Assam TET LP Syllabus 2024 pdf download

FaceBook Channel Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

Subject Question Marks
Child development and pedagogy 30 30
Language I (Assamese) 30 30
Language I (English) 30 30
Mathematics 30 30
Environmental studies 30 30
Total 150 150

 

Youtube Channel List

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

Child Development & Pedagogy

  • Factors influencing child development
  • Dimensions of child development
  • Adolescence
  • Process of learning
  • Theories of learning
  • Process of children form a diverse context
  • Organizing teaching
  • Classroom management
  • Concept of child-centered teaching and competency-based teaching
  • Evaluation
  • Individual differences
  • Personality
  • Common behavioral problems of children
  • Adjustment

 

English

A. Grammar and Usage (Marks 18)

1. Tenses
2. Voice
3. Determiners
4. Verbs
5. Adverbs
6. Prepositions
7. Narration
8. Clauses
9. Sentences-Simple, Complex, Compound
10. Phrases and Idioms
11. Transformation of Sentences/Words
12. Question tags
13. Punctuation
14. Comparatives
15. Contracted forms
16. Numbers

B. Composition (Marks 6)

1. Letter writing (formal and informal)
2. Precis writing
3. Paragraph writing
4. Report writing
5. Poster writing
6. Vocabulary- Antonyms, Synonyms and Spellings

C. Pedagogy (Marks 6)

  1. Listening, Speaking, Reading, Writing
    2. Approaches, Methods and Techniques of Teaching English
    3. Teaching of structures and vocabulary
    4. Teaching-Learning Materials in English
    5. Lesson Plan
    6. Curriculum and Textbooks-Need & importance

 
Study Meterials
Assam TET LP Assam TET UP CTET Paper I
Grade III Grade IV Assam Police
 D.El.Ed Class - X  দশম শ্ৰেণী 

 

 

Assamese

১. অসমীয়া ভাষাৰ জন্ম, ক্ৰমবিকাশ আৰু উপভাষা সম্পর্কে সাধাৰণ ধাৰণা।
২. অসমীয়া সাহিত্যৰ প্ৰথিতযশা সাহিত্যিক যেনে –
   i. শ্রীমন্ত শংকৰদেৱ,
   ii. মাধবদের,
   iii. লক্ষ্মীনাথ বেজবৰুৱা
   iv. পদ্মনাথ গোহাঞিবৰুৱা,
   v. চন্দ্ৰকুমাৰ আগৰৱালা,
   vi হেম বৰুৱা,
   vii. ভবেন্দ্ৰনাথ শ‍ইকীয়া আৰু
   viii. নিৰ্মলপ্ৰভ বৰদলৈৰ বিষয়ে সাধাৰণ ধাৰণা।
৩. অসমীয়া ভাষাৰ স্বৰ বৰ্ণমালা আৰু ব্যঞ্জন বর্ণমালা সম্পর্কে ধাৰণা।
৪. পত্ববিধি আৰু যত্নবিধি সম্পর্কে সম্যক ধাৰণা।
৫. অসমীয়া সন্ধি সম্পর্কে প্রাথমিক ধাৰণা।
৬. জতুৱা ঠাঁচ আৰু খণ্ডবাক্যৰ প্ৰয়োগ সম্পৰ্কে ধাৰণা।
৭. সম্বন্ধবাচক পুরুষবিভক্তি (মোৰ মা, তোমাৰ মাৰা, তেওঁৰ মাক)।
৮. বিভক্তি, লিংগ, বচন, নির্দিষ্টবাচক প্রত্যয় আদি সম্পৰ্কে সুস্পষ্ট ধাৰণা।
৯. মাতৃভাষা শিক্ষণৰ উদ্দেশ্য আৰু লক্ষ্য সম্পর্কে ধাৰণা।
১০. ভাষা শিকনৰ মূল চাৰিটা কৌশল, যেনে- শ্রবণ, কথন, পঠন আৰু লিখন সম্পর্কে বিতংকৈ জনা।

 

Mathematics

i. Numbers (সংখ্যা) : Natural numbers, Whole numbers, Even and Odd numbers, Prime and Composite numbers, Place value system (Indian and International). Four fundamental operations on numbers, (Addition, Subtraction, Multiplication and Division), Factors and Multiples, Prime Factors, Lowest Common Multiples (LCM), Highest Common Factors (HCF), Skip counting. Group counting, Comparison, Ascending and Descending Order, Application of numbers in real life, Unitary method and Average ( স্বাভাৱিক সংখ্যা, অখণ্ড সংখ্যা, যুগ্ম আৰু অযুগ্ম সংখ্যা, মৌলিক আৰু যৌগিক সংখ্যা, স্থানীয় মান (ভাৰতীয় আৰু আন্তর্জাতিক) যোগ, বিয়োগ, পূৰণ, হৰণ, লঘিষ্ঠ সাধাৰণ গুণিতক, গৰিষ্ঠ সাধাৰণ গুণিতক, বাদ দি কৰা গণনা, দলগত গণনা, তুলনা, ঊর্ধ্বমুখী গণনা আৰু নিম্নমুখী গণনা, বাস্তৱ জীৱনত সংখ্যাৰ প্ৰয়োগ, ঐকিক নিয়ম আৰু গড়।)

 

ii. Fractions (ভগ্নাংশ): Concept of Fractions, Types of Fractions, Addition, Subtraction, Multiplication and Division of Fractions. Decimal Fractions, Percentage and their use. ( ভগ্নাংশৰ ধাৰণা, ভগ্নাংশৰ ধৰণ, যোগ, বিয়োগ, পূৰণ আৰু হৰণ, দশমিক ভগ্নাংশ, শতাংশ আৰু তাৰ ব্যৱহাৰ।)

 

iii. Money (টকা-পইচা ) : Concept of Money, Conversion of Rupees to Paise and vice versa. Four operations in solving problems involving money. Simple problems involving Profit and Loss ( টকা-পইচাৰ ধাৰণা টকাৰ পৰা পইচালৈ সালসলনি আদি, টকা-পইচা, লাভ- লোকচানৰ সৈতে থকা সমস্যা সমাধানত যোগ, বিয়োগ, পূৰণ আৰু হৰণৰ প্ৰয়োগ।)

 

iv. Geometry (জ্যামিতি) : Concept and understanding of different shapes, Line, Line Segment, Ray, Angles, Types of Angles, Types of Triangles, Types of Quadrilaterals, Circles ( পৃথক পৃথক আকৃতিৰ ধাৰণা আৰু জ্ঞান, ৰেখা, ৰেখাখণ্ড, ৰশ্মি, কোণ, কোণৰ ধৰণ, ত্ৰিভুজৰ ধৰণ, চতুৰ্ভূজৰ ধৰণ, বৃত্ত।)

 

v. Mensuration : Length, Perimeter and Area of different Geometrical figures, Weight, Time, Capacity and Volume (কালি নির্ণয়: দৈর্ঘ্য, বিভিন্ন জ্যামিতিক আকাৰৰ কালি আৰু পৰিসীমা নির্ণয়, ওজন, সময়, আয়তন। আৰু আয়তন নির্ণয়।)

 

vi. Data Handling (তথ্যৰ ব্যৱহাৰ) : Introduction to Data, Representation of Data, Picto Graph, Bar Diagram and Draw Inferences. ( পৰিসংখ্যা, পৰিচিতি, পৰিসংখ্যা চিত্র, পিগ্রাফিক্‌হ, দণ্ডচিত্ৰ আৰু ড্ৰ ইনফাৰেন্সছ। Patterns: Simple patterns in shapes, numbers, identifies patterns in Square Numbers, Triangular Numbers, Relate Sequence of different numbers (ধৰণ : আকৃতি, সংখ্যা, বর্গসংখ্যা, ত্ৰিভুজ আকাৰ সংখ্যা আৰু অন্যান্য ধাৰণা।


 

Environmental Studies

1. Our surroundings (আমাৰ পাৰিপাৰ্শ্বিক ) : Natural environment and social environment, family, neighborhood (Social Institutions), culture and tradition, life style, interrelation and interdependence and social Issues – illiteracy, gender discrimination. ( প্রাকৃতিক আৰু সামাজিক পৰিৱেশ পৰিয়াল, চুবুৰীয়া (সামাজিক সংস্থা), সংস্কৃতি আৰু পৰম্পৰা, জীৱনশৈলী, আন্তঃসম্পৰ্ক আৰু আন্তঃ নিৰ্ভৰশীলতা আৰু সামাজিক সমস্যা (ইচ্ছা) অসাৰতা, লিংগ বৈষম্যতা)

 

2. Environmental factors (পৰিবেশগত কাৰক ) : Climate, Topographic and Biotic. ( জলবায়ু, জৈবিক আৰু পৰিৱেশ গাঁথনি)

 

3. Our needs ( আমাৰ প্ৰয়োজনীয়তা ): Air, water, soil, food, shelter, clothes, ( পানী, বায়ু, মাটি, খাদ্য, বাসস্থান, কাপোৰ)

 

4. Air ( বায়ু ): Importance of air, composition of air, air pollution causes, impact and measures to prevent, Greenhouse effect ( বায়ুৰ গুৰুত্ব, বায়ুৰ গঠন, বায়ু প্ৰদুষণ কাৰণ, প্ৰভাৱ আৰু বাৰু প্ৰদুষণ ৰোধৰ উপায়, সেউজ গৃহৰ প্রভাব)

 

5. Food ( খাদ্য ): Types of food, balance diet, storage of food, deficiency disease, animal fodder (খাদ্যৰ ভাগ, সুষম আহাৰ, খাদ্য সংরক্ষণ, খাদ্য অভাৱত হোৱা ৰোগ, পশু খাদ্য)

 

6. Biodiversity and its conservation ( জৈৱ-বৈচিত্ৰতা আৰু ইয়াৰ সংৰক্ষণ ): Value of biodiversity, global biodiversity, threat to biodiversity, conservation of biodiversity (জৈৱ-বৈচিত্ৰতাৰ মূলা, গোলকীয় জৈৱ-বৈচিত্র্যতা, জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি অহা ভাবুকি, জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণ)

 

7. Water (পানী) : Importance of water, sources of water, water resources, water pollution – its impact and measures to prevent, conservation and recycling of water. ( পানীৰ গুৰুত্ব, পানীৰ উৎস, জলসম্পদ, পানী প্ৰদূষণ — ইয়াৰ প্ৰভাৱ আৰু প্ৰতিৰোধৰ উপায়, সংৰক্ষণ আৰু পানীৰ পুনৰ ব্যৱহাৰকৰণ (ৰিচাইকল))

 

8. Soil (মাটি) : Importance of soil. types of soil, soil formation, soll erosion, soil pollution its impact and measures to prevent ( মাটিৰ গুৰুত্ব, মাটিৰ প্ৰকৃতি, ভূমিৰ গঠন, ভূমিৰ খহনীয়া, ভূমিৰ প্ৰদুষণ — ইয়াৰ প্ৰভাৱ আৰু প্ৰতিৰোধৰ উপায়)

 

9. Environmental characteristics of Assam and North East India (অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰিবেশগত বৈশিষ্ট্যসমূহ) : Ward, village, District, Autonomous Council, Country and States Hills and plains, rivers and wetlands, flora and fauna-endangered and rare species, National parks Wildlife sanctuary: Tiger projects ( বার্ড, গাঁও, জিলা, স্বায়ত্তশাসিত পৰিষদ, দেশ আৰু ৰাজ্য- পাহাৰীয়া আৰু সমতল, নদী আৰু সিক্ত অঞ্চল (জলাশয়), প্রাণী আৰু উদ্ভিদ-বিপদাপন্ন আৰু বিৰল প্ৰজাতি, ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্রাণী অভয়াৰণ্য, ব্যাঘ্র প্রকল্পসমূহ)

 

10. Environmental problem of Assam (অসমৰ পৰিবেশৰ সমস্যা) : Flood, soil, erosion, earthquake, deforestation, population explosion. ( বান, ভূমি, খহনীয়া, ভূমিকম্প, বনাঞ্চল ধ্বংস, জনবিস্ফোৰণ)

 

11. Disposal of household wastes (গৃহত সৃষ্ট আবর্জনা নিষ্কাশন) : Recycling, reuse. ( পুনৰ ব্যৱহাৰৰ আৰু পুনৰ ব্যৱহাৰৰ উপযোগীকৰণ (ৰিচাইকল))

 

12. Environment protection (পৰিৱেশ সুৰক্ষা) : Constitutional provision, Protection acts, Role of individuals, Local bodies, NGOs and Government ( সাংবিধানিক বিধি, সুৰক্ষা প্ৰদান আইন, ব্যক্তি ভূমিকা, স্থানীয় নিকায়, বেচৰকাৰী সংগঠন (এন জি অ’) আৰু চৰকাৰ)

 

Share this post

Follow us on

Recent Posts

Important links

Contact Information

Office Address:

Bechimari, Darrang, Assam 784514

Email: assamtet2112@gmail.com

Phone: 7002481823

Follow Us

Copyright © 2024 Assam TET | All rights reserved