

44. What is the world's coldest place (পৃথিৱীৰ শীতলতম ঠাইখনৰ নাম কি)

(a) Vostok Station (ভোছষ্টক ষ্টেচন)
(b) Snag, Yukon Territory (শেক, ইউকন টেবিটৰি)
(c) North Ice, Greenland (নর্ট আইছ, গ্রিলেও)
(d) Oymyakon, Russia (অয়োমাইকন, ৰাছিয়া)

 

45. What is the brightest star of the space (মহাকাশৰ আটাইতকৈ উজ্জ্বল নক্ষত্রটো কি)

(a) Proxima centauri (প্রক্সিমা চেন্টাউৰী)
(b) Sun (সূর্য্য)
(c) Cirius (চিৰিয়াছ)
(d) Alpha centauri (আলফা চেন্টাউৰী)

 

46. Which of the following two planets do not have any satellite (তলৰ কোন দুটা গ্রহব উপগ্রহ নাই)

(a) Venus and Mars (শুক্র আৰু মঙ্গল)
(b) Marcury and Mars (বুধ আৰু মঙ্গল)
(c) Mercury and Venus (বুধ আৰু শুক্র)
(d) Venus and Neptune (শুক্র আৰু নেপচুন)

 

47. Which of the following planet is nearest to the Earth (তলৰ কোনটো গ্রহ পৃথিৱীৰ আটাইতকৈ ওচৰতে আছে)

(a) Jupiter (বৃহস্পতি)
(b) Venus (শুক্র)
(c) Marcury (বুধ)
(d) Mars (মঙ্গল)

 

48. Which of the following planet has four satellite as discovered by Galilleo (মহান বিজ্ঞানী গেলিলিওবে তলৰ কোনটো গ্রহব উপগ্রহ চাবিটা আবিষ্কাৰ কৰিছিল)

(a) Saturn (শনি)
(b) Jupiter (বৃহস্পতি)
(c) Neptune (নেপচুন)
(d) Uranus (ইউবেনাছ)

 

49. In which month is the distance between Earth and the Sun less (সূর্য আৰু পৃথিৱীৰ মাজৰ দূৰত্ব বছৰৰ কোন মাহত কম হয়)

(a) January (জানুৱাৰী)
(b) June (জুন)
(c) March (মার্চ)
(d) September (ছেপ্তেম্বৰ)

 

50. What is the shortest day of the year (বছৰব আটাইতকৈ চুটি দিন কোনটো)

(a) 1st January (১ জানুৱাৰী)
(b) 23rd September (২৩ ছেপ্তেম্বৰ)
(c) 21st March (২১ মার্চ)
(d) 22nd December (২২ ডিচেম্বৰ)

 

Author of the Post
Jahidul Islam
CEO : Jahidul Islam (Moina)
M.sc, D.El.ED & B.Ed
Assamtetacademy@gmail.com
 
 

 

Study Materials (AssamTET.com)

Assam TET-LP Assam TET-UP CTET-Paper 1
CTET-Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class-10
Assam TET-GT Assam TET-PGT NEET (UG)
Class 12-Arts Class 12-sceince Class 12-Commerce
B.Ed Entrance

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved