Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 5

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 5

1. সোধন বা প্রশ্ন কৰা কার্য মূলতঃ মৌখিক জ্ঞাপন প্রক্রিয়াৰ এটা বিশিষ্ট উপায় - এই কথাযাৰ

  • অশুদ্ধ
  • অনির্ণেয়ক
  • ভিত্তিহীন
  • শুদ্ধ

 

2. শিকোৱা প্রক্রিয়াত ব্যৱহাৰ হোৱা সঁজুলিসমূহ হৈছে

  • দেখাৰ সঁজুলি আৰু শুনাৰ সঁজুলি
  • বৃত্তিগত সঁজুলি
  • পৰিকল্পিত সঁজুলি আৰু অপৰিকল্পিত সঁজুলি
  • নৱ - নির্মিত ব্যয়বহুল অভিজাত সঁজুলি

 

3. মানুহৰ সামগ্রিক জ্ঞানক তিনিটা বিশেষ ক্ষেত্রত বিভাজিত কৰা হৈছে

  • সঁচা
  • অর্ধসত্য
  • মিছা
  • পৰিবেশৰ ওপৰত নির্ভৰশীল

 

4. মানুহৰ বোধ আর্জন প্ৰক্ৰিয়াটোৰ বিকাশৰ কাৰণে মাতৃভাষা মাতৃদুগ্ধৰ সমানেই গুৰুত্বপূর্ণ।” এই উক্তিটো কাৰ (Dec 2018)

  • বাজর্ষি টগুন
  • বয়বার্ন
  • মহাত্মা গান্ধী
  • বিবেকানন্দ

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. ছাত্র - ছাত্রীসকলক সিহঁতৰ ভালকৈ দখল নথকা ভাষা এটাৰ মাধ্যমেৰে যদি শিক্ষাদান কৰা হয়, তেনেহ'লে (Dec 2018)

  • প্রকৃত মনোযোগ সম্ভৱ নহ'ব
  • ছাত্র-ছাত্রীব নুবুজাকৈ মুখস্থ কৰা অভ্যাস গড় ল'ব
  • অধ্যয়নৰ প্ৰতি কচি হেৰুৱাৰ
  • ওপৰৰ আটাইকেইটা

 

6. ছাত্র - ছাত্রীসকলে ধাৰণাৰ মস্তিষ্কমন্থন কৰে, চিজিল বা থান্বিত লগায়, খচৰা প্ৰস্তুত কৰে সম্পাদনা কৰে আৰু তেওঁলোকৰ কামৰ পুনৰীক্ষণ কৰে, উদ্ধৃত প্ৰক্ৰিয়াটোৱে তলত দিয়া কোনটো দক্ষতা প্রতিফলিত কৰে (Aug 2023)

  • পঠন দক্ষতা
  • কথন দক্ষতা
  • লিখন দক্ষতা
  • শ্ৰৱণ দক্ষতা

 

7. শিকশৰ উপায়সমূহ হৈছে

  • 'ক' শ্রেণীৰ উপায়, 'খ' শ্রেণীৰ উপায় আৰু 'গ' শ্রেণীৰ উপায়
  • প্রথম শ্রেণীৰ উপায় আৰু দ্বিতীয় শ্রেণীৰ উপায়
  • অপ্রাথমিক বৃত্তিগত শিকণ আৰু আমৃত্যু শিকণ
  • পৰিস্থিতি সাপেক্ষে ওপৰৰ তিনিওটা শুদ্ধ

 

8. প্রখ্যাত শিক্ষা দার্শনিক কমেনিয়াচে আদিতে শিকোৱা প্রক্রিয়াৰ সূত্র হিচাপে জনাৰ পৰা নজনালৈ অগ্রসৰ হোৱা সূত্ৰৰ পৃষ্ঠপোষকতা কৰিছিল

  • সঁচা
  • আংশিকভাবে সঁচা
  • মিছা
  • অনির্ধাৰিত

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. শিকোৱা কাৰ্যৰ ক্ষেত্ৰত অকল বিষয়বস্তুৰ জ্ঞানেই শিক্ষকক কৃতকার্য শিক্ষা প্রদানত সহায় নকৰে

  • সঁচা
  • মিছা
  • শিক্ষকৰ প্রয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰিব
  • শিক্ষকৰ শিক্ষাদান পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰিব

 

10. শ্রেণীকোঠাত পড়ুৱাৰ সময়ত ছাত্র - ছাত্রীয়ে ভাষা সন্দর্ভত কঠিন প্রশ্ন আৰু সংশয়ৰ অৱতাৰণা কৰিছে। এনে পৰিস্থিতিত তুমি কি কৰিবা (Dec 2018)

  • তুমি প্রস্তুত হৈ যাবা আৰু ছাত্র-ছাত্রীসকলৰ সংশয় দূৰ কৰি সিহঁতৰ প্ৰশ্নবোৰৰ উত্তৰ লগে লগেই দি দিবা
  • ছাত্র-ছাত্রীসকলৰ সংশয় আৰু প্রশ্নসমূহ টুকি বাখি পাছ দিনা সেইবোৰৰ উত্তৰ দিবা
  • ছাত্র-ছাত্রীসকলক কিতাপৰ পৰা পঢ়ি ল'বলৈ কৈ সিহঁতৰ সংশয় আৰু প্ৰশ্নবোৰ পাছত তোমাৰ সৈতে আলোচনা কৰিবলৈ ক'বা
  • অনুশাসন বর্তাই ৰাখিবৰ কাৰণে এনেদৰে সংশয় প্রকাশ কৰা আৰু কঠিন প্রশ্ন কৰা ছাত্র-ছাত্রীক ভর্ৎসনা কৰিবা

 

11. আমাৰ আচৰণৰ পৰিণতি স্বৰূপে পৰৱৰ্তী আচৰণৰ যিকোনো পৰিবর্তনেই হৈছে শিক্ষন - এই মতাদর্শ হ'ল

  • পেডলভৰ
  • ৰুছোৰ
  • গিলফোর্ডৰ
  • ৰাইবার্ণৰ

 

12. জ'নলক হ'ল এগৰাকী

  • ইংৰাজ শিক্ষা দার্শনিক
  • সাহিত্য গৱেষক
  • পেৰিছ প্রব্রজক
  • ন'বেল বঁটাৰ উদ্ভাৱক

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. পঠন শিকনৰ ক্ষেত্ৰত এটা ডাঙৰ প্রত্যাহ্বান হৈছে মটিভেচন আৰু ভাল শিশু সাহিত্যৰ সন্ধান কৰাটো। এই প্রত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ (Jan 2024)

  • শিক্ষকে শিক্ষার্থীক দৈনিক এখন কিতাপ পঢ়িবলৈ অনুপ্রাণিত কৰিব লাগে
  • অভিভাবকক ঘৰতে এটা সৰু পুথিভঁৰাল স্থাপন কৰিবলৈ উৎসাহ যোগাব লাগে
  • শিশুক অনুপ্ৰেৰণা যোগোৱাৰ লগতে তেওঁলোকক পঠনৰ প্রতি আকৃষ্ট কৰিবলৈ সহজতে পোৱা শিশুসাহিত্যৰ সহায় ল'ব লাগে
  • বিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলক কিতাপৰ প্রতি আগ্রহ বঢ়াবৰ বাবে গ্রন্থমেলালৈ লৈ যাব লাগে

 

14. তলত দিয়া কোনটোত শিক্ষণৰ উচ্চ নির্দেশ জড়িত আছে

  • অবিৰত শিক্ষণ
  • নির্দেশ শিক্ষণ
  • সমস্যা সমাধানৰ শিক্ষণ
  • উদ্দীপক আৰু প্রতিক্রিয়া শিক্ষণ

 

15. সর্বপ্রথমে শিক্ষাদানত সঁজুলি ব্যৱহাৰত গুৰুত্ব দিছিল

  • জেমচ্
  • ৰুছো
  • পেভল্ভ
  • ডি. এৰাচমাচ্

 

16. শিক্ষাদান এনে এটা প্রক্রিয়া যিটো

  • বক্তৃতাধর্মী
  • প্রতীকধর্মী
  • সহধর্মী
  • উদ্দেশ্যধর্মী

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. উদ্দীপক আৰু প্রতিক্রিয়াত জড়িত হৈ থাকে

  • সামগ্রিকতাবাদ
  • স্বতঃক্রিয়ামূলক অনুবন্ধন
  • প্রতিক্রিয়ামূলক অনুবন্ধন
  • ওপৰৰ তিনিওটা

 

18. প্রাথমিক স্তৰত পঠন দক্ষতা মূল্যায়নৰ বাবে শিক্ষকে অধিক মনোনিবেশ কৰিব লাগে (Jan 2024)

  • বর্ণমালাৰ আখৰবোৰ চিনাক্ত কৰা
  • যতি চিনবোৰৰ ব্যৱহাৰ
  • সঠিক গতিত পড়া
  • বুজি লৈ পঢ়া

 

19. এটা পাঠ আৰম্ভ কৰাৰ পূৰ্বে শিক্ষকে শিক্ষার্থীসকলক কেইবাটাও গোটত ভাগ কৰি দিলে আৰু তেওঁলোকে পঢ়া এটা বাতৰিকাকতৰ বাতৰিৰ বিষয়ে আলোচনা কৰিবলৈ দিলে। এই ধৰণৰ কথন অভ্যাস হৈছে (Jan 2024)

  • সাৱলীল কথন অভ্যাস
  • নির্দেশিত কথন অভ্যাস
  • নিয়ন্ত্রিত কথন অভ্যাস
  • সক্রিয় শ্রৱণ

 

20. মেধাবী ছাত্র-ছাত্রীৰ উচ্চাৰণ আৰু শব্দ-সম্ভাব বেছি ভাল হয়। কথাষাৰ কোনে কৈছিল (Dec 2018)

  • টার্মান
  • ফিশ্বাব
  • থাম্বা
  • ওপৰৰ আটাইকেইজনে

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত উল্লেখ কৰা কোনটো পৰীক্ষাৰ দ্বাৰা শিক্ষকে শিকাৰৰ দুৰ্বল প্রদর্শন ধৰা পেলাব পাৰে (July 2019)

  • দক্ষতা পৰীক্ষা
  • হেতু নির্ণয় পৰীক্ষা
  • সাফল্য পৰীক্ষা
  • সাৰাংশ পৰীক্ষা

 

22. মূল্যায়নে কাক প্রেৰণা বা উদ্দীপনা যোগায়

  • শিক্ষার্থী আৰু শিক্ষকক
  • কেবল শিক্ষার্থীক
  • কেৱল শিক্ষকক
  • কেৱল অভিভাৱকক

 

23. Education শব্দটো কোনটো ভাষাৰ পৰা উৎপত্তি হৈছে

  • গ্রীক
  • ইংৰাজী
  • লেটিন
  • সংস্কৃত

 

24. আধুনিক শিক্ষাৰ পাঠ্যক্রম হ'ল

  • শিক্ষক কেন্দ্রিক
  • অভিভাৱক কেন্দ্রিক
  • শিশু কেন্দ্রিক
  • বিদ্যালয় কেন্দ্রিক

 

MCQs of CTET Assamese, Paper II

    Multiple-choice questions (MCQs) are a significant part of the CTET Assamese Paper 2. Practicing MCQs helps in enhancing your problem-solving skills and quick thinking. Here’s how to effectively practice MCQs:

  • Regular Practice : Daily practice of MCQs can help in familiarizing yourself with different types of questions.
  • Analyze Mistakes : Review incorrect answers to understand where you went wrong and to avoid making similar mistakes in the future.
CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

25. মানসিক স্বাস্থ্যবিজ্ঞানৰ জন্মদাতা হ'ল

  • ডব্লিউ বিয়াৰ
  • ফ্রয়েড
  • ৰুছো
  • পেভলভ

 

26. ষষ্ঠ মানৰ ভাষাৰ শিক্ষক এগৰাকীয়ে ভাষাৰ পৰীক্ষা লোৱাৰ পাছত লক্ষ্য কৰিলে যে ছাত্র- ছাত্রীয়ে ভাল ফল দেখুৱাব পৰা নাই। সেয়েহে শিক্ষক গৰাকীয়ে আন এটা পৰীক্ষা পাতিছে। এই ক্ষেত্ৰত পৰীক্ষাটোত কোৱা হ'ব  (July 2019)

  • গঠনমূলক পৰীক্ষা
  • সাৰাংশ পৰীক্ষা
  • হেতু নির্ণয় পৰীক্ষা
  • ক্রমবর্ধনশীল পৰীক্ষা

 

27. তাবান শিক্ষক এগৰাকীয়ে শ্রেণীকোঠাত পটুউৱাৰ পাছত তেঁওৰ টোকাবহীত লিখিছে- ছাত্র - ছাত্রীবোৰে ভাষাৰ খেল উপভোগ কৰিছে আৰু খেলত সক্রিয়ভাবে অংশগ্রহণ কৰিছে। কিন্তু গোট নং ৬ ব্রে উপযুক্ত ফলাফল দেখুৱাব পৰা নাই। শিক্ষকগৰাকীৰ এই টোকাটো হৈছে (July 2019)

  • মূল্যায়ন
  • ক্ষুদ্র কাহিনী লিখন
  • প্রতিফলিত চিন্তা
  • লক্ষ্যকৰণ

 

CTET Questions Paper 1 & 2

CTET Dec 2018 Download
CTET July 2019 Download
CTET Dec 2019 Download
CTET Jan 2021 Download
CTET Dec 2021 Download
CTET Dec 2022 Download
CTET Aug 2023 Download
CTET Jan 2024 Download
CTET July 2024 Download
CTET Jan 2025 Download

 

28. ভাষাৰ সমাবেশী বা সামগ্রিক শ্রেণী কোঠাত (inclusive classroom) এটাত পঢ়ুবাওতে শিক্ষকগৰাকীয়ে কি কৰা উচিত (Jan 2021)

  • মেধাবী ছাত্র - ছাত্রীবোৰক দুর্বল ছাত্র - ছাত্রীবোৰক সহায় কৰিবলৈ কোৱা উচিত
  • শিক্ষনৰ বিভিন্ন কৌশল ব্যৱহাৰ কৰি ছাত্র - ছাত্রীবোৰক সহায় কৰা উচিত
  • বিভিন্ন ছাত্র - ছাত্রীবোৰৰ কাৰণে অধ্যক্ষক বিশেষ শিক্ষাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰা উচিত
  • ছাত্র - ছাত্রীবোৰে যাতে শান্ত - শিষ্টকৈ বিদ্যালয়ত ছঘন্টা কটায়, সেইটো নিশ্চিন্ত কৰা উচিত

 

29. প্রত্যেক ভাষাৰে নিজৰ নিজৰ ব্যাকৰণ থাকে আৰু এই ব্যাকৰণ (Jan 2021)

  • নিয়মৰ দ্বাৰা নিয়ন্ত্রিত হয়
  • ৰাজ্যৰ দ্বাৰা নিয়ন্ত্রিত হয়
  • কেন্দ্ৰৰ দ্বাৰা নিয়ন্ত্রিত হয়
  • লিপিৰ দ্বাৰা নিয়ন্ত্রিত হয়

 

30. ত্রিভাষা সূত্র অনুসৰি তৃতীয় ভাষা (Jan 2021)

  • গোটেই দেশতে একেই
  • কেৱল সংস্কৃত
  • হিন্দী কোৱা আৰু হিন্দী নোকোৱা ৰাজ্যবোৰৰ কাৰণে বেলেগ বেলেগ
  • কেৱল বিদেশী ভাষা

 

Previous .......     4      5      6       ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved