| FaceBook Page | Join Now |
| WhatsApp Channel | Join Now |
| Telegram Channel | Join Now |
CTET Assamese : Paper 2
Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Chapter | Click Here |
CTET Asamese Chapter, Paper 2
| Assamese Topics | Click Here |
| Assamese Passage | Click Here |
| Assamese MCQ Question | Click Here |
| Previous Year Question | Click Here |
CTET Assamese MCQ with Detailed Answers, Part 12
1. এগৰাকী মাকে লক্ষ্য কৰিছে যে তেঁওৰ শিশুটিৰ কেতিয়াও ঘৰৰ ডাঙৰৰ মুখত বা সহোদৰৰ মুখত নশুনা কথা কিছুমান কয়। মাকগৰাকী শিশুটিৰ এই কার্যত বিমোৰত পৰিছে, কাৰণ তেঁও বিশ্বাস কৰি আহিছিল যে শিশুৱে সদায়ে পৰিয়ালৰ মানুহ আৰু নিকট পৰিৱেশৰ অনুকৰণ কৰিহে ভাষা শিকে। মাক গৰাকীৰ এই ধাৰণাটো হৈছে (Aug 2023)
2. ভাষাৰ সাধাৰণ জ্ঞান তথা বোধ বিচাৰ মূল্যায়ন কৰিবৰ কাৰণে কেনেধৰণৰ প্রশ্ন আটাইতকৈ উপযুক্ত (Dec 2018)
3. মোৰ শিক্ষকে মোক কেতিয়াবা কার্ড এখন দিয়ে। তেঁও কার্ডখনত শব্দ এটা বা চুটি বাক্য এটা লিখি দি মোক অভিনয় কৰি তাৰ বিষয়ে বুজাবলৈ কয়। তাৰ পাছত আমাৰ শ্ৰেণীৰ বাকীবোৰে মোৰ অভিনয় বা অংগী - ভংগীৰ পৰা সেই শব্দ বা বাক্যটো অনুমান কৰিব লাগে। এই খেলটো মই বৰ ভাল পাঁও - ছাত্ৰগৰাকীৰ এই বাক্যটোৰ পৰা তেঁওৰ শিকন অগ্রাধিকাৰটো বাছি উলিওৱা (Aug 2023)
4. উক্তি (A) : বিদ্যালয়লৈ অহা সকলো শিশুৱেই বয়স অনুযায়ী পটু ভাষা ব্যৱহাৰকাৰী (Aug 2023)
যুক্তি (R) : ভাষা আৰু সংস্কৃতিৰ বৈচিত্র বা বিবিধতাৰ বাবে শিশুবোৰে নিজৰ পটুতা প্রদর্শন কৰিবলৈ সক্ষম নহয়
উদ্ধৃত উক্তি আৰু যুক্তিৰ আধাৰত শুদ্ধ বিকল্পটো বাছি উলিওৱাঁ
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
5. পঞ্চম মানৰ ছাত্ৰ মনজিতে নিজৰ শিক্ষক, বন্ধু আৰু দুবছৰীয়া শিশু এটাৰ সৈতে কথা পাতোতে ভিন ভিন ধৰণে ভাষাৰ ব্যৱহাৰ কৰে। অর্থাৎ, সামাজিক পৰিস্থিতি অনুসৰি ভাষাৰ ব্যৱহাৰ মনজিতে জানে। মনজিতৰ ভাষা ব্যৱহাৰৰ এই বৈশিষ্ট্যটো হৈছে (Aug 2023)
6. ভাষা শিকাৰ সহজাত প্রবৃত্তি শিশুবোবে জন্মতে লৈ আহে। এই উক্তিটো কোনজন ভাষাবিদৰ (Dec 2018)
7. বহুভাষিকতা হৈছে (Dec 2018)
8. ভাষাৰ প্ৰাথমিক ৰূপ হৈছে (Dec 2018)
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
9. ভাষা এটা শির্কোতে শিশু এটিত্রে সম্মুখীন হোবা কোনো এক নির্দিষ্ট অসুবিধাক বুজি পাবলৈ তলৰ কোনটো পৰীক্ষাই সহায় কৰে (July 2019)
10. তৃতীয় শ্রেণীৰ শ্ৰেণীকোঠাত এগৰাকী শিক্ষকে শিক্ষার্থীসকলক পাঠ এটাত থকা সাধু এটা উপযুক্ত ক্রম অনুসাৰে সজাবলৈ দিছে। শিক্ষকগৰাকীৰ এই কাথই শিক্ষাথীৰ বৃদ্ধিত সহায় কৰে (Jan 2021)
11. মাধ্যমিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে
12. মানৱ জীৱনৰ প্ৰথম পাঁচ বছৰ কালক কোৱা হয়
Mock Tests of CTET Assamese, Paper II
Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 2 | Test - 1 |
| CTET Assamese, Paper 2 | Test - 2 |
| CTET Assamese, Paper 2 | Test - 3 |
| CTET Assamese, Paper 2 | Test - 4 |
| CTET Assamese, Paper 2 | Test - 5 |
| CTET Assamese, Paper 2 | More Test |
13. নতুন শিক্ষানীতি অনুযায়ী শিক্ষক আৰু ছাত্র - ছাত্রীৰ অনুপাত
14. তলৰ কোন দুটা ভাষা সক্ষমতাৰ অন্তর্গত (July 2019)
15. ভাষা আহৰণৰ প্ৰসংগত শব্দ - সম্পকীয়া তথা আভিধানিক বিকাশে (Lexical development) কি সূচায়
16. শ্রেণীকোঠা এটাত পাঠ, গ্রাফিক্ন্তু, এনিমেশন আৰু ধ্বনিৰ একত্র প্রয়োগে নির্দেশ কৰে
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
17. শিক্ষার্থীয়ে নিজেই কোৱা দথাৰ পুনৰাবৃত্তি কৰি বোধ বা অনুধাবন বা কমপ্রিহেনশ্বন মূল্যায়ণ কৰা কৌশলটো হৈছে
18. যদিহে শিক্ষার্থীগৰাকী মানসিক চাপত থাকে, লাগে সিমান গ্রহণক্ষম যেন নালাগে, তেতিয়া অন্য চিন্তাৰে গধুৰ যেন দেখা যায় আৰু যিমান হ'ব শিকাৰ ক্ষেত্ৰত আহি পৰা বাধাটো হৈছে
19. ভাষা শিক্ষা সহজ হৈ উঠিব, যদিহে (July 2019)
20. স্বৰাযাত হৈছে ত ভিন্নতা (July 2019)
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
21. মৌখিক প্রস্তুতিকৰণ বা পৰিবেশনৰ কাৰণে তলৰ কোনটো পদ্ধতি উপযুক্ত নহয় (Dec 2018)
22. সাধাৰণ শিক্ষা আৰু বিশেষ শিক্ষাৰ মাজত ভেদ বক্ষা নকৰা বিদ্যালয়ক বোলা হয়
23. শিশুক লিখিবলৈ শিকাওঁতে শিক্ষক গৰাকীয়ে কি কৰা উচিত (Jan 2021)
24. শিক্ষার্থীৰ কাৰণে শিকন-শিক্ষণ সামগ্রী (Teaching-Learning Material) বাচি লওঁতে কোনটো দিশত গুরুত্ব দিব লাগে (Jan 2021)
25. তলৰ শিকন কার্যটো শিক্ষার্থীসকলক গোট বান্দি কৰিবলৈ দিয়া হৈছে। শব্দার্থ জ্ঞান বৃদ্ধিৰ ক্ষেত্ৰত এই কার্যটো কি বুলি জনা যায়। কার্যটো হৈছে পৰিয়াল সম্বন্ধ অনুভব (Jan 2024)
26. আমি দৈনন্দিন জীৱনত মুখামুখিকৈ কৰা ভাৱ বিনিময়ৰ বাবে ব্যৱহাৰ কৰা ভাষাক জনা যায়
27. শিক্ষক হিচাপে তুমি ছাত্র-ছাত্রীৰ মাজত পঠনৰ আগ্রহ কেনেদৰে বৃদ্ধি কৰিবা (Jan 2021)
28. তলত উল্লেখ কৰা কোনটোৱে ছাত্র - ছাত্রীব মাজত ভাষা শিকাৰ স্তৰৰ মূল্যায়ন কৰাত সহায় কৰে (Jan 2021)
29. ছাত্র - ছাত্রী এগৰাকীৰ 'বিশেষ শৈক্ষিক আসক্তি' - এ (Specific Academic Aptitudes)
30. পূর্ব অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল ভাল অসমীয়া ভাব বিনিময় প্রনালীক কোৱা হয়
| Previous | ....... 12 13 14 ....... | Next |
Study Materials (AssamTET.com)
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class X |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved