CTET July 2024 Assamese Paper 2 : Access previous year questions and the official answer key for CTET July 2024. Enhance your preparation with authentic resources, expert solutions, and detailed analysis for Assamese language and pedagogy. Tailored for candidates appearing for CTET Paper 2. Stay updated and excel in your teaching career.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |

CTET Assamese : Paper 2
Prepare effectively for the CTET Assamese Paper 2 with our comprehensive Study Materials, Mock Tests and Previous Year Questions. Our resource provides an extensive collection of practice papers designed to simulate the actual exam environment, helping you gain confidence and improve your problem-solving skills. Each mock test is crafted to cover a wide range of topics and question formats that are typically seen in the CTET Assamese Paper 2, ensuring you are well-prepared for any type of question that may appear.
| ভাষা | Click Here |
| ভাষাৰ ৰূপ প্রকাৰ | Click Here |
| ভাষা আহৰণ | Click Here |
| মাতৃভাষা | Click Here |
| ভাষা শিক্ষণ | Click Here |
| ভাষা শিক্ষণৰ পৰ্যায় | Click Here |
| জ্যাঁ পিয়াজৰ মতে ভাষা | Click Here |
| লেভ ভাইগট'স্কিৰ মতে ভাষা | Click Here |
| নোম চমাস্কীৰ মতে ভাষা | Click Here |
| ভাষাৰ কৌশল/দক্ষতা | Click Here |
| ত্ৰি - ভাষিক সূত্ৰ | Click Here |
| Note Making | Click Here |
| ভাষাৰ অক্ষমতা | Click Here |
| Scanning | Click Here |
| Skimming | Click Here |
| Assamese Chapter | Click Here |
CTET July 2024 : Assamese, Paper 2
Part - V
Language - I (Assamese)
106. বিদ্যালয়সমূহে যোগাত্মক দ্বিভাষাবাদ অনুসৰণ কৰা উচিত। কাৰণ, ই
107. তলত 'A' স্তম্ভত দিয়া ভাষা শিক্ষণৰ পদ্ধতিবোৰৰ সৈতে 'B' স্তম্ভত দিয়া সেইবোৰৰ কাৰ্যা দি মিলোৱাঁ
| 'A' | 'B' |
| (a) যোগাযোগমূলক ভাষা শিক্ষণ | (i) সামাজিকভাৱে স্বীকৃত আৰু প্ৰসংগ অনুসাৰে উপযুক্ত ভাষা |
| (b) প্রত্যক্ষ পদ্ধতি | (ii) মনে মনে কৰা পঠন |
| (c) ব্যাকৰণ অনুবাদ পদ্ধতি | (iii) লিখিত সাহিত্য পাঠ |
| (d) ৱেষ্টৰ নব্য পদ্ধতি | (iv) আগমন বা আৰোহী পদ্ধতি (inductively) ব্যাকৰণ শিকোৱা |
108. তলৰ কোনটো 'শ্রৱণ'ৰ লগত জড়িত বা 'শ্ৰৱণ'ৰ অন্তর্ভুক্ত
109. তলৰ কোনটো উক্তি ভাৰতত ভাষাৰ ক্ষেত্রত শুদ্ধ নহয়
অসমীয়া Marathon || CTET Paper 1 & 2 | Complete Pedagogy Class
110. তলত উল্লেখ কৰাকেইটাৰ ভিতৰত কোনটো ভাষাৰ গ্রহণশীল দক্ষতা বুলি জনা যায়
111. পঞ্চম মানৰ ছাত্র-ছাত্রীক ভাষা শিকাবৰ কাৰণে শিক্ষকে শ্রেণীলৈ প্রতিদিনে বাতৰি কাকত, মেন্যু আৰু ৰেলৰ টিকট আদি লৈ আনে। এই ক্ষেত্রত শিক্ষকগৰাকীয়ে কি কৰিছে
112. ভাষাৰ শ্ৰেণী এটাত শিক্ষকৰ তত্বাৱধানত ছাত্র-ছাত্রীসকলে গোটত ভাগ হৈ নির্দিষ্ট বিষয় এটাৰ বিজ্ঞাপন প্রস্তুত আৰু উপস্থাপন কৰিছে। ভাষা শিকাৰ এই ধৰণটো হৈছে
113. মৌখিক হওক বা নহওক, যিকোনো ভাষাৰ শিকন অভ্যাস গঠনৰ দ্বাৰা হয় বুলি শিকনৰ কোনটো ধাৰাই বিশ্বাস কৰে
Previous Year Question Papers for CTET Assamese Paper I
Explore comprehensive solutions and answer keys for CTET Assamese Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CTET December 2018 | Click Here |
| CTET December 2019 | Click Here |
| CTET July 2019 | Click Here |
| CTET January 2021 | Click Here |
| CTET December 2022 | Click Here |
| CTET August 2023 | Click Here |
| CTET January 2024 | Click Here |
| CTET July 2024 | Click Here |
| CTET Jan 2025 | Click Here |
| CTET PYQ | Click Here |
114. ৰেষ্টুৰেন্টত ব্যৱহৃত শব্দভাণ্ডাৰ পৰিচয় কৰাবৰ কাৰণে শিক্ষকে দিয়া পাঠ বা কার্যৰ উদ্দেশ্য কি
115. ভাৰতত বহুভাষিকতাৰ ক্ষেত্রত কোনটো প্রযোজ্য
116. কাহিনী এটাৰ ক্ষেত্ৰত স্থান আৰু কাল হৈছে
117. শিক্ষক, শিক্ষার্থী আৰু শিক্ষণ সামগ্ৰীৰ ওপৰত পৰীক্ষা আৰু মূল্যায়নৰ প্ৰভাৱক কি বুলি কোৱা হয়
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
118. ভাষাৰ শ্রেণী এটাত শিক্ষকে ছাত্র-ছাত্রীসকলক এটা গোটক গ্রাহক, বিক্রেতা, ভাৰাতীয়া, ভাৰাঘৰৰ মালিক আদিৰূপে কথোপকথন কৰিবলৈ দিছে আৰু শ্রেণীটোৰ বাকী ছাত্র-ছাত্রীবোৰে সেয়া উপভোগ কৰিছে। এই কার্যটো হৈছে
119. সুৰলহৰ, সুৰ, শ্বাসাঘাত, লয় আদি ভাষিক কার্যবোৰ হৈছে
120. 'শ্রৱণ'- ৰ পাঠ এটাৰ পৰিকল্পনা কৰোতে তলত দিয়া কোনটো গুৰুত্বপূর্ণ কাৰক নহয়
Mock Tests of CTET Assamese, Paper II
Prepare for the CTET Assamese Paper 2 with our comprehensive mock test. Enhance your exam readiness with practice questions, detailed solutions, and expert tips to boost your performance. Ideal for candidates aiming to excel in the Central Teacher Eligibility Test.
| CTET Assamese, Paper 2 | Test - 1 |
| CTET Assamese, Paper 2 | Test - 2 |
| CTET Assamese, Paper 2 | Test - 3 |
| CTET Assamese, Paper 2 | Test - 4 |
| CTET Assamese, Paper 2 | Test - 5 |
| CTET Assamese, Paper 2 | More Test |
Part - V
Language - II (Assamese)
136. ভাষাৰ শিক্ষাত সৃজনীশীলতা হৈছে
137. তোমাৰ বন্ধু স্থানীয় সহকর্মীলৈ এটা ই-মেইল কৰিবলৈ হ'লে তাৰ লিখন কি ধৰণৰ হ'ব
138. শিক্ষানীতিত ভাৰতৰ ভাষা (Three Language Formula বা ত্রিভাষা নীতি) হৈছে
139. শিক্ষার্থীৰ শিকন আৰু বুজিপোৱা স্পষ্ট কৰিবৰ কাৰণে শিক্ষন-শিকনৰ গোটেই সময়ছোৱাজুৰি কৰা মূল্যায়ন হৈছে
140. ভাষাৰ শ্রেণী এটাত শিক্ষকে "স্বাস্থ্যই পৰম ধন" শীর্ষক এটা ৰেকর্ডিং বজাই শুনাইছে। তাৰ পাছত শিক্ষকগবাকীয়ে ছাত্র-ছাত্রীৰ মাজত হেণ্ডআউট্ কিছুমান বিলাই দি তাৰ পৰা শুদ্ধ বিকল্পবোৰ চিহ্নিত কৰিবলৈ দিছে। এই কার্যৰ উদ্দেশ্য হৈছে
A. স্বাস্থ্যবিষয়ক শ্রাব্য পাঠ এটা মনত ৰখা
B. স্বাস্থ্যবিষয়ক পাঠ এটাৰ অ'ডিঅ' শুনিব পৰা
C. কার্য এটাত ছাত্র-ছাত্রীক নিমজ্জিত কৰা
D. ধাৰণাবোৰ বিশ্লেষণ কৰিব পৰাকৈ শ্রৱণ কৰা
141. ভাষাৰ শিকনত হোৱা ভুল (error)-ৰ ক্ষেত্রত তলত দিয়া কোনটো শুদ্ধ নহয়
142. চৰকাৰী বিদ্যালয়ৰ এগৰাকী শিক্ষকে সপ্তম শ্রেণীত ইংৰাজী শিকাবৰ কাৰণে কিছুমান দৃষ্টিবেদ্য উপকৰণ (Visual device) আৰু কিছুমান ভাষাৰ খেল ব্যৱহাৰ কৰিছে। শিক্ষক গৰাকীয়ে শিক্ষণৰ কোনটো আদর্শ প্রয়োগ কৰিছে
143. অৱৰোহী বা নিম্নমুখী (top-down) প্রক্রিয়াৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয়
144. ভাষা শিকাবৰ কাৰণে ব্যৱহাৰ কৰা দৈনন্দিন জীৱনৰ সামগ্ৰীবোৰক কি বুলি কোৱা হয়
A. পাঠ
B. ৰিলিআ
C. ভাষা খেল
D. শিক্ষণ সামগ্রী
Previous Year Question Papers For CTET, Paper I
Explore comprehensive solutions and answer keys for CTET Assamese, Paper 1 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Mathematics | Click Here |
| EVS | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
145. তলৰ উক্তিকেইটাৰ মাজৰ পৰা শুদ্ধটো নিৰ্বাচন কৰাঁ
(a) ডিছ্লেক্সিয়া হৈছে এক পঠন বিসংগতি
(b) ডিছ্গ্রাফিআ হৈছে এক লিখন বিসংগতি
(c) ডিছ্গ্রাফিআ হৈছে এক পঠন বিসংগতি
(d) ডিছ্লেক্সিয়া হৈছে এক লিখন বিসংগতি
146. গঠনাত্মক (formative) মূল্যায়নৰ কাৰণে তলৰ কোনটো আদর্শ সামগ্রী নহয়
Previous Year Question Papers For CTET, Paper II
Explore comprehensive solutions and answer keys for CTET Paper 2 from previous years. Our collection includes detailed question papers, solutions, and expert analysis to help you prepare effectively for the Central Teacher Eligibility Test. Access valuable resources and enhance your exam strategy with real exam questions and solutions.
| CDP | Click Here |
| Maths & Science | Click Here |
| Social Stuies | Click Here |
| English | Click Here |
| Hindi | Click Here |
| Assamese | Click Here |
| Bengali | Click Here |
147. শিক্ষার্থীক ভাষাৰ সৈতে পৰিচয় কৰোৱাৰ লাগে আৰু তাৰ পাছত শিক্ষার্থীয়ে কৰা ভুলবোৰে শিকন প্রক্রিয়া চলি থকাৰে নিৰ্দেশ কৰে। এইখিনি তলৰ কোনটোৱে সমর্থন কৰে
148. তলত দিয়া কোনটো সামগ্রীয়ে সমকালিক বা এককালিক (synchronous) আৰু অসমকালিক (asynchronous) অনলাইন শিকন সুযোগ দিয়ে
149. আন্তর্জাতিক মাতৃভাষা দিৱস কেতিয়া পালন কৰা হয়
150. তলৰ কাহিনীবোৰৰ কোনটোত জীৱ-জন্তু মুখ্য চৰিত্ৰ হয় আৰু কাহিনীটোত এটা সুস্পষ্ট নীতিশিক্ষা থাকে
Study Materials
| Assam TET-LP | Assam TET-UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| Asaam TET-GT | Assam TET-PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved