Assam TET | CTET | ADRE 3.0 | Class 9 to 12 | D.El.Ed | B.Ed

Assam TET Academy Mobile Application

Assam TET Academy Logo
WhatsApp Group Join
Telegram Group Join
YouTube Channel Join
Explore Our Categories

GT Pedagogy MCQ, Part - 12

The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.

 

Follow Us

FaceBook Join Now
WhatsApp Join Now
Telegram Join Now

 

Assam TET - GT Pedagogy MCQ Question, Part - 12

      Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.

 

1. মানসিক ৰোগৰ দৈহিক লক্ষণ হ'ল

  • দেহৰ ওজন কমি যোৱা
  • দেহত অস্বাভাৱিক ভাগৰ অনুভৱ কৰা
  • দেহৰ ছালৰ বেমাৰ হোৱা
  • আটাইকেইটা শুদ্ধ

 

2. কিশোৰ-কিশোৰীৰ দ্বাৰা সংঘটিত হোৱা অসামাজিক আৰু অপৰাধমূলক ক্রিয়া আচৰণ আইনৰ চকুত দোনী বুলি বিনে হোৱাৰ বাবে তেওঁলোকক

  • সামাজিক ভাৱে বিচাৰ কৰা হয়
  • আদালতত বিচাৰ কৰা হয়
  • কৈশোৰ আদালতত বিচাৰ কৰা হয়
  • বিদ্যালয়ত বিচাৰ কথা হয়

 

3. শিক্ষক শিক্ষাৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমৰ গাঁঠনি (NCFTE) গঠন কৰা হৈছিল

  • (a) ২০০০ চনত
  • (c) ২০০৪-৫ চনত
  • (b) ২০০৯-১০ চনত
  • (d) ২০২০ চনত
     

4. অনগ্রসৰ শিক্ষার্থীসকলে শ্রেণীত সদায় নিজকে অযোগ্য বুলি বিবেচনা কৰাৰ ফলত

  • উচ্চাত্মিকা মনোভাৱত ভোগে
  • অত্যন্ত সুখী অনুভৱ কৰে
  • নীচাত্মিকা মনোভাৱত ভোগে
  • কৃতকার্যতা লাভ কৰে
     

5. ব্যক্তিয়ে নিজকে সমাজৰ পৰিৱেশৰ লগত সমাযোজন কথা কার্যত প্রকাশ পায়

  • ব্যক্তিৰ বুদ্ধিৰ
  • ব্যক্তিৰ মনোযোগৰ
  • ব্যক্তিৰ জ্ঞানৰ
  • ব্যক্তিৰ ব্যক্তিত্বৰ

 

Assam TET GT - Pedagogy
PYQ Paper for GT TET Click
Pedagogy MCQ Question Click
শিকন-শিক্ষণ প্রক্রিয়া আৰু শিক্ষাদানশৈলী Click
শিক্ষামূলক মনোবিজ্ঞান Click
কিশোৰ-কিশোৰীসকলৰ মনোবিজ্ঞান Click
ভাৰতবৰ্ষত শিক্ষক শিক্ষাৰ উদ্দেশ্য Click
ক্রিয়াত্মক গৱেষণা Click

 

6. তিনিবছৰীয়া শিশু এটাৰ সবল ব্যক্তিত্ব গঠনত বিশেষভাবে সহায় কৰে

  • শিশুটোৰ মাকে
  • শিশুটোৰ দেউতাকে
  • তাৰ শিক্ষকে
  • তাৰ মামাকে


7. শৈশৱ কালত শিশুৰ নৈতিক সচেতনতা

  • থাকে
  • নাথাকে
  • অধিক থাকে
  • কম থাকে

 

8. সকলো শিশুৱে সমানভাৱে শিকিব নোৱাৰে। ইয়াৰ বাবে শিক্ষকে

  • একো কৰিব নোৱাৰে
  • নির্দিষ্ট সময়ত শিক্ষক গুছি যাব লাগে
  • প্রতিকাৰমূলক শিক্ষা দিব লাগে
  • তেনে শিশুক আঁতৰাই ৰাখিব লাগে


9. শিশুৱে কোনবোৰ কথা সোনকালে শিকে

  • যিবোৰ হাতেবে ছুব পাৰে বা দেখা পায়
  • যিবোৰ লগৰ ল'ৰা-ছোৱালীয়ে শিকাই দিয়ে
  • দেখা নোপোৱা বস্তু
  • ওপৰৰ এটাও নহয়


10. ভাল শিক্ষকে শিক্ষার্থীক

  • কঠোৰ শাস্তি দিয়ে
  • বর্তমানৰ শিশুক ভৱিষ্যতৰ বাবে সাজু কৰে
  • কঠিন বস্তু শিকায়
  • ৰূঢ় আঁচনি গ্রহণ কৰে

 

Assam TET GT - Mock Test Series
GT Pedagogy Question Test - 1
GT Pedagogy Question Test - 2
GT Pedagogy Question Test - 3
GT Pedagogy Question Test - 4
GT Pedagogy Question Test - 5
GT Pedagogy Question Upto Test - 50

 

11. মনোবিজ্ঞানৰ যিটো শাখাই মানৱ জীৱনৰ বিভিন্ন বয়স আৰু স্তৰত ঘটা শাৰীৰিক, মানসিক, সামাজিক পৰিৱৰ্তন তথা বৈশিষ্ট্যসমূয় অধ্যয়ন কৰে সেই শাখাকে

  • পৰিৱেশীয় মনোবিজ্ঞান বোলে
  • নৈদানিক মনোবিজ্ঞান বোলে
  • সামাজিক মনোবিজ্ঞান বোলে
  • বিকাশ সম্বন্ধীয় মনোবিজ্ঞান বোলে
     

12. শিক্ষাৰ ক্ষেত্ৰত পুৰস্কাৰ আৰু শাস্তিব নীতিৰ ভিত্তি হ'ল

  • অব্যৱহাৰৰ নীতি
  • ফলাফলৰ নীতি
  • প্রস্তুতিৰ নীতি
  • অনুশাসনৰ নীতি

 

13. Grundy Carr আৰু Kemmis ৰ মতে ক্রিয়াত্মৰ গৱেষণাৰ হ'ল

  • তিনি প্রকাৰৰ
  • পাঁচ প্ৰকাৰৰ
  • চাৰি প্রকাৰৰ
  • ছয় প্রকাৰৰ

 

14. তলৰ কোনটো Grundy Carr আৰু Kemmis ৰ মতে ক্রিয়াত্মৰ গৱেষণাৰ প্রকাৰ নহয়

  • কাৰিকৰী (Technical)
  • ব্যৱহাৰিক (Practical)
  • কাৰিকৰী সহযোগিতামূলক অভিগমন (Technical Collaborative Approach)
  • বন্ধন মুক্তিদায়ক (Emancipatory)

 

YouTube Channel

Assam TET Academy Subscribe Now
Assam Job Portal Subscribe Now

 

15. ক্রিয়াত্মক গবেষণাৰ নীতি বা উপাদান সমূহক পাঁচটো 'C' ৰ মাজেৰে বর্ণনা কৰিছিল

  • Borgia আৰু Schuler
  • Richard winter
  • GE. Mills
  • Grundy,


16. মানসিকভাৱে বাধাগ্রস্ত শিশুক শিক্ষা দিয়াৰ ক্ষেত্রত

  • শ্রেণী কোঠা সৰু হ'ব লাগে
  • বিশেষ শিক্ষা কৌশল আয়ত্ত কৰিব লাগে
  • ( খ) বিশেষভাবে প্রস্তুত কথা পাঠ্যক্রম হ'ব লাগে
  • ওপৰৰ সকলো

 

17. শিক্ষাৰ দিশৰ পৰা ব্যক্তি পার্থক্যৰ উল্লেখনীয় দিশ হ'ল

  • একে ধৰণব সক্ষমতা থকা শিক্ষার্থীক গোটত ভাগ কৰা
  • শিশু বিশেষে শিক্ষাদান কৌশল প্রয়োগ কৰা
  • ব্যক্তি পার্থক্য বিশেষে ঘৰৰ কাম কৰিবলৈ দিয়া
  • ওপৰৰ সকলো


18. অন্তর্মুখী ব্যক্তিত্বৰ অধিকাৰী লোকসকলে বাহিৰৰ পৃথিৱীখনৰ চিন্তা আৰু সম্বন্ধক লৈ ব্যস্ত হোৱাৰ বিপৰীতে

  • সামুহিক চিন্তা আৰু অনুভূতিক লৈ অধিক ব্যস্ত
  • সামাজিক চিন্তা আৰু অনুভূতিক লৈ অধিক ব্যস্ত
  • ব্যক্তিগত চিন্তা আৰু অনুভূতিক লৈ অধিক ব্যস্ত
  • আর্টইকেইটা শুদ্ধ

 

 

19. 'Logos' শব্দৰ অৰ্থ হ'ল

  • মনৰ বিষয়ে অধ্যয়ন
  • শৰীৰ সম্পর্কে অধ্যয়ন
  • আত্মাৰ বিষয়ে অধ্যয়ন
  • আলোচনা বা অধ্যয়ন কৰ


20. দার্শনিক হিউম, মিল আৰ বেইনৰ মতে মনোবিজ্ঞান হ'ল

  • আত্মাৰ বিষয়ে অধ্যয়ন
  • শৰীৰৰ বিষয়ে অধ্যয়ন
  • মনৰ বিষয়ে অধ্যয়ন
  • আচৰণৰ বিষয়ে অধ্যয়ন

 

21. কার্যভিত্তিক পদ্ধতি অন্তর্গত নহয়

  • স্থানীয় জৰীপ
  • শিক্ষামূলক ভ্রমণ
  • আলেচনা চক্র, তর্ক সভা আদি
  • টি ভি চোৱা


22. নির্দেশনা হ'ল এক অপৰিহাৰ্য অংগ

  • শিক্ষাদানৰ
  • শিকনৰ
  • শিক্ষার্থীৰ
  • বিদ্যালয়ৰ

 

Assam TET GT & PGT Study Materials
  i. Pedagogy
ii. Assam & Its People
iii. General English
iv. Mathematics
v. General Studies & Current Affairs

 

23. তলৰ কোনটো শিক্ষা মনোবিজ্ঞানৰ পৰিসৰৰ অন্তর্ভুক্ত নহয়

  • আগ্রহ আৰু অভিৰোচন
  • ব্যক্তি আৰু সমাজ
  • বংশগতি আৰু পৰিৱেশ
  • শিক্ষক আৰু শিক্ষার্থী

 

24. শিক্ষক প্রশিক্ষনৰ বাবে গুৱাহাটীত বাণীকান্ত কাকতি বি. টি কলেজ স্থাপন কৰা হৈছিল

  • ১৯৫৭ চনত
  • ১৯৬৬ চনত
  • ১৯৪৭ চনত
  • ১৯৭০ চনত

 

25. ১৯৮৬ চনৰ জাতীয় শিক্ষানীতি আৰু কর্ম আঁচনিৰ পৰামৰ্শৰ ভিত্তিত ১৯৮৯ চনত প্রথম পর্যায়ত জিলা শিক্ষা আৰু প্রশিক্ষন প্রতিষ্ঠান অসমত স্থাপন কৰা হৈছিল

  • চাৰিখন
  • পাঁচখন
  • ছয়খন
  • সাতখন

 

26. উচ্চ শিক্ষাৰ শিক্ষকসকলৰ বৃত্তিগত প্রশিক্ষনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ত 'একাডেমিক ষ্টাফ কলেজ' স্থাপন হৈছিল

  • ১৯৪৮ চনত
  • ১৯৬৪-৬৬ চনত
  • ১৯৫২-৫৩ চনত
  • ১৯৮৮ চনত

 

Assam TET GT - MCQ Questions Series with Answer
GT Pedagogy MCQ Part - 1
GT Pedagogy MCQ Part - 2
GT Pedagogy MCQ Part - 3
GT Pedagogy MCQ Part - 4
GT Pedagogy MCQ Part - 5
GT Pedagogy MCQ Upto Part - 50

 

27. হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণসকলৰ বাবে দুবছৰীয়া শিক্ষক প্রশিক্ষন আন স্নাতকসকলৰ বাবে বর্তমান এবছৰীয়া আৰু দীর্ঘম্যাদী স্বৰূপে দুবছৰীয়া প্রশিক্ষনৰ ব্যৱস্থাৰ কথা কৈছিল

  • ১৯৫২-৫৩ চনব মুডালিয়াৰ আয়োগে
  • ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগে
  • ১৯৮৬ চনৰ ৰাষ্ট্রীয় শিক্ষানীতিয়ে
  • ১৯৩৭ চনৰ বুনিয়াদী শিক্ষা ব্যৱস্থাই

 

28. উপযুক্ত শিক্ষকৰ পাঠৰ আন থকাৰ উপৰিও বিশেষ আন থকা প্রয়োজন

  • ব্যক্তি আৰু সমাজ
  • বংশগতি আৰু পৰিবেশ
  • অভিভাৱক সম্পর্কে
  • শিক্ষার্থীৰ মানসিকতাৰ

 

29. সামগ্রিকতাবাদী তত্ত্বৰ লগত জড়িত পদ্ধতিটোৰ নাম হৈছে

  • অনুকৰণ পদ্ধতি
  • অন্তর্দর্শন পদ্ধতি
  • প্রচেষ্টা আৰু ভুল পদ্ধতি
  • প্রাসংগিক পদ্ধতি

 

30. সজীৱ আৰু প্রণালীবদ্ধ শিকণে শিকা প্রক্রিয়া

  • আনন্দদায়ক কৰি তোলে
  • বিৰক্তিদায়ক কৰি তোলে
  • বেদনাদায়ক কৰি তোলে
  • ওপৰৰ এটাও নহয়

 

 

Author of the Post
Jahidul Islam
Name : Jahidul Islam
Assamtetacademy@gmail.com

Study Materials

Assam TET - LP Assam TET - UP CTET - Paper 1
CTET - Paper 2 ADRE Grade 3 ADRE Grade 4
Assam Police D.El.Ed Class 10
ATET - GT ATET - PGT Class 12

 

Share this post

Explore Our Categories

Follow us on

Contact Information

Office Address:

Darrang, Assam 784514

Email: assamtetacademy@gmail.com

Phone: 9954060750

Follow Us

Design & Developed by Assam TET Academy

Copyright © 2026 Assam TET | All rights reserved