The Assam Graduate Teacher (GT) and Post Graduate Teacher (PGT) TET exams assess candidates on Pedagogy, Assam and Its People, General English, General Studies, and Current Affairs. Comprehensive study materials, including topic-wise syllabi and recommended books, are available to aid preparation.
Follow Us
| Join Now | |
| Join Now | |
| Telegram | Join Now |
Assam TET - GT Pedagogy MCQ Question, Part - 8
Enhance your preparation for the Assam TET GT & PGT exams with our comprehensive collection of Pedagogy Multiple Choice Questions (MCQs). Our expertly curated questions cover essential topics in teaching methodologies, educational psychology, and classroom management, providing you with the tools needed to excel in your teaching career. Stay ahead of the competition by practicing with our up-to-date and relevant MCQs, designed to reflect the latest exam patterns and trends. Start your journey towards success today by accessing our extensive question bank and elevating your pedagogical knowledge.
1. অপৰাধমূলক আচৰণ সাধাৰণতে অধিক প্রদর্শন হয়
2. ব্যৱহাৰিক অনুবন্ধনবাদৰ জন্মদাতা আছিল
3. শিক্ষাৰ ক্ষেত্ৰত শিক্ষক সকলক কোৱা হয়
4. "শিক্ষকসকল হৈছে প্রকৃত অৰ্থত দেশৰ ভৱিষ্যত গঢ়োতা" উক্তিটো আগবঢ়াইছিল
5. প্রতিকৰণ বা প্রস্তাৱনা বা আয়োজন, উপস্থাপন, তুলনা আৰু অমূর্তীকৰণ, সূত্রগঠন বা সামান্যীকৰণ আৰু প্রয়োগ আদিক কোৱা হয়
6. জ্ঞান-অভিজ্ঞতা গ্রহণ কৰোৱাজনক কোৱা হয়
7. শিক্ষামূলক নীতিসমূহৰ বৰ্গীকৰণৰ লগত বেঞ্জামিন ব্লুমৰ নাম জড়িত হৈ আছে
8. মানসিক ৰোগৰ মানসকি লক্ষণ নহয়
9. অপসমাযোজনৰ প্ৰধান কাৰণ হ'ল
10. তলৰ কোনটো সমাযোজনৰ পদ্ধতি নহয়
| Assam TET GT - Mock Test Series | |
| GT Pedagogy Question | Test - 1 |
| GT Pedagogy Question | Test - 2 |
| GT Pedagogy Question | Test - 3 |
| GT Pedagogy Question | Test - 4 |
| GT Pedagogy Question | Test - 5 |
| GT Pedagogy Question | Upto Test - 50 |
11. শ্রেণীকোঠাত শিক্ষকে শিক্ষাদান কৰিবলৈ যোৱাৰ আগতে যিবোৰ পদক্ষেপ হাতত লয়, সেইবোৰেই হ'ল
12. মনোবিজ্ঞানী আর্ণেষ্ট জ'ন্চৰ মতে মানুহৰ জীৱনটোক কেইটা ভাগত ভাগ কৰিব পাৰি
13. শিক্ষা মনোবিজ্ঞানে বুজাত সহায় কৰে
14. বিকাশৰ সন্ধিক্ষণৰ এক স্বৰূপ হ'ল
YouTube Channel
| Assam TET Academy | Subscribe Now |
| Assam Job Portal | Subscribe Now |
15. শিক্ষা মনোবিজ্ঞানক অন্যধৰণে কোৱা হয়
16. আগ্রহ হ'ল শিক্ষাৰ
17. "আগ্রহ আৰু মনোযোগ একেটা মুদ্রাৰে ইপিঠি সিপিঠি স্বৰূপ' বুলি কৈছিল
18. শ্রেণী কোঠাত অভিৰোচন সৃষ্টি কৰিব পাৰি
19. ব্যক্তি পার্থক্যৰ (individual difference) মূল কাৰণ
20. প্রশ্ন-উত্তৰৰ কৌশলৰ জনক
21. Adobscare শব্দৰ অৰ্থ হ'ল
22. বয়ঃসন্ধিকালৰ সমস্যা সমাধানৰ এক উপযুক্ত উপায় হ'ল
| Assam TET GT & PGT Study Materials | |
| i. Pedagogy | |
| ii. Assam & Its People | |
| iii. General English | |
| iv. Mathematics | |
| v. General Studies & Current Affairs | |
23. এজন শিক্ষক হিচাপে ধর্মঘট সম্পর্কে আপোনাৰ ধাৰণা
24. মনোবিজ্ঞানী থর্ণদাইকৰ মতে বুদ্ধি কেইভাগত ভাগ কৰিব পাৰি
25. ১৮ বছৰৰ ভিতৰত ল'ৰা-ছোৱালীয়ে কৰা অপৰাধমূলক প্রবৃতিক কোৱা হয়
26. অপৰাধপ্রৱন ব্যক্তিৰ প্রৱণতা প্রবল, কিন্তু বিবেক হৈছে দুর্বল। এওঁলোকৰ অহম (ego) ভাৱে সামাজিক নিয়ম বা বিবেচনা নকৰি দৈহিক প্রয়োজন অবাধে পূৰণ কৰিবলৈ বিচাৰে কথাষাৰ কৈছিল
| Assam TET GT - MCQ Questions Series with Answer | |
| GT Pedagogy MCQ | Part - 1 |
| GT Pedagogy MCQ | Part - 2 |
| GT Pedagogy MCQ | Part - 3 |
| GT Pedagogy MCQ | Part - 4 |
| GT Pedagogy MCQ | Part - 5 |
| GT Pedagogy MCQ | Upto Part - 50 |
27. NCTE ৰ সম্পূর্ণ গঢ়টো হ'ল
28. শৈক্ষিক পৰিকল্পনা আৰু প্রশাসনৰ ৰাষ্ট্ৰীয় বিদ্যালয়ৰ (NUEPA) মুঠ বিভাগ আছে
29. প্রতিশোধপৰায়ণ মনোভাৱ, ধ্বংস আৰু হিংসাত্মক ক্রিয়া কলাপ, আৰু অনুশাসন অমান্য কৰাৰ প্ৰবৃতি অপৰাধব্রবন সকলৰ ক্ষেত্রত পৰিলক্ষিত হয় বাবেই
30. এজন সাত বছৰীয়া শিশুৱে, সাত বছৰৰ বাবে প্রস্তুত কৰা প্রশ্নপদৰ সকলো উত্তৰ শুদ্ধকৈ ক'ব পাৰে, শিশুজনন জন্মগত বয়স সাত বছৰ আৰু মানসিক বয়সো
Study Materials
| Assam TET - LP | Assam TET - UP | CTET - Paper 1 |
| CTET - Paper 2 | ADRE Grade 3 | ADRE Grade 4 |
| Assam Police | D.El.Ed | Class 10 |
| ATET - GT | ATET - PGT | Class 12 |
Design & Developed by Assam TET Academy
Copyright © 2026 Assam TET | All rights reserved