Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 17

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

CTET Assamese MCQ with Detailed Answers, Part 17

1. প্রশস্ত পঠন বুলিলে বুজায়

  • অপৰিচিত শব্দৰ অৰ্থ অনুমান কৰা
  • বিষয়বস্তুৰ ওপৰত সাধাৰণ জ্ঞান লাভৰ বাবে আৰু পঠন আনন্দ লাভৰ বাবে পঢ়া
  • অন্তর্নিহিত কেন্দ্রীয় ভাব উপলব্ধিৰ কাৰণে পঢ়া
  • পাঠ্য বিষয়ৰ সর্বাত্মৰ তথ্যৰ বিষয়ে ভবিষ্যৎ বাণী কৰা

 

2. সামগ্রিক বা সমাবেশী শ্রেণী (inclusive class) এটাত শিশুবোৰে সাধাৰণতে কিহত ভুল কৰে (Dec 2018)

  • পঠনত
  • লিখনত
  • কথনত
  • ওপৰৰ আটাইকেইটাত

 

3. Persona মানে হ'ল

  • মুখা
  • হাড়
  • ভৰি
  • লিংগ

 

4. তলৰ কোনটো কার্যকৰী ব্যাকৰণ শিকনৰ ক্ষেত্রত প্রযোজ্য নহয় (Jan 2024)

  • যথার্থ যোগাযোগ উপস্থাপন
  • ব্যাকৰণৰ প্ৰাসংগিক নিয়মবোৰ উদ্ধাৰ কৰা
  • যোগাযোগৰ বাবে অভ্যাস কৰোৱা
  • নিয়মবোৰ মনত ৰাখি ব্যাকৰণ শিক্ষা

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. অধোমুখী (Top-down) অভিগমৰ অৰ্থ হৈছে। 'সামগ্রিক অর্থ সামৰি লোৱা । এতিয়া, উর্দ্ধমুখী (Bottom-up) অভিগমৰ অৰ্থ হৈছে (Aug 2023)

  • চমু উত্তৰৰ প্ৰশ্ন সোধাত গুৰুত্ব দিয়া
  • পাঠটোৰ সাৰমৰ্মত গুৰুত্ব দিয়া আৰু ধাৰণৰ আহৰণ কৰাত গুৰুত্ব দিয়া
  • পূর্ব - পঠনত গুৰুত্ব দিয়া
  • পাঠটোৰ শব্দ আৰু বাক্যাংশবোৰত গুৰুত্ব দিয়া

 

6. এগৰাকী শিক্ষকে ছবি এখনত থকা চাৰিবিধ বাদ্যযন্ত্র ছাত্র-ছাত্রীক দেখুৱাইছে আৰু কিয় সেইবোৰ বেলেগ বেলেগ সংগীতৰ ক্ষেত্ৰত ব্যৱহাৰ হয় সেয়া আলোচনা কৰিছে। তলত দিয়া কোনটো বৌধিক বা বোধ দক্ষতা (cognitive skill) শিক্ষকজনৰ এই কাৰ্যটোৰ অন্তৰ্গত (Aug 2023)

  • বিশ্লেষণ কৰা
  • সৃজন কৰা বা ৰচনা কৰা
  • যুক্তি দর্শন বা বিচাৰ কৰণ
  • কল্পনা কৰা

 

7. কোঝিকোড়িৰ মালায়ালম বক্তাসকলে একে ঠাইতে থকা আনসকলে কোরা মালায়ালমতকৈ অলপ সুকীয়াকৈ ভাষাটো কয়। সংশ্লিষ্ট গোষ্ঠীসমূহৰ কথিত মালায়ালমক কোৱা হয় (Jan 2024)

  • দুটা প্ৰকাৰৰ মালায়ালম
  • মালায়ালমৰ আঞ্চলিক উপভাষা
  • মালায়ালমৰ সামাজিক উপভাষা
  • দুয়োটা দুটা সুকীয়া ভাষা

 

8. ভাষা এটা শিকাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো গুৰুত্বপূর্ণ নহয় (Jan 2021)

  • প্রেৰণা
  • আত্মবিশ্বাস
  • শিকাৰ প্রতি আগ্রহ
  • অনুবাদ

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. শ্রৱণ দক্ষতাৰ মূল্যায়নৰ নিমিত্তে শিক্ষকে কোনো এটা কার্যক্রম স্থিৰ কৰে, এই মূল্যায়ন তলব কোনটো বিষয়ৰ ওপৰত ভেটি কৰি কৰিব পৰা যায়

  • শিকাঝক কোনো দৃশ্যমান বস্তুৰ ব্যাখ্যা কৰিবলৈ দি
  • কোনো সংক্ষিপ্ত চিনেমা চাবলৈ দি আৰু তাকে পুনৰবিন্যাস কৰিবলৈদি
  • শ্রব্য বাণীবন্ধকৰণ (Audio Recording) ৰ ভিত্তিত কোনো তালিকাকৰণ কাম সম্পূর্ণ কৰিবলৈ দি
  • শিকাৰক পাঠাংশ ডাঙৰ ডাঙৰকৈ পঢ়িবলৈ দি

 

10. উত্তম শিক্ষণৰ এটা নীতি হ'ল

  • উপযুক্ত বয়সৰ পূর্বেই আনুষ্ঠানিক শিক্ষা প্রদান
  • একেটা সময়ত ভিন্ন বিষয়ৰ শিক্ষা প্রদান
  • সক্রিয় শিক্ষণ
  • শিকোৱাতকৈ শিক্ষা প্রদান কৰোৱাবলৈ উৎসাহিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্রদান কাৰ

 

11. শ্রৱণ - দর্শন সঁজুলিৰ এটা ভাগ হ'ল

  • ৰঙীন শিক্ষণ সঁজুলি
  • প্রত্যক্ষ অভিজ্ঞতা দানৰ সঁজুলি
  • গতিশীল শিক্ষণ সঁজুলি
  • বগা - ক'লা শিক্ষণ সঁজুলি

 

12. তলত এটা প্রশ্ন দিয়া আছে। প্রশ্নটো পঢ়া আৰু প্ৰকাৰ তত্ত্বৰ আধাৰত ই কোন শ্রেণীৰ প্রশ্ন নির্ণয় কৰা। এগৰাকী কণমানি ছোৱালীৰ জীৱনৰ কাহিনী পঢ়ি তেওঁ সম্মুখীন হোৱা দুখৰ কথা শুনি তুমি প্রভাবিত হ'লা আৰু সেই সমস্যাৰ মুখামুখি হ'বলৈ তুমি সিদ্ধান্ত ল'লা। তুমি ছোৱালীজনীক উৎসাহ যোগাবলৈ এখন চিঠি লিখিব লাগে। 120 টা শব্দব ভিতদ্ভুত চিঠিখন লিখা (Jan 2024)

  • অভিব্যক্তিমূলক প্রশ্ন
  • দীঘলীয়া উত্তৰৰ প্রশ্ন
  • বহির্বেশনমূলক প্রশ্ন (Extrapolative Question)
  • বিভ্রান্তিমূলক প্রশ্ন (Discursive Question)

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. এগৰাকী শিক্ষকৰ নির্ণয় শিক্ষাদানৰ ক্ষেত্ৰত থকা মূল দায়িত্ব হ'ল

  • বৃত্তি বিশ্লেষণ নির্ণয়
  • শিকাৰুসকলৰ ভৰ্ত্তিকৰণ আচৰণ নির্ণয়
  • তথ্য সম্বন্ধিত শিকাৰৰ ব্যক্তিগত আচৰণ নির্ণয়
  • ওপৰৰ তিনিওটা

 

14. ভাষা শিকাৰ প্রক্রিয়াত ছাত্র-ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্রম কৰিব পৰা যাব (Dec 2018)

  • শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়ি
  • নাট্যকাৰ্যৰ মাজেৰে এনে কার্য দিব লাগে য'ত শিশুহঁতে ইটোয়ে সিটোৰ লগত কথা পাতে
  • ভুলবোৰ ঠাইতে শুধৰাই দি
  • ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কার্য বা গতিবিধিৰ আয়োজন কৰি

 

15. প্রশ্নকাকত এখন প্রস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত (testing objectives) চকু ফুৰাইছে। প্রশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে (Dec 2018)

  • বিষয়বস্তু সামৰি লোৱাত
  • প্রশ্নবোৰৰ প্ৰকাৰত
  • বিশ্বাসযোগ্যতাত
  • বৈধতাত

 

16. শ্ৰৱণ - দর্শন সঁজুলিৰ ভাগ বা প্রকাৰ

  • সাংকেতিক অভিজ্ঞতা দানৰ সঁজুলি
  • প্রত্যক্ষ অভিজ্ঞতা দানৰ সঁজুলি
  • সাংকেতিক অভিজ্ঞতা দানৰ সঁজুলি
  • ওপৰৰ আটাইকেইটা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. এটা ভাল কথন অভ্যাস হৈছে সেইটো, য'ত (Jan 2024)

  • শিক্ষকে অধিক ব্যাখ্যা আগবঢ়ায়
  • শিকাৰুৱে অধিক মাত্রাত শুনে
  • শিশুৱে অধিক কথা পাতে
  • মুকলিকৈ কথা কোৱা শিক্ষার্থীয়ে অধিক কথা কয়

 

18. এটা অনুশীলনত ছাত্র - ছাত্রীক এটা ৰচনা - খণ্ড দিয়া হৈছে য'ত মাজে মাজে শব্দবোৰ খালী ঠাই ৰূপে এৰি যোৱা হৈছে। ছাত্র - ছাত্রীয়ে ৰচনা - খণ্ডটো পড়ি খালী ঠাইবোৰ পূৰ কৰিব লাগে। এই অনুশীলনটোত ছাত্র - ছাত্রীৰ কি দক্ষতা প্রকাশিত হ'ব

  • নতুন শব্দৰ ব্যৱহাৰ
  • বানান
  • সাৰাংশ
  • বোধশক্তি

 

19. তলৰ কোনটো ভাষা আহৰণ আৰু ভাষা শিকনৰ প্রাথমিক পার্থক্য (Dem 2019)

  • সাবলীলতা আৰু নির্ভুলতা
  • ভাষা পৰিচয়কৰণৰ স্তৰ (Level of Exposure to language)
  • সাবলীলতা আৰু প্রবাহিতা (Pace)
  • প্রবাহিতা (Pace) আৰু উচ্চাৰণ

 

20. ভাষাৰ প্ৰকৃতিৰ বিষয়ে তাত্ত্বিক স্থিতি আৰু বিশ্বাস, ভাষা শিকনৰ প্রকৃতি, আৰু এই দুয়োটাৰে শিক্ষা - পদ্ধতিগতভাবে  প্রয়োগৰ সজ্জাই হৈছে (Aug 2023)

  • কৌশল
  • পাঠ্যসূচী
  • বিষয়বস্তু
  • অভিগম বা পদ্ধতি

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলত উল্লেখ কৰা কোনটো ভাষাৰ শিক্ষক এগৰাকীৰ মুখ্য দ্বায়িত্ব (Aug 2023)

  • শিক্ষার্থীক নির্দেশ দিয়া
  • শিক্ষাৰ্থীৰ যোগাযোগমূলক প্রয়োজনসমূহ চিহ্নিত কৰা
  • শিক্ষনৰ কাৰণে উপযুক্ত বিষয় নির্বাচন কৰা
  • বিভিন্ন শ্রেণীত শিক্ষার্থীসকলক গোটত বিভক্ত কৰা

 

22. এটি কণমানি শিশুরে কিতাপ এখন তুলি লৈ পাত লুটিয়াবলৈ ধৰিছে। এই কার্যটো হৈছে (Aug 2023)

  • উদ্দামী সমাধান দক্ষতা
  • উদী ঘ্রান বা উদ্দামী সাক্ষৰ দক্ষতা
  • উদ্দামী পাঠ্যক্রম
  • উদ্‌দামী প্রকৃতি বা নিহিত গুণ

 

23. ছাত্র - ছাত্রীৰ সামগ্রিক যোগ্যতা নিৰূপণৰ মাপকাঠি হ'ল

  • ছাত্ৰৰ দক্ষতাৰ সাধাৰণ ধাৰণা
  • ছাত্রই লাভ কৰা নম্বৰ সূচী
  • মূল্যায়নৰ সুচিন্তিত নীতিৰ প্রয়োগ
  • প্রশ্ন অনুসৰি নম্বৰ বিতৰণ

 

24. সূক্ষ্ম মটৰ স্কিল (motor skill) বিকাশৰ এটা উদাহৰণ হৈছে (Jan 2021)

  • বগোৱা
  • জপিউৱা
  • লিখা
  • আবৃত্তি কৰা

 

25. মুখস্থ কৰি কৰি পৰীক্ষাৰ কাৰণে পড়া ছাত্র-ছাত্রীব কি ক্ষতি হয় (Dec 2018)

  • সিহঁতৰ বুদ্ধিমত্তাৰ বিকাশ নহয়
  • সিহঁতে আত্মবিশ্বাস হেৰুৱায়
  • শ্ৰেণীকোঠাৰ শিক্ষণৰ পৰা সিহঁত বাদ পৰি ৰয়
  • সিহঁতে শ্রেণীকোঠাত সমুচিত মনোযোগ দিব নোৱাৰে

 

26. তলৰ কোনটো পঠনৰ অসুবিধাৰ লক্ষণ নহয় (Dec 2018)

  • বর্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা
  • বানানৰ সামঞ্জস্যত অসুবিধা
  • পঠনৰ গতি আৰু অনর্গলতাত অসুবিধা
  • শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা

 

27. এগৰাকী সাৰ্থক ভাষাৰ শিক্ষকে (July 2019)

  • পাঠ্যপুথিত থকা সকলোৱোব প্রশ্নব উত্তৰ শিকায়
  • পাঠ্যপুথি ব্যৱহাৰ কৰে আৰু পাঠ্য পুথিৰ উপৰিও বা পাঠ্যপুথি অতিক্রমিও শিক্ষাদান কৰে
  • সম্পূর্ণ পাঠ্যক্ৰমৰ ভিত্তিত প্রশ্নকাকত প্রস্তুত কৰে
  • নির্দেশিত পাঠ্যপুথি তথা পাঠ্যক্রমব বাহিবত একো নপটুৱায় বাহিৰত একো নপঢ়ুৱায়

 

28. ভাষা শিকাত তলৰ কোনটো আটাইতকৈ গুৰুত্বপূর্ণ (July 2019)

  • পাঠ্যপুথি
  • পৰিপূৰিকা পুথি
  • শিশু সাহিত্য
  • কার্য কৰিবলৈ দিয়া কাগজ

 

29. কথা কোৱাটো সাধাৰণতে এটা 'ধাৰণামূলক' অহর্তা বুলি কোৱা হয়। কাৰণ

  • স্বাভাবিকস্বাস্থ্যৰ সাধাৰণ মানুহৰ প্ৰাকৃতিকভাৱেই কথা কোৱাৰ দক্ষতা বিকশিত হয়
  • সাধাৰণতে শিক্ষকে ছত্র-ছাত্রীয়ে তেওঁলোকৰ দায়িত্বৰ ধাৰণা কৰাটো আশা কৰে
  • শিক্ষণ সামগ্রীৰ অবিহনে শ্রেণীকোঠাত ভাষা শিকাব পৰা নাযায়
  • কেবল মাতৃভাষাটোহে নিপুণভাবে শিকিব পৰা যায়

 

30. ডাঙৰ এগৰাকীয়ে শিশু এটিৰ সৈতে কিতাপ এখন লৈ একেলগে বহি কিতাপখনৰ পৰা শিশুটিক প্রশ্ন কৰিছে আৰু তাৰ পাছত একেটা কাম শিশুটিক কৰিবলৈ দিছে। প্ৰাৰম্ভিক সাক্ষৰতাক উৎসাহী কৰা এই কৌশলটো হৈছে (Aug 2023)

  • সাধু কথন
  • আদর্শ, পঠন
  • অংশীদাৰী তথা ভাগ বটোৱাৰা পঠন
  • বচনকেন্দ্রিক পঠন

 

Previous .......     16      17      18       ....... Next

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved