Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

Assamese MCQ with Answers, Part - 8

FaceBook Page Join Now
WhatsApp Channel Join Now
Telegram Channel Join Now

 

CTET Assamese : Paper 2

     Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.

ভাষা Click Here
ভাষাৰ ৰূপ প্রকাৰ Click Here
ভাষা আহৰণ Click Here
মাতৃভাষা Click Here
ভাষা শিক্ষণ Click Here
ভাষা শিক্ষণৰ পৰ্যায় Click Here
জ্যাঁ পিয়াজৰ মতে ভাষা Click Here
লেভ ভাইগট'স্কিৰ মতে ভাষা Click Here
নোম চমাস্কীৰ মতে ভাষা Click Here
ভাষাৰ কৌশল/দক্ষতা Click Here
ত্ৰি - ভাষিক সূত্ৰ Click Here
Note Making Click Here
ভাষাৰ অক্ষমতা Click Here
Scanning Click Here
Skimming Click Here
Assamese Chapter Click Here

 

CTET Asamese Chapter, Paper 2

Assamese Topics Click Here
Assamese Passage Click Here
Assamese MCQ Question Click Here
Previous Year Question Click Here

 

Assamese MCQ with Detailed Answers, Part 8

1. তলৰ কোনটো প্রতিকাৰমূলক শিক্ষণৰ কাৰ্য নহয়

  • প্রতিপুষ্টিৰ ব্যৱস্থাপন
  • লক্ষ্য নিৰ্দ্ধাৰণ কৰা
  • বিষয় নির্বাচন কৰা
  • এটাও নহয়

 

2. নতুন ভাষা এটা শিকোতে ভাষাটোৰ বৈশিষ্ট্যপূর্ণ  উচ্চাৰণ - নিয়মৰ কাৰণে বহুতো শিক্ষার্থীয়ে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। এই অসুবিধা দূৰ কৰাৰ এটা উপায় হৈছে (Aug 2023)

  • ভুল হোৱাৰ লগে লগে সেইবোৰ শুধৰাই দিয়া
  • শ্রেণীকোঠাত ডাঙৰকৈ পঢ়িবলৈ দিয়া
  • শ্রেণীকোঠাত মৌখিক যোগাযোগৰ প্রয়োজন হোৱা খেল কিছুমান দিব লাগে
  • পৰামৰ্শদাতা বিশেষজ্ঞৰ সৈতে স্পীচ্ছ থেৰাপীৰ ব্যৱস্থা কৰি অনুশীলন কৰোৱা

 

3. নিম্নলিখিত কোনটোৰ সৈতে ধ্বনিত্বাত্তিক সজাগতা অতি বেছিকৈ সম্পর্কিত (Jan 2021)

  • শ্রৱণ ক্ষমতা
  • কখন ক্ষমতা
  • পঠন ক্ষমতা
  • লিখন ক্ষমতা

 

4. ভাষাৰ শিক্ষক এগৰাকীয়ে ছাত্র - ছাত্রীক সিহঁতৰ ওচৰত বহা সহপাঠীজনক বৰষুণৰ বতৰ এটাৰ অভিজ্ঞতা বর্ণনা কৰিবলৈ দিছে (Jan 2021)

  • শ্রেণীকোঠাটো হুলস্থূলীয়া কৰি তুলিব
  • ধাৰণাৰ মৌখিক প্রকাশ বৃদ্ধি কৰিব
  • শ্রেণীকোঠাত নিয়মানুবর্তিয়া নোহোৱা কৰিব
  • পাঠ্যপুথি পড়া আমনি বা ব'ৰডম নোহোৱা কৰিব

 

Previous Year Question Papers for CTET Assamese Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CTET December 2018 Click Here
CTET December 2019 Click Here
CTET July 2019 Click Here
CTET January 2021 Click Here
CTET December 2022 Click Here
CTET August 2023 Click Here
CTET January 2024 Click Here
CTET July 2024 Click Here
CTET Jan 2025 Click Here
CTET PYQ Click Here

 

5. পঠনৰ উর্দ্ধগামী (Bottom up) পদ্ধতিৰ ক্রমটো বাচি উলিওৱা (Jan 2021)
a. ধ্বনি
b. অক্ষৰ
c. বাক্য
d. শব্দ
e. আখৰ বা বর্ণ

  • a, d, e, b, c
  • a,  b, c, d,  e
  • a, e, b, d, c
  • b, c, a, e, d

 

6. তলত উল্লেখ কৰা কোনটোৱে শিশু এটাৰ ভাষা আহৰণ কৰাত সহায় কৰে (Jan 2021)

  • শিশুটোৱে বেছিকৈ কথা কোৱাৰ অনুমতি নোপোৱা ঘৰুৱা পৰিৱেশ এটা
  • ঘৰ আৰু ঘৰৰ আশে-পাশে ডাঙৰে কথা পতা শুনা
  • শিশুটোক শুদ্ধ বাক্য আঁওৰাবলৈ দিয়া
  • আন শিশুৰ সৈতে শিশুটোক খেলিবলৈ দিয়া

 

7. কেনেষৰণৰ পৰিৱেশত শিশুবে স্বাভাবিকভাবে ভাষা আহৰণ কৰে (Jan 2021)

  • এটা সময়ত কেবল এটা ভাষাৰ সৈতে শিশুটোক পৰিচয় কৰালে
  • আশ-পাশৰ নিকট পৰিৱেশৰ এটাতকৈ অধিক পৰিবেশৰ সৈতে শিশুটোক পৰিচয় কৰালে
  • বিশেষতঃ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ পৰিবেশত
  • ভাষা এটাব গঠন শিকালে

 

8. পঢ়োতে তথ্য আহবণ কৌশলক কোৱা হয়

  • সংক্ষেপ লিখন
  • অর্থবোধ
  • টোকা লোৱা
  • টোকা কৰা

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

9. ভাষাশিক্ষাৰ পাঠ্যক্ৰমত 'সংলাপ লিখন' অন্তর্ভুক্ত কৰাৰ প্রাথমিক উদ্দেশ্য হ'ল

  • কথোপকথোন দক্ষতা বঢ়োৱা
  • সৃজনশীলতাক উদগনি দিয়া
  • লিখন দক্ষতা বঢ়োৱা
  • ব্যাকৰণগত নির্ভুলতা নিশ্চিত কৰা

 

10. যিখিনি শিকোৱা হয়, ছাত্র - ছাত্রীয়ে অবিকল সেইখিনি নিশিকে, কাৰণ

  • শিক্ষকৰ সামাজিক - আর্থিক স্তৰ ছাত্রতকৈ বহুত বেলেগ হ'ব পাৰে
  • ছাত্র - ছাত্রী বিভিন্ন মাত্ৰাৰ যোগ্যতা আৰু ব্যক্তিত্বৰ অধিকাৰী হয় আৰু তেওঁলোক বেলেগ বেলেগ পটভূমিৰ পৰা আহে
  • শিক্ষক বা শিকাকৱে কোনো বিষয় সম্পূর্ণৰূপে আয়ত্ব কৰিব নোৱাৰে
  • আনানুষ্ঠানিক আলোচনাত ছাত্র - ছাত্রীয়ে বেছি মনযোগ দিয়ে

 

11. তলৰ কোনটো বক্তব্যৰ বাহিৰে বাকী সকলো বক্তব্যই শ্রৱণ আচৰনৰ বৰ্ণনা সূচক

  • সযত্ব শ্ৰৱণে বক্তাৰ কাৰ্যৰ পূর্ব ধাৰণা দিয়ে
  • এগৰাকী ভাল শ্রোতা হোৱাৰ সক্ষমতা স্বাভাবিক হয়, কোনো প্রশিক্ষণৰ জৰিয়তে নহয়
  • খ) মানুহে নিৰ্বাচন কৰি শুনিবলৈ শিকে আৰু আনকি অনাকাংক্ষিতক বোধ কৰিবও পাৰে
  • শ্রৱণ হৈছে সকলো যোগাযোগৰ এক-অৰ্দ্ধর্থাংশ

 

12. শিশুৱে কোনো বস্তুৰ সংবেদন পোৱাটো নির্ভৰ কৰে

  • উদ্দীপকৰ তীব্রতাৰ ওপৰত
  • মানসিক প্রস্তুতিৰ ওপৰত
  • পূর্ব অভিজ্ঞতাৰ ওপৰত
  • অভিভাবকৰ গুৰুত্বৰ ওপৰত

 

Mock Tests of CTET Assamese, Paper II

    Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.

  • Simulate Real Exam Conditions : Attempt mock tests under timed conditions to get a feel for the actual exam environment.
  • Review and Analyze : After completing each mock test, thoroughly review your answers to understand your mistakes and correct them.
CTET Assamese, Paper 2 Test - 1
CTET Assamese, Paper 2 Test - 2
CTET Assamese, Paper 2 Test - 3
CTET Assamese, Paper 2 Test - 4
CTET Assamese, Paper 2 Test - 5
CTET Assamese, Paper 2 More Test

 

13. শিক্ষা প্রক্রিয়াত শিক্ষণ সঞ্চালণ হ'ব পাৰে

  • শূন্য
  • ঋণাত্মক
  • ধনাত্মক
  • ওপৰৰ আটাইবোৰ

 

14. তৃতীয় শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শিক্ষার্থীসকলক নিজৰ সংগীসকলৰ সামর্থ্য পৰীক্ষা কৰিবৰ বাবে 'Can' ব্যৱহাৰ কৰি (যেনে - Can you swim ?) পাঁচটাকৈ প্রশ্ন কৰিবলৈ দিলে। এই ধৰণৰ কার্য হৈছে (Jan 2024)

  • মৌখিক সাৱলীলতাৰ পৰীক্ষা
  • মুক্ত কথন
  • নিয়ন্ত্রিত মৌখিক পৰীক্ষা
  • নিষ্ক্রিয় শ্রৱণ

 

15. ভাষা শিক্ষণত আগমনাত্মক পদ্ধতি (inductive method)-ৰ এটা সুবিধা হৈছে (Dec 2018)

  • ছাত্র - ছাত্রীয়ে হ'মৱৰ্ক কৰিবলগীয়া নহয়
  • ছাত্ৰ - ছাত্ৰীৰ মাজত মুখস্থ কৰাৰ অভ্যাস গড় নলয়
  • শ্রেণীকোঠাত অনুশাসন বর্তি থাকে
  • ছাত্র - ছাত্রীয়ে কম সময়তে বেছি কথা শিকিব পাৰে

 

16. কোনধৰণৰ অভিব্যক্তি আৰু মত প্ৰকাশৰ কাৰণে ভাষা আটাইতকৈ উৎকৃষ্ট মাধ্যম (Dec 2018)

  • প্ৰচাৰ - প্ৰসাৰ
  • সংগ্রহ
  • বিনিময় তথা আদান - প্রদান
  • ওপৰৰ আটাইকেইটা

 

Previous Year Question Papers For CTET, Paper I

    Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Mathematics Click Here
EVS Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

17. তৃতীয় শ্রেণীত পাঠদান কৰা এগৰাকী শিক্ষকে শ্রেণীকোঠাত এটা 'পঠন স্থান' (reading corner) প্রতিষ্ঠা কৰিব বিচাৰিলে (Jan 2024)
ইয়াৰ বাবে শিশুৰ গ্রন্থ বাচনি কৰাৰ ক্ষেত্ৰত তলৰ কোনটো প্রশ্ন প্রথমতেই প্রাসংগিক হ'ব

  • লেখকগৰাকী শিশু উপযোগী গ্রন্থ ৰচনাৰ ক্ষেত্রত সম্মানীয় আৰু প্রতিষ্ঠিত লেখ হয়নে ?
  • কিতাপবোৰ শ্রেণীটোৰ ছাত্র - ছাত্রীসকলৰ ব্যক্তিগত পঠন স্তৰৰ হয়নে ?
  • কিতাপবোৰে তৃতীয় মানৰ পাঠ্যসূচীৰ লক্ষ্যসমূহ পূৰণত সহায় কৰিবনে ?
  • এই কিতাপবোৰ একাধিক শিক্ষণ প্রসংগত ব্যৱহাৰ কৰিব পৰা যাবনে ?

 

18. কমবয়সীয়া শিকাৰুৰ কাৰনে পাঠ প্রস্তুত কৰোতে শিক্ষকে 'সম্পূর্ণ শাৰীৰিক সঁহাৰি' পদ্ধতিত গুৰুত্ব দিছে। এইক্ষেত্রত শিক্ষকজনে (Aug 2023)

  • কাৰ্যবোৰ একাষৰীয়া কৰি থৈ প্রশ্ন সোধা উচিত আৰু উত্তৰ দিৰলৈ উৎসাহ দিয়া উচিত
  • শ্ৰেণীকোঠাত শাৰীৰিক কাৰ্য কিছুমান অন্তর্ভুক্ত কৰাটো নিশ্চিত কৰা উচিত
  • ছাত্র - ছাত্রীবোৰে নিজৰ স্থানত বহি থাকি। যুটীয়াভাবে বা সামূহিকভাবে কৰিব পৰা কার্য কিছমান ৰাখিব লাগিব
  • শ্ৰেণীকোঠাত শ্ৰৱন কার্য কিছুমান ৰাখিবই লাগিব

 

19. কোনো এটা ভাষাৰ ব্যাকৰণ শিকা হৈছে ভাষাটোৰ নিয়মবোৰ শিকা - তলত দিয়া কোনটো অভিগমে এই উক্তিটো সমর্থন কৰে (Aug 2023)

  • ব্যাকৰণ - অনুবাদ
  • নিগম (Deductive)
  • আগম (Inductive)
  • যোগাযোগমূলক

 

20. মনোবিজ্ঞানক কিহৰ বিজ্ঞান বোলা হয়

  • সচেতনতাৰ
  • আচৰণৰ
  • প্রয়োগৰ
  • মনৰ

 

Previous Year Question Papers For CTET, Paper II

    Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.

CDP Click Here
Maths & Science Click Here
Social Stuies Click Here
English Click Here
Hindi Click Here
Assamese Click Here
Bengali Click Here

 

21. তলৰ কোনটো মূল্যায়নৰ উদ্দেশ্য

  • পর্যায়কৰণ
  • ভৱিষ্যতৰ পূর্বানুমান
  • চিনাক্তকৰণ
  • ওপৰৰ আটাইবেৰ

 

22. শিক্ষণৰ উপাদানটো হ'ল

  • মনোবৈজ্ঞানিক উপাদান
  • পাৰিপার্শ্বিক উপাদান
  • দৈহিক উপাদান
  • ওপৰৰ আটাইবোৰ

 

23. ব্যক্তি বৈষম্য নির্ধাৰণত তলৰ কোনটো জড়িত

  • পৰিৱেশ আৰু বংশানুক্রিক পার্থক্য
  • পৰিৱেশৰ পার্থক্য
  • কাৰকসমূহৰ মাজত হোৱা সংযোগকৰণ
  • বংশানুক্রিক পার্থক্য

 

24. শিক্ষাদান কৰোঁতে উপমা আৰু দৃষ্টান্তৰ প্রয়োগ কৰাটো

  • শিক্ষকৰ ওপৰত নিৰ্ভৰ কৰিব
  • অপ্রয়োজনীয়
  • শিক্ষার্থী ভেদে নির্ভৰ কৰিব
  • প্রয়োজনীয়

 

25. তলৰ কোনটো মনোযোগৰ বৈশিষ্ট্য নহয়

  • অনুসন্ধানধর্মিতা
  • স্থিতিশীলতা
  • পৰিৱর্তনশীলতা
  • ওপৰৰ তিনিওটা

 

26. ভাষাৰ শ্ৰেণী এটাত আমনি বা অসুবিধাৰ সৃষ্টি কৰা ছাত্র বা ছাত্ৰী এগৰাকীক শিক্ষকে কেনেদৰে নিয়ন্ত্ৰণ কৰা উচিত (Aug 2023)

  • প্রথমে ছাত্র বা ছাত্ৰীগৰাকীৰ সৈতে কথা পাতি নিদানৰ ব্যৱস্থা কৰি
  • শ্ৰেণীটোৰ অধ্যৱসায়ী শিক্ষার্থীসকলক সম্বোধন কৰি বা গুৰুত্ব দি
  • এইক্ষেত্রত নিদানৰ ব্যৱস্থা শিক্ষার্থীগৰাকীৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰে
  • শিক্ষার্থী গৰাকীৰ আচৰণৰ বিষয়ে বিদ্যালয় কতৃপক্ষক অৱগত কৰি

 

27. ছপা গ্রন্থৰ উপৰিও শ্রব্যগ্রন্থ আৰু কৌশল দক্ষতা বৃদ্ধিৰ গ্রন্থসমূহ শ্রেণীকোঠাৰ পাঠদানৰ অংশ হোৱা উচিত। কাৰণ (Jan 2024)

  • ই শ্রেণীটোক বৈবিষ্য প্রদান কৰে আৰু শিশুৱে বৈবিধ্য ভাল পায়
  • ই শিক্ষকক মূল্যায়নৰ বাবে বিভিন্ন গ্রন্থ ব্যৱহাৰ কৰাৰ স্বতন্ত্রতা প্রদান কৰে
  • বিভিন্ন স্তৰৰ শিক্ষার্থীৰ বাবে কিতাপ সহজলভ্য হৈ পৰে
  • এই কিতাপবোৰে শিক্ষকৰ বাবে অতিৰিক্ত বোজাৰ সৃষ্টি নকৰে

 

28. ব্যাকৰণ আচৰণাত্মক (behavioural) আক তাত্ত্বিক বা সৈদ্ধান্তিক (theoretical) দুয়োটাই হয়। এই উক্তিটো তুমি কিমানদূৰ সমর্থন কৰা (Dec 2018)

  • সম্পূর্ণৰূপে
  • আংশিকভাবে
  • সমর্থন নকৰোঁ
  • সমর্থন থাকিবও পাবে, নাথাকিবও পাৰে

 

29. মনোযোগৰ ব্যক্তিনিষ্ঠ কাৰণবোৰ নিৰ্ভৰশীল

  • ব্যক্তি মনৰ ওপৰত
  • ব্যক্তি শৰীৰৰ ওপৰত
  • পৰিৱেশৰ ওপৰত
  • বিদ্যালয়ৰ ওপৰত

 

30. শিক্ষা মনোবিজ্ঞানৰ পিতৃ বুলি কাক কোৱা হয়

  • পেষ্টালজী
  • কফকা
  • মাৰিয়া মন্টেছৰী
  • ব্রনফেনব্রেনাৰ

 

Previous .......     7      8      9       ....... Next

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials (AssamTET.com)

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class X

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved